text
stringlengths
0
188k
মোদীয়ে আজি বিটিএডিৰ কোকৰাঝাৰত বিশাল গণ সমাবেশত জনতাক সম্বোধি ভাষণ প্ৰদান কৰে।
উল্লেখযোগ্য যে, অসমত অব্যাহত থকা নাগৰিকত্ব (সংশোধন) আইন বিৰোধী ধাৰাবাহিক আন্দোলনৰ বাবে মোদীয়ে দুটাকৈ অসম ভ্ৰমণ বাতিল কৰিছিল।
কেন্দ্ৰ চৰকাৰে বড়ো উগ্ৰপন্থী গোট সমূহৰ সৈতে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰ কৰাৰ পাছতে আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে।
জনসভাত ভাষণ প্ৰদান কৰি মোদীয়ে বড়ো চুক্তিয়ে বিটিএডিত স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰিলে বুলি উল্লেখ কৰে।
জনসভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰৰ জনসভাক স্বাধীন ভাৰতৰ আটাইতকৈ বিশাল ৰাজনৈতিক সভা হ’ব বুলিও মোদীয়ে কয়।
আনহাতে, নতুন বড়ো চুক্তি অনুসৰি বিটিচিৰ ভৌগোলিক পৰিসৰ বৃদ্ধি পোৱাৰ লগতে ইয়াক অধিক ক্ষমতা প্ৰদান কৰা হৈছে বুলিও মোদীয়ে সভাত কয়।
‘‘১৯৯৩ আৰু ২০০৩ চনত দুবাৰকৈ বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো শান্তি ঘুৰি অহা নাছিল। কাৰণ সেই চৰকাৰে কেবল মাত্ৰ চুক্তিহে স্বাক্ষৰিত কৰিছিল ইয়াক ৰূপায়নৰ ব্যৱস্থা কৰা নাছিল। এতিয়া বড়ো ভাই-ভনী সকলে ন্যায় পালে আৰু গুলী-বাৰুদৰ দিনৰ অন্ত ঘটিল,’’ প্ৰধান মন্ত্ৰী মোদীয়ে সভাত এইদৰে কয়।
তদুপৰি, ভাষণতে মোদীয়ে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১৫০০ কোটিৰ বিশেষ পেকেজ আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা বড়ো সকলৰ ভাষা, সংস্কৃতি তথা বিকাশ সাধন হ’ব বুলি মন্তব্য কৰে।
Recent News
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অংশীদাৰ ৰিতেশ আগৰৱালা আৰু ৰাহুল আগৰৱালাই জনোৱা মতে, ইউনিক ট্ৰেড এজেন্সী হৈছে অনুমোদিত বিতৰক আৰু চিপিভিচি , ইউপিভিচি , পিভিচি পাইপ আৰু অন্যান্য প্লাম্বিং আৰু আঠাযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত বজাৰৰ আগশাৰীৰ হিচাপে পৰিচিত। ইউনিক ট্ৰেড এজেন্সী অন্যান্য হাৰ্ডৱেৰ আৰু অভ্যন্তৰীণ সামগ্ৰী যেনে মডুলাৰ পাকঘৰৰ বাস্কেট আৰু হাৰ্ডৱেৰ এক্সট্...
Tags # ব্যৱসায়-বাণিজ্য
Share This
About W7S News
ব্যৱসায়-বাণিজ্য
By W7S News at September 14, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: ব্যৱসায়-বাণিজ্য
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>এন আৰ চিৰ চূড়ান্ত খচৰ...
হাতীগড় এন আৰ চি সেৱা কেন্দ্ৰত কৰ্মৰত তথা টংলা মডেল হাইস্কুলৰ সহকাৰী শিক্ষকজন দৰং জিলাৰ মঙলদৈৰ কৰিমচকৰ নিবাসী বিমল চন্দ্ৰ ঘোষ বুলি জানিব পৰা গৈছে।
টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গা কিংকৰ শৰ্মাই এই সমগ্ৰ ঘটনাটো আত্মহত্যা বুলি সদৰী কৰে। ইফালে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা যায়।
ইফালে শিক্ষকজনৰ এন আৰ চিৰ খচৰাত নাম নহা বাবেই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে বুলি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ সংগঠনৰ ওদালগুৰি জিলা সমিতিয়ে মন্তব্য কৰে।
আনহাতে টংলা মডেল হাইস্কুলৰ অধ্যক্ষ ভজন সৰকাৰে কয় ‘এন আৰ চিৰ কাম-কাজক লৈ তেওঁ মুঠেও সন্তুষ্ট তথা আশ্বস্ত হ’ব পৰা নাছিল’।
মৃত্যুৰ সময়ত শিক্ষক বিমল চন্দ্ৰ ঘোষে দুজন পুত্ৰক এই সংসাৰত এৰি থৈ যায়।
Recent News
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
৫টা সমষ্টিৰ মুঠ ৬৯,১০,৫৯২ গৰাকী ভোটাৰে সমষ্টি কেইটাত প্ৰতিদ্বন্দ্বিতাত নমা ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। কৰিমগঞ্জত সৰ্বাধিক ১৪ গৰাকী, শিলচৰত ১৩ গৰাকী, মঙলদৈত ১১ গৰাকী নগাঁৱত ৭ গৰাকী আৰু স্বায়ত্তশাসিত জিলাত ৫ গৰাকী প্ৰাৰ্থী অৱৰ্তীন হৈছে।
