text stringlengths 0 188k |
|---|
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
by চাজিদ খান, ওদালগুৰি |
April 18, 2022 6:46 am |
ফটো: নৰ্থইষ্ট নাও। |
136 |
VIEWS |
Share on FacebookShare on Twitter |
ওদালগুৰি জিলাৰ ওৰাঙৰ ২নং শইকীয়া চুবুৰী গাঁওৰ নামঘৰত দেওবাৰে ৬০ বছৰীয়া বৃদ্ধ বদ্ধাকে ধৰি ২৯গৰাকী দম্পতিৰ ৰাজহুৱা শুভ বিবাহ অনুষ্ঠিত হৈ যায়৷ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত আয়োজিত এই সমূহীয়া বিৱাহ অনুষ্ঠানত পূৰ্বতে যি সকলে ছোৱালী পলুৱাই আনিছিল কিন্ত অৰ্থৰ অভাৱত আনুষ্ঠানিক বিবাহকাৰ্য কৰিব পৰা নাছিল বা যিসকলে অলপতে ছোৱালী... |
মানুহৰ জীৱনত জন্ম, বিৱাহ আৰু মৃত্যু এই তিনিটা কাৰ্য হেনো সুকলমে সমাধা কৰিব লাগে ৷ বিবাহক এক অতি পবিত্ৰ আৰু শুভ কাৰ্য বুলি গণ্য কৰিয়েই গাঁওখনৰ ৰাইজে বহি এক আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই দিনটোতে এই সামূহিক বিবাহৰ আয়োজন কৰে ৷ |
এই বিবাহ অনুষ্ঠানত একাংশ ষাঠি বছৰ উৰ্ধৰ দম্পতিয়েও অংশ গ্ৰহণ কৰে ৷ তেওঁলোকৰ পুত্ৰ- কন্যা, বোৱাৰী ,নাতি-নাতনীয়েও এই বিৱাহৰ সাক্ষী হৈ ৰয়৷ হোমযজ্ঞৰে অনুষ্ঠিত এই সামূহিক বিবাহৰ যোগেদি এই দম্পতি সকলক ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰা হয় ৷ |
ইয়াৰে অধিকাংশই টকা পইচা অভাব আদিৰ বাবে সময়ত শুভ বিবাহ কৰিব নোৱাৰাত এই দিনটোত তেওঁলোকে আনন্দিত হোৱা বুলি ব্যক্ত কৰিছে ৷ ব্যতিক্ৰমী এই সামূহিক বিবাহ অনুষ্ঠানৰ বিষয়টো অঞ্চলটোত ব্যাপকভাৱে চৰ্চিত হৈছে ৷ |
Recent News |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ কাৰণে ডিমা হাচাও জিলাত প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ ঘৰ, খেতি-পথাৰ আদি ক্ষতিগ্ৰস্ত হৈছিল। |
কিন্তু ৰেইল কৰ্তৃপক্ষই তেওঁলোকৰ বাকী থকা ক্ষতিপূৰণৰ ধন মোকলাই দিয়া নাই। ইয়াৰ বাবেই এই ৰেইল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল। |
এন এফ ৰেইলৱেৰ ফালৰ পৰা জিলা উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে মুখ্য প্ৰশাসনিক বিষয়া এইচ এছ যাদবে। |
তেওঁ পত্ৰখনত উল্লেখ কৰে যে লামডিং-শিলচৰ ব্ৰডগজ প্ৰকল্প অতিপুৰণি। ইতিমধ্যে এই প্ৰকল্পৰ কাম শেষ হৈছে। বৰ্তমানে কোনো পুঁজি নাই। |
এন এফ ৰেইলৱেৰ মুখ্য প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তলৈ লিখা পত্ৰখন। |
এনে পৰিস্থিতিত নতুন বিত্তীয় বছৰত ধন মোকলাই দিয়াৰ কাৰণে ৰেইলৱেৰ পৰা অৱগত কৰা হ’ল। অৰ্থাৎ ৩১ মাৰ্চৰ পাছত ক্ষতিপূৰণ দিয়া হ’ব। |
ইপিনেস ৰেইলৱেৰ পৰা এই পত্ৰ লাভ কৰাৰ পাছত আইএছএফ নেতৃত্বই ৰেইল অৱৰোধ কাৰ্যসূচী উঠাই লোৱাৰ বাবে সাজু হয়। |
