text
stringlengths
0
188k
স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>পৃথিৱীৰ সকলো জাতিৰে ইতিহাসত, সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ বৈদিক যুগৰে পৰা ভাৰতীয় ...
যুগে যুগে ভাৰতীয় নাৰীয়ে স্ব-মহিমাৰে নিজ শক্তি আৰু সামৰ্থ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সামাজিক ক্ষেত্ৰ-পৰিয়াল পৰিজনলৈকে প্ৰদৰ্শন কৰি আহিছে৷ ভাৰতীয় ঐতিহ্য-সংস্কৃতিত অতীজৰে পৰা নাৰীক কোনো কাৰণতে অবহেলা বা অবজ্ঞাৰ দৃষ্টিৰে চোৱা নাছিল, সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল৷
ধৰ্মীয় আখ্যানৰ পৰা যদি চাওঁ আমি দেখিম যে ভাৰতীয় সমাজত নাৰীক আগস্থান দিয়া হৈছিল৷ এই ক্ষেত্ৰত দুৰ্গাৰ জন্ম কাহিনীটোৱে প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ স্থান প্ৰমাণ কৰে৷ যেতিয়া ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে মহিষাসুৰকে আদি কৰি অসুৰ সকলৰ উপদ্ৰবৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰিব নোৱাৰি চিন্তান্বিত হৈ মিলিত হৈছিল সেই সময়তে তিনিওজনৰে নিশ্বাসৰ প...
পৌৰাণিক আখ্যানৰ পৰা যদি চাওঁ দেখো অনুসূয়া, শকুন্তলা, সাবিত্ৰী, সব্যা, সীতা, গান্ধাৰী, কুন্তী, দ্ৰোপদী, অত্ৰেয়ী-মৈত্ৰেয়ী আদি নাৰী সকলেও নিজ নিজ সাধনা, কৰ্মশক্তি, ত্যাগ আৰু স্বমহিমাৰে নাৰী শক্তিক কাললৈ যুগমীয়া কৰি থৈ গৈছে৷ এইসকল নাৰীয়ে একো একোটা যুগক নিজৰ কৰ্মেৰে ইতিহাসত নিজৰ নাম খোদিত কৰি থৈছিল৷ সাবিত্ৰীয়ে সাধনাৰ জৰিয়তে...
সব্যাই স্বামীৰ সত্য ৰক্ষাৰ্থে ৰাজ ৰাণী হৈয়ো ব্ৰাহ্মণৰ ঘৰত পুত্ৰৰ সতে লিগিৰীৰ কাম কৰিছিল আৰু স্বামী ৰজা হৰিচন্দ্ৰক সত্য ৰক্ষাত বা পৰীক্ষাত সহযোগিতা কৰি শেষত স্বামী-পুত্ৰ সহিতে হেৰোৱা ৰাজ্য ঘূৰাই পাইছিল৷
সীতাই শুদ্ধ-সৌম্য ৰূপেৰে ৰাৱণৰ অহংকাৰ চূৰ্ণ কৰি স্বামীৰ প্ৰজাবৎস্যলতাক সহায় কৰিছিল৷ শেষত দুজনা বীৰ পুত্ৰ জন্ম দি, পিতৃ অবিহনে অকলে লালন-পালন কৰি প্ৰকৃত শিক্ষাৰে সুশিক্ষিত কৰি ৰামৰ হাতত গতাই নিজৰ মৰ্য্যদা অক্ষুন্ন ৰাখি ইহজীৱন সম্বৰণ কৰিছিল৷
বৈদিক যুগৰ সমসাময়িক অসমত নাৰীৰ স্থান সম্পৰ্কে কোনো প্ৰামাণ্য তথ্য নাই যদিও ভাৰতবৰ্ষৰ প্ৰাচীন মহাকাব্য মহাভাৰতত উল্লেখ কৰা প্ৰাগ্ জ্যোতিষপুৰৰ কথা আৰু তাত বৰ্ণিত ঘটনাসমূহৰ পৰা অসমৰ নাৰী সম্পৰ্কে থূলমূল ধাৰণা কৰিব পৰা যায়৷ খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা প্ৰাক্-আহোম যুগলৈ মাথোঁ দুই-এগৰাকী নাৰীৰ নাম উল্লেখ আছে যদিও সাধাৰণ শ্ৰেণ...
