text stringlengths 0 188k |
|---|
কিন্তু তেওঁলোকৰ গাঁৱৰ সমাজখনে ইয়াক গ্ৰহণ নকৰিব বুলি জানি যুৱতী দুগৰাকীৰ মাজৰ এগৰাকীয়ে নিজৰ লিংগ সলনি কৰাৰ সিদ্ধান্ত লয়। |
দিল্লীৰ এখন ব্যক্তিগত ফাৰ্মত কাম যুৱতী দুগৰাকীৰ ভিতৰৰ এগৰাকীয়ে যোৱা বছৰৰ ৩ জুলাইত দিল্লীৰ এখন হস্পিটালত লিংগ পৰিৱৰ্তন কৰাৰ বাবে অস্ত্ৰোপচাৰ কৰোৱায়। |
লক্ষণীয়ভাৱে লিংগ পৰিৱৰ্তনৰ বাবে লোৱা সিদ্ধান্তত যুৱতী দুগৰাকীয়ে তেওঁলোকৰ পৰিয়ালৰ পৰা কোনোধৰণৰ বাধাৰ সন্মুখীন হোৱা নাছিল। যোৱা ৪ ফেব্ৰুৱাৰীত দুয়োটা পৰিয়ালৰ উপস্থিতিত দুয়ো বিবাহবাশত আৱদ্ধ হয়। |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
General, Science, Technology, Health, Deep-dive |
২০১৮ চনত আঞ্চলিক ভাষাত প্ৰকাশিত কিছু জনপ্ৰিয় লিখনী |
Jan 3, 2019 |
নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা। ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্... |
General, Science, Technology, Engineering, Ecology, Health, Society, Policy, Deep-dive, Featured |
মধুমেহ ৰোগীৰ বাবে আশাৰ বতৰা |
Sep 29, 2018 |
আই.আই. টি. বম্বেৰ গৱেষক সকলে পলিমাৰ আধাৰিত আৰু দেহত প্ৰত্য়াৰোপন কৰি ইনচুলিন প্রস্তুত কৰিব পৰা এক কৃত্ৰিম অগ্ন্যাশয় সাজি উলিয়াইছে। |
General, Science, Technology, Health, Deep-dive |
আপোনাৰ দেহত কিমান কপাৰ আছে? |
Bengaluru | Sep 29, 2018 |
কপাৰ হৈছে আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সঠিক পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় এক সূক্ষ্ম পোষক। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰজননটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহত কপাৰৰ মাত্ৰা কম হ’লে ৰক্ত আৰু স্নায়ু জনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আনহাতে এতিমাত্ৰা কপাৰৰ উপস্থিতিও দেহৰ বাবে ক্ষতিকাৰক আৰু ইয়ে এল্জেইমাৰ আৰু প্ৰদ... |
General, Science, Technology, Health, Deep-dive |
অ’নীৰ: খোৱাপানীৰ সমস্যাৰ সহজ সমাধান |
Sep 25, 2018 |
স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিষ্কাৰ খোৱাপানীৰ যথেষ্ঠ অৱদান আছে। লেতেৰা খোৱাপানী সেৱনৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে ক’লেৰা, ডায়েৰীয়া, গ্ৰহনী, টাইফয়েড আৰু জণ্ডিছ আদিয়ে দেখা দিব পাৰে। ভাৰতৰ দৰে দেশ এখনত পৰিষ্কাৰ পানীযোগানৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি প্ৰয়োজন কাৰণ ইয়াত ২১ শতাংশ সংক্ৰমণশীল বেমাৰ লেতেৰা খোৱাপানী সেৱনৰ ফলতে ... |
