text
stringlengths
0
188k
Archives
Submit For Fact-Check
Our Policies
Privacy Policy
Terms of Use
Code Of Principles
Correction & Submission Policy
Our Methodology
Disclaimer
About Us
Contact Us
Coronavirus
Categories
Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (350) False Headline (5) Health (1) International (72) Medical (44) Misleading (17) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5...
পুৱতি নিশা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। এনআৰএল তেল ডিপুৰ সন্মুখত এখন ট্ৰাক আৰু কন্টেইনাৰৰ মাজত সংঘটিত হয় সংঘর্ষ। দুৰ্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ চকু উঠে কপালত।
দুর্ঘটনাগ্ৰস্ত ট্ৰাকখন আৰু কন্টেইনাৰখনৰ ভিতৰতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰা আৰু গৰু। দুর্ঘটনাগ্ৰস্ত ইউপি-২১-চিটি-১৫৪০ নম্বৰৰ কন্টেইনাৰ আৰু ইউপি-১৫-এটি-৫০৩৫ নম্বৰৰ ট্ৰাকখনৰ পৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা আৰু ৩৭ টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।
তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল গৰু ভৰ্তি কন্টেইনাৰখন। আনহাতে ট্ৰাকখনে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ সুৰা। দুৰ্ঘটনাৰ পিছতে কন্টেইনাৰখনৰ চালক আৰু হেণ্ডিমেনজনে দুর্ঘটনাস্থলীত পৰা পলায়ন কৰে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি
November 29, 2022 12 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স
Read More...
Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক
November 29, 2022 9 0 CommentsBy: Sangbad 365
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত
Read More...
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 9 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ<eot>বিশ্বনাথ : বিশ্বনাথত ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে কেইবাজনো লোকক। শিশুসহ গুৰুত্বৰভাৱে আহত সাতজনকৈ লোক। আহত সকলক বিশ্বনাথ চাৰিআলি অসামৰিক চি...
দেওবাৰে বিশ্বনাথ নগৰৰ আমবাৰিত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। অৰুণাচল প্ৰদেশৰ পঞ্জীয়া থকা এখন বাহনে
মহতিয়াই নিয়ে শিশুসহ কেইবাজনো লোকক। ফলত গুৰত্বৰভাৱে আহত হয় সাতজনকৈ লোক। উল্লেখ্য যে দুপৰীয়াৰ ভাগত আমবাৰিত এ আৰ-০৪-৯৮৬৬ নম্বৰৰ চেলেৰিঅ বাহনখনে তীব্ৰ বেগৰে এটা টেলিফোন খুটাত খুন্দা মাৰে।
ইয়াৰ পিছতে বাহনখনে পথৰে গৈ থকা দুজন লোকক খুন্দা মাৰে। লোক দুজনক খুন্দা মাৰিয়ে পুনৰ বাহনখনে এখন ই-ৰিক্সাত খুন্দা মৰাত ই-ৰিক্সাখনত থকা এটি শিশু আৰু এজন লোক ই-ৰিক্সাৰ পৰা বাগৰি পৰে। ইয়াৰ পিছত পুনৰ বাহনখনে পথৰ কাষত ৰৈ থকা আন এখন বাহনত খুন্দা মাৰে। এই দুর্ঘটনাত শিশুসহ সাত জনকৈ লোক আহত হয়।
স্থানীয় ৰাইজে আহত লোক সকলক উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ যান বাহন আৰক্ষীক খবৰ দিয়ে। লগে লগে বিশ্বনাথ চাৰিআলি অৰক্ষীৰ যান বাহন শাখাৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহত লোক সকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি
November 29, 2022 12 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স
Read More...
Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক
November 29, 2022 9 0 CommentsBy: Sangbad 365
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত
Read More...