অসমত অতীজৰে পৰা ইন্দো-মংঙ্গোলীয় ফৈদৰ ৰজাসকলে ৰাজত্ব কৰিছিল৷ সেইবাবে পুৰণি কালৰ পৰাই ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ তুলনাত অসমীয়া নাৰীৰ অৱস্থা কিছু পৰিমাণে উন্নত আছিল বুলি ঠাৱৰ কৰিব পাৰি৷ মহাভাৰতত উল্লেখ থকা চিত্ৰাংগদা, হিড়িম্বা আদি চৰিত্ৰসমূহে এই কথা প্ৰমাণ কৰে৷ স্মৃতিশাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অসমত নাৰীৰ বাবে সামাজিক বাধা-নিষে...
ভাৰতবৰ্ষৰ ইতিহাসত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী নাৰী আছিল অসম জীয়ৰী অমৃতপ্ৰভা৷ কলহনৰ ৰাজতৰঙ্গনী আৰু চীনা পৰিব্ৰাজক ঔ-কং ৰচিত কাশ্মীৰৰ বিৱৰণত বৈবাহিক সূত্ৰে কাশ্মীৰৰ ৰাজপটেশ্বৰী হোৱা অমৃতপ্ৰভাৰ নাম পোৱা যায়৷ কৰ্মপটুতা, বুদ্ধিমত্তা, সাহস আৰু পাণ্ডিত্যৰ বলেৰে তেওঁ বলীয়ান আছিল৷ অমৃতপ্ৰভাই বৌদ্ধ ধৰ্মৰ উন্নতিৰ বাবে সাধ্...
প্ৰাচীন গ্ৰীক সভ্যতাত পুৰুষৰ সৌন্দৰ্যক অগ্ৰাধিকাৰ দিয়া হৈছিল৷ কালক্ৰমত আধুনিক সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সৃষ্টিৰ সকলো ক্ষেত্ৰতে নাৰীৰ সৌন্দৰ্য্যই অগ্ৰাধিকাৰ পাই পুৰুষৰ কলমত বা সৃষ্টিত সুন্দৰ ৰূপত প্ৰতিভাসিত হৈ উঠিছে৷ এই ক্ষেত্ৰত পুৰুষজনৰ মানসিকতাই নিৰ্ণায়ক ভূমিকা লয়৷ আগৰ যুগত নাৰীৰ সৌন্দৰ্যক নান্দনিক দৃষ্টিৰে অংকিত কৰা হ...
যুগে যুগে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষে নাৰীৰ ওপৰত আধিপত্য স্থাপনৰ বাবে ধৰ্মৰ দোহাই দিয়াৰ পৰা আদি কৰি মানসিক বা মনস্তাত্বিক চাতুৰ্য্যৰে নানা কৌশল ৰচনা কৰি আহিছে৷ পুৰুষৰ এই আধিপত্যশীল মনোবৃত্তিটোৱে এতিয়াও নাৰীক ভোগৰ সামগ্ৰী কৰি ৰাখিব বিচৰাটোৱে নাৰীৰ সমঅধিকাৰ, সমমৰ্য্যদাৰ প্ৰসংগটোৰ অন্ত: সাৰশূন্যতাক প্ৰতিপন্ন কৰাৰ...
এইখিনিতে মোৰ মনত এটা প্ৰশ্নৰ উদয় হয়৷ বঞ্চনাৰ বা শোষণৰ ইতিহাসতো স্থায়ী নহয়৷ কেতিয়াবালৈ নাৰীৰ এই শোষণ আৰু বঞ্চনাই সবল ৰূপত মুৰ দাঙি উঠি পুৰুষক শোষণ আৰু বঞ্চনাৰ সমল কৰিব নেকি? বিক্ষিপ্ত হ’লেও বৰ্তমান সময়ত দেখা নাৰীৰ হাতত পুৰুষ নিৰ্য্যাতিত কিছু ঘটনা এই কথাবোৰৰে ফলশ্ৰুতি নহয় জানো? অসমৰ ৰাজনৈতিক ক্ষমতা বা নীতি নিৰ্ধাৰণৰ ক্ষে...
