text stringlengths 0 188k |
|---|
সৰুৰে পৰা নিজৰ ভাষা, সংস্কৃতি, খাদ্যক ভালপোৱা কাব্যশ্ৰীয়ে আজিৰ পৰা তিনি বছৰৰ আগতে গুজৰাটলৈ গৈছিল। উদ্দেশ্য আছিল National Institute of design ত ষ্টেটিজি ডিজাইন মেনেজমেণ্ট অধ্যয়নৰ কৰা। অধ্যয়নৰ অন্তত বুজি উঠিছিল যে থলুৱা খাদ্য সম্ভাৰৰ বহুতো গুণাগুণ আছে, আৰু থলুৱা খাদ্যই বৰ্হি বজাৰ দখল কৰিবলৈ হ’লে অলপমান ব্যতিক্ৰম ধৰণে উ... |
প্ৰজেক্ট ঔ টেঙাত কি কি উপলব্ধ? |
সচৰাচৰ লোকেল ৰেষ্টুৰেণ্ট, হোটেলত নোপোৱা কিছুমান বস্তু প্ৰজেক্ট ঔ টেঙাত উপলব্ধ। এই ধৰক ঔ টেঙা, টেঙামৰা, খৰিচা, ক’লাবাও, শিলিখা, অমৰা, আমলখি। কাব্যশ্ৰীয়ে ক’লে প্ৰজেক্ট ঔ টেঙাত পোৱা টেঙামৰাৰ চাহ গুজৰাটৰ এতিয়া খুবেই জনপ্ৰিয়। |
অসমৰ খাদ্যক কি দৰে আগবঢ়াইছে গ্ৰাহকক |
কাব্যশ্ৰীয়ে nefocous.com ৰ আগত প্ৰকাশ কৰে যে, ঔ টেঙাৰ জুচ, অম্বৰ অথবা সজাই বিভিন্ন ধৰণে গ্ৰাহকলৈ আগবঢ়াইছে। ইয়াত কেৱল অসমৰেই নহয় সমগ্ৰ উত্তৰ পূবৰ খাদ্য উপলব্ধ। উল্লেখযোগ্য যে কাব্যশ্ৰীৰ এই কামত মণিপুৰী এজন বন্ধুৱে সহযোগ কৰিছে। গুজৰাটৰ দৰে এখন ব্যৱসায়িক ভাবে সুপ্ৰতিষ্ঠিত চহৰত উত্তৰ পূবৰ থলুৱা খাদ্য সম্ভাৰ লৈ এনেধৰণৰ পদক্... |
ইয়াৰ উপৰিও সন্ধ্যা আতচবাজী প্ৰদৰ্শিত হয়। আনহাতে আজি চিত্ৰাংকণ প্ৰতিযোগিতা, স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই কয় যে যদিও তাহানিৰ দিনত কোনো ইলেকট্ৰনিক মাধ্যম অথবা চ’ছিয়েল মেডিয়া নাছিল তথাপিও বিষ্ঞুৰাভা দেৱৰ কৰ্ম, আদৰ্শ প্ৰতি মুগ্ধ হৈ সকলোৱে তেখেতক “ষ্টাৰ” জ্ঞান ... |
উল্লেখযোগ্য যে স্মৃতিচাৰণ সভাত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, হেমৰাজ ৰাভা আৰু পংকজ বৰদলৈয়ে অংশ গ্ৰহণ কৰে। সন্ধ্যাৰ ভাগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। |
আনহাতে অসমৰ অন্যতম অগ্ৰণীয় সামাজিক বে-চৰকাৰী সংস্থা Needs ৰ উদ্যোগত কালি খানাপাৰাৰ গ্ৰীণ উদ্ ৰিৰ্জট Needs excellance award শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। সামাজিক উদ্যমী অমৰদ্বীপ পালৰ প্ৰচেষ্টাত আয়োজিত অনুষ্ঠানটোত বিভিন্ন বিভাগৰ বহু কেইগৰাকী উদীয়মান যুৱকক Promising Youth Award- 2017 ৰে সন্মানিত কৰে। |
আনহাতে বিজু ফুকন মেমো’ৰিয়েল বঁটা, সমাজসেৱী, সাংবাদিকতা, ফেশ্বন ফটোগ্ৰাফী, সংগীত, ফটোগ্ৰাফী, ম’বাইল থিয়েটাৰ, ক্ৰীড়া অভিনয়, উদ্যমী শিতানত বঁটা আগবঢ়ায়। তৰ্ক বিভাগত বঁটা আগবঢ়ায় নৱনীল বৰুৱাক, সমাজকৰ্মী ড০ ইলিয়াচ আলী, নৃত্যত মৰমী মেধীক, ফেশ্বন ফটোগ্ৰাফাৰ ৰাহুল বিশ্বাসক, সাংবাদিকতাৰ শিতানত নিখিল তালুকদাৰ, পংকজ কুমাৰ দাসক, সংগ... |
অনুষ্ঠানৰ লগত সংগতি ৰাখি ফেশ্বন শ্ব’ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বিভিন্ন সামাজিক জলন্ত সমস্যাৰ প্ৰতিবাদ ফেশ্বন শ্ব’টোত মডেলৰ জৰিয়তে উপস্থাপন কৰে। অনুষ্ঠানত বহুতো গণ্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।<eot>ডিজিটেল ডেস্ক : অসম-অৰুণাচলৰ সীমা বিবাদক লৈ সোমাবাৰে গুৱাহাটীৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক গুৰ... |
এই সীমা বিবাদক লৈ ইয়াৰ পূৰ্বেও কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাক্কে কেচাং জিলাৰ সীমান্তৰ চাৰিখন গাঁৱৰ পৰিদৰ্শন ওপৰত ভিত্তি কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। |
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ বুজাবুজিৰ মাজেৰে এই সীমা বিবাদৰ সমাধানৰ সিদ্ধান্তত উপনীত হ'ব চৰকাৰ। আনহাতে, অসম আৰু অৰুণাচলৰ দুয়োগৰাকী মন্ত্ৰীয়ে নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব প্ৰতিবেদন। তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।<eot>শিৱসাগৰৰ শিক্ষকৰ কৃতজ্ঞতা অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : বিভিন্ন বিষয়... |
প্ৰথম পৃষ্ঠা |
সম্পাদকৰ বাছনিত |
ৰাজ্য |
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় |
ক্ৰীড়াংগন |
তথ্য-সঁফুৰা |
কলা-সংস্কৃতি |
ব্যৱসায় |
Hindi |
English |
Friday, December 02, 2022 |
sangbad365.com |
প্ৰথম পৃষ্ঠা |
সম্পাদকৰ বাছনিত |
ৰাজ্য |
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় |
ক্ৰীড়াংগন |
তথ্য-সঁফুৰা |
কলা-সংস্কৃতি |
ব্যৱসায় |
Hindi |
English |
শিৱসাগৰৰ শিক্ষকৰ কৃতজ্ঞতা অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : বিভিন্ন বিষয়ত বিস্ফোৰক মন্তব্য মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাৰ : তলা ভাঙি চাৰ্জ লাইটৰ পোহৰত পৰিদৰ্শন কৰিলে টাই যাদুঘৰ |
In ৰাজ্য |
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা |
শিৱসাগৰ |
১৬ অক্টোবৰ |
শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত অসম শিক্ষক সন্মিলনৰ কৃতজ্ঞতা সভাত অংশ গ্ৰহণ ৰাজ্যৰ শিক্ষা, বৃত্ত তথা স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শিক্ষকৰ সমস্যা সমাধানৰ চেষ্টা চৰকাৰে অব্যাহত ৰাখিছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। প্ৰাদেশিকৰণ, টেট শিক্ষকক নিয়মীয়া কৰা, খালি পদ পূৰণ কৰা আদিৰ লগতে দৰমহা বঞ্চিত শিক্ষকৰ সমস্যা সমাধা... |