Medha Kale |
Translator : Angarag Bhuyan |
Language |
Assamese |
English |
Hindi |
Urdu |
Marathi |
Tamil |
Odia |
Kannada |
Bengali |
Malayalam |
Assamese |
Punjabi |
Read the story in pictures |
Share |
Print this story |
Pune , Maharashtra |
See more from this region |
নিজৰ প্ৰিয় বাছ আস্থানক লৈ সুৰেশ মেহেন্দালে চিন্তিত। তেওঁৰ অনুপস্থিতিত হয়তো তাৰ চৌহদটো কোনো চাফা কৰাই নাই। তেওঁ প্ৰতিদিনে মৰমতে বিস্কুট খুওৱা সেই কুকুৰৰ পোৱালীকেইটা হয়তো ভোকত আছে। পুণে জিলাৰ মুলছি তালুকাৰ পৌড়ৰ বাছ আস্থানত থকা তেওঁৰ সেই অনুসন্ধান কক্ষৰ দ্বাৰ বন্ধ হৈ থকা এমাহৰ বেছি হ’ল। পৌড় হৈ যাবলগীয়া বা আহিবলগীয়া বাছব... |
“মই যোৱা ২৮ দিন ধৰি পৌড়লৈ যোৱা নাই। আশা কৰিছো তাত সকলো ঠিকেই আছে,” মই স্বাৰগেটৰ বাছ আস্থানত যোৱা ২৬ নৱেম্বৰত লগ পোৱা ৫৪ বছৰীয়া মেহেন্দালেই এনেদৰেই কৈছিল। তেওঁৰ নিজৰ বাছ আস্থানৰ পৰা ৩৫ কিলোমিটাৰ দূৰত স্বাৰগেট আস্থানৰ প্ৰৱেশদ্বাৰত স্থাপন কৰা তম্বুত তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহন নিগম (এমএছআৰটিচি)ৰ আন সহকৰ্মীৰ সৈতে ধৰ... |
ৰাজ্যিক পৰিবহনৰ প্ৰায় ২৫০ জন কণ্ডাক্টৰ আৰু ২০০ জন ড্ৰাইভাৰে এই ধৰ্মঘটত ভাগ লৈছে। “এজন ৰাজ্যিক পৰিবহনৰ শ্ৰমিকৰ মৃত্যু(আত্মহত্যা)ত হোৱা প্ৰতিবাদৰ পৰা এই ধৰ্মঘটৰ আৰম্ভ হৈছিল। যোৱা বছৰ প্ৰায় ৩১ জন শ্ৰমিক আত্মঘাতী হৈছে।” মেহেন্দোলেই ঘটনাক্ৰমৰ ব্যাখ্যা কৰি কয়। তেওঁক লগ পোৱাৰ তিনিদিনৰ ভিতৰতে আন দুজন শ্ৰমিকে আত্মহত্যা কৰিছে। ... |
PHOTO • Medha Kale |
PHOTO • Medha Kale |
বাওঁফালেঃ পুণেৰ স্বাৰগেট বাছ ডিপ’ত সেয়া ধৰ্মঘটত এছটি বাছ কণ্ডাক্টৰসকলৰ সৈতে সুৰেশ মেহেন্দালে (আঁচ টনা টিচাৰ্ট পৰিহিত)। তেওঁৰ বাওঁফালে অনীতা মানকাৰ, মীৰা ৰাজপুত, ব্ৰুন্দাৱনী দোলাৰে আৰু মীনা ম’ ৰে। সোঁফালেঃ ৱৰ্কশ্বপৰ কৰ্মী ৰূপালী কাম্বলে, নীলিমা ধুমল (সোঁমাজত) আৰু পায়ল চৱন (সোঁফালে) |
শ্ৰমিকৰ মৃত্যুৰ বিষয়টো লৈ এমএছআৰটিচিৰ শ্ৰমিকৰ দ্বাৰা যোৱা ২৭ অক্টোবৰত হোৱা অনশনৰ পাছদিনাৰ পৰা দৰমহা বৃদ্ধি আৰু পাওনাৰ আদায়ক লৈ সমগ্ৰ মহাৰাষ্ট্ৰত সৰ্বাত্মক প্ৰতিবাদৰ সূচনা হয়। ‘আমি মাৰ্জিঙৰ বাবে হেচা দিছো’। ৰাজ্য চৰকাৰৰ লগত এমএছআৰটিচিৰ একত্ৰীকৰণৰ প্ৰসংগটো উনুকিয়াই দি মেহেন্দোলেই মন্তব্য কৰে। শ্ৰমিকসকলে ৰাজ্য চৰকাৰৰ কৰ্... |
