text
stringlengths
0
188k
ই-প্ৰশাসন
ভাৰতত ই-গভৰ্ণেন্স
আৰটিআই আইন 2005 ৰ বিষয়ে
অনলাইন ই-গভ সেৱাসমূহ
ভিএলইৰ বাবে সম্পদ
ভ্ৰাম্যমাণ শাসন
অধিক চাওক ...
এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএন...
ইফালে সম্প্ৰতি ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত ক...
সংবাদমাধ্যমৰ তথ্য অনুসৰি জুহুত সদ্যহতে ক্ৰয় কৰা বাসগৃহটো প্ৰেমিক ৰনবীৰ কাপুৰ সৈতে ভৱিষ্যতে বাস কৰিবলৈ আলিয়াই ক্ৰয় কৰিছে ৷ অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি "ব্ৰহ্মাস্ত্ৰ"ত একেলগে অভিনয় কৰিব ৷ ইয়াৰ প্ৰাকমুহুৰ্তত আলিয়া ক দেখা যাব ৰনৱীৰ সিঙৰ সৈতে জোয়া আখতাৰৰ ছবি গুলী বয়ত ৷ছবিখনৰ ট্ৰেইলৰ সম্প্ৰতি মুক্তি লাভ ...
ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত । উল্লেখ্য যে, ৰেপাৰ ডিভাইন আৰু নাএজীৰ জীৱনৰ ওপৰত আধাৰিত”গলী বয়” ছবিখন মুক্তি পাব “ভেলেন্টাইন ডে” অৰ্থাৎ ১৪ ফ্ৰেব্ৰুৱাৰীত ৷ ইফালে ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি ...
ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷ গতিকে সম্প্ৰতি “গলী বয়”ও বি টাউনত খলকনি তুলিব বুলি আশা কৰিছে কলা কুশলীসকলৰ লগতে অনুৰাগীসকলে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Mail: sentinelgroup@gmail.com
thesentinelmedia@gmail.com
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>চলিত বছৰৰ অহা ২১ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ এদিনীয়া ক্ৰিকেট মেচ।...
এতিয়া এই এদিনীয়া মেচখনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত চলি থকা কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে জিলা প্ৰশাসন আৰু অসম ক্ৰিকেট সন্থাৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে চলি থকা আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। কালিৰ এই সভাখন অনুষ্ঠিত হয় উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত।
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, গুৱাহাটী
আলোচনাৰ কালত উপায়ুক্তগৰাকীয়ে গড়কাপ্তানী, বিদ্যুৎ বিভাগ আৰু জি এম চিক অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত ষ্টেডিয়ামৰ আশে পাশে থকা পথ, নলা-নৰ্দমাৰ লগতে বিদ্যুতৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়। তেওঁ ষ্টেডিয়ামৰ লগতে দৰ্শকৰ সুৰক্ষা তথা অন্যান্য সম্পৰ্কতো এচিএৰ বিষয়ববীয়াৰ লগত বিভিন্ন আলোচনা কৰে।
উল্লেখ্য যে ইতিমধ্যে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচখনৰ বাবে ৰাজ্য চৰকাৰে ষ্টেডিয়ামৰ আন্তঃগাথনি উন্নয়নৰ বাবে ২.৮৫ কোটি টকাৰ অনুমোদন জনাইছে।
Recent News
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
হায়দৰাবাদৰ ফতেহ নগৰৰ এজন পান দোকানী জয়ন্ত প্ৰধান (৪১)ক আবকাৰী আৰক্ষীয়ে শনিবাৰে ২২৮টা গাঞ্জা ফ্লেভাৰ থকা চকলেটৰ সৈতে আটক কৰে।
