text stringlengths 0 188k |
|---|
English |
Urdu |
Hindi |
Odia |
Bengali |
Tamil |
Marathi |
Kannada |
Assamese |
Read the story in pictures |
Share |
Print this story |
South 24 Parganas , West Bengal |
See more from this region |
“মই সংগ্ৰহ কৰা বস্তুবিলাক আহি ভাগ ভাগ কৰিলো। তেওঁলোকে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীয়ে) এই বস্তুবিলাক ল’ব, ওজন কৰিব, মোক পইছা দিব,” লগত থকা বেগটোৰ পৰা কাগজ কেইখনমান উলিয়াবলৈ খৰখেদা কৰা কালু দাসে কয়। “সময় মতে যদি গাড়ী পাওঁ, তেন্তে ইয়াৰ পিছত দুঘণ্টাত গৈ মই ঘৰ পাম।” |
কেইবামাহৰ পিছত দ্বিতীয় সপ্তাহান্তত ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত দক্ষিণ ২৪ পাৰগনা জিলাৰ প্ৰায় ২৮ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ হাছানপুৰৰ পৰা ৬০ বছৰীয়া কালু দাস কলকাতালৈ আহিছে। কান্ধত এখন গামোছা লৈ অটোৰিক্সা আৰু বাছেৰে তেওঁ ঘৰৰ পৰা কলকাতালৈ আহিছে। |
দক্ষিণ-পূৱ কলকাতাৰ বিভিন্ন এলেকাৰ মানুহৰ ঘৰৰ পৰা ভঙা-ছিঙা সামগ্ৰী যোৱা ২৫ বছৰ ধৰি কালু দাসে সংগ্ৰহ কৰি আহিছে। তেওঁ কাবাড়িৱালা হোৱাৰ আগতে চলচ্চিত্ৰ বিতৰক কোম্পানী এটাত কাম কৰিছিল। “নেপচুন পিক্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰণে মই ফিল্মৰ ৰীল কঢ়িয়াইছিলো,” তেওঁ কয়। “মুম্বাই, দিল্লী, মাদ্ৰাছৰ পৰা অৰ্ডাৰ (৩৫ মিলিমিটাৰ ৰীলৰ কাৰণে)... |
কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত দাস কৰ্মহীন হৈ পৰিল। সেই সময়ত তেওঁ দক্ষিণ কলকাতাৰ বোসপুকুৰ এলেকাৰ এটা ভাড়াঘৰত আছিল। প্ৰতিবেশী এজনে তেওঁক পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত চিনাকী কৰাই দিয়ে। “মই যেতিয়া কামটো হেৰুৱালো, তেওঁ মোক তেওঁৰ ব্যৱসায়ত যোগ দিবলৈ ক’লে। তেওঁ ক’লে, ‘মই তোমাক প্ৰতিদিনে ২৫ টকাকৈ দিম। তুমি পূৱা ৮ বজ... |
PHOTO • Puja Bhattacharjee |
PHOTO • Puja Bhattacharjee |
দুই দশকৰো আগতে দাসে তেওঁৰ গুৰুক পৰ্যবেক্ষণ কৰিছিল আৰু পুৰণি কাগজ , কাগজ , প্লাষ্টিক , গ্লাছৰ বটৰ , লোহা আৰু আন সামগ্ৰীৰ মূল্য কেনেকৈ হিচাপ কৰিব লাগে , সেয়া শিকিছিল |