১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিয়োগ পোৱা কিন্তু বিভিন্ন কাৰণত দৰমহা নোপোৱা শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয়। এই সকলৰ যি সকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ নিয়মীয়া বেছিকৰ ভিত্তিত দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে যি সকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাই সেই সকলক এক ফিক্স দৰমহা প্ৰদান কৰাৰ লগতে... |
শিক্ষকৰ অনুষ্ঠানৰ পৰা বিদায় লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত টাই আহোম যাদুঘৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে।উক্ত সময়ত কৰ্মচাৰী উপস্থিত নথকা যাদুঘৰৰ তলা ভাঙি মন্ত্ৰীৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হয় যদিও তলৰ মহলত বিদ্যুৎ সংযোগ নথকাৰ বাবে চাৰ্জ লাইটৰ পোহৰত যাদুঘৰ পৰিদৰ্শন কৰি যাদুঘৰৰ দুৰ... |
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সভ্যতাৰ যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰি কয় যে এক বিশেষ সম্প্ৰদায়ৰ বাবে অসমীয়া মহিলা বিপদত পৰিছে। উজনি অসমত এনে প্ৰভাৱ নাই যদিও নগাঁৱৰ পৰা আৰম্ভ কৰি নামনি অসমত অসমীয়া মহিলাক বিভিন্ন ভুৱা নামেৰে প্ৰলোভিত কৰি বিবাহ কৰায় অত্যাচাৰ কৰি ধৰ্মান্তৰিত কৰিবলৈ বাধ্য কৰে। এনে অৱস্থাত বহু মহিলাই আ... |
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কভিড-১৯ ৰোগৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে কয় যে অসমত এতিয়া কভিড ৰোগৰ পৰিস্থিতি ভাললৈ আহিছে। সকলো নিৰ্ভৰ কৰিব আগন্তুক দূৰ্গা পূজাক লৈ। পূজা যদি ৰাইজে সাৱধানতাৰে পালন কৰে তেন্তে এই বছৰৰ শেষলৈ কভিড নিৰাময় হ’ব। পুজা সম্পৰ্কে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম ৰাইজে পালন নকৰে তেন্তে কভিডে ৰাজ্যত পু... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 17 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>মনে মনে থকা মানে হ’ল মানি লোৱা৷ কথা, বিষয় বা ঘটনা এটা আমি গ্রহণ নকৰিব পাৰোঁ, কিন্তু মনে মনে থকাই আমাৰ সন্মতিয়েই বুজায়৷ অর্থাৎ কোনো বাধা নোহোৱাকৈ আৰু নোপোৱাকৈ সেহ কথা চলি থাকিব, সেই ঘটনা ... |