১৯৫০ চনত পথ পৰিবহন নিগমৰ আইনৰ অধীনত মহাৰাষ্ট্ৰৰ ৰাজ্যিক চৰকাৰে গঠন কৰা এমআৰএচটিচি এটা স্বতন্ত্ৰ সংস্থা। নিগমে ২৫০ টা ডিপ’ আৰু ৫৮৮ টা বাছ আস্থান আৰু প্ৰায় ১০৪,০০ জন কৰ্মচাৰীৰে সমগ্ৰ ৰাজ্যতে ‘গাওঁ তিথে ৰাস্তা, ৰাস্তা তিথে এছটি’ (প্ৰতিখন গাঁৱতে এটাকৈ ৰাস্তা, প্ৰতি ৰাষ্টাতে এখনকৈ এছটি বাছ) মূলমন্ত্ৰ সাৰোগত কৰি যাত্ৰীবাহী ব... |
ত্ৰিশোৰ্ধ ব্ৰুন্দাৱনী দোলাৰে, মীনা ম’ৰে আৰু মীৰা ৰাজপুত শ্ৰমিকসকলৰ দাবীৰ প্ৰতি তীব্ৰ সমৰ্থক। স্বাৰগেট ডিপ’ত সমবেত হোৱা ৪৫ গৰাকী মহিলা কণ্ডাক্টৰৰ ভিতৰত তেওঁলোকো আছে। তেওঁলোকে বিশ্বাস কৰে যে প্ৰস্তাৱিত একত্ৰীকৰণেহে তেওঁলোকৰ সমস্যাৰ সমাধান আনিব। ‘আমি সদায় ১৩-১৪ ঘণ্টা কাম কৰো, কিন্তু ৮ ঘণ্টাৰহে বেতন পাওঁ। আমাৰ ওজৰ-আপত্তি ন... |
“২৫০ টাৰ ডিপ’ৰ আটাইকেইটা আৰু ড্ৰাইভাৰ কণ্ডাক্টৰ আৰু ৱৰ্কশ্বপত কাম কৰা প্ৰায় এক লাখ শ্ৰমিকে ধৰ্মঘট কৰিছে। কেৱল কেইজনমান ঠিকাভিত্তিক শ্ৰমিক ঘুৰি গৈছে,” এনেদৰে স্বাৰগেটত ডিপ’ত যোৱা ১২ বছৰে কণ্ডাক্টৰৰ কাম কৰি থকা ৩৪ বছৰীয়া অনীতা অশোক মানকাৰে কয়। আগতে অমৰাৱতী জিলাৰ নিবাসী অনীতা বৰ্তমান মুলছিৰ ভূগাঁৱৰ ওচৰৰ মাতালৱাড়ী ফাটাত থ... |
PHOTO • Medha Kale |
PHOTO • Medha Kale |
বাওঁফালেঃ সাতেচাইত স্কুলীয়া ছাত্ৰা-ছাত্ৰীক ১০ কিলোমিটাৰ দূৰৰ পৌড়স্থিত স্কুললৈ খোজকাঢ়ি যোৱা দেখা গৈছে। সোঁফালেঃ শিৱাজী ব ’ ৰকাৰ (বাওঁফালৰ পৰা দ্বিতীয়জন) আৰু আন কেইজনমানে পৌড়ৰ পৰা নিজৰ গন্তব্যস্থললৈ বুলি শ্বেয়াৰ্ড অটোৰ বাবে অপেক্ষা কৰিছে |
মহাৰাষ্ট্ৰ টাইমছক দিয়া এটা সাক্ষাৎকাৰত অৱশ্যে প্ৰৱীণ শ্ৰমিক নেতা পান্নালাল ছুৰানাই কয় যে একত্ৰীকৰণটো ভাল আইডিয়া নহয়। ১৭ বছৰ ধৰি মহাৰাষ্ট্ৰ ৰাজ্য এছটি ৰাজ্যিক পৰিবহনৰ প্ৰাক্তন সভাপতি ছুৰাণাই লগতে কয় যে তেওঁ অধিক বেতনৰ দাবীটো সমৰ্থন কৰে। তেওঁ কয় যে ৰাজ্য পথ পৰিবহন নিগমৰ স্থাপনা হৈছিল চৰকাৰী বিভাগৰ অনুমতি নোহোৱাকৈ খৰতকীয়া... |
প্ৰতিবাদী শ্ৰমিকৰ কিছুমানে এমএছআৰটিচিৰ পৰা সমহাৰত বেতন বিচাৰিছে। “আমাক পুৰুষ সহকৰ্মীতকৈ কমকৈ বেতন দিয়া, সেয়াও সময় মতে আদায় নিদিয়ে। আমাক এই সমস্যাবোৰৰ সমাধান লাগিব”। ২৪ বছৰীয়া পায়েল চৱনে এনেদৰে কয়। তেওঁক ৰূপালী কাম্বলে আৰু নীলিমা ধুমালৰ লগত একেলগে তিনিবছৰৰ আগতে স্বাৰগেট ডিপ’ৰ ৱৰ্কশ্বপ বিভাগত যান্ত্ৰিক আৰু বৈদ্যুতিক তত্ত... |
