text
stringlengths
0
188k
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ধৃত উগ্ৰপন্থী সদস্যজন অলপতে নিহত এনডিএফবিৰ (সং) সদস্য জৰ্দান নাৰ্জাৰীৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।
ধৃত ফিলিমান নাৰ্জাৰী বহু কেইটা ধন দাবী গোচৰৰ সৈতে জড়িত। তেওঁৰ বিৰুদ্ধে বহু কেইটা গোচৰ আৰু গ্ৰেপ্তাৰী পৰোৱানা আছে যদিও তেওঁ আৰক্ষীৰ চকুত ধুলি দি ইমান দিনে পলাই থাকিবলৈ সক্ষম হৈ আছিল।
সেনা বাহিনীয়ে শেহতীয়াভাৱে যে অধিক সস্তম হৈ পৰিছে এই সফল অভিযানটো তাৰেই ফল। ফিলিমান নৰ্জাৰীত আটক কৰাৰ লগে লগে এনডিএফবি এটা বিৰাট ক্ষতিৰ মুখামুখি হৈছে বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ ধন দাবী কৰাৰ ক্ষেত্ৰত সংগঠনটো যথেষ্ট অসুবিধাৰ মুখামুখি হ’ব। উগ্ৰপন্থী সদস্যজনক গ্ৰেপ্তাৰ কৰাৰ পলত স্বাভাৱিক জনজীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা উল...
Recent News
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
News
ৰাষ্ট্ৰীয়
ক্ষোভৰ উদগীৰণ! প্ৰতিবাদী কৃষকৰ হাতত প্ৰহৃত বিজেপি বিধায়ক
ৰাষ্ট্ৰীয়
Image Credit: Internet
Mar 28, 2021 | moderator
চণ্ডীগড় : কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদৰ প্ৰতি কাণ নিদিয়াৰ ফল এতিয়া অধিক হিংসাত্মক হোৱাৰ উপক্ৰম ঘটিছে। প্ৰতিবাদী কৃষকৰ হাতত এইবাৰ লাঞ্ছিত হ’বলগীয়া হৈছে বিজেপি নেতা। পঞ্জাবত কৃষকৰ আক্ৰমণৰ সন্মুখীন হ’ল বিজেপি বিধায়ক। শনিবাৰে পঞ্জাবৰ মুক্তছাৰ জিলাৰ মালআউটত বিজেপি বিধায়কজন আক্ৰান্ত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। একাংশ...
আৰু পঢ়িব পাৰিব : মহানগৰীত হাতত চোকা অস্ত্ৰ লৈ হাতী মাউতৰ সন্ত্ৰাস
তেওঁ মালআউটত একাংশ স্থানীয় নেতাৰ সৈতে সংবাদমেল সম্বোধন কৰাৰ বাবে যোৱাৰ লগে লগে একাংশ প্ৰতিবাদী কৃষকে তেওঁলোকক ঘেৰাও কৰে আৰু তেওঁলোকলৈ ক’লা চিঞাহী নিক্ষেপ কৰে। ঘটনাস্থলীত উপস্থিত থকা একাংশ আৰক্ষীৰ লোকে বিধায়কজনক এখন দোকানৰ ভিতৰলৈ লৈ যায়।
কিন্তু পৰৱৰ্তী সময়ত তাৰ পৰা ওলাই অহাৰ পৰত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় আৰু নাৰঙৰ কাপোৰ ফালি পেলায়। পিছত আৰক্ষীয়ে তেওঁক সুৰক্ষিত ঠাইলৈ লৈ যায়। মালআউটৰ আৰক্ষী উপ-আয়ুক্ত যশপাল সিঙে প্ৰকাশ কৰিছে যে, কৃষকসকলে বিজেপি নেতাজনক তাত সংবাদমেল অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্তত অটল হৈ আছিল।
আৰু পঢ়িব পাৰিব : দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতো শ্বাহ, নাড্ডা
এই ঘটনাত আৰক্ষীৰ এজন লোকো সামান্য আহত হৈছে। পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিছে আৰু ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। কৃষি আইনবিৰোধী প্ৰতিবাদত চাৰিমাহে অটল হৈ থকা কৃষকসকলৰ ক্ষোভৰ এই উদগীৰণ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।
Share :
Sponsor Ad
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>‘বৰ্তমান বিভিন্ন স্তৰত দ্ৰুত গতিত বাঢ়ি অহা বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠান সমূহ...