কোনো নাৰীয়েই স্বামীৰ পৰা লাঞ্ছনা–গঞ্জনা নিবিচাৰে৷ শাৰীৰিক বা মানসিক অত্যাচাৰ, উৎপীড়ন, নির্যাতন নিবিচাৰে৷ বহু আশা বুকুত বান্ধি এজনী ছোৱালী বিয়াত সোমায়৷ সোণৰ নহ’লেও এখন সুখৰ সংসাৰৰ সপোন লৈ যুগ্মজীৱনৰ পাতনি মেলে৷ কিন্তু পৃথিৱীৰ পঁইত্রিশ শতাংশ বিবাহিত মহিলাৰ সেই সপোন ভাঙি দিয়ে স্বামীৰ আচৰণে৷ বিশ্বাস কৰিবলৈ টান পালেও পৃথিৱী... |
সেহ কাৰণে গার্হস্থ্য হিংসাৰ প্রকৃত তথ্য কাৰো হাতত নাই৷ কিয়নো যিমান ঘটনা ৰিপ’ট হয়, ভগৱানেহে জানে, তাতকৈ কিমান গুণ ৰিপ’ট নোহোৱাকৈ থাকে৷ ক’ভিড পেনডেমিক লকডাউনৰ সময়ত যেতিয়া আমি সকলো ঘৰে ঘৰে সোমাই আছিলোঁ, পাৰিবাৰিক আৰু সামাজিক প্রমূল্যক কৈ গৌৰৱবোধ কৰিছিলোঁ, কোৱালিটী ফেমিলী টাহম কটাই ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰিছিলোঁ, ষ্ট’ৰ... |
গার্হস্থ্য হিংসা এটা সামাজিক–সাংস্কৃতিক সমস্যা৷ পতি–পত্নীৰ মাজৰ কথা বুলি কৈ এহ বিষয়টোৰ পৰা আঁতৰি থকাৰ দিন আচলতে কেতিয়াবাই পাৰ হৈ গৈছে৷ আমাৰ দেশৰ সাক্ষৰতাৰ হাৰ এতিয়া ৭৪ শতাংশ৷ ৮২ শতাংশ পুৰুষৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৫ শতাংশ৷ গাঁও অঞ্চলৰ প্রত্যেক এহেজাৰ মহিলাৰ ৩৪৭গৰাকীয়ে কেৱল ঘৰুৱা কাম–কাজ কৰে যদিও ৬৫৩গৰাকীয়েই পৰিয়... |
মহ যদি মুখ খোলোঁ সকলোৱে মোকেহ দোষ দিব, নাৰীৰ সহ্যশক্তি থাকিব লাগে, মোৰ মা–দেউতাই সমাজত মুখ উলিয়াব নোৱাৰা হ’ব, মোৰ ভণ্টিৰ বিয়া নহ’ব, মা ল’ৰা–ছোৱালীকেহটাৰ কি হ’ব, মোৰ যদি ডিভর্ছ হয় আকৌ বিয়া হ’ব জানো, এহবাৰেই লাষ্ট আৰু নহ’ব কিজানি, ইমান দিনটো পাৰ হৈ গ’লেই৷ বাকীকেইটা দিনো এনেকৈয়ে যাব৷ মনলৈ অহা ভাব সাধাৰণতে এনেধৰণৰ আৰু আমি ... |
আইন আছে, সহজে পোৱাকৈ আহনী ব্যৱস্থা আছে৷ আমি কিন্তু মনে মনে থাকোঁ৷ অপৰাধী (স্বামী হওক বা প্রেমিক হওক) বেপৰোৱা হৈ পৰে৷ পত্নীৰ ওপৰত বা প্রেমিকাৰ ওপৰত হাত তোলা, আৱেগিক–মানসিক নির্যাতন কৰা এহ অদ্ভট মানুহখিনিৰ মানসিকতা এনেও স্বাভাৱিক নহয়৷ ভীষণ হীনমন্যতাত ভুগি থাকে এই মানুহখিনিয়ে৷ বহুতৰে হয়তো পত্নীতকৈ শিক্ষা–দীক্ষা কম, চাকৰি ... |
আৰু এই মহিলাসকলে দিনৰ পাছত দিন অকথ্য শাৰীৰিক–মানসিক নির্যাতন ভুগি থাকে৷ সহ্য কৰি থাকে, পৰিয়াল বচাই ৰখাৰ স্বার্থত আৰু সামাজিক সন্মান হেৰুওৱাৰ ভয়ত৷ কাৰোবাক যদি মনৰ কথা কৈও তেওঁ মনে মনে থাকে– হয় আনৰ ঝামেলাত নোসোমাওঁ বুলি নহয় পৰিয়ালটোত চলি থাকক বুলি বা হয়তো ভুক্তভোগীয়ে কাকো নক’বলৈ কয়৷ আন এটা আচৰিত কথা বহু এনে ভুক্তভোগী মহি... |