অসমৰ ৰাজনীতি বা বৌদ্ধিত ক্ষেত্ৰ খনতো বৈষম্য স্পষ্ট ৰূপত দেখা যায়৷ অসমীয়া জাতিৰ হৃদয়ৰ অনুষ্ঠান বুলি কোৱা “অসম সাহিত্য সভা“তো সেই বৈষম্য দেখা গৈছে৷ সত্তৰৰ দশকৰ পৰা অসমীয়া সাহিত্যৰ মেটমৰা বিশাল ভাণ্ডাৰলৈ মহিলাৰ অৱদান কম নহয়৷ কিন্তু সভাপতিৰ আসন খন মামণি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞিৰ দৰে প্ৰতিভাৱান সাহিত্যিকক বিনা প্ৰতিদ...
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও সমাজৰ সকলো ক্ষেত্ৰতে নাৰী-পুৰুষৰ সম অধিকাৰৰ পোষকতা কৰিছিল৷ তেওঁ নাৰী প্ৰগতিত সদায়ে উৎসাহ যোগাইছিল৷ সেয়ে স্বাধীনতা আন্দোলনত নাৰীসকলক পুৰুষৰ সমানে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল৷ সেই আহ্বানতে কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, সৰোজনী নাইডু আদি বহুতো নাৰীয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল...
গতিকে, অতীজৰে পৰা বৰ্তমানলৈকে কনকলতাৰ পৰা মূলাগাভৰু -জয়মতীলৈকে চালে দেখা যায় একো একোগৰাকী নাৰী়য়ে বিভিন্ন ৰূপত নিজস্ব দক্ষতাৰে গধূৰ দায়িত্ব পালন কৰি, অশেষ ত্যাগ স্বীকাৰ কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজৰো দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে৷ সুসংস্কৃত সমাজ আৰু পুৰুষৰ মনে নাৰীৰ প্ৰগতিত হেঙাৰ নহৈ সহায়ক হলে পৰিয়ালৰ লগতে সমাজখনো আ...
☆★☆
← অন্য এক পৃথিৱী (মাধুৰীমা ঘৰফলীয়া)
হিতেন শৰ্ম্মাৰ দিনলিপি (ধ্ৰুৱজ্যোতি শৰ্মা) →
You May Also Like
অসমীয়াত্বৰ সংকট: কাৰণ বিচাৰ আৰু প্ৰতিকাৰ (ৰক্তিম শৰ্মা)
June 15, 2015 March 10, 2021 1
অসমীয়া মৌখিক লোক সাহিত্য – -অনুশ্ৰী দাস
November 17, 2017 0
ওজন হ্ৰাসৰ সহজ পদ্ধতি আৰু ইয়াৰ পৰা হ'ব পৰা সমস্যা (নীত কাশ্যপ)
December 31, 2016 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব অহা ৩০ জুনত। কিন্তু ইয়াৰ পূৰ্বে নিৰাপত্তাৰ বিষয়টোৱে চাপত ৰাখিছে ৰাজ্য চৰকাৰক৷ ইতিমধ্যে জিলা প...
উজনি অসমৰ কেইখনমান জিলাক বাদ দি ৰাজ্যৰ অধিক সংখ্যক জিলাকেই স্পর্শকাতৰ হিচাপে চিনাক্ত কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ প্রাথমিক পদক্ষেপ ইতিমধ্যে গ্রহণ কৰিছে প্ৰশাসনে৷ এনআৰচি সন্দৰ্ভত চোৰাংচোৱাৰ প্রতিবেদন লাভৰ পাছত অসম আৰক্ষীয়ে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷
অতি স্পর্শকাতৰ, স্পর্শকাতৰ আৰু সাধাৰণ স্পর্শকাতৰ হিচাপে এলেকাসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ নিৰাপত্তাজনিত কাৰণতে সংশ্লিষ্ট জিলা আৰু এলেকাসমূহৰ নাম আৰক্ষী প্রশাসনে ৰাজহুৱা কৰা নাই৷ জানিব পৰা মতে অতি স্পর্শকাতৰ এলেকাসমূহত অধিক নিৰাপত্তা বাহিনী নিয়োগ কৰা হ’ব৷ প্রতিটো এনআৰচি সেৱা কেন্দ্রত তালিকা প্রকাশৰ এসপ্তাহমান পূর্বৰ ...
