text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
আপোনাৰ মুখত বৃদ্ধ বয়সৰ আগতীয়া চাপ পৰিছে নেকি এই উপাদানটোৱে আপোনাক তৰুণ কৰি ৰাখিবলৈ যাদুৰ দৰে কাম কৰিব | Assamese |
যদি আপুনি অকাল পৰিপক্কতা কোঁচ ধৰাৰ পৰা আঁতৰি থাকিব বিচাৰে কুঁহিয়াৰৰ ৰস খাব | Assamese |
ৰোগ প্ৰতিৰোধৰ সৈতে ছালৰ যত্ন ল বলৈ এই ফলটো আজিৰ পৰা আহাৰত ৰাখিব | Assamese |
আপুনি শীতকালত চৰ্দি আৰু কাহ পৰিহাৰ কৰিব বিচাৰে নেকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আপুনি খাব পৰা এই ৫বিধ পাচলি | Assamese |
যেতিয়া শীত কাল আহে ভৰি ফাটি যায় নেকি যদি আপুনি গুৰুত্ব নিদিয়ে ই এক ডাঙৰ বিপদ হ ব পাৰে | Assamese |
আপুনি আপোনাৰ স্মৃতি শক্তি বজাই ৰাখিব বিচাৰে নেকি মস্তিষ্কৰ ক্ষমতা বৃদ্ধি কৰিবলৈ দৈনিক আহাৰত এই বিশেষ উপাদানটো ৰাখিব | Assamese |
হঠাৎ এই লক্ষণ দেখা দিছে সাৱধান পুৰুষতকৈ মহিলাসকলৰ ডায়েবেটিচলৈ বেছি ভয় | Assamese |
স্বাস্থ্যৱান হৈ থাকিবলৈ ৰাস্তাৰ দোকানত মাটিৰ পাত্ৰত চাহ খাব | Assamese |
ওজন হ্ৰাস কেনেকৈ কৰিব আপুনি শীতকালত নিয়মীয়াকৈ এই ৫ বিধ চুপ খালে যাদু দেখিব | Assamese |
শীতকালত আপোনাৰ চৰ্দি আৰু কাহ হয় নেকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই উপাদানবোৰ ব্যৱহাৰ কৰক | Assamese |
আয়ুৰ্বেদৰ যাদু এই ৫ টা উপাদানে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিব | Assamese |
পুৱা ব্ৰাছ নকৰাকৈ খালী পেটত পানী খাব আপুনি হাজাৰ হাজাৰ লাভালাভ পাব | Assamese |
এই খাদ্যবোৰ নিয়মীয়াকৈ খাব ওজন সোনকালে হ্ৰাস পাব | Assamese |
চেনী নে গুড় কোনবিধে ওজন সোনকালে হ্ৰাস কৰিব দিয়ে জানক | Assamese |
ফেটি লিভাৰ বিপদজনক আপুনি এই ৰোগত ভুগি আছে নেকি এই ৩টা লক্ষণ চাই বিচাৰি উলিয়াওক | Assamese |
ডায়েবেটিচ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে নেকি আপুনি এই ৫ টা উপাদান আপোনাৰ আহাৰত যোগ দিব পাৰে | Assamese |
গাজৰৰ বাকলিবোৰ পেলাই নিদিয়াকৈ ৰন্ধাত ব্যৱহাৰ কৰিব ৰাতিটোৰ ভিতৰত লাভালাভ প্ৰাপ্ত কৰিব | Assamese |
এই খাদ্য এবাৰ খাব ব্রণৰ সমস্যা হ্ৰাস হ ব | Assamese |
শীত কাল অহাৰ আগতে ধূলিৰ এলাৰ্জিৰ লক্ষণবোৰ জানক ইয়াক কেনেদৰে এৰাই চলিব লাগে জানক | Assamese |