এটা ধাৰণা আছে যে নাৰীয়ে যদি নাৰীৰ আগত নিজৰ দুখ ব্যক্ত কৰিব পাৰে, তেনেহ’লে খোলোচাকৈ সকলো কথা ক’ব পাৰে৷ ১৯২১ চনত নিউয়র্কত প্রথমটো কেৱল মহিলাৰ আৰক্ষী থানা খোলা হৈছিল৷ ভাল লগা কথাটো হ’ল এই আমেৰিকান কনছেপ্ঢটো আচলতে ভাৰতে গ্রহণ কৰিলে আৰু সমগ্র দেশতে মহিলা আৰক্ষী থানা আৰম্ভ কৰিলে৷ এতিয়া ভুক্তভোগী মহিলাহ মুকলি মনে সংকোচ নকৰাকৈ... |
আমি ভাবোঁ যে এয়া মাত্র মোৰ লগতহে হৈছে, মই মুখ খুলিলে সকলোৱে মোকেহ দোষাৰোপ কৰিব৷ গার্হস্থ্য হিংসাহ কিন্তু কাকো ৰেহাহ নিদিয়ে৷ বহু চেলিব্রিটীও আনকি গার্হস্থ্য নির্যাতনৰ বলি হৈছে৷ ল এণ্ড অর্ডাৰ,Prodigol চ’ন আদিৰ দৰে টিভি ছিৰিজ আৰু ফ্রীডম ৰাইটছি আদিৰ দৰে চিনেমাৰ অভিনেত্রী এপ্রিল হার্নাণ্ডেজ কেষ্টিল’ প্রেমিকৰ হাতত সততেই নিগৃ... |
নির্যাতনৰ এই কাহিনীবোৰো কিন্তু তৎক্ষণাতে পোহৰলৈ অহা নাছিল৷ এহ ভুক্তভোগীসকলো মনে মনেহ আছিল৷ এটা ডাঙৰ ঘটনা হোৱাৰ পাছতহে বা নিজৰ নতুবা সন্তানৰ আত্মবিশ্বাস বঢ়াৰ পাছতহে এই কথাবোৰ মুকলিলৈ আহিল৷ |
আমি সততেহ কওঁ নাৰী ত্যাগৰ প্রতীক৷ নাৰী সহনশীলতাৰ মূর্ত ৰূপ৷ নিগেটিভ কথাত কিন্তু এই মহান আৰু পৱিত্র ধাৰণাত অন্ধ হৈ থকাৰ কোনো যুক্তি নাই৷ অপৰাধী অপৰাধীয়েহ৷ অপৰাধীক সজগুণৰ সুবিধা ল’বলৈ দিয়াটো অপৰাধীক উদগনি দিয়াৰ দৰে৷ |
অথচ ভুক্তভোগীসকল মনে মনে থাকে৷ যিসকলে নিজকে শুভাকাংক্ষী বুলি ভাবে তেওঁলোকো মনে মনে থাকে৷ |
আমি সকলো মনে মনে থাকোঁ৷ |
কিয়? |
Featured |
Share |
Prev Post |
আজিৰ দিনটোৰ ৰাশিফল |
Next Post |
বিষ্ণু ৰাভা দিৱস |
You might also like |
আঞ্চলিক |
বিশেষ লেখা : ড০ হিমন্ত বিশ্ব শর্মা |
বিশেষ |
বিশেষ লেখাঃ মোক ন’ বুলি ক’লে৷ মোক!!! |
বিশেষ |
ভাৰতৰ নোটৰ বিষয়ে সকলোৱে জানে, কিন্তু পাকিস্তানৰ নোটত কি লিখা আছে জানেনে? |
বিশেষ |
বিশেষ লেখা : কাৰ দখললৈ যাব অসমৰ ভৱিষ্যৎ? |
Prev Next |
Trending |
লেতেৰা পাকঘৰ : অসন্তুষ্ট বিৰুষ্কাৰ অনুৰাগী |
নৱে 26, 2022 |
মাৰণাস্ত্ৰ লৈ অসমত প্ৰৱেশ নগা যুৱকৰ : অসম-নাগালেণ্ড সীমান্তত… |
নৱে 26, 2022 |
আন এক সফলতা ইছৰোৰ : পিএছএলভি চি৫৪ সফল উৎক্ষেপণ |
নৱে 26, 2022 |
‘সন্ত্ৰাসবাদ নিৰ্মূল বিৰুদ্ধে ভাৰতৰ সৈতে’ :… |
নৱে 26, 2022 |
মৰিয়নিৰ নকছাৰীত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ :… |
নৱে 26, 2022 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.