আনহাতে ৬৯,১০,৫৯২ গৰাকী ভোটাৰৰ ৩৫,৫৪,৪৬০ গৰাকী পুৰুষ, ৩৩,৫৫,৯৫২ গৰাকী মহিলা আৰু ১৮০ গৰাকী তৃতীয় লিংগৰ ব্যক্তি।
উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিবৰ বাবে ৩৫,৯৬৮ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ লগতে ১৬৯টা কোম্পানি আৰু ১ প্লাটুন কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে।
আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা মুঠ ৮৯৯২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ১৩৭টা কেন্দ্ৰ সম্পূৰ্ণ মহিলা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। তদুপৰি ৮৪টা ভোটকেন্দ্ৰক মডেল ভোটকেন্দ্ৰ হিচাপে বাচনি কৰা হৈছে আৰু ভিতৰুৱা ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৩৩টা।
Tags: নিৰ্বাচন ২০১৯
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দুৰ্ঘটনাত প্ৰাণ হেৰুৱা মহিলাগৰাকীক জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩নং ৰামপুৰৰ প্ৰতিমা চেতিয়া (৪৫) বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে প্ৰতিমা চেতিয়াই জাগুনৰ পৰা পদব্ৰজে নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখত ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰ্ঘেৰিটা দিশৰ পৰা আহি থকা এ এছ ২৩ এ ৮০৫৬ নম্বৰৰ মাটিজ গাড়ীখনে খুন্দা মৰাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়।
পিছত তেওঁক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে প্ৰতিমা চেতিয়াৰ মৃত্যু হয়।
Recent News
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
৪৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা কৰা অংকুশিতাই প্ৰতিযোগিতাৰ ফাইনেলত মুখা মুখি হয় ওদালগুৰিৰ আন এক প্ৰতিভাশালী বক্সাৰ লাইমন বসুমতাৰীৰ বিৰুদ্ধে। চূড়ান্ত খেলখনত লাইমনক সহজে প্ৰতিহত কৰি অংকুশিতাই লাভ কৰে স্বৰ্ণ পদক।
উল্লেখ্য যে প্ৰতিযোগিতাখনৰ মাজ ভাগতে সোঁহাতৰ আঘাতত ভোগা অংকুশিতাই স্বৰ্ণ পদক জয় কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি সকলোৱে ধাৰণা কৰিছিল। কিন্তু অংকুশিতাই সকলোৰে ধাৰণা অসাৰ কৰি বক্সিং ৰিঙত অতি কৌশলগত ভাৱে বাঁওহাতেৰেই প্ৰতিপক্ষক আক্ৰমণ কৰে। তেওঁৰ এই বিস্ময়কৰ প্ৰতিভাৰ আগত লাইমন বসুমতাৰী নিৰ্বিকাৰ হৈ পৰে আৰু স...
ইফালে জানিব পৰা মতে অংকুশিতা বড়োৱে বৰ্তমান নাহৰলগুণ ছাই কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
উল্লেখ্য যে বিগত বছৰৰ নবেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কেজি শাখাৰ ফাইনেলত ৰাছিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি অংকুশিতা বড়োৱে অসমৰ ক্ৰীড়াৰ জগতত এক সোণালী ইতিহাসৰ সংযোজন ঘটাবলৈ সক্ষম হৈছিল।
Recent News
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰে ৯৬৩৭৪.৫৯ কোটি টকা ৰাজহ শিতানত আৰু ২৩৬৭৩.৭১ কোটি টকা মূলধন শিতানত প্ৰদৰ্শন কৰা হৈছে।
থোৰতে ২০২২-২০২৩ বৰ্ষ বাজেট-
পথ নিৰ্মাণৰ বাবে চাৰিখন নতুন আঁচনি ঘোষণা কৰা হৈছে – পকীপথ নিৰ্মাণ আঁচনি, উন্নতি পকীপথ নিৰ্মাণ আঁচনি, মথাউৰী পকীকৰণ আঁচনি আৰু পথ নবীকৰণ আঁচনি।
কেন্দ্ৰ আৰু এআইআইবিৰ সহায়ত ধুনাগুৰি আৰু লুইতৰ সোৱনশিৰিৰ ওপৰেৰে দুখন বৃহৎ দলং নিৰ্মাণ কৰা হ’ব। ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ উপযোগিতা বৃদ্ধিৰ বাবে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰেম্পেট জংচন নিৰ্মাণ কৰা হ’ব।
২০২২-২৩ বৰ্ষত অসম মালাৰ অধীনত চাৰিটা পথ উন্নীত কৰা হ’ব। ১৯ খন নতুন অভাৰব্ৰীজ নিৰ্মাণৰ কাম হাতত লোৱা হ’ব।
গুৱাহাটীৰ মানকটা ৰোড, ডিব্ৰুগড়ত নতুন উৰণীয়া সেঁতু প্ৰকল্প আৰু জিএনবি ৰোড, গুৱাহাটীত নতুন এলিভেটেড ৰোড আৰম্ভ কৰা হ’ব।