আইএছএফৰ সভাপতি ডেভিদ কেইভমে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘আমি ৰেইল বা চৰকাৰৰ ফালৰ পৰা যেতিয়া যি কৈছে মানি লৈছিলো। কিন্তু দুখীয়া ৰাইজে নিজৰ প্ৰাপ্য ধন নোপোৱা বাবে বাধ্য হৈ ৰেইল অৱৰোধৰ আহ্বান জনাইছিলো। কিন্তু এতিয়া যিহেতু ৰেইলৱেই প্ৰতিশ্ৰুতি দিছে সেই কাৰনে আমি এই অৱৰোধ উঠাই লৈছো।’ |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
শেহতীয়াকৈ পুনৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড পোহৰলৈ আহিছে। ৰাজ্যখনৰ বাৰাবাঁকীৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী মহিলাক সুৰা পান কৰিবলৈ বাধ্য কৰি চাৰি দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। |
অভিযোগ অনুসৰি, মহিলাগৰাকীক কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিয়ে গাঁৱৰে এটা পুখুৰীৰ কাষলৈ মাতি নিয়ে। পূৰ্ব পৰিকল্পিতভাৱে পুখুৰীটোৰ পাৰত সেই সময়ত আন তিনিগৰাকী ব্যক্তি উপস্থিত আছিল। |
ইয়াৰ পিছতে চাৰিও দুৰ্বৃত্তই মহিলাগৰাকীক সুৰা পান কৰিবলৈ বাধ্য কৰে আৰু সুৰা পানৰ পাছতে মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰে। |
জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰ্ণেন্দু সিঙে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে শনিবাৰে তেওঁৰ স্বামীৰ সৈতে আৰক্ষীৰ কাষ চাপে আৰু এক অভিযোগ দাখিল কৰিছিল। |
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰে। ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত দেৱী দীন নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন অভিযুক্ত কেইবাগৰাকীৰ সন্ধান চলাই থকা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মন্ত্ৰী শৰ্মাৰ মতে ৩ কোটি জনসংখ্যাৰ অসমত পৰেশ বৰুৱাৰ ভতিজা আলফা (স্বাঃ)ত ভৰ্তি হোৱাটো বাতৰি নহয়, বৰঞ্চ কংগ্ৰেছত ‘ৰাজীৱ গান্ধীৰ পিছত ৰাহুল গান্ধী’ৰ দৰে ভতিজাক মুন্না পৰেশ বৰুৱাৰ পিছত সংগঠনটোৰ দায়িত্ব ল’বলৈ গৈছে। |
“পৰেশ বৰুৱাৰ ঘৰৰ ল’ৰা আলফাত যাবই, পৰেশ বৰুৱাতো আগৰ পৰাই আলফা। পৰেশ বৰুৱাৰ ৬০-৭০বছৰ হ’ল, কাৰ্য্যভাৰটো গতাব লাগিব নিজৰ পৰিয়ালৰে কাৰোবাক। যিদৰে কংগ্ৰেছৰ ৰাজীৱ গান্ধীৰ পাছত ৰাহুল গান্ধী,” বুধবাৰে গুৱাহাটীত প্ৰদেশ বিজেপিৰ কাৰ্য্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশৰ পিছতে সাংবাদিকৰ আগত এই মন্তব্য জ্যেষ্ঠ মন্ত্ৰীগৰাকীৰ। |
প্ৰশ্নকৰ্তা সাংবাদিকক ওলোটাই হিমন্ত বিশ্বৰ প্ৰশ্ন, ’‘আপোনাৰ ভায়েকজনে যদি আপুনি কাম কৰা চেনেলত যোগদান কৰে সেইটো নিউজ হ’ব পাৰে নেকি?’’ |
নাগৰিকত্ব বিধেয়কে আলফা (স্বাঃ)ত ‘নতুনকৈ প্ৰাণ দিলে’ বুলি অসম আৰক্ষী (বিশেষ শাখা)ৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই শেহতীয়াকৈ মন্তব্য কৰাৰ বিপৰীতে শৰ্মাই আলফামুখী ‘ল’ৰা’ পূৰ্বতকৈ হ্ৰাস হোৱা বুলি দাবী কৰে। |
“সন্ত্ৰাসবাদী সংগঠনত বছৰি ১৫০-২০০ ল’ৰাই যোগদান কৰি থাকে, সেইটো কোনো নতুন কথা নহয়। আগে-পাছে বছৰত ১০০-১৫০ ল’ৰা আলফাত গৈছিল,” শেহতীয়াকৈ আলফা (স্বাঃ)লৈ ‘মাত্ৰ ৩ জন ল’ৰা গৈছে’ বুলি দাবী কৰি এই মন্তব্য শৰ্মাৰ। |
অসমৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিত আলফা (স্বাঃ)ৰ প্ৰতি যুৱসমাজৰ সমৰ্থন বঢ়া কথাটোও অগ্ৰাহ্য কৰিছে মন্ত্ৰীজনে। |
“ছ’চিয়েল মিডিয়াত আলফাৰ লগতে আল কাইদাকো মানুহে সমৰ্থন কৰে। ছ’চিয়েল মিডিয়াত হিজবুল মুজাহিদীনক সমৰ্থন কৰি ল’ৰা গৈছিল,” শৰ্মাৰ যুক্তি। |
শৰ্মাই লগতে কয় যে পৰেশ বৰুৱা শান্তি আলোচনালৈ আহি আলফাক শেষ নকৰা পৰ্য্যন্ত আলফালৈ ল’ৰা গৈয়ে থাকিব। |
Recent News |
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বাতৰি অনুসৰি, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা জনোৱা হৈছে যে নেদাৰলেণ্ডৰ ১৫গৰাকী কূটনীতিকক অবাঞ্চিত বুলি ঘোষণা কৰি তেওঁলোকক দুসপ্তাহৰ সময় দিয়া হৈছে। |
তদুপৰি, বেলজিয়ামৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা জানিবলৈ দিয়া মতে ৰাছিয়াই তেওঁলোকৰ ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিছে। |
লগতে পঢ়ক: সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী |
সেইদৰে, অষ্ট্ৰিয়াৰ চাৰি গৰাকী কূটনীতিকক অহা দেওবাৰৰ ভিতৰত ৰাছিয়া ত্যাগ কৰিবলৈ কোৱা হৈছে। |
ৰাছিয়াৰ এই সিদ্ধান্তক সম্পূৰ্ণ অন্যায় তথা ভিত্তিহীন বুলি আখ্যা দি বেলজিয়ামে কৈছে যে মস্কোৰ এই পদক্ষেপৰ ফলত ৰাছিয়াৰ আন্তৰ্জাতিক কূটনৈতিক সম্পৰ্কত যতি পৰিব। |
ইয়াৰ পূৰ্বে নেদাৰলেণ্ডে ৰাছিয়াৰ ২১গৰাকী কূটনীতিকক বহিস্কাৰ কৰাৰ পিছত ৰাছিয়াইও তাক ভিত্তিহীন বুলি অভিহিত কৰিছিল। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখ্য যে ২০১৯ চনত ক‘ৰণা মহামাৰীৰ ভৰ-পক সময় চোৱাৰ মাজতে চেগ বুজি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা প্ৰশাসনে অসমৰ বমগাৰা নামৰ ঠাই খণ্ডক অৰুণাচলৰ ভূখণ্ড বুলি দাবী কৰি সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে বেদখল কৰি এখন ফলক লগাইছিল। লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লেখাপানী সংৰক্ষিত বনাঞ্চল আৰু শালেকী প্ৰস্তাৱিত বনাঞ্চলৰ মাজে... |
পৰৱৰ্তী পৰ্যায়ত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত অৰুণাচলীয়ে বমগাৰাত লগোৱা সেই নাম ফলক তাৰ পৰা আঁতৰাই দিছিল যদিও পুনৰ একাংশ অৰুনাচলী লোক আহি বমগৰাৰ সেই একে স্থানতে পুনৰ বাঁহেৰে এখন গেট আৰু এটা টঙী ঘৰ সাজি অসমৰ ভূখণ্ডক অৰুণাচল প্ৰদেশত অন্তৰ্ভূক্ত কৰাৰ চেষ্টা কৰিছে। |
পুনৰ লেখাপানী আঞ্চলিক বন বিষয়াৰ কৰ্মচাৰীসকলে উক্ত চেকগেটখন উঠাবলৈ যাওঁতে কেইদিনমান পূৰ্বে উত্তপ্ত পৰিবেশ সৃষ্টি হয়। কেৱল বমগৰাতেই নহয়, অৰুণাচলৰ লোকসকলে অসমৰ সঞ্জুৱাৰা নামৰ গাঁওখন দখল কৰি নাম সলনি কৰি টিৰাপ চাকান গাঁও নামেৰে নামাকৰণ কৰিছে আৰু গাঁওখনৰ ওচৰৰ লেখাপানী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছে। |
তদুপৰি জাগুন-জয়ৰামপুৰ সীমান্তত জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ দহ মাইলটো বহুতো অৰুণাচলীয়ে অসমৰ ভূমি দখল কৰি ইতিমধ্যে ঘৰ সাজিছে। ঠিক সেইদৰে মাৰ্ঘেৰিটাৰ নামটক, নামদাং অঞ্চলটো অৰুণাচলী লোক আৰু অৰুণাচলৰ প্ৰশাসনে সীমা আগুৱাই আনিবলৈ কোজ কাবাজ অব্যাহত ৰাখিছে। তিনিচুকীয়া জিলাত অৰুণাচল প্ৰদেশে আগ্ৰাসন চলোৱা অঞ্চলসমূহ ... |
অৰুণাচলৰ এনে আগ্ৰাসনৰ বাবেই অসম আৰু অৰুণাচলৰ মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে। গতিকে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসম – অৰুণাচল প্ৰদেশৰ এই সীমা বিবাদ আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি জাগুনত এখন সংবাদমেল সন্মোধন কৰি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয়ে নেতা পাপু দত্তই সংবাদমাধ্যমৰ আগত কয় যে আৰু... |
আজিৰ সংবাদমেলত উপস্থিত থাকে টিৰাপ জাগুন আঞ্চলিকৰ সভাপতি বাৰীক খান আৰু কাৰ্যকৰী সভাপতি ধৰ্ম ৰাজ শৰ্মা। সংবাদমেলৰ অন্তত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল প্ৰদেশৰ উপৰোক্ত সীমা সমস্যা তৎকালে সমাধানৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তিয়ে। অন্যহাতে এপ্ৰিল মাহৰ প... |
Related |
মাৰ্ঘেৰিটা মহকুমাৰ ভূমিত অৰুণাচলৰ আগ্রাসন ৰোধৰ দাবীত, ১৩টা সংগঠনৰ প্রতিবাদ |
জাগুন বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে ৫টাকৈ বাসগৃহ |
অস্তিত্বৰ সংকটত বিশ্বনাথ জিলাৰ একমাত্ৰ বনাঞ্চল, তথাপি আশা ধৰি ৰাখিছে অঞ্চলবাসীয়ে |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,578 other subscribers |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ |
আৰ্জেণ্টিনা (২) বনাম মেক্সিকো (০) | বিশ্বকাপৰ Tactical Analysis |
লখিমপুৰত আলি আঃয়ে লৃগাং উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি |
অইল কৰ্তৃপক্ষৰ হেমাহিত পথচাৰীয়ে ভোগিছে দূৰ্ভোগ |
৬ দিন ধৰি বাহনসহ নিখোজ ব্যক্তি, ধেমাজিত চাঞ্চল্য |
Latest News |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.