text stringlengths 0 188k |
|---|
ফোনটো থৈ চকীৰ পৰা উঠি টোপনিত ঢলি পৰা বন্ধু দুটাৰ গাত তাৰ একমাত্র কম্বলখন ভালদৰে জাপি দিলে সি। পাকঘৰৰ কোণত থকা সৰু বেচিনটোৰ ওচৰলৈ গৈ সি হল হল কৈ বমি কৰিলে। পেটৰ ভিতৰৰ থকা সমস্ত দূষিত বস্তুবোৰ ওলাই যোৱাৰ লগে লগে মনৰ ভিতৰত জমা হোৱা দুখবোৰো যেন ওলাই গ’ল! চকুত অলপ পানী মাৰি সি বাহিৰত অলপ খোজকাঢ়িবৰ বাবে উদ্যত হল। দুৱাৰখন খুল... |
ওপৰলৈ চাই খোজকঢ়াৰ বাবে শিলগুটি এটাত উজুটি খাই ভৰিত সামান্য দুখ পালে সি। কিন্তু সি থমকি নৰ’ল। বৰঞ্চ তাৰ মনত পৰিল এদিন বাইদেউজনীয়ে কোৱা ড° ডাইচাকু ইকেডাৰ কবিতা এফাঁকিলৈ : |
“Where there is challenge, there is progress. |
Where there is challenge, there is hope. |
Where there is challenge, there is joy. |
Where there is challenge, there is happiness. |
Where there is challenge, there is victory.” |
######## |
← উপলব্ধি (সঞ্জীৱ কেওট) |
লাজ (জাহ্নৱী গগৈ) → |
You May Also Like |
অদৃশ্য লাভাবোৰ….(ৰক্তিম গোস্বামী) |
December 14, 2012 0 |
ক্ষুদ্ৰ গল্প ( বান বিশেষ) – ঈশ্বৰ প্ৰসন্ন বৰা |
August 12, 2019 March 10, 2021 0 |
শিলাময় নদী, নীলা পানী (জয়ন্ত আকাশ বৰ্মন) |
October 14, 2016 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অধীনস্থ হাংজাংলাংছত থকা অবৈধ সুৰা জব্ধ কৰি থোৱা এটা গুডামত জুই লগাৰ বাতৰি পোৱা হৈছে। ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে নিশা এই অগ্নিকাণ্ডটো সংঘটিত হয়। আৰক্... |
২ ডিচেম্বৰ দেওবাৰৰ দুপৰীয়া জুয়ে কাৰ্বি আংলঙৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত দুটা বাসগৃহ ভস্মীভূত কৰে। তেলৰ টেংকাৰ পাৰ্ক কৰি থোৱা স্থানৰ পৰা এই জুইৰ সূত্ৰ পাত হৈছিল। সন্দেহ কৰা হৈছে যে কোনো তেল চুৰি কৰি থাকোঁতে এই চুৰি কাৰ্যত ব্যৱহৃত মটৰ এটাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। |
বোকাজান আৰু ডিমাপুৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি জুই নুমুৱায় আৰু জুই বিয়পি যোৱাতো ৰোধ কৰে। উল্লেখ্য যে বিগত ১১ নৱেম্বৰতো খটখটীত তেলৰ টংকাৰৰ পৰা তেল উলিওৱাৰ সময়ত এনে অগ্নিকাণ্ড ঘটিছিল। উক্ত ঘটনাত দুখন টেংকাৰ ভস্মীভূত হৈছিল। নাগালেণঅড সীমান্তত অৱস্থিত এই স্থানত আন্তঃৰাজিক তেল চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হয়। |
স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে আৰক্ষী আৰু প্ৰশাসনৰ লোকে এই ঠাইৰ মাফিয়াসকলৰ সৈতে যুক্ত হৈ পতিতাবৃত্তি, নাগালেণ্ডলৈ দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰাৰ বিতৰণ আৰু চোৰাং কাৰবাৰ চলাই আছে। এই ঠাইখন ডাগছৰ কাৰবাৰ, সমগ্ৰ ভাৰতৰ পৰা অনা চোৰাং গাড়ীৰ সৰাবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে। |