এ কলেষ্টেৰল হ্ৰাস কৰি শৰীৰক বহুতো মাৰাত্মক সমস্যাৰ পৰা ৰক্ষা কৰে আজি আহাৰত যোগ দিয়ক | Assamese |
মাশ্বৰুমত ৰোগ ৰক্ষাৰ এক যাদুকৰী মন্ত্ৰ আছে কি ৰোগত যাদুৰ দৰে কাম কৰে জানি লওঁক | Assamese |
শীতকাল মানে কমলা নেমুই শৰীৰৰ বাবে কিমান উপকাৰী নে এইটো বেয়া আপুনি জানি আচৰিত হ ব | Assamese |
দীপাৱলী উৎসৱ উপলক্ষে অত্যাধিক সুৰাপান শৰীৰৰ বাবে অতিৰিক্ত সুৰা কিমান মাৰাত্মক জানক | Assamese |
আৰ্থ্ৰাইটিছ ধৰা পৰিছে নেকি এই উপাদানে আৰ্থ্ৰাইটিছৰ বিষ হ্ৰাস কৰিবলৈ যাদুৰ দৰে কাম কৰিব | Assamese |
আপোনাৰ হঠাতে ওজন বৃদ্ধি হৈছে নেকি খেজুৰ খোৱা বন্ধ কৰক সবিশেষ জানক | Assamese |
যদি দিপাৱালীত অত্যাধিক খোৱাৰ ফলত হজমৰ সমস্যা হয় তেনেহ লে তাৰ পৰা এনেকৈ পৰিত্ৰাণ পাব | Assamese |
ডায়েবেটিচত নিয়ন্ত্ৰণত নাথাকিলে শৰীৰৰ এই অংশবোৰৰ অত্যাধিক ক্ষতি অংগৰ ক্ষতিও হ ব পাৰে | Assamese |
হাজাৰ হাজাৰ প্ৰচেষ্টাৰ পিছতো থাইৰইডৰ পৰা কোনো ৰেহাই নাই ৩ বিধ যাদুখাদ্যৰ বিষয়ে জানক | Assamese |
শৰীৰত এই ৭ টা মাৰাত্মক লক্ষণ দেখা দিলে অতি সাৱধান হ ব হাড়ৰ কৰ্কট ৰোগে আঘাত কৰিব পাৰে ইয়াক এৰাই চলিব নালাগে | Assamese |
বজাৰত নকল কণী বিক্ৰী কৰা হৈছে ই স্বাস্থ্যৰ বাবে বিপদজনক কিন্তু আপুনি এই কণীটো কেনেকৈ চিনাক্ত কৰিব জানক | Assamese |
ডায়েবেটিচত ব্ৰহ্মাস্ত্ৰৰ দৰে এই পাঁচবিধ পানীয় সহজেই ছুগাৰ পৰাস্ত হ ব মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজত ইয়াক প্ৰয়োগ কৰক | Assamese |
ডায়েটিং কৰাৰ পাছতো আপুনি ওজন হ্ৰাস কৰিব পৰা নাই নেকি যদি আপুনি প্ৰতিদিনে এই উপায় অনুসৰণ কৰে আপুনি যাদুৰ দৰে ওজন হ্ৰাস কৰিব পাৰিব | Assamese |
আপোনাৰ ছুগাৰ কলেষ্টেৰলৰ সমস্যা আঁতৰ কৰিব পাৰে আপোনাৰ ঘৰত থকা এই ফলটোৱে | Assamese |
লুকাই আছে নেকি ডায়েবেটিচ যদি আপোনাৰ এই লক্ষণবোৰ আছে আজি তেজ পৰীক্ষা কৰাওক | Assamese |
যেতিয়া কণী চিগাৰেটতকৈও অধিক ক্ষতিকাৰক বুলি কোৱা হয় গৱেষকসকলে কি কৈছে জানি লওঁক | Assamese |
থাইৰইডৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি এই কেইবিধমান খাদ্য কেতিয়াও নাখাব | Assamese |
ধূমপান ত্যাগ কৰিব নোৱাৰে নেকি এই ৫ টা অভ্যাসে হাঁওফাঁওৰ সুস্বাস্থ্য বজাই ৰাখিব জানক | Assamese |
