text stringlengths 0 188k |
|---|
গুৱাহাটীৰ পৰা লখিমপুৰ, ডিব্ৰুগড়, শিলচৰ আৰু তুচ্ছপুৰলৈ সস্তীয়া বিমান সংযোগৰ সুবিধাৰ বাবে নতুন আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ। |
কাৰ্বি আংলং আৰু শিলচৰত নতুন বিমানবন্দৰৰ প্ৰস্তাৱ, লগতে নগাঁও, গেলেকী আৰু হাফলঙত তিনিটা নতুন হেলিপোৰ্ট। |
যোৰহাট বিমানবন্দৰৰ বাবে ৫০ একৰ ভূমি অধিগ্ৰহণৰ বাবে ১৫৬ কোটি টকা, শিলচৰত গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে ৮৭০ একৰ ভূমি অধিগ্ৰহণৰ বাবে ৫০ কোটি টকা আৰু উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ বাবে ৮৪ একৰ ভূমি অধিগ্ৰহণৰ বাবে ৩.৫৬ কোটি টকা আৱণ্টন। |
অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে উমানন্দ, উজান বজাৰ, কুৰুৱা, গুইজান, ঘাঘোৰ, কচাৰী, গোৱালপাৰা, উত্তৰ গুৱাহাটী, অফলামুখ, নিমাতী ঘাট, মাতমৰা আৰু দিচাংমুখত ব্ৰহ্মপুত্ৰত ৰাষ্ট্ৰীয় জলপথ ২-ত ১৩ টা সৰু টাৰ্মিনেল বিকশিত কৰিব। |
এপিএছচিয়ে ১৩,৫৭২ টা তৃতীয় শ্ৰেণী আৰু ১৩,৭৮৭ টা চতুৰ্থ শ্ৰেণীৰ পদ পূৰণ কৰিব আৰু ৩,৫৮৭ টা গ্ৰেড-১ আৰু ১,৫৬৮ টা গ্ৰেড-২ খালী পদ চূড়ান্ত কৰিব। লাখ চাকৰিৰ লক্ষ্য পূৰণ কৰিবলৈ শিক্ষা বিভাগ আৰু ষষ্ঠ অনুসূচী কাৰ্যকৰী এৰিয়াত ৯৩০ টা পদৰ বাবে নিযুক্তি শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব। |
অৰুণোদই সাহায্য পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা প্ৰতি মাহে ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে, ৫০ ইউনিট বিদ্যুতৰ বাবে ২৫০ টকা অতিৰিক্ত ৰাজসাহায্য। বিটিআৰৰ পৰা ছয় লাখ অতিৰিক্ত হিতাধিকাৰী যোগ কৰিব লাগিব। |
শিক্ষাৰ সুবিধা বৃদ্ধিৰ বাবে, চাহ বাগিচা অঞ্চলৰ ৪৩৬ খন বিদ্যালয় ৰাজ্য চৰকাৰৰ পৰিধীৰ অধীনলৈ অনা হ’ব। চলিত বৰ্ষৰ ১০ মে’ৰ পৰা বাগিচাৰ ১১৭ খন আদৰ্শ উচ্চ বিদ্যালয় কাৰ্যকৰী কৰা হ’ব। |
প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিনামূলীয়া পাঠ্যপুথিৰ ব্যৱস্থা, হোষ্টেলৰ মেছৰ মাচুল ৰেহাই, বিপিএল শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তি মাচুল ৰেহাই, মেধাৱী শিক্ষাৰ্থীসকলক স্কুটাৰ, ছাত্ৰীসকলক ১০,০০০ টকাৰ অনুদান, অভিনন্দনৰ অধীনত শিক্ষা ঋণ আৰু আনন্দৰামম বৰুৱা বঁটা অব্যাহত ৰখা হ’ব। |
বৰ্তমানৰ বাজেটত টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোঁচ-ৰাজবংশীৰ সামগ্ৰিক বিকাশৰ বাবে ২৫ কোটি টকাকৈ ধাৰ্য কৰিছে। |
মিয়াৱাকি মডেল ব্যৱহাৰ কৰি চেউজ অসম অভিযানৰ অধীনত অসমত সেউজ আৱৰণ ৩৬% ৰ পৰা ৩৮% লৈ বৃদ্ধি কৰিব। অসম কৃষি-বন উন্নয়ন পৰিষদ স্থাপন। |
গুৱাহাটীত স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ২৫০ কোটি টকাত ২০০ খন বৈদ্যুতিক বাহন আৰু ১০০ খন চিএনজি বাছৰ প্ৰৱৰ্তন। |