Recent News |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ |
Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ছ’ল’মন নৰ্থাপ, আমেৰিকাৰ নিউয়ৰ্কৰ বাসিন্দা এজন স্বাধীন কৃষ্ণাংগ। ভায়’লিন বজোৱাত পাৰ্গত। সেইয়াই তেওঁৰ জীৱিকা। পত্নী আৰু দুটি সন্তানৰ সৈতে এক সুখী পৰিয়াল। পৰিয়ালৰ বাবে যিকোনো কষ্ট কৰিবলৈ তেওঁ সাজু। |
এদিন দুজন মানুহ তেওঁৰ ওচৰলৈ আহে দুসপ্তাহ ভায়’লিন বজোৱাৰ এটি ভাল দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ লৈ। পৰিয়ালক লৈ বহুতো সপোন দেখা ছ’ল’মনে এই প্ৰস্তাৱ মানি লৈছিল আৰু উপস্থিত হৈছিল ৱাশ্বিংটন চহৰ। কিন্তু তেওঁ নাজানিছিল তেওঁ ইতিমধ্যে এটা ষড়যন্ত্ৰৰ দলদলত লাহে লাহে সোমাই পৰিছিল বুলি। আচলতে সেই দুজন লোক আছিল কৃষ্ণাংগ লোকক বেচি খোৱা দালাল... |
জীৱনৰ এই অধ্যায়ত তেওঁৰ নাম প্লেট্, পৰিচয় জৰ্জিয়াৰ পৰা পলায়ন কৰা এটা দাস। |
লিখা-পঢ়া জনা ছ’ল’মন এতিয়া এজন নিৰক্ষৰ দাস। প্লেটক কিনিছিল দয়ালু তথা উদাৰ স্বভাৱৰ উইলিয়াম ফৰ্ডে, মানে ফৰ্ড এতিয়া প্লেটৰ মালিক অতি কম দিনৰ ভিতৰতে প্লেট্ মালিকৰ প্ৰিয় ভাজন হৈ পৰিছিল। কিন্তু এই কথা ভাল পোৱা নাছিল উইলিয়াম ফৰ্ডৰে এজন শ্বেতকায় বিষয়াই। এদিন প্লেট আৰু এই বিষয়াজনৰ মাজত হোৱা কাজিয়াৰ পৰিপ্ৰেক্ষিতত প্লেট্ স্থানান্ত... |
লাহে লাহে দাসত্ব জীৱনৰ সৈতে অভ্যস্ত হৈ পৰিছিল। তাতেই তেওঁ লগ পাইছিল এজনী কৃষ্ণাংগী দাসী পেটছীক যি সততেই মালিক এপছৰ কামনাৰ বলি হৈছিল। এই কথাৰ বাবে এপছৰ পত্নীয়ে পেটছীৰ ওপৰত চলাইছিল নানা ধৰণৰ অত্যাচাৰ। দাসত্ব জীৱনৰ এই ৰূপ দেখি লাহে লাহে তেওঁ আচল চিনাকি পাহৰিবলৈ ধৰিছিল। কপাহ খেতিৰ মালিক এপছৰ অত্যাচাৰ নিৰৱে সহি গৈছিল প্লেট,... |
তেনেতে এদিন প্লেট্ ওৰফে ছ’ল’মনে লগ পাই কানাডিয়ান শ্ৰমিক বেছক। যাৰ এই দাসত্ব প্ৰথাৰ প্ৰতি ধাৰণা আছিল সম্পূৰ্ণ বিপৰীত। প্লেটে নিজৰ আচল পৰিচয় তেওঁৰ আগত দাঙি ধৰি তেওঁৰ সহায় বিচাৰিলে। প্লেটে বেছক এখন চিঠি ছ’ল’মনৰ পুৰণা বন্ধুবৰ্গলৈ পঠিয়াই দিবলৈ খাটনি কৰিলে। যদিও তেনে কৰিবলৈ যাওঁতে বেছৰ নিজৰ জীৱনৰ সংশয় আছিল, তথাপি এটা মুক্ত জ... |
এদিন কাম কৰি থাকোঁতে ছ’ল’মনৰ ওচৰলৈ এজন মানুহ আহিল। তেওঁ আছিল ছ’ল’মনৰ চিনাকি এজন লোক। তেওঁ আহিছিল প্লেটৰ বাৰ বছৰীয়া সেই দাসত্ব জীৱনৰ পৰা উলিয়াই ছ’ল’মনক স্বাধীন জীৱনলৈ ঘূৰাই আনিবলৈ। |