দাসে তেওঁৰ গুৰুক পৰ্যবেক্ষণ কৰি পুৰণি কাগজ, প্লাষ্টিক, গ্লাছৰ বটল, লোহা আৰু আন সামগ্ৰীৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে, সেয়া শিকিছিল। “১৫০ গ্ৰাম, ২০০ গ্ৰাম, ২৫০ গ্ৰাম আৰু ৫০০ গ্ৰাম হ’বলৈ কিমান লাগিব? সামগ্ৰীবোৰৰ মাজত পাৰ্থক্য বিচাৰ কৰিবলৈও মই শিকিছিলো।” সেই সময়ত বজাৰ ভাল আছিল। দুই দশকৰ আগতে আৰম্ভ কৰা ব্যৱসায়ৰ কথা দাসে... |
বাংলাদেশৰ পৰা ১৯৭১ চনত দাস ভাৰতলৈ আহিছিল। বাংলাদেশত তেওঁৰ পৰিয়ালে খেতি কৰিছিল। কিন্তু সেই সময়ৰ হিংসাত্মক পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাৰতলৈ পলাই আহিছিল। “সংঘাত আৰু সংঘৰ্ষৰ বাবেই মই বাংলাদেশ এৰিলো,” তেওঁ কয়। সেই সময়ত উত্তৰ পাৰগনাৰ কাঞ্চাৰাপাৰা নগৰত তেওঁৰ ভাতৃ নৰেন্দ্ৰ (ঢুকাইছে, ৰিক্সা চলাইছিল) আছিল। কালু দাস আহি প্ৰথমতে ... |
তলাবন্ধৰ আগতে, পেলনীয়া আৰু পুনৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী সংগ্ৰহ কৰিবলৈ সপ্তাহত চাৰিবাৰকৈ সোণাৰপুৰ তালুকৰ হাছানপুৰ গাঁৱৰ পৰা দাস কলকাতালৈ আহে। দিনে চাৰি-পাঁচ ঘণ্টাকৈ তেওঁ বিল্ডিং আৰু বস্তি কলনীত ঘূৰিবলৈ যায়। এনেদৰে মাহত প্ৰায় ৩০০০ টকা উপাৰ্জন কৰিছিল। |
মাৰ্চত যেতিয়া তলাবন্ধ আৰম্ভ হয় আৰু বাছ আৰু লোকেল ট্ৰেইনৰ চলাচল বন্ধ হৈ পৰিল, দাসৰো কাম বন্ধ হৈ পৰিল। “মই (কোনোমতে) কলকাতালৈ আহিবলৈ চেষ্টা কৰিলো,” তেওঁ কয়। “কিন্তু মানুহে মোক সতৰ্ক কৰিলে আৰু ময়ো টিভিত দেখিলো যে পুলিচে মানুহক খেদি ফুৰিছে আৰু তলাবন্ধ উলংঘা কৰাসকলক মাৰধৰ কৰিছে।” তাৰোপৰি তেওঁৰ এলেকাত ক’ভিড-১৯ৰ কেইবাজনো সংক্... |
PHOTO • Puja Bhattacharjee |
PHOTO • Puja Bhattacharjee |
গাঁৱৰ পৰা অহা আৰু যোৱাৰ মুঠ ভাড়া , পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ বস্তু লৈ যোৱাৰ চাইকেল ৰিক্সাৰ ভাড়া মিলাই প্ৰায় ১৫০ টকা হয় আৰু লাভ একো নাথাকে - মাত্ৰ দুই - চাৰি টকা হাতত থাকেগৈ |
তেওঁ পত্নী মীৰাই দক্ষিণ কলকাতাৰ যাদৱপুৰ অঞ্চলত সম্পূৰ্ণ দিন ঘৰুৱা কাম কৰিছিল। গাওঁ এৰাৰ আগতে ১৮, ১৬ আৰু ১২ বছৰীয়া তিনিওটা নাতিনীক ককাকৰ লগত থাকিবলৈ কৈছিল। “তেওঁ সিহঁতক কৈছিল, তোমালোকৰ ককা বুঢ়া মানুহ। তেওঁ অকলে থাকে।” দাসে কয়। পত্নীৰ উপাৰ্জনৰ ৭০০০ টকাৰ বেংকৰ একাউণ্টত অলপ জমা আছিল। তলাবন্ধৰ সময়ত সেই টকাৰেই চলিছে। |
