text
stringlengths
0
188k
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ৰেগিঙৰ পৰা বাচিবলৈ’ হোষ্টেলৰ পৰা জঁপিয়াই সংকটজনক অৱস্থাত ছাত্ৰ November 28, 2022
স্পেইন (১) বনাম জাৰ্মানী (১) : বিশ্বকাপৰ Tactical Analysis November 28, 2022
৬ দিন ধৰি বাহনসহ নিখোজ ব্যক্তি, ধেমাজিত চাঞ্চল্য November 28, 2022
লখিমপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ November 28, 2022
মঙলদৈত বাঘৰ মুক্ত বিচৰণ November 27, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>ডিজিটেল ডেস্ক: যুৱকজনে খুব সুন্দৰ ছবি আঁকে। ইতিমধ্যে তেওঁৰ ছবিয়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ঠ সমাদৰ লাভ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিছে গুৱাহাটীৰ হিমন বৰুৱা নামৰ যুৱকজনৰ ছবি।
হিমনৰ লগতে পত্নী আনন্দিতাইও এগৰাকী নিপুন চিত্ৰশিল্পী। হিমনক দেখিলে কোনোৱে নক'ব যে তেওঁ কাণেৰে নুশুনে আৰু কথা ক'ব নোৱাৰে। হিমনক লৈ সৰুতে পিতৃ-মাতৃয়ে যথেষ্ঠ চিন্তিত হৈছিল।কিন্তু বিচাৰি উলিয়াইছিল হিমনৰ প্ৰতিভা। কি কৰি ভাল পাই হিমনে। ছবিত ৰাপ থকা হিমনক আৰ্ট স্কুলত ভৰ্তি কৰি দিছিল। এতিয়া ছবিয়েই তেওঁৰ বাবে হৈ পৰিল প্ৰাণ। হিম...
হিমনৰ এক সাক্ষাতকাৰ প্ৰকাশ পাইছিল''অসমীয়া প্ৰতিদিন ডিজিটেল'' সংস্কৰণত। সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ সৈতে হোৱা কথা-বতৰাত দুয়ো উল্লেখ কৰিছিল যে দুয়োৰে ইচ্ছা আছে এখন প্ৰদৰ্শনী পতাৰ যুটীয়াভাৱে। লগতে জনাইছিল যে মুখ্যমন্ত্ৰী শৰ্মাক নিজ হাতে দিব বিচাৰে তেওঁ অংকন কৰা এখন ছবি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিলিকি উঠিছিল হিমন...
এই সাক্ষাতকাৰৰ পাছতেই আশা পূৰণ হ'ল হিমন, আনন্দিতাৰ। দেওবাৰে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে হিমন, আনন্দিতা তথা পৰিয়ালটিক।
সপোন পূৰণ হ'ল হিমনৰ। মুখ্যমন্ত্ৰীক গ্ৰহণ কৰিলে তেওঁ হাতে অঁকা ছবি। মুখ্যমন্ত্ৰীয়ে হিমন-আনন্দিতাৰ প্ৰশংসা লগতে কোলাত তুলি ল'লে ছমহীয়া কেঁচুৱাটি। লগত যোৱা পিতৃ-মাতৃক পুত্ৰ-বোৱাৰী,নাতিৰ ভৱিষ্যতৰ বাবে সদায় সম্ভৱপৰ সহায় সযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহু ব্যৱস্তাৰ মাজতো প্ৰায় আধা ঘন্টা ...
মুখ্যমন্ত্ৰীৰ সাক্ষাতে আনন্দিত কৰি তুলিছে পৰিয়ালটিক। দুয়োৰে বহুদিনীয়া সপোন পূৰণ হোৱাক লৈ সুখী হিমন, আনন্দিতা।
https://www.asomiyapratidin.in/editorial-desk/special-writing/special-writing-by-mridul-kumar-handique-on-himon-anindita-guwahati<eot>বিশ্বজুৰি তোলপাৰ লগোৱা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনিয়া লকডাউনৰ ফলত হাহাকাৰ সৃষ্টি হৈছে ভিতৰুৱা গাঁও অঞ্চলৰ বহু দৰিদ্...
চৰকাৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা দুখীয়া সকলৰ মাজত বিনামূলীয়া চাউল বিতৰণ কৰিছে যদিও সেয়া যে পৰ্যাপ্ত নহয় সেইটো পৰিলক্ষিত হৈছে।
খাটি খোৱা লোকৰ মাজত দেখা দিয়া এই সংকটত সকাহ দিবলৈ এগৰাকী আৰক্ষী বিষয়া আগবাঢ়ি অহা কাৰ্যই সকলোৰে দৃষ্টি কাঢ়িছে।
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কাৰিগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়া অংগৰাজ চেত্ৰীয়ে তিনিদিন ধৰি মানৱতাৰে দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰি আছে চাউল, দাইল, আলু, মিঠা তেল, চাবোন আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী।
নিজৰ চাকৰিৰ ধন আৰু সহযোগীসকলৰ পৰা ধন সংগ্ৰহ কৰি দৰিদ্ৰ পৰিয়াল সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে ক’ৰ’না ভাইৰাছৰ ওপৰত কবিতা ৰচনা কৰি আবৃত্তিও কৰিলে আৰক্ষী বিষয়াজনে।
ইতিমধ্যে কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন গাঁও সমূহত সোমাই ৩৫০ টাতকৈও অধিক পৰিয়ালৰ ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা বুলি জনাইছে বিষয়াজনে।
Tags: COVID19
Recent News
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিছে। কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো ড্ৰাগছ মাফিয়াক জালত পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষী। অসম আৰক্ষীৰ এই সাফল্যৰ ধাৰা বর্তমানেও অব্যাহত আছে আৰু প্ৰতিদিনে ৰাজ্যত জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।
২৬ জুন তাৰিখ সমগ্ৰ বিশ্বতে ড্ৰাগছ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনা ড্ৰাগছৰ ভয়াবহতা সম্পৰ্কে বিশ্ববাসীক সজাগ কৰা হয়। ড্ৰাগছ বিৰোধী এই দিৱসৰ দিনাই অসমত জ্বলাই বিনষ্ট কৰা হয় কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ মাৰাত্মক ড্ৰাগছ। নগাঁও জিলাটো দহন কৰা হয় ড্ৰাগছ।
নগাঁও জিলাৰ বঢ়মপুৰস্থিত ৰঙাযান খেল পথাৰত ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত বর্ষত নিজ হাতেৰে দহন কৰিছিল প্ৰায় ডেৰ লাখ কোটি টকা মূল্যৰ ড্ৰাগছ। পুনৰ এই খেল পথাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংহতি ৰাখি বিনষ্ট কৰা হল ১৫ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ নিষিদ্ধ ড্ৰাগছ।
নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ থানাৰ আৰক্ষীয়ে জিলাখনত ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰা এই ১৫ কোটি টকা মূল্যৰ ড্ৰাগছত অগ্নি সংযোগ কৰি বিনষ্ট কৰা হয়। নগাঁও জিলা আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে দহন কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। জিলাখনত ড্ৰাগছ মুক্ত কৰি ৰখাই আৰক্ষীৰ অন্যতম প্ৰধান লক্...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি
November 29, 2022 12 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স
Read More...
Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক
November 29, 2022 8 0 CommentsBy: Sangbad 365
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত
Read More...
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 9 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ<eot>বিশ্বনাথ : বিশ্বনাথত জাতীয়তাবাদী শিবিৰত মূখ্যম আঘাত। এসময়ত “কা” আন্দোলনৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া জাতীয়তাবাদী ছাত্ৰ নেতাই দেওবাৰে পৰিধান কৰিলে গেৰুৱা বস...
বিশ্বনাথ নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বিশ্বনাথ জিলাৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি সদৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি ঈসান প্ৰতিম শইকীয়া, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন স...
আনহাতে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা কেইগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আনহাতে প্ৰাক্তন ছাত্ৰ নেতা কেইগৰাকীয়ে বিজিপিত যোগদান কৰাত সমাগত পৌৰসভ...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 7 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো
Read More...
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ
November 27, 2022 20 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ
Read More...
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন
November 26, 2022 13 0 CommentsBy: Sangbad 365
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>আগন্তুক লোকসভা নিৰ্বাচনলৈ সাজু হৈছে মেঘালয় কংগ্ৰেছ। ২০১৯ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মেঘালয়ৰ অতি সন্মানীয় চিলং সমষ্টিৰ পৰা পুনৰবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ ভিনচেণ্ট পা...