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 9 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ<eot>বহুজন সমাজ পাৰ্টিৰ (বিএছপি) সভানেত্ৰী মায়াৱতীয়ে বুধবাৰে অন্ধকাৰ কিমান অস্বস্তিকৰ হ’ব পাৰে তাৰ উমান পালে।
আমোদজনক কথাটো হ’ল বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে মায়াৱতীৰ গ্ৰেটাৰ নয়দাৰ বদলপুৰৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়।
নেত্ৰীগৰাকীয়ে বিদ্যুতৰ ৬৭,০০০ টকাৰ বিল আদায় দিয়া নাছিল।
শক্তি বিভাগৰ মুখপাত্ৰই কয় যে এই বিদ্যুৎ কৰ্তন এক ‘নিয়মীয়া অনুশীলন’।
মায়াৱতীৰ পৰিয়ালৰ সদস্যই ততাতয়াকৈ ৫০,০০০ টকা জমা কৰাৰ পাছতেই তেওঁৰ বাসগৃহ পুনৰ বিদ্যুতেৰে আলোকিত হৈ পৰে।
শক্তি বিভাগৰ লক্ষ্ণৌৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে এই ঘটনাৰ সৈতে কোনো ৰাজনীতি জড়িত নাই।
‘’আমি য’তেই বিদ্যুতৰ বিল অনাদায় হৈ থাকে তাতেই বিদ্যুৎ কৰ্তন কৰো আৰু এই ঘটনাটোও তাৰেই এটা উদাহৰণ মাত্ৰ। বিদ্যুৎ সংযোগ পুনৰ দিয়া হৈছে,’’-বিষয়াগৰাকীয়ে কয়।
বহুতেই ঘটনাটোক এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি ভাৱিছিল।
মায়াৱতী যিহেতু প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু এগৰাকী বলিষ্ঠ বিৰোধী নেত্ৰী সেয়েহে কথাটো প্ৰথমতে সকলোৱে ৰাজনৈতিক প্ৰতিশোধৰ বুলিয়েই অনুমান কৰিছিল।
যিয়েই নহওক, অন্ধকাৰ আঁতৰাই মায়াৱতীৰ গৃহত এতিয়া আলোক উজলিছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নৃত্যৰ তালত মুগ্ধ হৈ ভক্তগণে নৰ্তকীৰ শৰীৰলৈ দলিয়ালে মুঠিয়ে মুঠিয়ে টকা
by পাৰ্শ্বজ্যোতি গগৈ
September 19, 2018 7:53 am
শিৱসাগৰৰ নগৰত বিশ্বকৰ্মা পূজাৰ ৰাতিৰ কাৰ্য্যসূচীত নৰ্তকীৰ অশ্লীল নৃত্য। ফটো : পাৰ্শ্বজ্যোতি গগৈ।
751
VIEWS
Share on FacebookShare on Twitter
শিৱসাগৰ চহৰৰ মাজমজিয়াত ১৭ ছেপ্তেম্বৰত অনুষ্ঠিত বিশ্বকৰ্মা পূজাৰ কাৰ্য্যসূচীত বহিঃৰাজ্যৰ পৰা অনা নৰ্তকীৰ উদ্দাম নৃত্যৰ প্ৰদৰ্শন আৰু অশ্লীলতাৰ পয়োভৰ ঘটাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে অঞ্চলটোত।
স্থানীয় ৰাইজে এতিয়াও এই ঘটনাটোক সহজভাৱে ল’ব পৰা নাই আৰু ব্যৱসায়ৰ সূত্ৰে বহিঃৰাজ্যৰ পৰা আহি ইয়াত থিতাপি লোৱা লোকসকলে এইদৰেই অঞ্চলটোলৈ অপসংস্কৃতিৰ আমদানি কৰিছে বুলি অভিযোগ তুলিছে।
উল্লেখযোগ্য যে উক্ত দিনা নগৰৰ ষ্টেচন চাৰিআলি বজাৰ কমিটিয়ে আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ কাৰ্য্যসূচীত ৰাতিৰ ভাগত ভোজপুৰী গীতৰ তালত চলিল বহিঃৰাজ্যৰ পৰা অনা নৰ্তকীৰ অৰ্ধ-উলংগ শৰীৰৰ উদ্দাম নৃত্য। পূজাৰ নামক চলা এই নৃত্য উপভোগত মচগুল হ’ল ভক্তগণ। তাতকৈও আচৰিত কথা, উত্তৰ ভাৰতীয় অপসংস্কৃতিৰ অনুকৰণেৰে নৰ্তকীৰ গালৈ মুঠিয়ে মুঠিয়ে নো...
