text stringlengths 0 188k |
|---|
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী |
শ কিঃ মিঃ দূৰৈৰ বজাৰলৈ কৃষি ফচল লৈ শদিয়াৰ নাৰী |
আৰ্জেণ্টিনা (২) বনাম পোলেণ্ড (০) : বিশ্বকাপৰ Tactical Analysis |
কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াকলৈ অৰ্জুন বঁটা |
মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অসম চৰকাৰৰ |
Latest News |
প্ৰসূতিৰ মৃত্যুৰ হাৰত পুনৰ দেশৰ ভিতৰতে শীৰ্ষত অসম December 1, 2022 |
শিলচৰ NIT-ত গৱেষণা সহযোগীৰ পদ সৃষ্টি December 1, 2022 |
আৰ্জেণ্টিনা (২) বনাম পোলেণ্ড (০) : বিশ্বকাপৰ Tactical Analysis December 1, 2022 |
কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াকলৈ অৰ্জুন বঁটা December 1, 2022 |
শ কিঃ মিঃ দূৰৈৰ বজাৰলৈ কৃষি ফচল লৈ শদিয়াৰ নাৰী December 1, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>ঘৰত খেতিৰ বাবে মাটি নাথাকিলে চিন্তা নকৰিব। যিদৰে ঘৰৰ চাদত ফুল ৰোপণ কৰে ঠিক তেনেদৰে ঘৰৰ চাদত বিভিন্ন ধৰণৰ শস্যও খেতি কৰিব পাৰে। টাবত আপোনাৰ প্ৰিয় শাক-পাচলি খেতি কৰিব পাৰে। আজি মই আপোনা... |
টাবত কবি খেতি কৰিবলৈ প্ৰথমে কবিৰ পুলি সংগ্ৰহ কৰিব লাগিব। যিকোনো ধৰণৰ নাৰ্চাৰী বা ফুলৰ দোকানৰ পৰা এই পুলিবোৰ পাব পাৰে। ছেপ্টেম্বৰৰ শেষৰ পৰা অক্টোবৰৰ আৰম্ভণিৰ ভিতৰত যদি ৰোপণ কৰা হয় তেন্তে উৎপাদন বহুত ভাল হয়। |
মাটি প্ৰস্তুত কৰাৰ বাবে ৯০% সাধাৰণ বাগিচাৰ সাৰ গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ লগত ১০% পচন সাৰ মিহলাই দিব লাগে। কিন্তু মজিয়াত এটা ফুটা থাকিব লাগিব আৰু সেই গাঁতটো হেচেটেৰে ঢাকিব লাগিব। তাৰ পিছত টাবটোৰ বাবে প্ৰস্তুত কৰা মাটিখিনি টাবটোত ঢালি দিব লাগে। |
এই টাবত থকা পুলিটো আৰু নাৰাখিলে গছজোপা এটা ডাঙৰ টাবত ৰোপণ কৰা হয়। সৰু টাবটোত দুটাৰ পৰা তিনিটা কবিৰ পুলি একেলগে ৰোপণ কৰিব লাগে। তাৰ পিছত গছবোৰ অলপ ডাঙৰ হ’লে এটা এটাকৈ বেলেগ বেলেগ ডাঙৰ টাবত ৰাখিব লাগে। তাৰ পিছত গছজোপাৰ শিপাত অলপ অলপকৈ পানী দিব লাগে (বেছিকৈ পানী নিদিব কাৰণ ইয়াৰ ফলত শিপাৰ ক্ষতি হ’ব পাৰে)। |
এনে অৱস্থাত গছবোৰ প্ৰথম দুদিনৰ পৰা তিনিদিন ছাঁত ৰাখিব লাগে। এই কেইদিনমানত যাতে গছজোপাৰ ওপৰত সূৰ্য্য নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ৰাতি মুকলি আকাশৰ তলত গছ-গছনিবোৰ ৰাখক। গছজোপাৰ ওপৰত ৰাতিৰ শিশি পৰিলে গছজোপা সতেজ হৈ পৰিব। তেতিয়া গছবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ ধুনীয়া ধুনীয়া কবি হৈ পৰিব।<eot>ৰাজ্যত নিষিদ্ধ হ’ব লালিগুড়। ... |
প্ৰেছ বিজ্ঞপ্তিটোত সমিতিৰ আহ্বায়ক মণ্ডলী ক্ৰমে নয়নজ্যোতি কলিতা আৰু দেৱজিৎ দাসে জনায় যে অসম চৰকাৰৰ বিভাগীয় মন্ত্রী, বিভাগীয় কর্তৃপক্ষ আৰু সন্থাৰ বিষয়ববীয়াৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত ইতিবাচক সঁহাৰি লাভ কৰা বাবেই ৮ আৰু ৯ এপ্রিলৰ চকাবন্ধ কার্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে। |
