text stringlengths 0 188k |
|---|
যোৱা দুহাজাৰ বছৰ এই ভূখণ্ডলৈ যিমান প্ৰব্ৰজন হৈছিল, যোৱা দুশ বছৰত তাতকৈ অধিক প্ৰব্ৰজন ঘটিছে। ন-প্ৰব্ৰজনকাৰীসকলৰ নিজৰ ৰাজ্য বা দেশত মিতিৰ-কুটুম্ব বা আশ্ৰয়স্থল আছে। সময়ে ঢুকি নোপোৱা দিনত প্ৰব্ৰজন কৰাসকলেপূৰ্বপৰিচিতিহেৰুওৱাৰ শতাধিক বছৰ হ’ল। গতিকে হাজাৰ বছৰ আগত প্ৰব্ৰজন কৰা দেশী আৰু বিদেশী প্ৰব্ৰজনকাৰীসকলক একাকাৰ কৰি ন্যস্ত... |
ঘৰৰ ভেটি মজবুত কৰিবলৈ গাঁত দকৈ খান্দিব লাগে। সেইবাবে কথা আৰু চিন্তাবোৰ কিছু ৰুক্ষ আৰু কৰ্কশ যেন লাগিব পাৰে। সেয়াও সময়ৰ দাবী। যা হওক, ‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণৰ দুই ধৰণৰ সমাধান সূত্ৰৰ কথা এবাৰ উনুকিওৱা যাওক। এক, ধ্ৰুপদী বা প্ৰচলিত ধাৰা। এই ধাৰাৰ সমাধান-সূত্ৰউদ্ভাবনকাৰীসকল উদাৰ, অতিথ্যপৰায়ণ, সহমৰ্মী আৰু বহু ক্ষেত্ৰত বাস্তৱ... |
‘অসমীয়াৰ সংজ্ঞা’ৰ কথা উনুকিয়ালে স্বাভাৱিকতে’ খিলঞ্জীয়া’, ‘জনগোষ্ঠী’, ‘জনজাতি’ আদিঅভিধাই জুমুৰি দি ধৰেহি। বহুতৰ বাবে আকৌ অসমীয়া বুলি শুনিলেই পুৰণি খৰ-খজুৱতিয়ে উক দিয়ে। তাৰ উপান্ত কাৰণ হৈছে অতীজৰ’বৰ্ণ হিন্দু’ৰ বৰ্ণ বিদ্বেষ। তাৰো ঐতিহাসিক কাৰণ আছে। দিল্লীৰ মচনদত বৌদ্ধ আৰু ইছলাম ধৰ্মই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰাৰ পৰত হিন্দু... |
এই জাত্যাভিমানৰ আলমতে আমি সমাধান-সূত্ৰ উলিয়াব লাগিব। অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ নিজস্ব ভাষা আছিল বা আছে। ভুলকৈ ক’লো নেকি? নাই কোৱা। কেইবাটাও জনগোষ্ঠীয়ে নিজস্ব ভাষা বিসৰ্জন দি অসমীয়া ভাষাক গ্ৰহণ কৰিছে। আহোমসকলৰ যেনেদৰে নিজস্ব ভাষা আছিল কলিতা-কায়স্থসকলৰো নিজৰ নিজৰ ভাষা আছিল। তেনেদৰে আজি প্ৰতিটো জনগোষ্ঠীয়ে এক বা একাধিক... |
আন এটা সমাধান-সূত্ৰ এনে ধৰণৰ হ’ব পাৰে। ত্ৰিবান্দমথিৰুঅন্তপুৰম, বাংগালোৰ-বাংগালুৰু, কলিকতা-ক’লকাতা হোৱাৰ দৰে অসমীয়া নামটোকে সলাই ‘অসমবাসী’ কৰা হ’ব পাৰে। দুদিনমান আভঁজা লাগিব, পিছত জিভা পোন হৈ যাব। ‘অসমবাসী’ সকলো জনগোষ্ঠীৰ জাত্যাভিমানো ৰ’ব আৰু বিচ্ছিন্নতামূলকচিন্তা-চৰ্চাও দূৰ হ’ব। পিছে কথাটো বৰ পছন্দৰ নহয়। |
