text stringlengths 0 188k |
|---|
… … … |
ভৰিৰ খোজৰ শব্দত বিজয় উচপখাই উঠিল । ভয় খালে সি, কিন্তু সি একোতো বেয়া কাম কৰিবলৈ যোৱা নাই । এবাৰ, মাত্র এবাৰ টুপীটোৰ স্পর্শ ল’বলৈ বিছাৰিছিল ।তাৰ তাম হৈ গ’ল ৷ এতিয়া সি যাব পাৰে, দেউতাকৰো ঘুৰি অহাৰ সময় হৈছে । সৈনিক এজনে বিজয়ৰ কাণ্ডবোৰ দেখি কোঠাটোত সোমাই আহিল । তেঁও কিন্তু বিজয়ৰ কাণ্ডবোৰ দেখি আছিল, বেছ আমোদ পাইছিল ।ব... |
তেনেতে মূৰত স্পর্শ এটাৰ অনুভূতি পায় ওপৰমুৱা হৈ চালে । সৈনিকজনে টিনৰ বাকছৰ ওপৰত থকা টুপীটোআনি বিজয়ৰ মূৰত পিন্ধাই দি ক’লে- “টুপীটো পিন্ধিবলৈ তোমাৰ বৰ মন গৈছে নহয়নে, লোৱা আজিৰ পৰা তুমি এইটো নিজৰ লগত ৰাখিবা” । বিজয়ৰ চকু চলচলীয়া হৈগ’ল ৷ ক’ব নোৱাৰাকৈয়ে সি সৈনিকজনক এটা ‘চেল্যুট’ দিলে । প্রত্যুতৰত সৈনিক জনেও বিজয়ক এটা চ... |
চাইকেলৰ টিলিঙাৰ শব্দ শুনি বুজিলে দেউতাক আহিপালে । সি বুকু ফিন্দাই শিবিৰৰ পৰা ওলাই আহি দেউতাকৰ ওচৰ পালেহি ৷ এবাৰটুপীটো খুলি হাতত লৈ দেউতাকক দেখুৱালে । দেউতাকে হাঁহিলে, বিজয়ৰ অনুভৱ হ’লযে দেউতাকৰো ভাল লাগিছে । এটা টুপী… পূৰণি, মলিয়ন, দাগ লগা টুপী…কিন্তু এজন সৈনিকৰ টুপী । |
← এখন দেশত এটা ‘মানুহ’ আছিল (ৰক্তিম গোস্বামী ) |
দুটা আধামিনিটৰ গল্প (দিগন্ত বৰা) → |
You May Also Like |
দেও লগা বাৰ (সমাদৃতা গোস্বামী) |
September 15, 2015 0 |
খহি পৰা বুকুৰ আকাশ ( হিমাংশু চহৰীয়া ) |
December 15, 2015 0 |
অনন্তশয্যা-পাহি গগৈ |
August 18, 2020 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>3তোমাৰ সুগন্ধি তেলৰ গন্ধ অতি উত্তম, তোমাৰ নাম, বাকি দিয়া সুগন্ধি তেলস্বৰুপ; সেই নিমিত্তে যুৱতীবিলাকে তোমাক প্ৰেম কৰে । |
4মোক লৈ যোৱাহি, আমি তোমাৰ পাছে পাছে লৰি যাম । ৰজাই নিজৰ অন্ত:পুৰলৈ মোক আনিলে; আমি তোমাত আনন্দিত হৈ ৰং কৰো, দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ প্ৰেমৰ অধিক প্ৰসংসা কৰোঁ । লোকে তোমাক সৰলভাৱে প্ৰেম কৰে । |
5হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই ক’লা বৰণীয়া কিন্তু সুন্দৰী, কেদৰৰ তম্বুৰ নিচিনা, চলোমনৰ আঁৰ-কাপোৰৰ সদৃশ । |
6মই ঈষদ কলী, সূয্যই মোক বিবৰ্ণ কৰিলে, এই দেখি মোলৈ তোমালোকে কুদৃষ্টি নকৰিবা । মোৰ আইৰ পুতেকহঁতে মোক খং কৰিলে, সিহঁতে মোক দ্ৰাক্ষাবাৰীবোৰৰ ৰখীয়ানী কৰিছিল; কিন্তু মোৰ নিজৰ দ্ৰাক্ষা-বাৰী মই ৰক্ষা কৰা নাই | |