২০২২-২৩ বৰ্ষৰ ভিতৰত ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, জ্যোতিৰ, যোৰহাট, লখিমপুৰ আৰু দৰংত আৰু সাতখন কৰ্কট চিকিৎসালয় নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জিএমচিএইচত ৰবটিক চাৰ্জাৰী গোটৰ বাবে ১৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। |
গুৱাহাটীৰ আইআইটিত এখন চুপাৰ-স্পেচিয়েলিটি চিকিৎসালয়ৰ লগতে শিৱসাগৰ, কৰিমগঞ্জ, গোৱালপাৰাত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ। ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট আৰু তামুলপুৰত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ এই বছৰ আৰম্ভ হ’ব। |
শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব। |
Recent News |
দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা? |
Gujarat Elections 2022 Voting: এটা যৌথ পৰিয়ালত একেলগে বাস কৰে ৮১ জন লোক; ঐক্যবদ্ধভাৱে ভোট দিব নিৰ্বাচনত |
সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু |
মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা আৰু দায়বদ্ধতা ‘সু-শাসন’ৰ পূৰ্ব চৰ্তৰূপে দাবী কৰি অহাৰ সময়ত তেওঁৰ সেই শ্ৰুতলিপি সামগ্ৰিকভাৱে মানি চলা নাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰে। |
অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃ্হস্পতিবাৰে দাবী কৰে যে ৰাজ্যৰ চৰকাৰ পৰিচালনাত বিভাগীয় নিৰ্দেশনা নিশ্চিতভাৱে মানি চলা নাই অসমৰ বিজেপি চৰকাৰে। |
কংগ্ৰেছ নেতাজনে কয় যে দিচপুৰৰ ক্ষমতাৰ কৰিদৰৰ প্ৰভাৱশালী ব্যক্তিৰ ‘ঘনিষ্ঠ’ একাংশ আমোলাৰ কাৰ্য্যকাল বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। |
তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিক লৈ ২৮ ছেপ্তেম্বৰত এক জাননী (No. IPRD.62/2018/1) জাৰি কৰিছিল বিভাগটোৱে। |
“ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনিৰ্ণীত অনুমোদন আৰু ৰাজহুৱা সেৱাৰ স্বাৰ্থত, শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱাক…, ইয়াৰ দ্বাৰা ০১/১০/২০১৮ৰ পৰা এবছৰলৈ কাৰ্য্যকৰী হোৱাকৈ অসম চৰকাৰৰ অতিৰিক্ত সচিবৰ পদমৰ্য্যাদাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে চুক্তিভিত্তিত নিযুক্তি দিয়া হৈছে,” জাননীত উল্লেখ। |
এই প্ৰসংগত প্ৰতিক্ৰিয়া কৰি দেৱব্ৰত শইকীয়াই কয় বিজেপি শাসনলৈ আহিছিল অসমৰ ২৫ লাখ শিক্ষিত নিবনুৱাক ৫ বছৰৰ ভিতৰত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে। “বিভিন্ন বিভাগত বৃ্হৎসংখ্যক পদ খালী হৈ আছে। কিন্তু কোনো বিজ্ঞাপন প্ৰকাশ নকৰাকৈ বা কেবিনেট অনুমতি নোহোৱাকৈ বহু বিষয়া তেওঁলোকৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছতো বিশেষ কৰ্তব্যৰত বিষয়া বা উপদেষ্টাৰূপে নিযুক্ত হৈছে। ই ৰাজ্যখনৰ অৰ্থনীতিত বোজা হৈ পৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে শইকীয়াই। |