মূল চৰিত্ৰ ছ’ল’মনৰ ভূমিকাত অভিনয় কৰা ছুয়েটাল এজিয়ফ’ৰে সাৱলীল অভিনয়ে ছ’ল’মনক জীৱন্ত কৰি তুলিছে, অভিনয়ত সুন্দৰভাৱে প্ৰকাশ পাইছে দুখ তথা খং। এজন সংগীতজ্ঞৰ পৰা দাস লৈ হোৱা জীৱনৰ এই পৰিৱৰ্তন সুন্দৰভাৱে ফুটাই তুলিছে অভিনয়েৰে। মাইকেল ফেছবেণ্ডাৰক দেখা গৈছে এজন নিৰ্দয় মালিকৰ ৰূপত। এজন নিৰ্দয় মালিক, এজনী কৃষ্ণাংগী দাসীৰ প্ৰতি আস... |
ইয়াৰোপৰি কথাছবিখনত অভিনয় কৰিছে ব্ৰেড পিট, বেনেডিক্ট কামবাৰবেটছ, পৌল ডান’ আদি বহুতো প্ৰখ্যাত অভিনেতাই। |
নিৰ্দেশক হিচাপে ষ্টিভ মেককুইনৰ এইখন তৃতীয় কথাছবি। কথাছবিখনত বহুতো নৃশংসতাৰ দৃশ্য আছে, যি আপোনাৰ মনক যথেষ্ট কষ্ট দিয়াৰ লগতে শৰীৰ কঁপাই তুলিব পাৰে। যেনে: ছ’লমনক ডিঙিত বান্ধি গছত ওলোমাই থোৱা সেই দৃশ্য, পেটছীক সম্পূৰ্ণ উলংগ কৰি চাবুকেৰে পিঠিয়াত কোবোৱা দৃশ্য, এগৰাকী মাতৃক নিজ সন্তানৰ পৰা বিচ্ছেদৰ দৃশ্য। এইবিলাক |
দৃশ্য দেখিলে দাসত্ব জীৱনৰ ভয়াৱহতাৰ কথা আপোনাৰ মনলৈ আহিব, ভাবিব মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰেনে? এক কথাত কথাছবিখনে আমেৰিকান বুৰঞ্জীৰ এক ক’লা অধ্যায় আমাৰ আগত দাঙি ধৰিছে। |
ছ’ল’মন নৰ্থাপৰ ১৮৫৩ চনৰ গ্ৰন্থ “টুৱেলভ ইয়েৰছ এ স্লেভ”ৰ আধাৰত নিৰ্মিত কথাছবিখনে আঁজুৰি আনিছে ২০১৩ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ কথাছবিৰ পুৰস্কাৰৰ লগতে ২০১৩ চনৰ গল্ডেন গ্লৱ-ড্ৰামাৰ শ্ৰেষ্ঠ কথাছবিৰ পুৰস্কাৰ। লগতে পেটছীৰ ভূমিকাত সুন্দৰ অভিনয় কৰা লুপাইটা নায়ংগাই লাভ কৰিছে অস্কাৰৰ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ পুৰস্কাৰ। |
এক স্বাধীন জীৱনৰ পৰা দাসত্ব জীৱন, সঁচাকৈয়ে সপোনতো ভাবিবলৈ মন নোযোৱা এক কথা, যি কিন্তু ঘটিছিল ছ’ল’মন নৰ্থাপৰ জীৱনত। যি হাত ভায়’লিন বজোৱাত পাৰ্গত আছিল, সেই হাতত ভায়’লিনৰ সলনি আহিছিল কুঠাৰ, কোৰ আদি দাসত্ব জীৱনৰ সঁজুলিসমূহ। সুদীৰ্ঘ বাৰ বছৰকাল দাস হিচাপে থাকিও তেওঁ মনোবল হেৰুওৱা নাছিল। আশা তেওঁ এৰা নাছিল। আৰু এদিন তেওঁ আশাৰ... |
কথাছবিখনে দাসত্ব জীৱনৰ নৃশংসতাৰ লগত আমাক পৰিচিত কৰাইছে। মেককুইনে প্ৰতিটো দৃশ্যত আৱেগ অনুভূতি ঢালি চৰিত্ৰবোৰ জীৱন্ত কৰি তুলিছে। কথাছবিখন চাই থাকোঁতে আপোনাৰ মনটো মিশ্ৰিত আৱেগেৰে ভৰি পৰিব, কাৰণ ই আপোনাক মাজে মাজে কৰি তুলিব খঙাল, মাজে মাজে কৰি তুলিব আচৰিত, মাজে মাজে আপোনাৰ নিজৰ ওপৰতে লাজ লাগিব আৰু শেষত আপুনি হৈ পৰিব অভিভূত... |
← গঁড় হত্যা আৰু প্ৰতিৰোধ (অনামিকা চলিহা) |
ৰথৰ চকৰি ঘূৰে (অনামিকা বৰুৱা) → |
You May Also Like |
কেলেণ্ডাৰ – এক অনুভৱ : মৃণাল কুমাৰ মিশ্ৰ |
March 20, 2018 0 |
সংগ্ৰাম কৰি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা এজন অভিনেতাৰ কাহিনী |
April 17, 2021 April 18, 2021 0 |
মেৰীকম (সুস্মিতা দাস) |
September 14, 2014 0 |
Subscribe |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.