ইতিমধ্যে প্রতিখন জিলাত কিমান সংখ্যক নিৰাপত্তাৰক্ষীৰ প্রয়োজন, সেয়া জিলা আৰক্ষী অধীক্ষকসকলক নির্ণয় কৰিবলৈ অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ পৰা নির্দেশ দিয়া হৈছে৷ যিবোৰ স্থানত অধিক সংখ্যক বিদেশীৰ নাম এনআৰচিৰ তালিকাৰ পৰা বাদ পৰি যোৱাৰ সম্ভাৱনা আছে, তেনেবোৰ স্থানকে অতি স্পর্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে৷
উল্লেখযোগ্য যে এনআৰচিৰ দ্বিতীয়খন খচৰা তালিকা প্রকাশৰ লগে লগে অসমত আইন-শৃংখলাৰ অৱনতি ঘটিব পাৰে বুলি চোৰাংচোৱা সংস্থাই সকীয়াই দিয়াৰ পাছতে কেন্দ্রীয় গৃহ মন্ত্র্যালয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এই সন্দর্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছে৷
ৰাজ্যৰ যিবোৰ ঠাইত মৌলবাদী শক্তিৰ গতিবিধি ধৰা পৰিছে বা জেহাদী কার্যকলাপ চলিছিল, সেই অঞ্চলবোৰৰ উপৰি অসম-বাংলা সীমান্তকো অতি স্পর্শকাতৰ এলেকা হিচাপে লৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চোৰাংচোৱাই কেন্দ্র- ৰাজ্য চৰকাৰক পৰামর্শ আগবঢ়াইছে৷ কেন্দ্রীয় অর্ধসামৰিক বাহিনী, সেনাৰ নিয়োগ আৰু টহলৰ উপৰি প্রতিখন থানা আৰু আৰক্ষী চকী...
Recent News
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখযোগ্য যে যোৱা ৪ জুলাইত কমল দাসক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই কাণত ধৰাই আঁঠু কঢ়াই থোৱাৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ দেখা গৈছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৩টাকৈ গোচৰ ৰুজু হয় স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে।
জানিব পৰামতে, যোৱা ১১ বছৰে গণেশগুৰিৰ প্ৰতিষ্ঠানটোত অ’ডিটৰৰূপে কৰ্মৰত আছিল কমল দাস। কিবা কাৰণত ৫০গৰাকী গ্ৰাহকৰ নথি-পত্ৰ অডিট কৰিবলৈ ৰৈ গৈছিল বাবেই তেনেকুৱা নিন্দনীয় দুৰ্ব্যৱহাৰৰ কৰিছিল স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই।
আনহাতে আজি কৃষক মুক্তিৰ নেতা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, সদৌ অসম উন্নয়ন পৰিষদ আদি সংগঠনৰ নেতৃত্বৰ সৈতে মুকেশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰৰ এখন বৈঠকৰ সময়ত এই চুক্তি হয় যে স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্য্যন্ত মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ বন্ধ থ...
ইফালে গোচৰ দিয়াৰ লগতে স্বত্বাধিকাৰীজনে ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী তুলিছে ভুক্তভোগী কৰ্মচাৰী কমল দাসে।
আনহাতে এই ঘটনাটোক গুৰুত্ব সহকাৰে লোৱা বুলি জানিবলৈ দিছে আৰক্ষী আয়ুক্ত হীৰেন নাথ। দোষীক সাৰি যাবলৈ দিয়া নহয় বুলি আমাক জানিবলৈ দিয়ে হীৰেন নাথে। প্ৰতিষ্ঠানটোৰ মেনেজাৰক ইতিমধ্যে সোধা-পোছা কৰা হৈছে বুলিও জনালে আৰক্ষী আয়ুক্তজনে।
Recent News
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অসম