২৬ ছেপ্টেম্বৰত তেওঁ বিধানসভাৰ মজিয়াত প্ৰশ্ন এটাৰ প্ৰসংগ আনি শইকীয়াই কৈছে যে জল সম্পদ মন্ত্ৰী কেশব মহন্তৰ উত্তৰৰ পৰা অই কথা স্পষ্টকৈ জনা গৈছে যে প্ৰকল্পটোৰ সন্দৰ্ভত চৰকাৰৰ কোনো স্পষ্ট ইংগিত নাই।
এই সম্পৰ্কে জল আৰু শক্তি পৰামৰ্শ সেৱা লিমিটেড (Water and Power Consultancy Service Ltd. চমুকৈ WAPCOS) আৰু সংশ্লিষ্ট কেন্দ্ৰীয় চৰকাৰৰ বিভাগেহে অৱগত।
শইকীয়াই কৈছে যে ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটো বিজেপি চৰকাৰৰ মিথ্যাচাৰত বাদে আন একো নহয়, কাৰণ এই প্ৰকল্পটোক অসম চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটীখনে বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণ কৰাৰ বাবে অবাস্তৱ বুলি ২০১৭ৰ ৯ ছেপ্টেম্বৰতেই ঘোষণা কৰিছিল।
তাৰোপৰি, বিশেষজ্ঞ কমিটায়ে আৰু উল্লেখ কৰিছিল যে খনন কৰা চেনেলসমূহ বৰ্তি নাথাকিব কিয়নো সেয়া পুনৰ মাটিৰে ভৰ্তি হৈ যাব। তাৰোপৰি, ক্ৰমে বাঢ়ি গৈ থকা শাখাযুক্ত নদীৰ গতিপথে এক্সপ্ৰেছ ঘাইপথটো খান্দি পেলাব।
বিৰোধী নেতাগৰাকীয়ে কৈছে যে ৰাজ্য চৰকাৰে প্ৰকল্পটোৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব লাগিব।
প্ৰথমতে, বিশেষজ্ঞ কমিটীৰ বিৰূপ প্ৰতিৱেদন সত্তেও চৰকাৰে কিয় প্ৰকল্পটো চৰকাৰীভাৱে ৰদ কৰা নাই
দ্বিতীয়তে, কোনটো কৰ্তৃপক্ষই প্ৰযুক্তি-অৰ্থনৈতিক সাধ্যতাৰৰ দিশটো অনুমোদন কৰিব?
তৃতীয়তে, জৰীপৰ আধাৰত প্ৰস্তুত ধাৰণাপত্ৰখন জল সম্পদ বিভাগে কোন কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল? চতুৰ্থতে, কেন্দ্ৰ চৰকাৰে প্ৰস্তুত কৰা গেদ ব্যৱস্থাপনাৰ ওপৰত খচৰা নীতিখনত ব্ৰহ্মপুত্ৰৰ খননক অনুমোদন জনোৱা হৈছে নেকি?
শইকীয়াই কৈছে যে এই প্ৰশ্নসমূহৰ উত্তৰে ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্পটোৰ ভাগ্যক দিনৰ পোহৰৰ দৰে স্পষ্ট কৰি তুলিব।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত সংবাদ মাধ্যমৰ লোকসকলৰ উপস্থিতিত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এখন সভাত বিষয়াগৰাকীয়ে এই কথা সদৰী কৰে৷ বিষয়াগৰাকীয়ে লগতে জনায় যে, দেশৰ ১৫খন ৰাজ্যত ইতিমধ্যে এম আৰ ভেকচিন প্ৰদান কৰা হৈছে৷
চতুৰ্থ পৰ্যায়ত অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত ‘মিজেলচ এণ্ড ৰুবেলা’ চমুকৈ এম আৰ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ব৷ ৯ মাহৰ বয়সৰ পৰা ১৫বয়সৰ ল’ৰা-ছোৱালীক এই ভেকচিন প্ৰদান কৰা হ’ব ৷
এমাহজোৰা চলিব লগা এই ভেকচিন প্ৰদানত বৰপেটা জিলাৰ ৫ লাখ ৬৪ হাজাৰ ল’ৰা-ছোৱালীক এম আৰ ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷
সভাত অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীয়ে ল’ৰা-ছোৱালীৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এম আৰ ভেকচিন প্ৰদানত গুৰুত্ব দিবলৈ অভিভাৱকসকলক আহ্বান জনায়৷
Recent News
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
প্ৰথমতে বিগত দহ বছৰে যোগ কৰা অভিনেত্ৰীসকলৰ ভিতৰত আছে কবিতা কৌশিক ৷ কমেডী অনুষ্ঠান এফআইআৰত অভিনয় কৰা কবিতা কৌশিকৰ মত অনুসৰি যদি মই যোগা কৰি নাথাকিলো হয় ৷ তেতিয়া মোৰ জীৱনতো বেলেগ এটি দিশলৈ গতি কৰিল হয়। কবিতা কৌশিকে কয় যে তিনি বছৰৰ পূৰ্বে মোৰ পিতৃৰ মৃত্যু হয় ৷ ইয়াৰ পিছত মই ভাগি পৰিছিলো ৷ সেই সময়ত মই যোগৰ দ্বাৰা নিজকে পিতৃ...