উল্লেখ্য যে যোৱা ১ এপ্রিলত তেজপুৰস্থিত কেতেকী বিবাহ ভৱনত সদৌ অসম যাত্রীবাহী পৰিবহণ সমন্বয়ৰক্ষী সমিতিয়ে এখন সভা অনুষ্ঠিত কৰি ৰাজ্যজুৰি চকাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। |
সদৌ অসম মটৰ পৰিবহণ সন্থাই বাৰম্বাৰ চলিত বছৰৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্বাচন আৰু আইন-শৃংখলা জনিত কাৰণত ভাৰাৰ বাবে অধিগ্ৰহণ কৰিব লগা গাড়ীসমূহৰ ভাৰা ৫০ শতাংশ বৃদ্ধিৰ লগতে কৰ্মচাৰীৰ ভাত্তা ১০০ শতাংশ বৃদ্ধিৰ দাবী জনাই আহিছিল। কিন্তু এতিয়ালৈ সেয়া কাৰ্যকৰী নহ’ল বৰঞ্চ ২০১২ চনৰ নিৰিখতেই ভাৰা চলি আহিছে বুলি সন্থাই জানিবলৈ দিয়ে। |
Recent News |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
ৰাষ্ট্ৰীয় |
হাফপেণ্ট বিতৰ্কৰ পাছত শাড়ী বিতৰ্ক : মুখ খুলিলে অক্কিলাই |
ৰাষ্ট্ৰীয় |
Image Credit: Internet |
Sep 24, 2021 | Deleted |
নতুন দিল্লী : অসমত হাফপেণ্ট বিতৰ্কই খলকনি তোলাৰ সময়তে এইবাৰ ছ'চিয়েল মিডিয়া গৰম হৈছে শাড়ী বিতৰ্কই। দিল্লীৰ ৰেস্তোঁৰাত শাড়ী পিন্ধা মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এই বিতৰ্কৰ সৃষ্টি হয়। দৰাচলতে এগৰাকী শাড়ী পৰিধান কৰি সাংবাদিক অনিতা চৌধুৰীয়ে ‘অক্কিলা দিল্লী’ নামৰ ৰেস্তোঁৰালৈ গৈছিল। কিন্তু প্ৰৱেশদ্বাৰতেৰেস্তোঁৰাৰ কৰ্মচাৰ... |
কৰ্মচাৰীজনে ক’লে, "আমি কেৱল স্মাৰ্ট কাপোৰ পিন্ধা লোককহে প্ৰৱেশৰ অনুমতি দিও।" তেতিয়া সাংবাদিকগৰাকীয়ে মন্তব্য কৰে, "অনুগ্ৰহ কৰি আপুনি স্মাৰ্ট কাপোৰ কি হয় জনাওক।" সাংবাদিক অনিতা আৰু ৰেস্তোঁৰাৰ কৰ্মচাৰীজনৰ বাৰ্তালাপৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম ফেচবুকত। ফেচবুকত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ভিডিঅ’টোৱে। |
তেজপুৰত হাফপেণ্ট পৰিধান কৰা যুৱতীক পৰীক্ষা হলত প্ৰৱেশ কৰিব নিদিয়াত অসমত সামাজিক মাধ্যমত বিপৰীত দৃষ্টিভংগীৰ দুই পক্ষৰ মাজত প্ৰৱল বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া দিল্লীৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে একে ধৰণৰ বিতৰ্কৰ। সাংবাদিক অনিতাই ফেচবুকত ভিডিঅ’টো পোষ্ট কৰি মন্তব্য কৰিছিল, "শাড়ী পিন্ধাৰ বাবেই মোক দিল্লীৰ এখন ৰে... |
ইয়াৰ পাছতেই বিষয়টোক লৈ সামাজিক মাধ্যমত বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যথেষ্ট সংখ্যক লোকে ইয়াক ভাৰতীয় সাজ-পোচাকৰ বাবে চৰম অপমানজনক আখ্যা দিছে। ইফালে, সাংবাদিক অনিতা চৌধুৰীয়ে ৰাষ্ট্রীয় মহিলা আয়োগক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনোৱাৰ পাছতে তত্পৰ হয় মহিলা আয়োগ। মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ৰেস্তোৰাঁখনত সাংবাদিকগ... |
