text
stringlengths
0
188k
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>বৃহস্পতিবাৰে মালদ্বীপৰ ৰাজধানী মালেত বিদেশী শ্ৰমিকৰ বাসগৃহত সংঘটিত ভয়াৱহ অগ্নি...
এজন নিৰাপত্তা বিষয়াই জনোৱা অনুসৰি মৃতসকলৰ ভিতৰত ৯ জন ভাৰতীয় আৰু এজন বাংলাদেশী নাগৰিক আছে। এই দ্বীপপুঞ্জৰ ৰাজধানীখন বিশ্বৰ বহুলোকৰ ছুটী কটোৱাৰ আদৰ্শ স্থান হিচাপে পৰিচিত। অঞ্চলটো পৃথিৱীৰ আটাইতকৈ ঘন বসতিপূৰ্ণ চহৰসমূহৰ ভিতৰত অন্যতম।
মালদ্বীপত থকা ভাৰতীয় উচ্চায়োগে ভাৰতীয় নাগৰিক আৰু অন্যান্যসকলে প্ৰাণ হেৰুৱা মালেত সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰিছে।
মালদ্বীপৰ ৰাজনৈতিক দলসমূহে বিদেশী শ্ৰমিকসকলৰ অৱস্থাক সমালোচনা কৰিছে। বিদেশী শ্ৰমিকসকল মালেৰ আঢ়ৈ লাখ জনসংখ্যাৰ প্ৰায় আধা আৰু বেছিভাগ বাংলাদেশ, ভাৰত, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ বাসিন্দা।
We are deeply saddened by the tragic fire incident in Malé which has caused loss of lives, including reportedly of Indian nationals.
We are in close contact with the Maldivian authorities.
For any assistance, HCI can be reached on following numbers:
+9607361452 ; +9607790701
— India in Maldives (@HCIMaldives) November 10, 2022
কোভিড-১৯ মহামাৰীৰ যেতিয়া স্থানীয় লোকৰ তুলনাত বিদেশী শ্ৰমিকৰ মাজত তিনিগুণ দ্ৰুতগতিত সংক্ৰমণ বিয়পি পৰিছিল সেইসময়তে তেওঁলোকৰ দৰিদ্ৰ জীৱন ধাৰণৰ পৰিস্থিতি উন্মোচিত হৈ পৰিছিল।
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় !
ছাত্ৰ নেতাৰ দেহাৱসান
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>‘ন অসমীয়াৰ সংগ ল’বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে৷খিলঞ্জীয়া ৰাইজে বৰদলৈক মাৰ্ঘেৰিটাৰ পৰা বিদায় দিলে।’ এই কট...
লোকসভা নিৰ্বাচনক লৈ মাৰ্ঘেৰিটা সমষ্টিত ৰণকৌশল প্ৰস্ততৰ উদ্দেশ্যে আজি মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি বিধায়ক ভাস্কৰ শৰ্মাই এইদৰে তীৰ্ষক মন্তব্যৰে কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰে। লগতে বিধায়কগৰাকীয়ে মাৰ্ঘেৰিটা সম্প্ৰতি কংগ্ৰেছ অভিভাৱক শূন্য হ’ল।
নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয় নিশ্চিত বুলি মন্তব্য কৰি বিধায়ক ভাস্কৰ শৰ্মাই অসম বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলিও উল্লেখ কৰে৷
আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত বিজেপিৰ সভাত আজি তিনিশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা কাৰ্যই নিশ্চিত ভাৱে চিন্তিত কৰি তুলিছে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ মহলত৷
Recent News
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সা...
হাৰ্পিছ ছিম্‌প্লেক্স
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
Herpes labialis of the lower lip. Note the blisters in a group marked by an arrow.