কবিতা কৌশিকে লগতে কয় যে যোগে মোৰ জীৱন আৰু ব্যক্তিত্বক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰে। জীৱনক লৈ মোৰ যি দৃষ্টি ভংগী সেয়া পৰিৱৰ্তন কৰিলে যোগে । মই বুজি পালো যে জীৱনত মই কি বিছাৰোঁ ৷লগতে কবিতা কৌশিকে কয় যে আজিৰ দিনত সচাঁ বন্ধু পোৱাটো বহুত কঠিন ৷গতিকে আমি যোগেকেই নিজৰ বন্ধু বুলি আগবাঢ়িব লাগে ৷কাৰণ যোগা আপোনাক কেতিয়াও নিৰাশ নকৰে ...
সৰু পৰ্দাৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে দীপিকা সিঙ ৷ দীপিকা সিঙ কবচ ২ ৰ জৰিয়তে পুনৰ সৰু পৰ্দালৈ ওভতি আহিছে ৷ সৰু পৰ্দালৈ পুনৰ ওভতি অহাৰ সময়ত দীপিকাই নিজৰ সন্তান আৰু ফিটনেছৰ ওপৰত বহুত গুৰত্ব প্ৰদান কৰিছে ৷ দীপিকাৰ ওজন হ্ৰাস কৰা আৰু ফিটনেছ হৈ থকাত যোগাই গুৰুত্ব পূৰ্ণ ভূমিকা লয় ৷ ইফালে দীপিকাই দৃশ্য গ্ৰহণ চলি থকা সময়ত...
ভাবিজী ঘৰ পৰ হ্যেৰ অভিনেত্ৰী সোম্যা টেণ্ডনে কয় যে যোগৰ দ্বাৰা শৰীৰ শক্তিশালী হোৱাৰ লগতে মানসিক শান্তি পোৱা যায় ৷লগতে সোম্যা টেণ্ডনে কয় যে মোক প্ৰেগনেন্সিৰ সময়ত যোগে যথেষ্ট সহায় কৰিলে । বহু লোকে কয় যে প্ৰেগনেন্সি সময়ত যোগ কৰিব নালাগে কিন্তু যদি নিয়মনুৰে যোগা কৰে তেন্তে যোগা শৰীৰৰ কাৰণে অত্যন্ত জৰুৰী । নাগিন আৰু বিগ বছৰ ...
সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰৰবাহিকো শক্তিঃ অস্তিত্ব কে এহসাসৰ ধাৰাবাহিকৰ অভিনেত্ৰী ৰুবীনা দিলাইকে যোগাৰ সন্দৰ্ভত কয় যে মোৰ কাৰনে যোগ শৰীৰ,মন আৰু আত্মাৰ মিলন ৷ মই বিগত কেইবা বছৰ ধৰি যোগ কৰি আহিছোঁ ৷যোগ কেৱল ফিটনেছৰ কাৰণেই নহয় মানসিক শান্তিৰ কাৰণে অত্যন্ত জৰুৰী। এইয়া আছিল সৰু পৰ্দাৰ অভিনেত্ৰীসকলৰ যোগাৰ সন্দৰ্ভত কৰা মন্তব্য ৷গত...
অন্য খবৰৰ বাবে পঢ়ক: চাওঁ আহক : স্বাস্থ্যৰ ক্ষেত্ৰত কিমান সচেতন সৰু পৰ্দাৰ ষ্টাৰসকল ?
Tags: যোগ দিৱসত
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us