এমএচআৰটিচিৰ পুণে খণ্ডটোৱে ধৰ্মঘটটোৰ ফলত প্ৰতিদিনে প্ৰায় ১.৫ কোটি টকাৰ লোকচান ভৰি আছে বুলি জনা যায়। ব্যক্তিগত খণ্ডই পৰিচালনা কৰা বাতানুকুল বাছবোৰৰ বাহিৰে, ৮৫০০ খন বাছ যাতায়াত নকৰাকৈ ৰাখি থোৱা হৈছে। যাৰ ফলত তেওঁলোকে প্ৰতিদিনে সেৱা আগবঢ়োৱা গড়ে ৬৫,০০০ জন যাত্ৰীৰ যাতায়াতৰ সমস্যা হৈছে। |
পৌড়ত ইয়াৰ প্ৰভাৱ লক্ষণীয় হৈ পৰিছে। শিৱাজী বৰকাৰে আজিকালি পৌড়ৰ পৰা এখন শ্বেয়াৰ্ড অটো লবলৈ বাধ্য হৈ পৰিছে। তেওঁ পুণে মহানগৰৰ পৰা মুলছিৰ ৰিহে নামৰ এখন গাঁৱত থকা তেওঁৰ ফাৰ্মলৈ প্ৰতি সপ্তাহে ৪০ কিলোমিটাৰ ভ্ৰমণ কৰিবলগীয়া হয়। ৰাইজৰ পৰিবহন হিচাপে তেওঁ পুণে মহানগৰ পৰিবহন মহামণ্ডল লিমিটেডৰ বাছত পুণে মাৰ্কেট য়াৰ্ডৰ পৰা পৌড়লৈ চ... |
PHOTO • Medha Kale |
PHOTO • Medha Kale |
বাওঁফালেঃ সমগ্ৰ মহাৰাষ্ট্ৰত এছটি ধৰ্মঘট চলি থকা কাৰণে পুণেৰ পৰা যাতায়ত কৰাসকলে বিকল্প বাচি ল ’ বলগা হৈছে। সোঁফালেঃ পৌড় বাছ ষ্টেণ্ডৰ তলাবন্ধ অনুসন্ধান কেন্দ্ৰ |
২৭ নৱেম্বৰত মই তেওঁৰ লগতে আন পাঁচজনক আগলৈ যাবলৈ অটোলৈ প্ৰতীক্ষা কৰি থকা অৱস্থাত লগ পাইছিলো। দুঘণ্টা উকলি গৈছিল, পিছে তেওঁলোক উঠি থকা ছজনীয়া আসনৰ যানখন ১৪ খন আসন – ৮ খন মাজত, ৪ খন পাছত আৰু চালকৰ দুয়োফালে দুখন আসন ভৰ্তি হ’লেহে যাব। ‘ৰৈ থকাৰ বাহিৰে আমি এতিয়া কিনো কৰিব পাৰোঁ?’ ব’ৰকাৰে কৈছিল, “এছটি বাছবোৰ আমাৰ গঞাৰ জীৱন ৰেখ... |
কোলৱান (মুলছি তালুকা), জাৱন আৰু তালেগাঁৱলৈ দৈনিক পাঁচখন বাছ যোৱা পৌড়ৰ বাছ আস্থানটো এতিয়া জনশূণ্য। বন্ধুৰ বাবে ৰৈ থকা নাম প্ৰকাশত অনিচ্ছুক বা ফটো উঠিবলৈ অমান্তি হোৱা তিনিজনী ছোৱালীয়ে মোৰ সৈতে কথা পাতিলে। “মোৰ মা-দেউতাই লকডাউনৰ পাছত কলেজলৈ পঠিয়াব নিবিচাৰে। অহা-যোৱাত বহুত বেছি খৰচ হয়। মই দ্বাদশ শ্ৰেণীত থকালৈকে মোৰ এখন বা... |
একেদিনাই মই পৌড় পৰা কোলৱানলৈ প্ৰায় ১২ কিলোমিটাৰ খোজকাড়ি স্কুললৈ যোৱা কমেও আঠজন শিক্ষাৰ্থী লগ পালো। পৌড়ৰ এখন স্কুললৈ খৰখেদা কৰি যোৱা সাতেছাই গাঁৱৰ এগৰাকী ছোৱালীয়ে মোক জনালে, “আমি বিদ্যালয়লৈ যাবলৈ ৰৈ আছিলো (ক’ভিড-১৯ লকডাউনৰ পাছত খোলাৰ সময়ত)। পিছে এতিয়া বাছেই নাই। গতিকে খোজকাঢ়িয়েই যাবলগীয়া হৈছে।” ৰাজ্যিক পৰিবহনৰ বাছে ... |
“আমি নিঃস্বতকৈ নিঃস্ব ৰাইজৰ সেৱা কৰো। আমি গম পাওঁ যে তেওঁলোকে কষ্ট ভূগিবলগীয়া হৈছে। পিছে আমি এনেকৈ এৰি দিব নোৱাৰো। মোৰ বিশ্বাস আছে যে ৰাইজে আমাৰ কথা বুজি পাব।” ২৭ বছৰে এমএছআৰএছটিচিত কাম কৰা মেহেন্দোলেই কয়। তেওঁ যান-বাহন নিয়ন্ত্ৰকৰ পৰীক্ষাত ২০২০ চনত উত্তীৰ্ণ হৈছে আৰু পদোন্নতি পাব বুলি আশা কৰি আছে। পিছে এছটি বাছবোৰ আকৌ ... |