আবকৰী পৰিদৰ্শক জীৱন কিৰনে কয় যে এক বিশেষ সূত্ৰৰ খৱৰৰ ভিত্তিত অভিযান চলাই তেওঁলোকে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। চহৰখনত দোকানীসমূহৰ এনেধৰণৰ সামগ্ৰী বিক্ৰী কৰাৰ অনুমতি নাই।
বিষয়াগৰাকীয়ে লগতে সদৰী কৰা মতে জেৰাত অভিযুক্তই সদৰী কৰিছে যে এই চকলেটবোৰ উৰিষ্যাৰ পৰা গাঞ্জা ক্ৰয় কৰা আকাশ দাস নামৰ লোক এজনে বনায় আৰু ফতেহ নগৰ আৰু ছনথ নগৰ পথৰ মাজত থকা পান দোকানীসমূহক বিক্ৰী কৰে।
গাঞ্জাসমূহ ইতিমধ্যে এক শুকান পাউডাৰলৈ পৰিৱৰ্তন কৰা হৈছে আৰু চকলেট পাউদাৰৰ সৈতে মিহলাই দিয়া হয়। গুড় আৰু আন পদাৰ্থৰ সৈতে ইয়াক লিকটিয়া কি দিয়া হয় আৰু ইয়াক চুহি খাব পাৰি। বিষয়াগৰাকীয়ে এইদৰে জানিবলৈ দিয়ে।
বিষয়াসকলে ৰাইজক তেওঁলোকৰ অঞ্চলত এনেধৰণৰ কোনো সন্দেহজনক কাৰ্যকলাপ দেখা পালে শীঘ্ৰেই জনাবলৈ অনুৰোধ কৰিছে।
Recent News
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনে কয়, “ৰাজীৱ গান্ধীয়ে বিশ্ব শান্তিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল আৰু শেষত শান্তিৰ বাবেই তেওঁ জীৱন আহুতি দিবলগীয়া হৈছিল। তেওঁ অসম চুক্তি কৰি অসমলৈ শান্তি ঘুৰাই আনিছিল।‘’
ৰাজীৱ গান্ধীয়ে পাঞ্জাব, মিজোৰামতো শান্তি প্ৰতিস্থাৰ বাবে আগভাগ লৈছিল। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত তেওঁ এক সুন্দৰ পদক্ষেপ লোৱা বাবেই বৰ্তমান ভাৰতে বিশ্বত এক মৰ্যাদাপূৰ্ণ স্থানত আছে বুলিও অনুষ্ঠানত ডা০ বৰ্মনে মন্তব্য কৰে।
প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই ৰাজীৱ গান্ধীৰ জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতবৰ্ষক আধুনিকীকৰণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীজনেই হ’ল ৰাজীৱ গান্ধী।
“আজি বিজেপি চৰকাৰে ডিজিটেল ইন্ডিয়াৰ কথা কয়, কিন্তু ৰাজীৱ গান্ধীয়ে তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোতেই ইয়াৰ ভেটি তৈয়াৰ কৰি থৈ গৈছে,”- শৰ্মাই কয়।
অসম চুক্তিৰ প্ৰসংগ উত্থাপন কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়, “অসম চুক্তি ৰাজীৱ গান্ধীয়ে কৰি থৈ গৈছিল, গতিকে ইয়াক কংগ্ৰেছে সদায় মানি চলিব।‘’
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও উপস্থিত থকা অনুষ্ঠানটোত প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, অকন বৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মী প্ৰমুখ্যে দলটোৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।
Recent News
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জাতীয় আৰু ভাষিক দুৰ্যোগৰ এই জটিল সন্ধিক্ষণত মন ভাৰাক্ৰান্ত হ’লেও আমি আমাৰ কৰ্তব্যসমূহ পাহৰিব নালাগিব; ইয়াৰ লগে লগে কৰ্মসংস্কৃতিকো আগস্থান দিব লাগিব। অসমত বিভিন্ন সময়ত হোৱা আন্দোলন, সন্ত্ৰাসবাদ আৰু এইবোৰ দমনৰ নামত ৰাষ্ট্রযন্ত্ৰৰ কঠোৰ নীতিয়ে আমাৰ জাতিটোক ইতিমধ্যে বহুত পিছুৱাই লৈ গ’ল। সেয়ে, কেৱল কৰ্ম-সংস্কৃতিয়েহে এতিয়া আম...