অসম প্ৰশাসনিক সেৱাৰ বিষয়া বৰুৱাই কাৰ্য্যকাল শেষ হোৱাত ৩০ ছেপ্তেম্বৰত অৱসৰ লৈছিল। অতিৰিক্ত সচিব হোৱাৰ উপৰি তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰূপেও দায়িত্বত আছিল। |
লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই |
কিন্তু ১ অক্তোবৰৰ দিনৰ ১০ বজাত বৰুৱাই বিভাগটোৰ বিশেষ বিষয়াৰূপে কৰ্তব্যত যোগ দিছে। যোৱা ১৮ জুলাইত জাৰি কৰা OM No.AAP.98/2017/30 অনুসৰি চুক্তিভিত্তিক এই সময়চোৱাত তেওঁৰ দৰমহা আৰু আন সুবিধা নিৰ্ধাৰিত হ’ব। জাননী আৰু কৰ্মত যোগ দিয়াৰ প্ৰতিবেদন দুয়োটাই অসমৰ মুখ্য গাণনিক {Accountant General (A&E)} লৈ প্ৰেৰণ কৰা হৈছে বুলি চিহ্নিত কৰা হৈছে। |
দেৱব্ৰত শইকীয়াই কয় যে যদি চৰকাৰে অৱসৰপ্ৰাপ্ত বিষয়াসকলক পুনৰ নিযুক্তি দিয়াতো অব্যাহত ৰাখে তেন্তে ই এক কেবিনেট সিদ্ধান্তৰ যোগেদি কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰিব লাগে। |
‘‘চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কেৱল বাধাৰহে সৃষ্টি কৰিছে,” শইকীয়াৰ মন্তব্য। |
Recent News |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? |
গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এইখন এখন তথ্য পৃষ্ঠা, ইয়াত ৱিকিপিডিয়া ব্যৱহাৰ আৰু অৰ্হতা সমন্ধীয় কিছু সমজুৱা তথ্য বৰ্ণনা কৰা হৈছে। যিহেতু ই নিজে কোনো নীতি আৰু নিৰ্দেশনা নহয়, সেয়ে অন্য ৱিকিপিডিয়া নীতি আৰু নিয়মসমূহৰ জৰিয়তে নিশ্চিত হবলৈ উপদেশ দিয়া হ'ল। যদি অন্য কোনো নীতি সম্পৰ্কীয় পৃষ্ঠাৰ লগত এই পৃষ্ঠাৰ অমিল দেখা পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাক অৱগত কৰাওক। |
চমুপথবোৰ: |
WP:P |
WP:PORTAL |
ৱিকিচ'ৰা হৈছে কোনো নিৰ্দিষ্ট বিষয় বা পৰিসৰ সম্পৰ্কে লিখিত প্ৰবন্ধসমূহৰ "মূখ্য পৃষ্ঠা"। কোনো ৱিকিচ'ৰা এটা বা একাধিক ৱিকিপ্ৰকল্পৰ সৈতে সম্পৰ্কীত হ'ব পাৰে; কিন্তু ৱিকিপ্ৰকল্পৰ বিপৰীতে, ইয়াক পাঠক আৰু ৱিকিপিডিয়ান দুয়োৰে বাবে সৃষ্টি কৰা হয়, আৰু প্ৰবন্ধ মনোনীত তথা সম্পাদনাৰ বাবে উদগনি জনোৱা উচিত। ৱিকিচ'ৰাবোৰ কেৱল বিশ্বকোষীয় বিষয় সম্পৰ্কে সৃষ্টি কৰা হয়, শ্ৰেণী ব্যৱস্থাপনাৰ বাবে নহয়।<eot>India’s fertility rate dropped ভাৰতীয়সকলৰ মাজত সামগ্ৰিক উৰ্বৰতাৰ হাৰ (জিএফআৰ) যোৱা দশকৰ তুলনাত ২০ শতাংশ হ্ৰাস পাইছে। জিএফআৰ হৈছে ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰতি ১,০০০ মহিলাৰ শিশু উৎপাদনৰ হাৰ। |
চেম্পল ৰেজিষ্টৰেশ্যন ছিষ্টেম-য়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০০৮ চনৰ পৰা ২০১০ চনলৈ তিনি বছৰত ভাৰতৰ জিএফআৰ আছিল ৮৬.১শতাংশ, যিটো ২০১৮-২০ বৰ্ষৰ ভিতৰত ৬৮.৭ শতাংশলৈ হ্ৰাস পাইছে। |
দেশৰ গ্ৰাম্য অঞ্চলত সামগ্ৰিক সামগ্ৰিক উৰ্বৰতাৰ হাৰ ২০.২ শতাংশ হ্ৰাস পাইছে আৰু চহৰাঞ্চলত জিএফআৰ ১৫.৬ শতাংশ হ্ৰাস পাইছে। |
বিশেষজ্ঞসকলে দাবী কৰে যে জিএফআৰে দেশত জনসংখ্যাৰ ঘনত্বৰ অভাৱ সূচায় যিটো এই দেশৰ বাবে কিছু সকাহৰ বিষয়। মহিলাৰ ক্ষেত্ৰত অধিক বয়সত বিয়া পতা, অধ্যয়নৰ প্ৰতি তেওঁলোকৰ বৰ্ধিত আগ্ৰহ আৰু বজাৰত গৰ্ভনিৰোধকৰ বৃহৎ উপলব্ধতা – এই সকলোবোৰ কাৰকৰ ওপৰত জিএফআৰৰ তাৰতম্য বহুখিনি নিৰ্ভৰ কৰে। |
২০১০ আৰু ২০২০ চনৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ জিএফআৰ ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পাইছে (২৯.২)। দিল্লীত জিএফআৰ (২৮.৫), উত্তৰ প্ৰদেশত (২৪), ঝাৰখণ্ডত (২৪) আৰু ৰাজস্থানত (২৩.২)। |
ভাৰতত মুঠ উৰ্বৰতাৰ হাৰ (টিএফআৰ) হৈছে ২। বিহাৰত সৰ্বাধিক টিএফআৰ ৩। দিল্লী, তামিলনাডু আৰু পশ্চিম বংগত সৰ্বনিম্ন টিএফআৰ ১.৪। |
দেশত জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশৰ দুৰ্দশাৰ প্ৰথম আৰু মুখ্য কাৰণ হিচাপে প্ৰায়েই আলোচনা হোৱা দেখা যায়। সেয়েহে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোকে কম সন্তান জন্ম দিবলৈ বাধ্য কৰিব পৰা এখন আইনৰ প্ৰয়োজন। শিশুৰ জন্মৰ হাৰ হ্ৰাস পালেই জনসংখ্যা হ্ৰাস হ’ব আৰু সুযোগ আৰু ভাল দিন ঘুৰি আহিব! হাতত কাষতে দাঙি ধৰা হয় চীনৰ উদাহৰণ। |
সেয়ে, চেম্পল ৰেজিষ্টৰেশ্যন ছিষ্টেম-য়ে প্ৰদান কৰা এই তথ্যই দেশৰ বাবে অলপ সকাহ কঢ়িয়াই অনা বুলিয়েই ভাবে একাংশ লোকে। |
Recent News |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ৰাজনাথ সিং (ইংৰাজী: Rajnath Singh; জন্ম ১০ জুলাই ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ইয়াৰ আগতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কৃষিমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ভাৰতৰ ৰক্ষামন্ত্ৰী হোৱাৰ আগতে তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰথম মন্ত্ৰীসভাত গৃহমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ ২০০৫ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০১৩ চনৰ পৰা ২০১৪ চনলৈ দুবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ আছিল। |
তেওঁ কৰ্মজীৱন প্ৰথমে এজন পদাৰ্থ বিজ্ঞান অধ্যাপক হিচাপে আৰম্ভ কৰিছিল। তেওঁ দীৰ্ঘদিন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল। পিছলৈ তেওঁৰ ইয়াৰ সহায়ত জনতা পাৰ্টিত যোগদান কৰিছিল। |
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক] |
১৯৫১ চনৰ ১০ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ চান্দডাউলি জিলাৰ এখনি সৰু গাঁও ভাভৌৰাৰ এক ক্ষত্ৰীয় ৰাজপুত পৰিয়ালত ৰাজনাথ সিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাম বদন সিং আৰু মাতৃ গুজৰাটী দেৱী। খেতিয়কৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সিঙে পিছলৈ বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ গোৰখনাথ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল। তেওঁ ১৯৬৪ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈছিল। ১৩ বছৰ বয়সৰ পৰা মিৰ্জাপুৰত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পদত নিযুক্তি লাভ কৰা সময়লৈকে তেওঁ সংঘৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। ১৯৭৪ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জনতা সংঘৰ মিৰ্জাপুৰ শাখাৰ সচিব পদত নিৰ্বাচিত হৈছিল।[1] |
ৰাজনৈতিক জীৱন[সম্পাদনা কৰক] |
২০১৫ চনৰ বিহাৰৰ নিৰ্বাচনী ৰেলীত ৰাজনাথ সিং |
১৯৭৫ চনত ২৪ বছৰ বয়সত ৰাজনাথ সিং জন সংঘৰ জিলা অধ্যক্ষ হিচাপে নিযুক্ত হয়। ১৯৭৭ চনত তেওঁ মিৰ্জাপুৰ বিধানসভা সমষ্টিৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৮৪ চনত তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হয়। তাৰপিছত তেওঁ ইয়াৰ ১৯৮৬ চনত ৰাষ্ট্ৰীয় সাধাৰণ সচিব আৰু ১৯৮৮ ৰাষ্ট্ৰীয় অধ্যক্ষ পদ লাভ কৰে। তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদৰো সদস্য নিৰ্বাচিত হৈছিল।[1] |
১৯৯১ চনত উত্তৰ প্ৰদেশৰ প্ৰথম বিজেপি চৰকাৰত তেওঁ শিক্ষা মন্ত্ৰীৰ পদ লাভ কৰিছিল।[2][3] ১৯৯৪ চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ৰাজ্যসভাত তেওঁ উদ্যোগ উপদেষ্টা কমিটি, কৃষি মন্ত্ৰালয়ৰ উপদেষ্টা কমিটি, বাণিজ্য উপদেষ্টা কমিটি, গৃহ কমিটি আৰু মানৱ সম্পদ উন্নয়ন কমিটিৰ সদস্য আছিল।[1] ১৯৯৭ চনৰ ২৫ মাৰ্চ তাৰিখে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত তেওঁ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত পথ পৰিবহণৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰিছিল।[1] |
২০০০ চনত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। তেওঁ ২০০১ আৰু ২০০২ হাইদৰগড় বিধানসভা সমষ্টিৰ পৰা দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।[2] |
২০০৩ চনত তেওঁ অটল বিহাৰী বাজপেয়ীৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰত প্ৰথমে কৃষি মন্ত্ৰী আৰু পিছলৈ খাদ্য সংসাধন মন্ত্ৰীৰ পদৱী লাভ কৰিছিল।[4] তেওঁৰ কাৰ্যকালত কিচান কল চেণ্টাৰ আৰু ফাৰ্ম ইনকাম বীমা আঁচনি আৰম্ভ কৰিছিল।[5] তেওঁ কৃষিঋণৰ সূতৰ হাৰ কমাইছিল আৰু কৃষি পৰিষদ গঠনত আগভাগ লৈছিল। |
তেওঁ ২০০৫ চনৰ পৰা ৩১ ডিচেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ নিৰ্বাচিত হয় আৰু ২০০৯ চনৰ ১৯ ডিচেম্বৰ লৈকে তেওঁ এই পদত অধিষ্ঠিত থাকে। ২০০৯ চনৰ মে মাহত তেওঁ গাজিয়াবাদ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।[6] |
২০১৩ চনৰ ২৪ জানুৱাৰীত নীতিন গাডকাৰীয়ে বিজেপিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁ পুনৰাই ৰাষ্ট্ৰীয় অধ্যক্ষ পদ গ্ৰহণ কৰে।[7] |
তেওঁ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।[8] |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক] |
↑ 1.0 1.1 1.2 1.3 "Profile: Rajnath Singh". Zee News. Archived from the original on 30 September 2007. https://web.archive.org/web/20070930185718/http://www.zeenews.com/znnew/articles.asp?rep=2&aid=264537&sid=ARC. |
↑ 2.0 2.1 "How Rajnath Singh rose through the ranks". Rediff.com. 31 January 2013 |
↑ "Who is Rajnath Singh? : India, News". India Today. 23 January 2013. http://indiatoday.intoday.in/story/who-is-rajnath-singh/1/247240.html। আহৰণ কৰা হৈছে: 28 January 2013. |
↑ "Courage, Mr Rajnath Singh". The Hindu. 11 June 2003. http://www.thehindubusinessline.com/2003/06/11/stories/2003061100100800.htm. |
↑ "Shri Rajnath Singh, MP (Ghaziabad)". wikimapia.org |
↑ "Ministry of Home Affairs". http://mha.nic.in/sites/upload_files/mha/files/Shri%20Rajnath%20Singh%20Biodata_English.pdf. |
↑ "Rajnath steps down, Gadkari takes over as BJP president". The Times of India. 19 December 2009. http://articles.timesofindia.indiatimes.com/2009-12-19/india/28067924_1_rajnath-singh-nitin-gadkari-bjp-president। আহৰণ কৰা হৈছে: 28 January 2013. |
↑ "Rajnath Singh surpasses Vajpayee’s victory margin in Lucknow". The Hindu. 18 May 2014 |
বাহ্যিক সংযোগ[সম্পাদনা কৰক] |
লোকসভাৰ ৱেবচাইটত জীৱনী |
ব্যক্তিগত ৱেবচাইট |
"https://as.wikipedia.org/w/index.php?title=ৰাজনাথ_সিং&oldid=279292"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
ভাৰতৰ ব্যক্তি |
ভাৰত চৰকাৰৰ মন্ত্ৰী |
ভাৰতীয় ৰাজনীতিবিদ |
অদৃশ্য শ্ৰেণী: |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন 28 মে' 2021 তাৰিখে ১৩:২৯ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>বজাৰ চন্দন কাঠৰ চাহিদা যথেষ্ট, কাৰণ ইয়াক ঔষধি গুণ আৰু অন্যান্য ধর্মীয় ৰীতি-নীতি নীতিত ব্যৱহাৰ কৰা হয়। গতিকে কৃষকসকলৰ বাবে চন্দন কাঠৰ খেতি কৰাটো এটা লাভজনক ব্যৱসায় হিচাপে প্রমাণিত হ’ব পাৰে। |
পূজাৰ পাঠ আৰু অন্যান্য ধৰ্মীয় ৰীতি-নীতিকে ধৰি চন্দন কাঠ ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে, ইয়াক কেৱল ভাৰতৰ দৰে বহু-সংস্কৃত দেশতে নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ চাহিদা বিদ্যমান। চন্দন কাঠৰ উৎপাদন বজাৰৰ চাহিদাতকৈ কম। সেয়েহে, চন্দন কাঠক মূল্যৱান বুলি গণ্য কৰা হয়। ভাৰতে নিজেই প্ৰতি বছৰে 7,000 ৰ পৰা 8,000 টন চন্দন কাঠ ব্যৱহাৰ কৰে কিন্তু উৎপাদন 100 টনৰ ভিতৰত সীমিত। গতিকে ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত 6,000 টকাৰ পৰা 12,000 টকাৰ ভিতৰত। |