মন কৰিব লগীয়া যে ১৭ ছেপ্তেম্বৰৰ ৰাতিৰ এই কাৰ্য্যসূচীক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া আহি থকাৰ মাজতে ১৮ ছেপ্তেম্বৰত পূজা বিসৰ্জনৰ সময়তো পূজা কমিটিখনে এই নৰ্তকীসকলক ট্ৰাকত উঠাই লৈ নগৰৰ মাজেৰে উদ্দাম নৃত্য কৰাই কৰাই লৈ যোৱা দেখিবলৈ পোৱা গ’ল।
স্থানীয় সচেতন লোকৰ মাজত এই লৈ ব্যাপক প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক এই আপ-সংস্কৃতি বন্ধ কৰাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে।
তাৰোপৰি পূজাৰ নামত চলা এই অপ-সংস্কৃতিৰ আমদানিক সমগ্ৰ শিৱসাগৰবাসীয়ে ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তি বিহিবলৈ আহ্বান জনাইছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
শৰণাৰ্থী বিষয়ত ইয়াৰ সদস্যসকলৰ উপস্থিতিত পঞ্চমখন যৌথ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকৰ পিছত সন্থাই শুকুৰবাৰে এটা প্ৰেছ বিজ্ঞপ্তিত লগতে দাবী কৰে যে ভোটাৰ তালিকাত কোনো নতুন চাকমা আৰু হাজং লোক অন্তৰ্ভুক্ত হোৱা উচিত নহয়।
গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হৈছিল। বৈঠকত উপস্থিত আছিল গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (বৈদেশিক) অনিল মালিক, অৰুণাচল প্ৰদেশৰ গৃহ সচিব জি এছ মীনা, উপায়ুক্তসকল, প্ৰধান মুখ্য বন সংৰক্ষক, আপছুৰ কাৰ্যবাহী সদস্যসকল, আইনী উপদেষ্টা নাবাম জলাও আৰু মাৰ্টো কাৰ্টো তথা চাকমা আৰু...
‘’ যিহেতু অৰুণাচল প্ৰদেশত থকা চাকমা আৰু হাজংসকল ভাৰতীয় নাগৰিক নহয়, গতিকে আমি ভোটাৰ তালিকাৰ পৰা সকলো চাকমা আৰু হাজং শৰণাৰ্থীৰ নাম শীৰ্ঘ্ৰেই কৰ্তন কৰিবলৈ দাবী জনাইছো। তেওঁলোকক নাগৰিকত্বৰ অধিকাৰ দিয়াৰ বিষয়টো যিহেতু সমাধা হোৱা নাই গতিকে নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা উচিত নহয়,’’ – সন্থাৰ বিবৃতিতটোত এইদৰে কোৱা হৈছে। আপছুৰ সভাপ...
আপছুৱে শৰণাৰ্থীৰ জনসংখ্যা অপ্ৰত্যাশিতভাৱে বৃদ্ধি পোৱাত চিন্তা ব্যক্ত কৰে। ৰাজ্যখনত বৰ্তমান এই শৰণাৰ্থীৰ সংখ্যা ৩ লাখলৈ বৃদ্ধি পাইছে। শৰণাৰ্থীসকলৰ অপৰাধমূলক কামকাজৰ কথা উল্লেখ কৰি সন্থাই কয় যে শেহতীয়া তথ্য মতে চাকমা আৰু হাজং শৰণাৰ্থীসকলৰ বিৰুদ্ধে ৪৯৩ টা গোচৰ পঞ্জীয়ন হৈ আছে।
‘’ কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি নাগৰিক্তবৰ বাবে আবেদন কৰা আবেদনকাৰীসকলক চিনাক্ত তথা পৰীক্ষা কৰাৰ লগতে চাকমা আৰু হাজং শৰণাৰ্থীসকলে সংঘটিত কৰা অপৰাধজনক কামকাজৰ সকলো গোচৰ লিপিব্ধ কৰিব লাগে,’’-বিবৃতিটোত কোৱা হৈছে।
আপছুৱে লগতে কেন্দ্ৰক চাকমা আৰু হাজংসকল শৰণাৰ্থী, স্থানান্তৰিত লোক নে অবৈধ প্ৰব্ৰজনকাৰী সেয়া জনোৱাৰ দাবী কৰে। সন্থাই লগতে কয় যে স্থানীয় খিলঞ্জীয়া আৰু ভাৰতীয় লোকসকলক আতংকিত কৰি তুলিবলৈ চাকমা আৰু হাজং ছাত্ৰই ‘’ দ্য অৰুণাচল ডিপ্ৰাইভড্ পীপল ফৰাম’’ নামৰ এটা উগ্ৰপন্থী গোট গঠন কৰিছে। ‘’এনে সংগঠনক নিষিদ্ধ কৰাৰ লগতে তেওঁলোকৰ বিৰ...
Recent News
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখযোগ্য যে ওড়িশ্যাৰ মলকানগিৰি জিলাৰ এখন ভিতৰুৱা গাঁৱৰ দুগৰাকী যুৱতীৰ মাজত যোৱা তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল আৰু পিছত দুয়ো বিয়া পতাৰ কথা ভাৱে।