“মোৰ পত্নীয়ে তলাবন্ধৰ সময়তো কাম কৰিবলগা হৈছিল। অন্যথা ঘৰ ভাড়া আৰু আন যাৱতীয় খৰছ আমি ক’ৰ পৰা পাম?” তেওঁ কয়। মীৰাই মাহে দুই তিনি দিনৰ বাবে গাঁৱলৈ আহে। “তেওঁ নাতি-নাতিনীকেইটাক দেখা নাই। বেছি দিন নেদেখিলে মীৰাই কান্দে। ঘৰলৈ আহিলে সিহঁতক নিজে ৰান্ধি খুৱায়,” দাসে কয়। ডাঙৰ নাতি ল’ৰাটোৱে ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰে। কিন্তু ... |
কিন্তু অতি সোনকালে মীৰাৰ কাম নোহোৱা হ’ব। “মালিকে আৰু মীৰাক নাৰাখে,” দাসে কয়। “মীৰা সোনকালেই ঘৰলৈ উভতি আহিব। সিহঁতে (মীৰাক কাম দিয়াসকলে) দৰমহা দিব নোৱৰা হৈ পৰিছে।” |
আগস্তৰ শেষ সপ্তাহত দাসে তেওঁৰ পেলনীয়া সামগ্ৰীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। কিন্তু ব্যৱসায় মন্দা। “ক’ৰনাৰ সময়ত মানুহে বহু (পুনৰ ব্যৱহাৰৰ উপযোগী) বস্তু ঘৰত নাৰাখে, পেলাই দিয়ে।” পেলনীয়া মিক্সাৰ-গ্ৰাইণ্ডাৰ এটা বান্ধি তেওঁ কয়। |
PHOTO • Puja Bhattacharjee |
PHOTO • Puja Bhattacharjee |
আগস্তৰ শেষ সপ্তাহত দাসে তেওঁৰ পেলনীয়া সামগ্ৰীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে । কিন্তু ব্যৱসায় মন্দা । “ ক ’ ৰনাৰ সময়ত মানুহে বহু ( পুনৰ ব্যৱহাৰৰ উপযোগী ) বস্তু ঘৰত নাৰাখে ” |
দাসে মানুহৰ ঘৰৰ পৰা পুৰণি কাগজ, বাতৰি কাগজকে ধৰি আন কাগজ প্ৰতি কিলোত ৮ টকাকৈ ক্ৰয় কৰে আৰু ৯-৯.৫০ টকাত বিক্ৰী কৰে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰত)। এটোপোলা বটল তেওঁ ২-৪ টকাত বিক্ৰী কৰে। “ভঙা-ছিঙা সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ বস্তুবিলাক লৈ যাবলৈ মই ৰিক্সা ভাড়া কৰিব লাগে। মোৰ নিচিনা ব্যৱসায় কৰা কিছুমান মানুহৰ নিজা গাড়ী আছে... |
বাঁহৰ ঢৰীয়া কাঠীৰ ডাঙৰ খদা এটাত তেওঁ সংগ্ৰহ কৰা বস্তুবোৰ ভৰায়। তেওঁ মূৰত কমেও ২০ কিলো ওজন ল’ব পাৰে। তাৰ পিছত চাইকেল ৰিক্সা এখন ভাড়া কৰি পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ যায়। দোকানখন ৰথটালাত আছে। গাঁৱৰ পৰা অহা-যোৱা কৰাৰ ভাড়া আৰু ৰিক্সাৰ ভাড়াকে ধৰি প্ৰায় ১৫০ টকা তেওঁৰ দৈনিক খৰছ হয় আৰু লাভ প্ৰায় নোহোৱা হৈছে। “হাতত ২-৪ ... |
“মই এই কাম আৰম্ভ কৰাৰ সময়ত আমাৰ ঘৰত কোনেও উপাৰ্জন কৰা নাছিল। এই কাম কৰিয়েই খাব পাৰিছিলো। কলকাতাত বৰ্তি থকা (বোসপুকুৰ) ইমান সহজ নহয়। মোৰ তিনিটা ল’ৰা-ছোৱালী আছে - দুটা ল’ৰা আৰু এজনী ছোৱালী। সিহঁত স্কুললৈ গৈছিল। তাৰ পিছত মই ছোৱালীজনীক বিয়া দিলো।” কালু দাসে কয় যে তেওঁৰ ডাঙৰ ল’ৰা তাৰকৰ ঢুকোৱাৰ বহুদিন হ’ল। তেওঁ জীয়ৰী পূৰ্ণিম... |