7হে মোৰ প্ৰাণপ্ৰিয়, তুমি নিজৰ জাক ক’ত চৰাইছা? আৰু দুপৰ বেলা নিজৰ জাকক ক’ত জিৰোৱাইছা? তাক মোক কোৱা; কিয়নো তোমাৰ লগৰীয়াবিলাকৰ জাকবোৰৰ মাজত, ওৰণি লোৱা জনীৰ নিচিনা মই কিয় হম? |
8হে নাৰীবিলাকৰ মাজত পৰম সুন্দৰী, তুমি যদি তাক নাজানা, তেন্তে জাকৰ খোজৰ চিন ধৰি ধৰি যোৱা, আৰু ৰখিয়াবিলাকৰ তম্বুবোৰৰ ওচৰত তোমাৰ ছাগলী পোৱালীবোৰক চৰোৱাগৈ|<eot>আমি অসমীয়া মানুহবোৰ মোটামুটিকৈ ভোজন বিলাসীয়েই চাগে ? নে লুতুৰা স্বভাৱৰ ? ভোগালীৰ বতৰত তেনে অনুভৱ এটা ছেগা-চোৰোকাকৈ মনলৈ আহি আছে । ডা০ মুক্তি নাথ গগৈ দেৱৰ “পান-ভোজ... |
(২) |
ভোগালীৰ বতৰ । উৰুকাৰ দুদিন আগতেই আহি ঘৰ সোমালোহি । অৱশ্যে পোনে পোনে আহি ঘৰ সোমোৱা নাই । আগতেই কৈছো নহয়, ভোগালীৰ বতৰ । ফোনা-ফোনি কৰি ঠিক কৰি থৈছিলো, ঘৰৰ আটাইয়ে মিলি পুৰণি ঘৰলৈ যোৱাৰ কথা । মায়ে ফোন কৰি জনালে যে তেওঁলোক ইতিমধ্যে অভিযানত ওলাল । ময়ো ভিনিহিৰ দুচকীয়াখন লৈ লৰ ধৰিলো । যথাসময়ত নিচাদেও (বৰদেউতা)ৰ ঘৰ পালোগৈ ... |
অশীতিপৰ নিচাদেওৰ দীৰ্ঘায়ো কামনা কৰি আহি আছো । ৰেল ক্ৰছিংটোৰ ওচৰতে এজন যুৱক ওলাল । মই চহৰৰ দিশত যোৱা দেখি একে লগে যোৱাৰ ইচ্ছা প্ৰকাশ কৰাত উঠাই ললো । গৈ আছো । দুই-এটা কথা পাতিছো । গাঁৱত হেনো আজিকালি ৰং-পানীয়ৰ কদৰ বাঢ়িছে । বিয়া-সবাহৰ সময়ত ডেকাচামৰ বাবে ইয়াৰ চাহিদা খুব বেছি হয়। তাতে ভোগালীৰ বতৰ । সেয়ে অলপ আগতীয়াকৈ... |
(৩) |
মাক-বাপেকে হেনো ল’ৰাৰ মুখলৈ চায় আৰু পত্নীয়ে হাতলৈ । বৃত্তিমুখী স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ হৈ থকা দিনৰ কথা । কি উপলক্ষ্যত আহিছিলো পাহৰিছো । মোৰ মানসিক স্বাস্থ্যৰ খতিয়ান লোৱাৰ উদ্দেশ্যে দেউতাই সুধিলে, |
– অ’, তহঁতৰ যে এই বৃত্তিমুখী পাঠ্যক্ৰমবোৰ, আজিকালি ল’ৰা-ছোৱালীবোৰে ইয়াক খুব অগ্ৰাধিকাৰ দিছে । পৰম্পৰাগত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰতি লাহে লাহে সিহঁতৰ আগ্ৰহ কমিছে । এনে গতিত গৈ থাকিলে এসময়ত দেশত সংস্থাপনযোগ্য উচ্চশিক্ষিতৰ হাৰ যথেষ্ট বাঢ়িব । কিন্তু তাৰ সমানুপাতিকভাৱে নিয়োগৰ সুযোগ-সুবিধা নাবাঢ়িলে সেই উচ্চশিক্ষিতমখাৰ ... |
-কথাটো নোহোৱা নহয় । কিন্তু পৰম্পৰাগত স্নাতকোত্তৰ পাঠ্যক্ৰমে যুৱচামলৈ ইতিমধ্যে আনি দিয়া হতাশাৰ বিকল্প হিচাপে ঠাই পুৰাইছে এই বৃত্তিমুখী পাঠ্যক্ৰমবোৰে । কিন্তু তাতো প্ৰতিযোগিতাৰ দৌৰ আছে । কিন্তু জীৱন যাপনৰ ক্ষেত্ৰত ন্যূনতম প্ৰয়োজনবোৰতো এতিয়া কেৱল অন্ন, বস্ত্ৰ আৰু আশ্ৰয়তে সীমাবদ্ধ হৈ থকা নাই ! সকলো ক্ষেত্ৰতে বাঢ়ি অহা... |