সমগ্ৰ বিশ্বতে ১৬ টা প্ৰজাতিৰ চন্দন কাঠ আছে। চেণ্টলাম এলবাম প্ৰজাতিবোৰক আটাইতকৈ সুগন্ধি আৰু ঔষধি গুণেৰে পৰিপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, বগা চন্দন কাঠ, চেণ্ডেল, আবেয়াদ, শ্ৰীখণ্ড, মনোৰম চেণ্ডেল প্ৰজাতিও গুৰুত্বপূৰ্ণ আৰু পোৱা যায়। কৃষকসকলে চন্দন কাঠ খেতিৰ বাবে কিছুমান বস্তুৰ যত্ন লোৱাৰ প্ৰয়োজন। |
দেশত প্ৰতি কিলোগ্ৰাম চন্দন কাঠৰ দাম প্ৰায় ৮ ৰ পৰা ১০ হাজাৰ টকা। বিদেশত প্ৰতি কিলোগ্ৰাম চন্দন কাঠ বিক্ৰী হয় ২০ ৰ পৰা ২৫ হাজাৰ টকাত। বগা চন্দনৰ গছৰ পৰা ওলোৱা তেল আৰু কাঠ দুয়োটাই ঔষধী গুণযুক্ত। চাবোন, প্ৰসাধন সামগ্ৰী আৰু পাৰফিউমত চন্দন গছৰ তেল সুগন্ধি হিচাপে ব্যৱহাৰ কৰা হয়। |
Contents hide |
1 মাটিৰ বাছনি |
2 কৃষি পদ্ধতি |
3 Share this: |
মাটিৰ বাছনি |
সকলো ধৰণৰ মাটিত চন্দন কাঠখেতি কৰিব পাৰি কিন্তু বালিময় মাটি, মসৃণ মাটি, ৰঙা মাটি, ক’লা দানাযুক্ত মাটি চন্দন কাঠৰ উদ্ভিদৰ বাবে অধিক উপযুক্ত। চন্দন কাঠ এনে ঠাইত খেতি কৰিব নালাগে য’ত পানী জমা হয় আৰু বৰফ পৰে। চন্দন কাঠ শিলাময় আৰু আঠালেটীয়া মাটী উপযুক্ত নহয়। কাশ্মীৰৰ লাডাখ আৰু ৰাজস্থানৰ জয়সলমেৰ চন্দন কাঠ খেতিৰ বাবে উপযুক্ত নহয়। অৱশ্যে, সমগ্ৰ দেশতে চন্দনকাঠ খেতি কৰিব পাৰি। পশ্চিম বংগৰ বনাঞ্চল চন্দন কাঠ খেতিৰ বাবে উপযুক্ত। |
কৃষি পদ্ধতি |
চন্দন কাঠ খেতিৰ বাবে উপযুক্ত মাটি বাছনি কৰাটো গুৰুত্বপূৰ্ণ। এক একৰ পথাৰত ৩৭৫ টা বগা চন্দন কাঠৰ উদ্ভিদ ৰোপণ কৰিব পাৰি। চন্দন কাঠৰ উদ্ভিদবোৰত বেছি পানী দিব নালাগে। ইয়াৰ বাবে, পথাৰত এটা ৰাম বনাব লাগে আৰু ৰোপণ কৰিব লাগে। |
ইয়াৰ বাবে, ৰামৰ পৰা ৰামলৈ দূৰত্ব 10 ফুট হ’ব লাগে আৰু ৰামৰ ওপৰৰ উদ্ভিদৰ পৰা দূৰত্ব 12 ফুট হ’ব লাগে। চন্দন কাঠ খেতি কৰিবলৈ ইচ্ছাকৃত কৃষকসকলে এটা কথা মনত ৰাখিব লাগে যে ইয়াৰ গছ অকলে ৰোপণ কৰিব নোৱাৰি। যদি চন্দন কাঠগছ অকলে ৰোপণ কৰা হয়, ই বৃদ্ধি নহ’ব। ইয়াৰ কাৰণ হৈছে চন্দন কাঠ হৈছে এক অৰ্ধপৰজীৱী উদ্ভিদ। এইগছে জীৱনৰ প্ৰয়োজনীয়তা আধা নিজে পূৰণ কৰে, আৰু বাকী আধা আন উদ্ভিদৰ শিপাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। গতিকে যেতিয়াই আপুনি চন্দন কাঠৰ গছ ৰোপণ কৰে, ইয়াৰ সৈতে আনগছ অধিক ৰোপণ কৰক। |
এটা কথা মনত ৰাখিব লাগিব যে কিছুমান উদ্ভিদ চন্দন গছৰ লগত ৰোপণ কৰা হয় যাৰ ফলত প্ৰাকৃতিকভাৱে চন্দন কাঠৰ বিকাশ হয়। সেয়েহে, এক একৰভূমিত 375 টা বগা চন্দন কাঠৰ উদ্ভিদ ৰোপণ কৰা হয় আৰু লগতে 125 টা সঙ্গী উদ্ভিদ ৰোপণ কৰিব লাগে। এক একৰত চন্দন কাঠৰ উদ্ভিদ আৰু ইয়াৰ সংগী উদ্ভিদৰো ৰোপণ কৰিব লাগে। ৰঙা চন্দনকাঠ, কাইজুৰাইনা, দেশী নিমৰ লগতে সতীৰ্থ উদ্ভিদ মিঠা নিম আৰু সহজান আদি প্ৰাথমিক উদ্ভিদ ৰোপণ কৰাটো অধিক উপযুক্ত। |
চন্দন কাঠৰ উদ্ভিদ বা বীজ কৰ পৰা লাভ কৰিব পাৰি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.