আই.চি.ডি.-10
A60, B00, G05.1, P35.2
আই.চি.ডি.-9
054.0, 054.1, 054.2, 054.3, 771.2
ডিজিজেছ ডে'টাবে'ছ
5841 সাঁচ:DiseasesDB2
ইমেডিচিন
med/1006
MeSH
D006561
যৌনাংগৰ হাৰপিছ (ইংৰাজী: Herpes ) হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ (HSV-1) আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ (HSV-2) সংক্ৰমণৰ ফলত হয়।
সংক্ৰমণ[সম্পাদনা কৰক]
যৌনাংগত HSV-2ৰ সংক্ৰমণ থকা ব্যক্তিৰ সৈতে যৌনসংগম কৰিলে এইৰোগ সংক্ৰমণ হব পাৰে। এই ক্ষেত্ৰত বাহিৰৰ পৰা উক্ত ব্যক্তিৰ হাৰপিছ আছে যে এনে ধাৰণা কৰিব পৰা নাযায় আৰু আক্ৰান্ত ব্যক্তিয়েও তেওঁ ৰোগ সম্পৰ্কে জ্ঞাত নহ'ব পাৰে।
লক্ষণ আৰু উপসৰ্গ[সম্পাদনা কৰক]
বেছিভাগ ক্ষেত্ৰতে আক্ৰান্ত ব্যক্তিয়ে গমেই নাপায় যে তেওঁ HSV-2ত আক্ৰান্ত। সাধাৰণতে এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ দুসপ্তাহ মানৰ পাছতহে শৰীৰৰ বাহিৰত ইয়াৰ প্ৰকাশ ঘটে। ইয়াৰ ঘাঁবোৰ দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত নোহোৱা হৈ যায়। ঘাঁবোৰ সাধাৰণতে যৌনাংগ বা মলদ্বাৰৰ ওচৰত এটা বা একাধিক গুটিৰ দৰে দেখা দিয়ে। প্ৰথম এই গুটিবোৰ দে...
চিকিৎসা[সম্পাদনা কৰক]
হাৰপিছ নিৰাময় কৰিবপৰা চিকিৎসা নাই। কিন্তু প্ৰতিৰোধৰ ঔষধ খাই থাকি ঘাঁবোৰ প্ৰতিৰোধ কৰা আৰু কম দিন থকাৰ চিকিৎসা কৰিব পৰা যায়। সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।
প্ৰতিৰোধ[সম্পাদনা কৰক]
যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
আইএনডিজি দল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Herpesviridae সম্পৰ্কীয় মিডিয়া ফাইল আছে।
হাৰ্পিছ ছিম্‌প্লেক্স বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
"https://as.wikipedia.org/w/index.php?title=হাৰ্পিছ_ছিম্‌প্লেক্স&oldid=237597"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
যৌন সংক্ৰামক ৰোগ
ৰোগ
অদৃশ্য শ্ৰেণীসমূহ:
অধিক উৎস বিচাৰি থকা প্ৰবন্ধ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ১১ জুন, ২০২০ তাৰিখে ০৯:৫১ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত চলি থকা অবৈধ চুলাই মদ, বিলাতী সুৰাৰ ব্যৱসায়ীৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আবকাৰী বিভাগে আজি পুনৰ এক অভিযান চলায়।
উল্লেখযোগ্য যে আজিৰ এই অভিযান কালত মাৰ্ঘেৰিটা আবকাৰী বিভাগে তিনিজনকৈ অবৈধ সুৰা ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকে গোপন স্থানত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাও জব্দ কৰিবলৈ সক্ষম হয়।
মন কৰিব লগীয়া যে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত চলি থকা মদৰ অবৈধ বেহাই সামাজিক বাতাবৰণ বিনষ্ট কৰা বুলি স্থানীয় ৰাইজে পূৰ্বৰে পৰা অভিযোগ উত্থাপন কৰি আহিছিল।
আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে আবকাৰী বিভাগে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কেইবাখনো লাইন হোটেল, ধাবা, পান দোকান আদিত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
অভিযানকাৰী দলটোৱে বিশেষকৈ পাৱৈ ৰে’ল গেটৰ ওচৰত থকা লাইন হোটেল সমূহত তালাচী চলাই অবৈধ ভাবে মজুত কৰি ৰখা বিলাতী মদৰ লগতে মনিষ পাল(৩২), কানাই প্ৰসাদ(৬০) আৰু কিষান দেউ গড়(২৫) নামৰ সুৰা ব্যৱসায়ী কেইজনক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।
ইফালে ডিগবৈ ১ নং গোলাইত থকা পালেংবাৰী ধাবা, গোলাবাৰী ধাবা, স্প্লীটভিল্লা ধাবা, পাৰ্কইন ধাবাত অতৰ্কিতে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
Recent News
দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
মহিলাৰ উদ্যমীয়তা আৰু সবলীকৰণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত
বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উদ্যোগত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
এছ এছ বিৰ উদ্যোগত গুৱাহাটীত সামৰিক-অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক, তথ্যৰ আদান প্ৰদানত গুৰুত্ব
ভাৰতীয় সেনাৰ উদ্যোগত ৰঙিয়াত পূর্ব সৈনিক সন্মান সমাৰোহ অনুষ্ঠিত।
২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব চতুৰ্থ বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলা
NE Focus -
সম্পাদনাৰ মেজৰ পৰা