text
stringlengths
0
188k
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
Gujrat Election Results: বিজেপিৰ জয়ৰ ৫ টা কাৰণ : কংগ্ৰেছৰ 'ৰাৱণ'ৰ পৰা আৰম্ভ কৰি মোদীৰ মেজিকলৈকে
Himachal Pradesh Assembly Elections 2022: হিমাচল প্ৰদেশত কোন হ’ব মুখ্যমন্ত্ৰী! মহিলাৰ হাতত থাকিব নেকি শাসনৰ বাঘজৰী?
হিমাচল-গুজৰাট নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া উপস্থিত হ'ব বিজেপিৰ মুখ্য কাৰ্যালয়ত
অমানৱীয়! পাষণ্ড পুত্ৰই দাৰে উপৰ্যুপৰি ঘপিয়ালে বৃদ্ধ পিতৃক
পুনৰ দিল্লীত চুটকেছত উদ্ধাৰ মহিলাৰ মৃতদেহ! এতিয়ালৈকে পৰিচয় কৰিব পৰা নাই চিনাক্ত, অপৰাধ শাখাৰ তদন্ত অব্যাহত
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
আজি ১৪ নৱেম্বৰ । দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । আনহাতে, শিশু সকলৰ মাজত পণ্ডিত গৰাকী জনপ্ৰিয় আছিল 'নেহৰু চাচা' ৰূপে । যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্...
শিশু সকলৰ এই বিশেষ দিনটো উপলক্ষে সমগ্ৰ ৰাজ্যতেই দেখা গৈছে বিভিন্ন আয়োজনৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী । নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজৰে আজিৰ দিনটো উদযাপন কৰা হ'ব শিক্ষানুষ্ঠান সমূহত ।<eot>মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ৰাজ্য়জুৰি সপ্তাহয...
নির্জনতাৰ সুযোগ লৈ পুৱতি নিশা চোৰে ছাতাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰথমে চি চি টিভিৰ ডি.ভি.আৰ আৰু কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি ভিতৰত থকা বৃহৎ পৰিমাণৰ বিদেশী সুৰা উঠাই নিয়াৰ লগতে চি চি টিভিৰ সমস্ত যন্ত্ৰ পাতি লৈ উধাও হয় ।
wine bar
আজি পুৱতি নিশা চলোৱা এই চাফাই অভিযানৰ কালত ৱাইন বাৰ খনৰ প্ৰায় ৯৭ হাজাৰ ৬২০ টকা মূল্যৰ বিদেশী সুৰা লুটি নিয়ে । পুৱা পথচাৰীৰ জৰিয়তে জানিব পাৰি স্বত্বাধিকাৰী মঞ্জিল দলেয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ ঢকুৱাখনা সদৰ থানাত অৱগত কৰে ।
সদৰ থানাৰ উপ পৰিদর্শক গৌতম দত্তই ঘটনা স্থলী পৰিদর্শন কৰি তদন্ত আৰম্ভ কৰিছে । এই সন্দৰ্ভত ঢকুৱাখনা থানাত এক গোচৰ ৰুজু কৰিছে স্বত্বাধিকাৰী মঞ্জিল দলেয়ে ।<eot>টীয়কৰ কলিয়াপানী চাংমাই গাঁৱৰ প্ৰনীতা বাৰুৱতী নামৰ এগৰাকী মহিলাই টীয়কৰ জগদুৱাৰৰ SBI এ টি এমৰ পৰা ধন উলিয়াই নিওতে কাষতে থকা দুজন অচিনাকী হিন্দীভাষী ব্যক্তিয়ে পলকতে তে...
ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে পৰৱৰ্ত্তী সময়ত যেতিয়া ম’বাইল পুনৰ টকা কটাৰ মেছেজ পাই তেতিয়া আচৰিত হৈ পৰে আৰু লগে লগে ঘৰৰ ব্যক্তিক অৱগত কৰে।
আৰু টীয়ক আৰক্ষীক এজাহাৰ দাখিল কৰে।
অভিযোগ মতে অনলাইন চপিংৰ যোগে পলকতে ৭৪০০০ টকা SBI একাউন্টৰ শ্বিলঙৰ আশীষ ভট্টাচাৰ্য নামৰ এগৰাকী ব্যক্তিৰ নামত ৪০০০০ টকা ট্ৰেঞ্চফাৰ হয় আৰু গৌৰীসাগৰৰ ATM ৰ পৰা ৩১০০০ টকা নগদ উলিয়াই মুঠ ১৪৫০০০ টকা মাত্ৰ আধা ঘন্টাৰ ভিতৰত হৰলুকী কৰে।আৰক্ষীয়ে ইতিমধ্যে সকলো নথি লৈ তদন্ত আৰম্ভ কৰিছে।
Recent News
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
পেৰেড অনুষ্ঠানত উপস্থিত থকা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি বিশ্বই ভাৰতক বেলেগ চকুৰে লক্ষ্য কৰিছে। বৰঝাৰৰ বায়ুসেনাঘাটীত ১১৮ হেলিকপ্টাৰ য়ুনিটক প্ৰেচিডেণ্টছ স্পেচিয়েল এৱাৰ্ড আৰু মেমোৱাৰাস্থিত আকাশমাৰ্গ প্ৰতিৰক্ষা মহাবিদ্যালয়ক (Air Defence College) কালাৰ্ছ এৱাৰ্ড প্ৰদান কৰাৰ সময়ত প্ৰদান কৰা ভাষণত তেওঁ কয়, ‘‘মই অলপতে ভিয়েটনাম আৰু অষ...
ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কৈছে যে ভাৰত এক প্ৰধান শক্তি হিচাপে পৰিগণিত হৈছে আৰু আন্তৰ্জাতিক নিৰাপত্তা, বাণিজ্য আৰু ব্যৱসায় আৰু পাৰিপাৰ্শিক সুৰক্ষাৰ উদাহৰণক আকাৰ দিয়াৰ ক্ষেত্ৰত এটা অগ্ৰগণ্য ভূমিকা গ্ৰহম কৰিবলৈ আগবাঢ়িছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আন্তৰ্জাতিক পৰ্যায়ত ভাৰত উজলি উঠাৰ বহুকেইটা মাত্ৰা আছে। এই ক্ষেত্ৰত আমাৰ সামৰিক বাহিনীৰ সাহস আৰু সামৰ্থ্যই বিশেষ মৰ্যাদা লাভ কৰিছে।
উল্লেখ্য যে প্ৰেচিডেণ্টছ স্পেচিয়েল এৱাৰ্ড আৰু কালাৰ্ছ এৱাৰ্ড সেনা বাহিনীৰ ইউনিটক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গোটটোৱে শান্তি আৰু যুদ্ধৰ সময়ত ৰাষ্ট্ৰলৈ আগবঢ়োৱা অমূল্য অৱদানৰ স্বীকৃতি হিচাপে এই সন্মান প্ৰদান কৰা হয়।
উল্লেখ্য যে ১১৮ হেলিকপ্টাৰ য়ুনিট (চেলেঞ্জাৰ) হৈছে এমআই-৮ হেলিকপ্টাৰ মোতায়েন থকা হেলিকপ্টাৰ আছে। এই য়ুনিটটো ১৯৭১ৰ ২২ নৱেম্বৰত চাবুৱা বায়ুসেনা ঘাটীত স্থাপন কৰা হৈছিল বুলি এয়াৰ মাৰ্শ্বেল নাম্বিয়াৰে জনাইছে।
আনহাতে লক্ষ্ণৌৰ মেমোউৰা বায়ুসেনা ঘাটীত অৱস্থিত আকাশমাৰ্গ প্ৰতিৰক্ষা মহাবিদ্যালয় হৈছে ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খনে কেবল ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও ভগ্নী সেৱাসমূহৰ লগতে বন্ধুভাৱাপন্ন ৰাষ্ট্ৰলৈও পেচাদাৰী প্ৰশিক্ষণ প্ৰদান কৰে।
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
চুলিত ৰং সনাৰ ধূম বৰ্তমান বহুলভাৱে হৈছে যদিও ইয়াৰ কিছুমান পাৰ্শ্ব ক্ৰিয়া আছে যিটো জানি সাৱধান হোৱা ভাল।
চুলিত ৰং সানিবলৈ যি ৰং ব্যৱহাৰ কৰা হয় তাত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। ইয়াৰ দ্বাৰা কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।
ইয়াক পৰীক্ষা কৰিবলৈ কানৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি সংক্ৰমণ নঘটে তেতিয়াহ’লে এই ৰং ব্যৱহাৰ কৰিব পৰা যায়।
যিবোৰ হেয়াৰ কালাৰ আমি ব্যৱহাৰ কৰো, তাত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল পোৱা যায়। এই কেমিকেলৰ ফলত এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে। ইয়াৰ গন্ধৰ ফলতেই ৰোগীৰ শ্বাস লোৱাটো কঠিন হৈ পৰিব পাৰে।
যদি আপোনাৰ ছাল সংবেদনশীল তেতিয়াহ’লে হোয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত শীঘ্ৰেই সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙা দাগৰ সৃষ্টি হ’ব পাৰে।
বাৰে বাৰে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ চুলি সৰা সমস্যাই দেখা দিব পাৰে। লগতে আপোনাৰ চুলিৰ দৃঢ়তাক প্ৰভাৱিত কৰিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।
আমি যেতিয়া হেয়াৰ কালাৰ চুলিত লগাও, তেতিয়া এই কালাৰ আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। কিয়নো ইয়াত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ধাৰাবাহিকভাৱে হেয়াৰ কালাৰ ব্যৱহাৰ কৰিলে ইয়াত থকা কেমিকেলে আমাৰ চুলিৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত তপা হোৱাৰ বিড়ম্বনাও আহিব পাৰে।
আমি ব্যৱহাৰ কৰা হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেল্চাৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে, এবাৰ লগোৱাৰ সময়ত যদি ছালৰ এলাৰ্জী দেখা দিয়ে তেতিয়াহ’লে তাক বৰ্জন কৰা উচিত।
হেয়াৰ কালাৰ লগোৱাৰ সময়ত বজাৰৰ পৰা যিকোনো সস্তা দামৰ হেয়াৰ কালাৰ আনি ব্যৱহাৰ নকৰিব। হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।
যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ কেতিয়াও নকৰিব।
আপুনি যদি প্ৰথমবাৰ হেয়াৰ কালাৰ ব্যৱহাৰ কৰে তেতিয়া অলপমান ব্যৱহাৰ কৰি চাই ল’ব যাতে ইয়াৰ পৰা এলাৰ্জী হয়নে নহয় তাক চাই ল’ব পাৰি।
হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চোৱা উচিত আৰু ইয়াক শিশুই চুব নোৱাৰাকৈ আঁতৰাই ৰখা উচিত।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
ঝাড়ুৱে সাৰি পেলালে ‘শুকান পদুম’ক
ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা
“মামা,আমাক খেলিবলৈ দিয়ক !”
অভিযন্তাক অপদস্থক কৰাৰ বাবেই বিদ্যুৎ কৰ্তন
খহনীয়াই খহাইছে ‘সপোন’