মেঘালয় কংগ্ৰেছৰ মুখপাত্ৰ এইচ এম চাংপ্লিয়াঙে এক ঘোষণাৰ জৰিয়তে চিলং সমষ্টিৰ পৰা ভিনচেণ্ট পালাই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জনায়। আনহাতে ৰাজ্যখনৰে আন এটা লোকসভা সমষ্টি তুৰাৰ বাবে এতিয়ালৈ প্ৰাৰ্থী ঠিৰাং হোৱা নাই বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে এসময়ৰ কংগ্ৰেছৰ ঘাটি হিচাপে পৰিচিত তুৰা সমষ্টিৰ পৰা পূৰ্ণ আঘিটোক চাংমাই কংগ্ৰেছ সাংসদ হিচাপে বহুবাৰ নিৰ্বাচিত হৈছিল। কিন্তু চাংমাই দল ত্যাগ কৰাৰ পাছৰ পৰাই তুৰা সমষ্টিত এই পৰ্যন্ত কংগ্ৰেছ দলৰ হৈ কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হোৱা নাই।
ইফালে চিলঙৰ সাংসদ ভিনচেণ্ট পালা এগৰাকী সুদক্ষ সাংসদ বুলিও অভিহিত কৰে কংগ্ৰেছৰ মুখপাত্ৰ এইচ এম চাংপ্লিয়াঙে।
কংগ্ৰেছ দলে নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসনাধিষ্ঠ দল এন পি পি। দুয়োটা সমষ্টি অৰ্থাৎ চিলং আৰু তুৰাৰ বাবে শাসনাধিষ্ঠ দলটোৱে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ উদ্দেশ্যে সহযোগী দলসমূহৰ লগত ধাৰাবাহিকভাৱে বৈঠক তথা সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে। কিন্তু জানিব পৰা মতে এই পৰ্যন্ত কোনো এটা সমষ্টিৰ বাবেই...
Recent News
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
News18 Assam
Last Updated : October 06, 2022, 23:24 IST
Share this:
News18 Assam
ভাৰতীয় ফুটবলক নতুন ৰূপ দিয়া হিৰো ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ নৱম সংস্কৰণ সাত অক্টোবৰৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে, ক'ভিডৰ বাবে যোৱা দুবছৰ আই এছ এলৰ মেচ দর্শক অবিহনে কেৱল গোৱাতে হৈছিল যদিও এইবাৰ পুনৰ সমগ্ৰ দেশতে অনুষ্ঠিত হ'ব। অর্থাৎ আই এছ এল খেলিব লগা ১১ টা দলে নিজৰ নিজৰ চহৰত ১০ খনকৈ লীগ মেচ খেলাৰ সুযোগ লাভ ক...
উল্লেখ্যোগ্য যে, পূৰ্বৰ দৰে এইবাৰ নিজৰ প্ৰিয় দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকিবলৈ সুযোগ পাব সকলো দৰ্শকে। অহা সাত অক্টোবৰত কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'ব লগা নৱম আই এছ এলৰ উদ্বোধনী মেচত ঘৰুৱা দল কেৰালা ব্ৰাষ্টাৰ্ছ এফ চিয়ে খেলিব কলকাতাৰ দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে।
𝙎𝙀𝙀 𝙔𝙊𝙐 𝙏𝙊𝙈𝙊𝙍𝙍𝙊𝙒! 🤩#HeroISL #LetsFootball #KeralaBlasters #SahalAbdulSamad | @KeralaBlasters pic.twitter.com/oYvYfdH8ob
— Indian Super League (@IndSuperLeague) October 6, 2022
সুখবৰ যে, উত্তৰ-পূবৰ ক্ৰীড়াপ্ৰেমীৰ দুবছৰীয়া অপেক্ষাৰ অন্ত পেলাই এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামতো পুনৰ হ'ব আই এছ এলৰ মেচ। অহা ১৩ অক্টোবৰত ঘৰুৱা দল নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে গুৱাহাটীৰ প্ৰথম মেচত মুখামুখি হ'ব বিগত ছিজনৰ চেম্পিয়ন হায়দাবাদ এফ চিৰ বিৰুদ্ধে। অৱশ্যে নর্থ-ইষ্ট ইউ...
Published by:Subham Goswami
First published: October 06, 2022, 23:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
FootballISLISL FootbalISL New sessionSports
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...