-জীয়াই থাকিবলৈ নে কমফ’ৰ্টৰ বাবে । আজিৰ যুগটো বোলে ভোগবাদৰ যুগ । মানুহৰ বোলে ভোগ প্ৰৱণতা বাঢ়িছে । আৰু এই সমস্তবোৰতো পুঁজিবাদী বণিক গোষ্ঠীৰেই চক্ৰান্তৰ ফচল । আন কথাত আমাৰ মুক্ত বজাৰ ব্যৱস্থা বা অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ পৃষ্ঠপোষক চৰকাৰৰ ষ্ট্ৰেটেজিক ভুলৰেই পৰিণাম ? |
-এটা কথা নোহোৱা নহয় পিচে । দেশীয় বজাৰ ব্যৱস্থাৰ উন্মুক্তকৰণৰ ফলত ই লাহে লাহে জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ আমুল পৰিৱৰ্তন সাধিবলৈ ধৰিছে । আৰু এই ষ্ট্ৰাকচাৰেল চেইঞ্জখিনিয়েই নিতৌ মানুহৰ প্ৰয়োজনবোৰ সলনি কৰি আহিছে । |
-অ’, আৰু এটা কথা । আজিকালি এই অত্যন্ত খৰচী বৃত্তিমুখী পাঠ্যক্ৰমবোৰ পঢ়িবলৈতো চৰকাৰী-বেচৰকাৰী বেঙ্ক বা বিত্তীয় প্ৰতিষ্ঠানবিলাকে ঋণ দিয়া আৰম্ভ কৰিছে । এইবোৰ কি বিনিয়োগ নহয় ! চৰকাৰ আৰু বণিক গোষ্ঠী মিলি এটা পাক-চক্ৰ সৃষ্টি কৰা নাইনে ? |
মই কি ক’ম । কথাবোৰতো নোহোৱা নহয় । মুক্ত বজাৰ ব্যৱস্থাত চৰকাৰী হস্তক্ষেপৰ দোহাই দি চৰকাৰেও পৰোক্ষভাৱে এই ভোগবাদী মনোবৃত্তিক গভীৰলৈ শিপাবলৈ দিয়া নাই জানো ? দেউতাই কয়, আমিওতো এনেবোৰ বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি পুঁজিবাদৰ গোলামি কৰিবলৈয়ে আগবাঢ়ি গৈছো । মই কওঁ, শিক্ষাখিনিতো পুঁজিবাদৰ monopoly নহয় ! চীনৰদৰে অৰ্থনীতি এখন ... |
(৪) |
দেউতাই এইকেইদিন লক্ষ্য কৰিছে । বিহুৰ দিনতো ল’ৰাটো ঘৰৰপৰা বাহিৰ হোৱা নাই । আৰু ঘৰত থাকিলেও নিজৰ কোঠাৰপৰা বৰকৈ বাহিৰ হোৱা নাই । মই ধৰিব পাৰিছো, আলেঙে আলেঙে ঘৰৰ মানুহবোৰে মোৰ গতি বিধি লক্ষ্য কৰি আছে । ময়ো দুৰ্ঘটনাটোৰ কথা কোৱা নাই । এতিয়া বিচনাত পৰি পৰি কথাবোৰ পাগুলি আছো । বুকু আৰু থুঁতৰিটোত বিষ যথেষ্ট হৈছে । আঁঠু আৰু কি... |
← হিতেন শৰ্ম্মাৰ দিনলিপি ৭(ধ্ৰুৱজ্যোতি শৰ্ম্মা) |
ধনতন্ত্ৰ দিৱসৰ শুভেচ্ছাৰে (অজয় লাল দত্ত) → |
You May Also Like |
দেশভক্তি চাহ: মনজিত |
November 14, 2012 0 |
বিহুৰ গোন্ধ থকা পাঁচটা পালমৰা পদ্য (ঈশানজ্যোতি বৰা) |
April 14, 2012 0 |
পেৰ’ডী গীত-বিহু সুৰীয়া (অনন্ত মোহন শৰ্মা) |
April 14, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.