চাওঁতে চাওঁতে ইংৰাজী বছৰে বাগৰ সলালে। সময়ৰ এমুঠি সোণসেৰীয়া বালি আমাৰ হাতৰ মুঠিৰে যেন নিমিষতে সৰকি গ’ল। এইবালিখিনিৰ যিখিনি অৱশিষ্ট আমাৰ হাতত লাগি ৰৈ গ’ল সেইখিনিয়ে আমাৰ বছৰটোৰ উল্লেখনীয় প্ৰাপ্তি অথবা অপ্ৰাপ্তি নহয়নে?!
যোৱা পোন্ধৰ ডিচেম্বৰত বহু চৰ্চিত আৰু শেষলৈ সামান্য বিতৰ্কিত “চ্ছপাক” (CHHAPAAK) নামৰ মেঘনা গুলজাৰৰ কাহিনীৰে নিৰ্মিত কথাছবিখনে মুক্তি পায়। পোন্ধৰ বছৰ বয়সতে এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনভিত্তিক ছবিখনত মূল চৰিত্ৰটোত অভিনয় কৰিছে দীপিকা পাদুকনে। লক্ষ্মীৰ পৰিয়ালৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা বত্ৰিছ বছৰীয়া এজন...
আমাৰ সমাজত শকত-ক্ষীণ, ক’লা-বগা শৰীৰৰ বৰণ, ওখ-চাপৰ বা সমাজে বান্ধি দিয়া সৌন্দৰ্যৰ সংজ্ঞাই সামৰি নল’লেই আমি হীনমন্যতাত ভুগোঁ। তেনে শৰীৰক লৈ body shaming কৰা হয়। তেনে এখন সমাজত এচিডে বিকৃত কৰা মুখ লৈ নিজৰ তথা আন হাজাৰজনী লক্ষ্মীৰ বাবে যুঁজিবলৈ ওলাই অহা আৰু পৰিয়ালৰ অৰ্থনৈতিক সকাহ (টেলিভিছন চেনেলৰ ঘোষিকা পৰ্যন্ত) হোৱা লক্ষ্...
Criminology বুলি আইনৰ শাখাটোত অপৰাধ, ইয়াৰ কাৰণ, সামাজিক,মানসিক, জৈৱিক কাৰক আদি অধ্যয়ন কৰা হয়। এইটো বিষয় অধ্যয়ন কৰিলে বুজিব পাৰি ব্যক্তি এজনে সাধাৰণতে হঠাতে অপৰাধ এটা কৰি নেপেলায়। বেছিভাগ ক্ষেত্ৰতে যি পৰিবেশত ডাঙৰ-দীঘল হয়, লগ-সংগ আৰু খাদ্যাভ্যাসে অপৰাধ হোৱা বা নোহোৱাৰ ওপৰত বিস্তৰ প্ৰভাৱ পেলায়। এটা কথা নিশ্চিত যে শিশু অৱ...
সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ হৈ –
(উৎপলা কৌৰ)
অষ্টম বৰ্ষ, সপ্তম সংখ্যা, মাঘ ১৯৪১ শক
“সাহিত্য ডট্ অৰ্গ — পঢ়ক আৰু পঢ়ুৱাওক!”
← তাচনিম মিঠাইৱালা: সফলতাৰ আন এক নাম- অসীম শইকীয়া
বৰষাৰ সেউজীয়া – সমুজ্জল শইকীয়া →
You May Also Like
সম্পাদকীয় – নৱম বৰ্ষ, একাদশ সংখ্যা, শাওন ১৯৪২ শক
July 17, 2020 4
সম্পাদকীয় – (মাধুৰীমা ঘৰফলীয়া)
December 14, 2012 8
সম্পাদকীয় (মিতালী বর্মন)
April 15, 2012 1
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website