ইপিনে শাড়ী বিতৰ্কক লৈ এতিয়া মুখ খুলিছে অক্কিলা ৰেস্তোঁৰাই। অক্কিলা দিল্লী ৰেস্তোঁৰা অক্কিলাই নিজকে ভাৰতীয় কোম্পানী বুলি উল্লেখ কৰি ইনষ্টাগ্ৰাম একাউণ্টত স্পষ্টীকৰণ দি কয় যে ৰেস্তোঁৰাখন ভাৰতীয় সংস্কৃতিৰ সদায় শ্ৰদ্ধা কৰে । অক্কিলাই আধুনিক আৰু পৰম্পৰাগত দুয়োধৰণৰ পোচাক পৰিধানকে আদৰণি জনায়। ৰেস্তোৰাঁখনৰ কৰ্তৃপক্ষই ইয়াৰ যুক্... |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>গুৱাহাটী : সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়। তাৰে এটা প্ৰজাতিৰ... |
উল্লেখযোগ্য যে ক’ভিডসৃষ্ট পৰিৱেশৰ পিছত বন্যপ্ৰাণী পৰ্যটনে এক ন মাত্ৰা লাভ কৰিছে। ভাৰত পৰ্যটনৰ উদ্যোগত আৰু এন ই ফ’কাচ ডট কমৰ সহযোগত অনুষ্ঠিত হোৱা এই আলোচনাৰচক্ৰখনত উপস্থিত থাকি বন বিভাগৰ মুখ্য বন সংৰক্ষক অমৃত চাহায়ে কয় যে হলৌ বান্দৰ সংৰক্ষণ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ কেন’পী প্ৰস্তুত কৰা অথবা হলৌ বান... |
আলোচনাচক্ৰখনত ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে পূব বিপদাপন্ন প্ৰজাতিৰ আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। এন ই ফ’কাচ ৰ সহযোগত আয়োজিত আলোচনাচক্ৰখনত শিক্ষাৰ্থী, পৰ্যটক, প্ৰকৃতিপ্ৰেমী, অধ্যক্ষ লগতে বহু কেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।স্মৰ্তব্য যে এন ই ফ’কাচ ডট কমে সময়ে সময়ে এনেধৰণৰ সামাজিক উৎকৰ্... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 3 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 13 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল। গোটেই নিশা ওজাগৰে থাকি ৰামায়ণ শুনিলে, প্ৰভাত ফেৰীৰ সময়ত সুধিলে বোলো ৰামৰ পিতৃ কোন আছিল? অসমীয়া জাতিৰ ইতিবৃত্ত, অসমীয়া ভাষা-সাহিত্যৰ ইতিহা... |
‘অসমীয়াৰ সংজ্ঞা’ মূলতঃ ৰাজনৈতিক, য’ত অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপট জড়িত হৈ আছে। কেনেদৰে ৰাজনৈতিক, তাৰ এটা সৰু উদাহৰণ দিব পাৰি। সিদিনালৈ নিজকে বিহাৰী বুলি কোৱা মানুহখিনিয়ে ঝাৰখণ্ডত বসবাস কৰি এতিয়া আৰু নিজকে বিহাৰী বুলি কোৱাৰ প্ৰয়োজন বোধ নকৰে। কালৰ কুটিল গতিত অসমৰ পৰা আঁতৰি যোৱা নাগালেণ্ড বা মেঘালয়ৰ লোকসকল আজি অসমীয়া ... |
‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণ কৰিবলৈ যাওঁতে আমাৰ মনত এটা প্ৰশ্ন জাগে। ‘অসমীয়া’ৰ ধাৰণা ‘অসমীয়া ভাষা’ৰ পৰা উদ্ভূত নে ‘অসমতা বসবাস কৰা লোক’ৰ পৰা উদ্ভূত। নে কোনোটোৰে পৰা নহয়? প্ৰশ্নটো জাগিব নালাগিছিল। কিয়নো, ৰাজ্যৰ বিভাজন হৈছিল ভাষাভিত্তিক। সেই ভিত্তি তচনচ হ’বলৈ পিছে সৰহপৰ নালাগিল। অসমত ৰাজ্যভাষা অসমীয়া প্ৰৱৰ্তন অধিসূচনাৰ ধাৰণাত... |
প্ৰতিজন অসমীয়াই ভাৰতীয়, কিন্তু সকলো ভাৰতীয়ই অসমীয়া নহয়। হয় জানো? আজিৰ অৰ্থত প্ৰতিজন অসমীয়াই ভাৰতীয় আৰু প্ৰতিজন ভাৰতীয়ই অসমীয়া। গুটখা, ধঁপাত, সুৰাৰ ব্যৱসায় কৰা আৰু চাউলটোৱে প্ৰতি শিলটো মিহলাব খোজা অসম প্ৰদেশৰ বাহিৰৰ পৰা আহি নিশাটোৰ ভিতৰত ‘এগ্ৰিকালচাৰেল লেণ্ড’ক ‘বস্তি লেণ্ড’লৈ পৰিবৰ্তন কৰি, মাটি-বৃত্তি আহৰণ কৰা বণিক সকলক... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.