text
stringlengths
0
188k
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
হিন্দুৰ প্ৰতি বিদ্বেষ !
বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীক নিৰ্যাতন
সীমান্তত উলংঘা মানৱাধিকাৰ !
বিজেপিৰ বিপদ !
২টা হাতীয়ে জ্বলাকলা খুৱাইছে চিচিবৰগাঁওবাসীক
সেউজ বিপ্লৱ খুচুলুপাৰাত
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>মণিপুৰৰ সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপজেনে মণিপুৰৰ এইচআইভি/এইডছত আক্ৰান্ত শিশুসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱা...
মন্ত্ৰী নেমচাই কৈছে যে ৰাজ্যখনত ২৮১১জনতকৈও অধিক এইচআইভি/এইডছ আক্ৰান্ত শিশু আছে আৰু ১৪৫০ জন শিশুক এণ্টি ৰিট্ৰোভাইৰেল প্ৰদান কৰি থকা হৈছে। কিন্তু অধিক সংখ্যক শিশুৱেই দুখীয়া পৰিয়ালৰ আৰু তেওঁলোকক পৃষ্ঠপোষকতা কাৰ্যসূচীৰ অন্তৰ্গত আৰ্থিক সহায়তাৰ প্ৰয়োজন আছে।
চৰকাৰী সূত্ৰত প্ৰকাশ যে মঙলবাৰে মন্ত্ৰী নেমচাই নতুন দিল্লীৰ ল’মেৰিডিয়ান হোটেলত (Le Meridian Hotel)অনুষ্ঠিত মহিলা আৰু শিশু বিকাশৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাষণ দি এইদৰে কয়।
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী, মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে এই আলোচনাচক্ৰত উপস্থিত আছিল। এই আলোচনাচক্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ মন্ত্ৰীসকল উপস্থিত আছিল।
মহিলা সুৰক্ষা নিশ্চিত কৰাৰ বাবে ষষ্ঠ মানৰ পৰা ওপৰৰ শ্ৰেণীলৈকে সকলো ছাত্ৰীকেই আত্মৰক্ষাৰ কৌশলৰ পাঠ প্ৰদান কৰাৰ বিশেষ আঁচনি ৰূপায়িত কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। আৱেগিক আৰু আৰ্থিকভাৱে নিষ্পেষণৰ বলি হোৱা মহিলাসকলে নিজৰ মাজত ভাৱ আৰু অভিজ্ঞতা বিনিময় কৰাৰ বাবে সমনীয়া গোট গঠন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁ উল্লেখ কৰে।
তেওঁ আৰু কয় যে মণিপুৰত মহিলা হেল্পলাইন নম্বৰ কাৰ্যকৰী কৰাৰ ফলত কেইটামান মাহতেই ২৬৬ গোচৰ ইয়াৰ দ্বাৰা লাভ কৰা গৈছে আৰু ইয়াৰে ৯৫ শতাংশ গোচৰ সমাধান কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীৰ মনোযোগ আকৰ্ষণ কৰি নেমচাই প্ৰকাশ কৰে যে ৰাজ্যখনত শিশুৰ বিৰুদ্ধে সংঘতিত যৌন অপৰাধ আৰু শিশু সৰবৰাহৰ ঘটনা বাঢ়ি আহিছে। যদিওবা গাঁওৰ শিশু নিৰাপত্তা কমিটী আছে তথাপি সেই কমিটীসমূহ অতি শীঘ্ৰে আৰ্থিকভাৱে আৰু কৰ্তৃত্বশীল ক্ষমতাৰে সৱলীকৰণ কৰি তুলিব লাগে। তাৰোপৰি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰিকৰী ...
আলোচনাচক্ৰত যোগদান কৰাৰ বাবে মণিপুৰৰ মন্ত্ৰী নেমচা কিপজেনৰৰ সৈতে সমাজ কল্যাণ বিভাগৰ সচিব জাচিন্থা লাদাৰাছো নতুন দিল্লীলৈ গৈছিল।
আলোচনাচক্ৰখনৰ আয়োজন কৰিছিল ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে।
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কাজিৰঙাত স্থাপন হ’ব পঞ্চ তাৰকাযুক্ত ৰিৰ্জট
নগাঁৱত সংবিধান প্ৰণেতা ড° বি আৰ আম্বেদকাৰক স্মৰণ
আজিৰে পৰা আৰম্ভ হ’ল সংসদৰ শীতকালীন অধিৱেশন
শিৱসাগৰ ছুপাৰ লীগত বিশ্বজ্যোতি সংঘ চূড়ান্ত বিজয়ী
নয়াগাঁও আঞ্চলিক পাগলাস্থানত নৱনিৰ্মিত শিৱমন্দিৰ মুকলি মুখ্যমন্ত্ৰীৰ
NE Focus -
সম্পাদনাৰ মেজৰ পৰা
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
আজিৰ দুটা গুৰুত্বপূৰ্ণ খবৰ
আজিৰ দুটা গুৰুত্বপূৰ্ণ খবৰ
সুখবৰ
By admin On Apr 10, 2018
0 77
Share
শ্ৰমিকৰ নিৰাপত্তা তথা জীৱন সুনিশ্চিত কৰিবলৈ শ্ৰমিক কল্যাণ পৰিষদে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ মূল কাৰণ হ’ল দেশ নিৰ্মাণৰ অন্যতম হোতা শ্ৰমিক সকলে আজিও প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। প্ৰকৃততে শ্ৰমিক এজনে কাকো অন্যায় নকৰে। শ্ৰমিককেহে বেলেগে অন্যায় কৰে। যাৰ বাবে অধিকাংশ শ্ৰমিকে হীনমান্যতাত ভোগা দেখা যায়। আচলতে ক’বলৈ ...