অৱশ্যেই আমি মনত ৰাখিবলগীয়া কথাটো হৈছে ভূমি আৰু ভূমা। অসমৰ ভূমি দখল কৰি ভূমামূলক চিন্তা-চৰ্চা কৰাসকলৰ বাবেহে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে অস্তিত্বৰ সংকটত ভুগিছে। অসমৰ জলবায়ু ভাৰতৰ বিভিন্ন প্ৰদেশতকৈ প্ৰসন্ন। ব্যৱসায়-বাণিজ্যত লক্ষ্মী কেনেকৈ বসতি কৰে নজনা অসমৰ জনগোষ্ঠীসমূহক ব্যৱসায় শিকাবলৈ এতিয়াও ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভি... |
পংকজ গোবিন্দ মেধি |
← কৃষি হওক অসমৰ অৰ্থনীতিৰ নতুন ভেঁটি (অগ্নিভ দত্ত) |
গুগল কাৰ্ডব’ৰ্ড: কিছু ধেমালি, কিছু বিজ্ঞান আৰু এটা অনবদ্য অভিজ্ঞতা (উদ্দীপ তালুকদাৰ) → |
You May Also Like |
হাস্যৰসিক বেজবৰুৱা (আব্দুজ চাজিদ) |
September 14, 2014 March 10, 2021 0 |
পৰিৱেশ আৰু আমি: নৈতিকতা-দায়বদ্ধতা – প্ৰিয়াংকু নাৰায়ণ বৰুৱা |
September 22, 2019 0 |
অসমত উৎপন্ন হোৱা কিছুমান শাক-পাচলিৰ ঔষধি গুণ -(অঞ্জনা তামুলী) |
March 16, 2014 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>``স্বাস্থ্যৰ দৃষ্টিভংগীৰ পৰা ৰাইজৰ দ্বাৰা সৃষ্টি হোৱা দাবীৰ পৰ্য্যায় সবলিকৰণ কৰা আৰু আশা (এ এছ এইচ এ) কৰ্মীৰ ওপৰত নিৰ্ভৰশীল পৰিস্কাৰ-পৰিচ্চন্নতা, যি গৰাকী ঐচ্চিক ভাৱে কাম কৰা কৰ্মী ৰাই... |
সম্প্ৰতি আসম ৰাজ্যৰ গৌৰৱ কৰাৰ এটা সুযোগ আছে ৩০৬১৯ গৰাকী বৃহৎ আৰু উৎসৰ্গীকৃত আশা কৰ্মীৰ কৰ্মশক্তি যিবিলাকে ৰাইজৰ সেৱা আগবঢ়াই যিকোনো স্বাস্থ্য মনোযোগ ৰাইজে বিচৰা ধৰণে। এওঁলোকে স্বাস্থ্য সেৱাৰ যোগান ধৰোঁতা আৰু ৰাইজৰ মাজত এখন সাঁকোৰ কাম কৰে। ৰাইজ সকলেও আশা কৰ্মীক প্ৰথম আৰু বিশ্বাসযোগ্য যোগাযোগ বন্দৰ বুলি বিবেচনা কৰে যেতিয়া... |
আধাৰ সংৰচনা: |
নৈতিক আৰু কৌশলগত দুয়োধৰণে আশা কৰ্মীৰ সহায় থকাৰ বাহিৰেও ৰাজ্যৰ নিৰ্ধাৰিত কৰ্ম শক্তি হ`ব ২৮৭৭ আশা নিৰীক্ষক। প্ৰতি গৰাকী আশা নিৰীক্ষকৰ ১০-১২ জনীয়া আশা কৰ্মীৰ সহায়ক দল এটা থাকে আৰু সহায়ক নিৰীক্ষণৰ কাম কৰে নিৰ্ধাৰিত লক্ষ্য পুৰণ কৰিবলৈ। |
বি পি এইচ চি পৰ্য্যায়ত ৰাজহুৱা খণ্ডৰ কৰ্ম-কৰ্তা যিসকলে আশা নিৰীক্ষকবোৰক সহায় কৰা অৱস্থাত থাকে। খণ্ড ৰাজহুৱা কৰ্ম-কৰ্তাবোৰৰ বৰ্তমান শক্তিৰ সংখ্যা ১৪৯ জন বি পি এইচ চি ৰ সংখ্যা ১৪৯ খনৰ বিপৰীতে। |