দাসে কয় যে আন কাম বিচাৰিবলৈ তেওঁ সুবিধা নাপালে। “আৰু কি কৰিম? এই বয়সতে এতিয়া মোক কোনে কাম দিব?” |
সপ্তাহৰ খোলা দিনত সাধাৰণতে আজিকালি তেওঁ ঘৰতে থাকে বা নাৰুৰ ওচৰলৈ যায়। তাৰ ঘৰ ওচৰতে। “মই ক’ৰনাৰ কথা নাভাবো। কোনোবাই যদি কাম কৰি থাকে, তেওঁ ব্যস্ত হৈ থাকিব। কাম কৰিবলৈ যোৱাৰ সলনি যদি ঘৰত বহি থাকে, তেন্তে বেমাৰৰ ভয়ে দেহত বাহ ল’ব। আপুনি সাহ কৰিবই লাগিব,” পাতল বগাৰঙী কাপোৰৰ মাস্কখন ঠিক কৰি দাসে কয়। |
অনুবাদ - পংকজ দাস |
Puja Bhattacharjee |
Share |
Puja Bhattacharjee is a freelance journalist based in Kolkata. She reports on politics, public policy, health, science, art and culture. |
Other stories by Puja Bhattacharjee |
Translator : Pankaj Das |
Share |
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অহা ২৫ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং ... |
বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে অসম টেবুল টেনিজ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই। |
তদুপৰি উক্ত সংবাদমেলতে টেবুল টেনিজ সন্থাৰ ফালৰ পৰা লগতে কোৱা হ. যে ২৮ খন ৰাজ্য আৰু ১৩ খন প্ৰতিষ্ঠানৰ প্ৰায় ৮০০ পেডলাৰে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাখনত ৭,৪৬,৬০০ টকাৰ প্ৰাইজমানি থাকিব। |
ইয়াৰ উপৰি প্ৰতিযোগিতাখন চলি থকাৰ মাজতে ২৯ ছেপ্টেম্বৰত গুৱাহাটীত টেবুল টেনিছ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহক সভা আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। |
Recent News |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত মুঠ ৫.৬ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ কৱলত পৰিছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ সংস্থাটোৱে দেশৰ বিভিন্ন ঠাইক সামৰি চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। বিশ্ব বেংকৰ ‘প’ভাৰ্টি এণ্ড শ্বেয়াৰ্ড প্ৰছপেৰিটি ২০২২’ শীৰ্ষক প্ৰতিবেদনত ২০২০ বৰ্ষত ভাৰতত দৰ... |
শেহতীয়াকৈ আইএমএফৰ প্ৰতিবেদনতো ২.৩ কোটি ভাৰতীয় দৰিদ্ৰতাৰ গ্ৰাসত পৰা বুলি কোৱা হৈছে। |
বিশ্ব বেংকৰ প্ৰতিবেদনত কেকোভিডৰ বাবেই ২০২০ চনত বিশ্বৰ দৰিদ্ৰতা ৯.৩ শতাংশ বৃদ্ধি পাইছে বুলি কোৱা হৈছে। |
২০১৯ চনতবিশ্বত দৰিদ্ৰ লোকৰ হাৰ আছিল ৮.৪ শতাংশ। ভাৰতত দৰিদ্ৰতা নিৰ্মূলৰ বাবে চৰকাৰে যিবোৰ আঁচনিৰ কথা কৈ আহিছে তেনে আঁচনিসমূহ প্ৰকৃতাৰ্থত সুফলদায়ক হৈ উঠা নাই বুলি বহুতে আলোচনা কৰিছে। |
Recent News |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
যোৱা চাৰি বছৰধৰি হোষ্টেলৰ চাৰিৰ ক্ৰিকেট দলৰ অপেনাৰৰ ৰূপত খেলি অহা বিশ্বজিত শ্যাম পাছ কৰি ওলাই যোৱাৰ পাছত হোষ্টেলৰ বাসিন্দাসকল এক প্ৰকাৰৰ সমস্যাতে পৰিছিল। বিশ্বজিতৰ কথাই বেলেগ আছিল, আউত নহওঁ বুলি ভাবিলে তেওঁক আউট কৰিব পৰা বলাৰ মহাবিদ্যালয়ত নাছিল। যোৱাবাৰ হোষ্টেলক চেম্পিয়ন কৰাত তিনিটা শতৰাণেৰে তেওঁৰ অবদান আছিল বিশেষ। দলৰ... |
পিছে নায়কত্ব বেছি দিন নচলিল, লীগৰ প্ৰথম খেলৰ প্ৰথম বলতে উদিত্যৰ মিড’ল ষ্টাম্প তিনি লুটি খাই বাগৰি পৰিল। তীব্ৰ বেগত অহা ৰঙা বলটো কেতিয়া পেড আৰু বেটৰ মাজেৰে সৰকি গ’ল সি তৎ ধৰিবই নোৱাৰিলে। “একো নাই, একো নাই,” “বলটো ভাল আছিল”- ইত্যাদি বাক্যৰে দলৰ সকলোৱে তাক অনুপ্ৰেৰণা দিলে উভতি যোৱাৰ পাছত। পিছৰখন খেলত সি সাবধানেৰে আৰম্ভ কৰ... |
“অ’, ই তাৰমানে কেনেকৈ কেনেকৈ আউত হ’ব পাৰি অভিজ্ঞতা লৈ আছে” “পিছৰখনত ৰাণ-আউট হ’ব চাই থাকিবি, সেইটোৱেই বাকী আছে”-ইত্যাদি বাক্যৰে আদৰণি জনোৱা হ’ল উভতি আহি বেটখন দলিয়াই দিয়া উদিত্যক। |
চাৰিটামান বজাত টোপনি যোৱা উদিত্যৰ কোঠাৰ দুৱাৰত পুৱা সাতমান বজাত টোকৰ পৰিল। “অই উদিত্য, উঠ, সৌৰভ দাই মাতিছে তোক”। উদিত্যই ততাতৈয়াকৈ মুখ-হাত ধুই সৌৰভৰ কোঠাত উপস্থিত হ’লগৈ। “সৌৰভ দা, মাতিছিলে বোলে?”-দুৱাৰদলিৰ পৰা সি সুধিলে। “অ শুন, আমি যে কৈ থাকোঁ শ্যাম দাৰ কথা, তেওঁ ফোন কৰিছিল। শনিবাৰে অফিচ বন্ধ থাকে বাবে খেল চাব আহিব বু... |
ন বজাৰ লগে লগে সকলো আহি খেলপথাৰত উপস্থিত হ’লহি। কুঁৱলিৰ চাদৰে বেলিৰ পোহৰ পৰিব দিয়া নাই অঞ্চলটোত। খেলপথাৰৰ বনবোৰত লাগি থকা নিয়ৰৰ টোপালবোৰ জিলিকি উঠিছিল। মধ্যক্ৰমৰ বেটছমেনৰ দৃঢ়তা আৰু বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰ ফলত ছেমি-ফাইনেলত উপনীত হোৱা চাৰি নম্বৰ হোষ্টেলৰ বাবে বাকীচোৱা পথ আছিল অতি জটিলতাৰে ভৰা। ছেমি-ফাইনেলৰ প্ৰতিপক্ষ এক নম... |
: উদিত্য, এইজনেই শ্যাম দা।– সৌৰভে চিনাকী কৰাই দিলে। উদিত্যিই কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়ালে। |