এই আঁচনিৰ অধীনত শ্ৰমিকৰ পে়ঞ্চন, বীমা, স্কলাৰশ্বীপ সকলো অন্তৰ্ভূক্ত হৈ আছে। একো একোজন শ্ৰমিকে কৰ্মৰত অৱস্থাত দূৰ্ঘটনাবশত মৃত্যু হ’লে প্ৰায় ৪.৫লাখ টকা পৰ্যন্ত লাভ কৰিব। প্ৰসূতিকালীন চিকিৎসাৰ বাবদত ২০,০০০ টকাকৈ পোৱাৰ বিপৰীতে প্ৰতি মাহে ২০০০ টকাকৈ পেঞ্চন পোৱাৰ সুবিধা আছে। আনহাতে শ্ৰমিকৰ সন্তানৰ ছাত্ৰবৃত্তিৰ বাবদত প্ৰথম শ্...
আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণীয় চিমেণ্ট নিৰ্মাতা প্ৰতিষ্ঠান টপচেম চিমেণ্টে পূৰ্বৰ দৰে অসমীয়া হেপাহৰ ব’হাগ বিহুটি বৃদ্ধাবাস, প্ৰতিৱন্ধী শিশু তথা অন্যান্য সংস্থাসমূহৰ লগত উদযাপনৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অ’ল্ডএ’জ হোম, বিৰুবাৰীৰ শিশু সাৰথি, আছাম অটিজিম ফাউণ্ডেচন, অম্বিকাগিৰিৰ আমাৰ ঘৰ, বকোৰ আশাদ্বীপকে আদি বহুকেইটা সংস্থা...
ডিঙিত ক’লা আঁতৰাবলৈ এলো ভেৰা জেল কেনেদৰে ব্যৱহাৰ কৰিব –
সকলো ধৰণৰ সৌন্দৰ্য চিকিৎসাত এলো ভেৰা জেল ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক সহজে পাকঘৰৰ বাগিচাত বিচাৰি পাব পাৰে। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ এলো ভেৰা এনজাইমত লক কৰে যি ডিঙি ক’লা কৰে। ইয়াৰ ফলত, ডিঙিৰ ক’লাতা লাহে লাহে আঁতৰি যায়। আপুনি কেৱল প্ৰতিদিনে এলো ভেৰাৰ পাত ভাঙি জেলটো উলিয়াই ডিঙিত 15 ৰ পৰা 20 মিনিটৰ বাবে মালিচ কৰিব লাগিব।
আপুনি এলো ভেৰা আৰু তিয়ঁহ ব্যৱহাৰ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব । একেলগে এলো ভেৰা জেল আৰু তিয়ঁহৰ ৰস প্ৰয়োগ কৰিলে ডিঙিৰ ডাঠ দাগবোৰো আঁতৰ হয় । যেতিয়া একেলগে ৰখা হয়, সেই অংশত আভা দেখা যায় । ইয়াৰ সৈতে, ছালৰ শুষ্কতাও শেষ হয় । আপুনি ডিঙিটো এলো ভেৰা আৰু মুলতানি মাটিৰে জিলিকিব পাৰে। আপুনি কেৱল মুলতানি মাটি, এলো ভেৰা জেল আ...
সমস্যা‌ দূৰ কৰক এই ঘৰুৱা উপায়েৰে
সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা আছে যদি নিৰ্মুল কৰক ঘৰুৱা উপায়েৰে
চানবাৰ্ণৰ উপৰিও, ডিঙিত ক’লা দাগবোৰো ঠাইখিনি সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ বাবে হয় । সেয়েহে, গা ধোৱাৰ সময়ত, নিশ্চিতভাৱে সেই ডিঙিৰ লেতেৰা পৰিষ্কাৰ কৰিব । এই তথ্যৰ শুদ্ধতা, সময়সীমা আৰু সত্যতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে । কিন্তু এয়া ভাৰতৰ বাৰ্তাৰ নৈতিক দায়িত্ব নহয় । আমি আপোনাক যিকোনো প্ৰতিকাৰ চেষ্টা কৰাৰ আগ...
মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ অন্তিমটো নথিভুক্ত সংখ্যা আছিল ৪৮ টা আৰু শেহতীয়া পিয়লত এই সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ
যদিও উদ্যানখন ৩ এপ্ৰিললৈকে পৰ্যটকৰ বাবে বন্ধ ৰখাৰ কথা আছে, উদ্যান কৰ্তৃপক্ষই জনাইছে যে যদি পিয়লত ইয়াৰ নিৰ্দ্ধাৰিত লক্ষ্যৰ গঁড়ৰ সংখ্যা গণনা সম্পন্ন হয়, তেন্তে উদ্যানখন ততালিকে মুকলি কৰি দিয়া হ’ব।
মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে ইউনেস্কোৰ প্ৰাকৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰ।
এইটো এটা ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ লগতে এটা হাতী সংৰক্ষিত অঞ্চল আৰু অসমৰ এটা জৈৱমণ্ডল সংৰক্ষিত অঞ্চলো।
লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ
উদ্যানখন ইয়াৰ বিৰল আৰু বিলুপ্তপ্ৰায় স্থানীয় বন্যপ্ৰাণী প্ৰজাতি যেনে দুৰা কাছ, সোণালী বান্দৰ আৰু নল গাহৰিৰ বাবেও জনাজাত।
Recent News
ধৰ্মৰ ওপৰত কপিৰাইট আছে বিজেপিৰ! মন্তব্য বিজেপি নেতা ৰাজ্যবৰ্ধন ৰাথোড়ৰ
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বিগত তিনি মাহে আত্মগোপন কৰি থকা ধুবুৰীৰ কুখ্যাত চোৰাং গৰু ব্যৱসায়ৰ মূল মাফিয়া আদম আলীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) দেবাশীষ চৌধুৰীৰ নেতৃত্বত যোৱা সাত দিন ধৰি আৰক্ষীয়ে গোপনে চলাই থকা অভিযানৰ অন্তত আদম আলী জালত পৰে। অভিযানকাৰী দলটোৱে দেওবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁও ...
উল্লেখ্য যে কিছুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই চোৰাং গো-মাফিয়া সাদ্দাম আলীক গ্ৰেপ্তাৰ কৰিছিল। গৌৰীপুৰৰ মাটিয়াবগৰ বাসগৃহৰ পৰা আৰক্ষীয়ে সাদ্দাম আলীক গ্ৰেপ্তাৰ কৰিছিল। সাদ্দাম আলী কুখ্যাত গো-মাফিয়া আদম আলীৰ ভাতৃ।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 3 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ
Read More...
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 13 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>: আকাশলংঘী মূল্যবৃদ্ধি, পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে আৰু সমগ্ৰ মহানগৰবাসীক খোৱাপানী যোগানৰ দাবীত কৰা অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ বৃহস্পতিবাৰে স্তব্ধ কৰিবলৈ জপিয়াই পৰিল অসম...
মহানগৰীৰ বেলতলা বজাৰত সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰতিবাদ আৰু গণস্বাক্ষৰ সংগ্ৰহৰ বাবে সাজু হোৱাৰ সময়তে অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ নেতা-কৰ্মীৰ ওপৰত অসম আৰক্ষী আৰু চিআৰপিএফৰ বিষয়া-জোৱানসকলে জপিয়াই পৰে। সভাপতি ৰিপুণ বৰা আৰু অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল ম...
প্ৰতিবাদকাৰীসকলে চচলৰ প্ৰতিবাদস্থলীত গৈও 'সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক', 'হয় মূল্যবৃদ্ধি ৰোধ কৰক নহয় গাদী এৰক', 'মূল্যবৃদ্ধি ৰোধ কৰক', 'ৰাইজক জীয়াই থাকিবলৈ দিয়ক', 'দুখীয়াৰ তেজ শুহি খোৱা চৰকাৰ হায় হায়', 'পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক', 'সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক দিয়া মা...
'সময় থাকোতেই কৃত্ৰিম বানপানী ৰোধৰ ব্যৱস্থা কৰক', 'পুঁজিপতিৰ দালাল বিজেপি চৰকাৰ হায় হায়' আদি শ্ল'গান দি আকাশ বতাহ কঁপাই তোলে। সভাপতি ৰিপুণ বৰাই সংবাদমাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি চৰকাৰৰ দমনমূলকনীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। সভাপতি বৰাই কয়: 'জনতাৰ হকে প্ৰতিবাদ কৰিবলৈ আমি আগবঢ়াৰ সময়তে আজি অসম চৰকাৰৰ নিৰ্দেশত আৰক্ষী-চিআৰপিএফ...
প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। উল্লেখ্য, অসম তৃণমূল কংগ্ৰেছ দলে মহানগৰীৰ বজাৰে বজাৰে ঘূৰি উক্ত বিষয়সমূহৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি যোৱাৰ পৰিকল্পনা কৰা বুলি মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই প্ৰকাশ কৰে। আৰক্ষীয়ে...
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী