src stringlengths 5 131 | tgt stringlengths 4 133 |
|---|---|
Tom wasn't cautious. | টম্ সাৱধান নাছিল। |
How are you? | তই কেনে আছ? |
I fuck you all. | তহঁত সৱক চুদি দিম। |
I fuck you all. | তহঁত সৱক চুদি পেলাম। |
She kept talking and talking. | তাই কথা পাতিয়েই আছিল, পাতিয়েই আছিল। |
She'll call back. | তাই ঘূৰাই কল কৰিব। |
She'll call back. | তাই ঘূৰাই ফোন কৰিব। |
What did you buy him? | তাক তুমি কি কিনি দিছিলা? |
"Will you clean your room today or not?! If not, you won't get sweets tomorrow." "Really, mom, you always give convincing reasons!" | "তুমি আজি তোমাৰ কোঠাটো পাৰিষ্কাৰ কৰিবা নে নকৰা? যদি নকৰা, অহাকালি তুমি মিঠাই নোপোৱা৷" "সঁচা, মা, তুমি সদায় বিশ্বাসযোগ্য কাৰণ দিয়া৷" |
Why don't you just stop talking? | তুমি কথা পতা বন্ধ নকৰা কিয়? |
Have you ever visited Rome? | তুমি কেতিয়াবা ৰোম গৈ পাইছানে? |
How are you? | তুমি কেনে আছা? |
Have you ever seen her? | তুমি তাইক কেতিয়াবা দেখা পাইছানে? |
When was the last time you spoke to him? | তুমি তেওঁৰ লগত শেষবাৰৰ বাবে কেতিয়া কথা পাতিছিলা? |
You're not a bad guy. | তুমি বেয়া ল'ৰা নহয়। |
How are you? | তুমি ভালে আছা নে? |
You must study every day. | তুমি সদায় পঢ়িব লাগিব। |
She'll call back. | তেওঁ ঘূৰাই কল কৰিব। |
She has her own room. | তেওঁৰ নিজা কোঠালী আছে। |
They wanted to help you every time. | তেওঁলোকে প্ৰতিবাৰেই তোমাক সহায় কৰিব বিচাৰিছিল। |
He spent the last years of his life in France. | তেখেতে তেখেতৰ জীৱনৰ শেষ বছৰকেইটা ফ্ৰাঞ্চত কটালে। |
He laughed too. | তেৱোঁ হাঁহি মাৰিলে। |
It's nice to see you're still alive. | তোমাক এতিয়াও জীয়াই থকা দেখি ভাল লাগিল। |
I was asked to give you a message. | তোমাক মেছেজ এটা দিবলৈ মোক কোৱা হৈছে। |
You've got three children. | তোমাৰ তিনিটা সন্তান আছে৷ |
Where is your school? | তোমাৰ বিদ্যালয়খন ক’ত আছে? |
Where is your school? | তোমাৰ স্কুলখন ক’ত? |
Where is your school? | তোমাৰ স্কুলখন ক’ত আছে? |
Keep your hands off my money. | তোমাৰ হাত দুখন মোৰ টকাৰ পৰা আঁতৰাই ৰাখা। |
Certainly. | থিৰাংকৈ। |
Two times two equals four. | দুই দুই গুণ চাৰি। |
Shit! | ধেৎ! |
It's as good as new. | নতুনৰ দৰেই ভাল। |
No, she didn't. | নহয়, তাই কৰা নাই। |
No, she didn't. | নহয়, তেওঁ কৰা নাই। |
No, she didn't. | নহয়, তেখেতে কৰা নাই। |
Isolate yourself. | নিজকে নিগলাই ৰাখক। |
Keep your hands off my money. | নিজৰ হাত দুখন মোৰ টকাৰ পৰা দূৰত ৰাখক। |
Keep your hands off my money. | নিজৰ হাত দুখন মোৰ টকাৰ পৰা দূৰত ৰাখা। |
Hotshot! | নিপুণ! |
Certainly. | নিশ্চয়কৈ। |
Certainly. | নিশ্চয়ে। |
Certainly. | নিঃসন্দেহে। |
Study! | পঢ়া! |
Water is life. | পানী জীৱন। |
In fact, I'd say just the opposite. | প্ৰকৃতাৰ্থত, মই বিপৰীতটো কম৷ |
Everybody must die. | প্ৰত্যেকজনেই মৰিব লাগিব। |
Naturally. | প্ৰাকৃতিকভাৱে। |
How is the weather? | বতৰটো কেনেকুৱা? |
The weather will soon begin to calm down. | বতৰ সোনকালেই শান্ত হ'বলৈ ধৰিব। |
Slice the kale, and add it to a pan, with olive oil, garlic, salt and pepper, and wait until it is soft and tasty. | বন্ধাকবি মিহি-মিহিকৈ কাটি জলফাই তেল, নহৰু, নিমখ আৰু জালুকৰ লগত কেৰাহীত দি লৈ কোমল আৰু সুস্বাদু নোহোৱালৈকে অপেক্ষা কৰক। |
Be especially careful when walking on icy paths. | বৰফৰ পথত খোজ কাঢ়োঁতে বিশেষভাৱে সাৱধান হ'ব। |
It is raining. | বৰষুণ দি আছে। |
Burj Khalifa is currently the tallest building in the world. | বৰ্তমান বুৰ্জ খালিফা পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা। |
When will the bad news end? | বেয়া খবৰ কেতিয়া শেষ হ'ব? |
Fill in. | ভৰি দিয়া। |
I finally received my National Insurance! | মই অৱশেষত মোৰ ৰাষ্ট্ৰীয় বীমা লাভ কৰিলোঁ! |
I want you to work better. | মই আপুনি বেছি ভালদৰে কাৰ্য্য কৰাটো বিচাৰোঁ। |
I hate you. | মই আপোনাক বেয়া পাওঁ। |
If I were you, I'd buy it. | মই আপোনাৰ জেগাত হ'লে কিনিলোঁহেঁতেন। |
I can't fight any longer. | মই আৰু কাজিয়া লাগিব নোৱাৰোঁ। |
I'm not kidding about this. | মই ইয়াৰ বিষয়ে ধেমালি কৰি থকা নাই। |
I am not kidding about this. | মই এই বিষয়ে ধেমালি কৰা নাই। |
I still hate you. | মই এতিয়াও তোমাক বেয়া পাওঁ। |
I only drank one cup of coffee. | মই কেৱল একাপ কফি খালোঁ। |
You're to do as I tell you. | মই কোৱামতে আপুনি কৰিব লাগিব। |
You're to do as I tell you. | মই কোৱামতে তুমি কৰিব লাগিব। |
I need to buy something to eat. | মই খাবলৈ কিবা কিনিব লাগিব। |
I'm back! | মই ঘূৰি আহিলোঁ! |
May I smoke here? | মই চিগাৰেট খাব পাৰোঁ নে? |
I know that they think me stupid. | মই জানো যে সিহঁতে মোক বুৰ্বক বুলি ভাবে৷ |
I know that they think me stupid. | মই জানো যে সিহঁতে মোক মুৰ্খ বুলি ভাবে৷ |
I can't trust her. | মই তাইক বিশ্বাস কৰিব নোৱাৰোঁ। |
I'm ready for that. | মই তাৰ বাবে সাজু। |
I'm ready for that. | মই তাৰ বাবে সাজু আছোঁ। |
I want you to work better. | মই তুমি বেছি ভালকৈ কাম কৰাটো বিচাৰোঁ। |
I considered him my friend but he betrayed me. | মই তেওঁক মোৰ প্ৰিয় বন্ধু হিচাপে বিবেচিত কৰিছিলোঁ কিন্তু তেওঁ মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। |
Why the fuck should I? | মই তেনেকুৱা কিয় কৰিম কেলা? |
I'd never seen such a thing before. | মই তেনেকুৱা বস্তু কেতিয়াও দেখা পোৱা নাই। |
I hate you. | মই তোক বেয়া পাওঁ। |
I hate you! | মই তোমাক বেয়া পাওঁ! |
I hate you. | মই তোমাক বেয়া পাওঁ। |
I loved you. | মই তোমাক ভাল পাইছিলোঁ। |
I love you. | মই তোমাক ভাল পাওঁ। |
I love you. | মই তোমাক মৰম কৰো। |
I've left your tea in the oven. | মই তোমাৰ চাহখিনি অভেনত ৰাখি থৈছোঁ। |
If I were you, I'd buy it. | মই তোমাৰ জেগাত হ'লে কিনিলোঁহেঁতেন। |
I wouldn't count on him if I were you. | মই তোমাৰ ঠাইত হোৱাহেঁতেন তাৰ ওপৰত নিৰ্ভৰ নকৰিলোঁহেঁতেন। |
I'm not going to discuss this with you. | মই তোমাৰ লগত এইটো আলোচনা নকৰোঁ। |
I love Dravidian languages. | মই দ্ৰাবিড় ভাষা ভাল পাওঁ। |
I can see it coming. | মই ধৰিব পাৰিছোঁ। |
I'd like to see the evidence. | মই প্ৰমাণ চাব বিচাৰোঁ। |
I want you to explain everything to him yourself. | মই বিচাৰো যে আপুনি নিজেই তেওঁক সকলো কথা বুজাই দিয়ক। |
I only drank one cup of coffee. | মই মাত্ৰ একাপ কফি খাইছোঁ |
I only drank one cup of coffee. | মই মাত্ৰ একাপ কফি খালোঁ। |
I'm just a little boy. | মই মাথোঁ এটা কণমানি ল'ৰা। |
I'm talking to my friend. | মই মোৰ বন্ধুৰ লগত কথা পাতি আছোঁ। |
I did what I promised I'd do. | মই যি কৰাৰ কথা দিছিলোঁ তাকেই কৰিছোঁ। |
I really don't want to live in Australia. | মই সঁচাকৈয়ে অষ্ট্ৰেলিয়াত থাকিব নিবিচাৰোঁ। |
I really enjoy dancing. | মই সঁচাকৈয়ে নাচি মজা পাওঁ। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.