: কি হে ভাইটি, ফৰ্ম বৰ বেয়া চলিছে বুলি শুনিলোঁ।–বিশ্বজিতে ক’লে। |
: হয় দাদা। অবস্থা বৰ বেয়া। |
: আগতে খেলি পাইছনে নাই চিলাই বল? |
: খেলিছোঁ, স্কুলৰ হৈ অপেনিংও কৰিছিলোঁ। এতিয়া পিছে বহুত দিন খেলা নাই কাৰণেই চাগে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। কিবা অলপ টিপচ দিয়ক দাদা, আপোনাৰ বেটিঙৰ বিষয়ে বহুত শুনিছোঁ। |
: এহ: ইমানো ভাল খেলুৱৈ নহয় অ’ মই; যে কিবা টিপচত তোৰ ফৰ্ম ঘূৰি আহিব। পিছে মই মোৰ পদ্ধতিটোকে কৈ দিব পাৰোঁ তোক, বাকী খেলপথাৰত কিমান সফল হয় সেইটো তোৰ ওপৰত। |
: কওকচোন। |
: চাওঁ, বেটখন দে মোক। (উদিত্যই হাতত লৈ থকা বেটখন আগবঢ়াই দিলে।) শুন এতিয়া, প্ৰধান কথাটো হ’ল যে আমাৰ কলেজৰ পিটছবোৰত বল বৰ বেছি বাউন্স নকৰে যদিহে বলাৰজন বৰ ওখ-পাখ নহয়। গতিকে যিমান পাৰ ফ্ৰণ্টফুটত খেলাৰ চেষ্টা কৰিবি(বেটখন আৰু বাঁওভৰিটো আগুৱাই নি তেওঁ ক’লে)। মোৰটো প্ৰত্যেক বলতে বাঁওভৰিটো আগবঢ়াই নিয়াৰ এক প্ৰবনতাই আছিল। তয়ো চে... |
: বুজিছোঁ। মই আকৌ বিপৰীতটো কৰোঁ, বেকফুটত খেলি বেছি ভাল পাওঁ। সেয়ে বল বেছি বাউন্স নকৰিলে অসুবিধা পাওঁ। আমাৰ হোষ্টেলৰ পকা পিটছখনত সেয়ে ভালেই খেলোঁ, ইয়াতহে বিপদত পৰোঁহি। আজি পিছে আপুনি কোৱাৰ দৰেই কৰিম। |
খেলপথাৰৰ সোঁমাজত ইতিমধ্যে টছ সম্পন্ন হৈছে, হোষ্টেল একে প্ৰথমে বলিং কৰিব। |
: ভালকে খেলিবি, হোষ্টেলৰ ইজ্জতৰ কথা আছে আৰু জিকিলে পাৰ্টি মই দি আছোঁ ৰাতিলৈ।– বিশ্বজিতে উদিত্যৰ লগতে দলৰ বাকীসকলোকে উদ্দেশ্যি ক’লে। |
কুঁৱলিয়ে সেমেকাই ৰখা পৰিবেশৰ মাজতে খেল আৰম্ভ হ’ল আৰু প্ৰথম বাৰৰ বাবে এই প্ৰতিযোগিতাত কিবা এটা বেলেগ হ’ল। উদিত্যৰ সলনি এইবাৰ প্ৰাঞ্জল প্ৰথমে আউট হ’ল। প্ৰথম অভাৰৰ তৃতীয় বলটোৱে বতাহতে দিশ সলাই উফৰাই নিলে তাৰ লেগ ষ্টাম্প, স্কৰ-০/১। ফৰ্মত থকা সৌৰভ সোমাই আহিল পৰবৰ্তী বেটছমেন হিচাবে। “সাংঘাটিক চুইং হৈ আছে বল”-উদিত্যই তাক ক’লে... |
দ্বিতীয় অভাৰৰ প্ৰথম বলটো খেলিবলৈ সাজু হোৱা উদিত্যই অলপ সকাহ পাইছিল মনত উইকেট দুটা যোৱাৰ ববে, আজিও বেয়া খেলিলে অন্তত সি অকলশৰীয়া নহয়। এইবুলি ভাবি প্ৰথম বলটোৰ দিশত বেটখন আগবঢ়াওঁতে বলে অলপৰ বাবে বেটত চুমা নোখোৱাকে পাৰ হৈ গ’ল উইকেটকীপাৰৰ হাতলৈ। বুকু চিৰিং কৈ মাৰিলে তাৰ, কি কৰিছে সি এইবোৰ। আজি ভাল খেলিবয়ে লাগিব, হেৰুৱা সন্ম... |
কুঁৱলীৰ চাদৰ আঁতৰি বেলিৰ পোহৰে প্ৰথমবাৰলৈ স্পৰ্শ কৰিলেহি খেলপথাৰৰ মাটি। লাহে লাহে আঁতৰিছিল নিয়ৰৰ জিলিকনি, লগতে আঁতৰিছিল নতুন বলৰ ওপৰত থকা চমকো। দহ অভাৰলৈকে সাবধানেৰে খেলি অসীমে আক্ৰামণাত্মক হোৱাৰ সিদ্ধান্ত ল’লে মনতে। অফ ষ্টাম্পৰ বাহিৰেদি অহা এঘাৰ অভাৰৰ দ্বিতীয় বলটোৰ ওপৰত এক প্ৰচণ্ড প্ৰহাৰ পৰিল। স্কোৱাৰ পইণ্টৰ ওপৰেদি বল... |
উদিত্যই সকলো দিশে চালে, কভাৰ আৰু ফাইন লেগত খেলুৱৈ নাই। সি সাজু হ’ল, দ্ৰুত গতিত বলাৰজন আগবাঢ়ি আহিল। বলাৰৰ হাতৰ পৰা ওলাই মাটি স্পৰ্শ নকৰাকৈ বল আহি থাকিল উদিত্যৰ দিশত। ভৰি আগবঢ়াই বলৰ দিশ সলালে বেটেৰে, বল কভাৰৰ দিশত আগবাঢ়ি গ’ল আৰু লং অফৰ খেলুৱৈজনে আয়ত্ব কৰাৰ আগতে দুয়ো বেটছমেনে স্থান সলালে নিজৰ। উদিত্যৰ অলপ খং উঠিল দুৰ্বল ব... |
বিশ অভাৰলৈকে অসীমে উদিত্যৰ সহযোগত সুন্দৰ ভাবে আগবঢ়াই লৈ গ’ল ইংনিছ। ১২/২-ৰ পৰা বিশ অভাৰত স্কৰ হ’লগৈ ৯৫/২। ইয়াৰ মাজতে পোন্ধৰতম অভাৰৰ চতুৰ্থ বলটোত এক ৰাণ লৈ অসীমে নিজৰ অৰ্ধশতকো সম্পন্ন কৰে। “অন্তিম দহ অভাৰত কমেও আশী ৰাণ লাগিব’ আৰু তইও অলপ হাত খোল।”-বিশ অভাৰৰ শেষত অসীমে উদিত্যক ক’লে। |
অতপৰে দৈৰ্য্য ধৰি থকা উদিত্য সাজু হ’ল পৰবৰ্তী বলৰ বাবে। প্ৰথম অভাৰতে দুটা উইকেট লোৱা বলাৰজন দৌৰি আহিল, উদিত্যই ভৰি আগবঢ়াই বলটো আগত পৰা দেখি লগালগ পিছুৱাই আহিল। তাৰ বুকুৰ দিশত উঠি অহা বলটো সি ফাইনলেগৰ দিশত পঠিয়াই দিলে বেটৰ সহায়ত। তীব্ৰ বেগত আগবাঢ়ি যোৱা বলটো ৰখোৱাত ব্যৰ্থ হ’ল দৌৰি যোৱা খেলুৱৈ দুজন। জপিয়াই উঠিল উদিত্যৰ লগ... |
তীব্ৰ গতিত ৰাণৰ সংখ্যা বাঢ়ি গ’ল, সমান্তৰাল ভাবে বাঢ়িল হোষ্টেল একৰ শিবিৰৰ উত্তেজনা। অসীমে পয়সত্তৰটা বলত আঠানব্বৈ ৰাণ কৰি থাকোঁতে উত্তেজনা চৰমসীমা উপনীত হ’লগৈ। পৰবৰ্ত্তী বলটো সাৱধানেৰে লংঅনৰ দিশত খেলি এক ৰাণ লৈ আনটো মূৰত উপস্থিত হওঁতেই বলে ষ্টাম্পত খুন্দিয়াই পুনৰ আঁতৰি গ’ল অফচাইডে থকা খালী স্থানৰ দিশত। দুয়ো পুনৰ দৌৰ মাৰি... |
ইংনিছ সমাপ্তিৰ দিশত আগবাঢ়িছিল আৰু বাহিৰৰ পৰা বিপুল আবেদন আহিছিল চাৰি আৰু ছয়ৰ।বিচৰা মতেই হৈছিল কাম। কিন্তু বেছি সময় আঠাইশতম অভাৰৰ চতুৰ্থ বলত ছয় ৰাণ যোগ কৰাৰ চেষ্টাত বলটো উঠাই দিলে অসীমে লং-অফৰ দিশত। পিছে সীমাৰেখাৰ এক মিটাৰ মান আগতেই বলে গতি হেৰুৱাই মাটিলৈ নামি আহিল আৰু আশ্ৰয় ল’লে সেই স্থানত ৰৈ থকা খেলুৱৈজনৰ হাতত, স্কৰ-১... |
বলিঙৰ ভৰষাতে জিকি অহা হোষ্টেল একৰ বেটিং আছিল তুলনামূলক ভাবে দূৰ্বল, প্ৰথম কেইঅভাৰমান উইকেট নোযোৱাকৈ পাৰ হৈছিল যদিও ৰাণৰ গতি আছিল বহুত কম। পাছলৈ প্ৰয়োজনীয় ৰাণ-ৰেটৰ লগত ইংনিছৰ ৰাণ ৰেট মিলাবলৈ গৈ কেইবাটাও উইকেট হেৰুৱালে হোষ্টল একৰ দলে। মাজ বাটতে কঁকাল ভগাৰ পাছতো শেষলৈও মূৰ দঙাত ব্যৰ্থ হ’ল দল আৰু শেষ হাঁহি মাৰিলে হোষ্টেল চ... |
************ |
হোষ্টেল জীবনৰ প্ৰথম কেইটাদিন সহজ-সৰল স্বভাবৰ উদিত্যৰ বাবে অতি দুৰ্বিসহ আছিল। আগষ্টৰ গেলা গৰমত দিনে-ৰাতিয়ে পিন্ধিবলগীয়া হোৱা দীঘল হাতৰ চাৰ্ট আৰু ফৰ্মেল পেণ্টে দিছিল প্ৰথম যন্ত্ৰণা। তাৰ উপৰি আছিল চিনিয়ৰৰ অসহ্যকৰ অত্যাচাৰ। হোষ্টেলত প্ৰবেশ কৰাৰ দিনাই তাৰ হাতত পৰিছিল হোষ্টেলৰ বিভিন্ন তথ্য সংযুক্ত এখন দস্তাবেজ, এক সপ্তাহৰ ভি... |
গধুলি ছয় বজাৰ আগে আগে সকলো নৱাগত আহি হোষ্টেলত সোমোৱাৰ নিয়ম। সেই সময়ৰ পৰাই আৰম্ভ হোৱা অত্যাচাৰ অব্যাহত থাকে ৰাতি দুটা তিনিটালৈ। ইমান পলমকৈ শোৱাৰ পাছত পাছদিনা আকৌ পুৱাতে উঠিব লাগে হোষ্টেলৰ পৰা দীপৰ বিলৰ পাৰলৈকে দৌৰ লগাবলৈ। ইমান কষ্টৰ মাজত ৰাতি দুই তিনি ঘণ্টা শুই পাছদিনা শ্ৰেণীকোঠাত মনোযোগ দিব পৰাকৈ শক্তি আৰু নাথাকে। কেইট... |
আনদিনাৰ দৰে সিদিনাও বহী-কিতাপ বেগত ভৰাই বেগটো গাৰু কৰি ল’লে উদিত্যই। শূন্য কোঠাটোৰ প্ৰথমখন বেঞ্চত পৰি ৰৈছিল কোনোবাই এৰি যোৱা সেউজীয়া ৰঙৰ ছাটি এটা। ছাতিটো সি চিনি পাইছিল, কাৰণ ছাতিৰ গৰাকী নিতৌ ৰাতিপুৱা যেতিয়া শ্ৰেণীকোঠাত প্ৰবেশ কৰে তেতিয়া আনবোৰ ল’ৰাৰ লগতে তাৰো চকু স্থিৰ হৈ গতি কৰে ছাটিৰ গৰাকীৰ খোজৰ সৈতে। নামটো সি নাজানে... |
মাকলৈ সিদিনা বৰকৈ মনত পৰিছিল তাৰ। মনৰ পৰ্দাত ভাহি আহিছিল প্ৰথমবাৰৰ ববে ঘৰৰ বাহিৰত থাকিবলৈ পঠিওৱাৰ মুহূৰ্তই সেমেকাই তোলা মাকৰ গালখন। সেমেকিছিল তাৰো গাল, মাকৰ কোলাত শুই উচুপিবলৈ সেইদিনাৰ সমান পূৰ্বে কেতিয়াও ইচ্ছা যোৱা নাছিল। সি উচুপি থাকিল এখন কোমল হাতৰ স্পৰ্শ তাৰ পিঠিত নপৰালৈকে। মূৰ দাঙি সি দেখা পাইছিল সেউজীয়া ছাতিটো হা... |
: হোষ্টেলত খুব ৰেগিং কৰিছে নেকি?-চেহেৰাটোৰ দৰেই ধুনীয়া তাইৰ মাত। |
: নাই, মনটো অলপ বেয়া লাগিছিল।– গালখন মোহাৰি মোহাৰি সি ক’লে। |
: ইয়াতে কি সদায় শুই থাকা নেকি ক্লাচ শেষ হোৱাৰ পাছত? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.