অনুবাদ: অংগৰাগ ভূঞা |
Medha Kale |
[email protected] |
Share |
Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India. |
Other stories by Medha Kale |
Translator : Angarag Bhuyan |
Share |
Angarag Bhuyan a state level award winning teacher and a poet and have authored two books in Assamese language. He was a former radio jockey and a freelance journalist.<eot>গুৱাহাটী – কংগ্ৰেছ দলৰ অপশাসনৰ বাবে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো স্বাধীনতাৰ কেইবছৰমান পাছতে আঞ্চলিকতাবাদৰ উৎখাত হৈছিল। অসম গণ পৰিষদ দল গঠন হোৱাৰ পা... |
কালি ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ বাৰ্ষিক অধিবেশনৰ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাৰো নাম উল্লেখ নকৰাকৈ কয় বিগত কিছুদিন ধৰি আঞ্চলিকতাবাদৰ নাম লৈ মাজে-সময়ে দুই এটা ৰাজনৈতিক দল গঠন কৰা হৈছে। কিন্তু এয়া শুভলক্ষণ নহয় আৰু ইয়ে... |
কিন্তু খিলঞ্জীয়া ৰাইজে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অহা বিধানসভাৰ নিৰ্বাচনতো অগপ-বি জে পি নেতৃত্বাধীন মিত্ৰজোটোক ভোট দিব বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰে । আনহাতে অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ সভাপতি পৰেশ বৰুৱাৰ আদৰণি ভাষনৰে শুভাৰম্ভ হোৱা সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰ... |
আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতিক সভাপতি , সুবোধ কলিতাক কাৰ্যকৰী সভাপতি, ৰুবুল বৈশ্য, মতিউৰ ৰহমান আৰু মানৱ কলিতাক সম্পাদক , বিদ্যুৎ ৰাজবংশীকে ধৰি কেইবাজনকো সহকাৰী সম্পাদক হিচাপে লৈ অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিখন গঠন কৰা হয়। তেনেদৰে অসম যুৱ পৰিষদ , অসম মহিলা পৰিষদ , অসম শ্ৰম পৰিষদ আৰু অসম কৃ... |
Related |
আৰু এটা ৰাজনৈতিক ‘জাতীয় দল অসম’ৰ কি প্ৰয়োজন? |
অগপ-ইউপিপিএললৈ শংকা! শীঘ্ৰেই বিজেপিলৈ আহিব ৰাজ্যৰ বহুকেইগৰাকী বিধায়ক |
অগপ বিধায়িনী দলৰ নেতা হিচাবে অতুল বৰা নিৰ্বাচিত |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,596 other subscribers |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.