জিলা পৰ্য্যায়ত জিলা কৰ্ম-কৰ্তা সম্প্ৰদায়ক নিযুক্ত কৰা হয় যিবোৰ বি চি এম, এ এছ এইচ এ নিৰীক্ষক আৰু আশা পৰিচালনাৰ বাবে দায়ী হৈ থাকে। ডি চি এম ৰ ৰাজ্যিক শক্তি ২৭ জন যিকেইজনক ২৭ খন জিলাত সংস্থাপিত কৰা হৈছে। |
ৰাজ্যিক পৰ্য্যায়ত ৰাজহুৱা প্ৰক্ৰিয়াকৰণ কোষ আছে গ`লৰ দ্বাৰা অনুমোদিত কাৰ্য্যবোৰৰ কাৰ্য্যকৰীকৰণৰ বাবে যি দায়ী থাকে। প্ৰতিটো কাম আৰু একেটাকে চলাই নিয়াৰ বাবে নীতি নিৰ্ধাৰণ, কৌশল তৈয়াৰ কৰা কথাও জড়িত হৈ থাকে। প্ৰতিটো কোষৰ একোজনকৈ আশা কাৰ্য্যসূচী পৰিচালক এজন, ৰাজ্য সামূহিক কৰ্ম-কৰ্তা, এজন তথ্য পৰিচালক আৰু এজন পৰামৰ্শদাতা (ৰাজ... |
প্ৰশিক্ষণ: |
আশাৰ সামৰ্থ-শক্তি সবলিকৰণ কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে ১ ৰ পৰা ৫ মডিউলৰ অধীনত ২৩ দিনৰ কাৰণে, মডিউল ৬ আৰু ৭এ ১ৰ পৰা ৪ লৈ সামৰি লৈ ২০ দিনৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। নৱনিযুক্ত আশা সকল ৮ দিনৰ কাৰণে প্ৰবেশ প্ৰশিক্ষণ লৱ লাগে ২০ দিনৰ ভিতৰত মডিউল ৬ আৰু ৭ৰ মাধ্যমত ১ম আৰু ৪ৰ্থ পৰ্য্যায়ত। প্ৰশিক্ষণৰ বিষয়বস্তুৰ মাধ্য... |
আশাৰ প্ৰেৰণামূলক বানচৰ ধৰণ আৰু পৰিশোধ তন্ত্ৰ : |
আশাকৰ্মীবোৰ যিহেতু অবৈতনিক কৰ্মী, তেওঁলোকক অধিকাৰ দিয়া হয় বিভিন্ন উদগনি তেওঁৰ দ্বাৰা বিশেষ কামত সিদ্ধি লাভ কৰাৰ বিপৰীতে। সম্প্ৰতি ৫৫ বিধ কাম তেওঁলোকৰ বাবে নিৰ্ধাৰিত কৰা হৈছে যাৰ কাৰণে তেওঁলোক উদগনি দাবীৰ যোগ্য সম্পূৰ্ণ কৰা কামৰ বাবে। তাৰোপৰি ৮টা কামৰ বিপৰীতে প্ৰেৰণামূলক বানচ ১০০০ টকা দাবী কৰাৰ ব্যৱস্থা আছে। ৰাজ্য চৰকাৰ... |
সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰৰ ক’ভিড টীকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ বাদে সকলো বিষয়া কৰ্মচাৰীৰ এদিনৰ মূল দৰমহা বৰঙণি হিচাপে আগবঢ়াবলৈ গ্ৰহন কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । |
মুখ্যমন্ত্ৰী ড. শৰ্মাই এই পদক্ষেপৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদক ধন্যবাদ জ্ঞাপন কৰে । |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at May 24, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.