ডায়েবেটিচৰ ৰোগীয়ে কিচমিচ খাব লাগে নে নালাগে সত্যটো কি জানক | Assamese |
ঘিউ খাব লাগে নে নালাগে ঘিউ কিমান উপকাৰী খোৱাৰ পূৰ্বে জানক ইয়াৰ গুণাগুণ | Assamese |
এই পাউডাৰটো গাখীৰৰ সৈতে মিহলি কৰক আৰু ইয়াক খাওক ডায়েবেটিচৰ সৈতে হাড়গাঁঠিৰ বিষ নাইকিয়া হ ব | Assamese |
পেটত গেছ আপোনাৰ হাতৰ যাদুত গেছৰ সমস্যা দূৰ হ ব জানক কেনেকৈ | Assamese |
আপোনাৰ পাকঘৰত থকা এই মচলাবোৰ ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰাত কাৰ্যকৰী কেতিয়া খাব লাগে জানক | Assamese |
কলেষ্টেৰল মাৰাত্মক এই খাদ্যবোৰ খালে শৰীৰত যাদুৰ দৰে অতিৰিক্ত কলেষ্টেৰল হ্ৰাস হ ব | Assamese |
ডায়েবেটিচৰ পৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পাওক পাকঘৰত এই পাচলিৰে ঔষধ বনাওক | Assamese |
খোজ কঢ়া নে চাইকেল চলোৱা ওজন কেনেদৰে হ্ৰাস কৰিব | Assamese |
হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ কেৱল এমুঠি এই বাদামৰ প্ৰয়োজন কেতিয়া খাব লাগে জানক | Assamese |
আপোনাৰ বাৰে বাৰে পিয়াহ আৰু প্ৰস্ৰাৱ লাগে নেকি আপুনি জানেনে শৰীৰত কি হৈ আছে | Assamese |
পূজাত ঘূৰি ফুৰাৰ কোনো শক্তি নাই বিচনাত পৰি আছে এই বোৰ খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হ ব শক্তিও পাব | Assamese |
চৰ্বি হ্ৰাস হ ব দেহত শক্তি পাব দিনত এবাৰকৈ এই ক লা পানীয়বিধ নিশ্চয় খাব | Assamese |
বিজ্ঞানীসকলে দাবী কৰে যে ১০ টকাৰ এই বস্তুটো খালে ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে | Assamese |
বিশ্ব হৃদ দিৱসঃ আপোনাৰ হৃদযন্ত্ৰক সুস্থ ৰখাৰ কেইটামান সহজ উপায় | Assamese |
সহজলভ্য সুস্বাদু অমৰাতেই লুকাই আছে আপোনাৰ জটিল ৰোগৰ সমাধান | Assamese |
বিশ্ব জলাতংক দিৱসঃ কেৱল কুকুৰমেকুৰীয়ে নহয় এইবোৰ জীৱজন্তুৰ কামোৰৰ ফলতো বিয়পিব পাৰে জলাতংক ৰোগ | Assamese |
আৰু কেৱল প্ৰশিক্ষিত পঞ্জীভুক্ত চিকিৎসকৰ দ্বাৰাহে কৰিব লাগে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ | Assamese |
যদি আপুনি এই নিয়ম অনুসৰণ কৰে পূজাত আপুনি যিমানেই খাওক বদহজমে সমস্যা কৰিব নোৱাৰে | Assamese |
ৰাতিপুৱা খালী পেটত দুটুকুৰা নহৰু চোবাওক হৃদযন্ত্ৰৰ পৰা লিভাৰলৈ ভালে থাকিব বিতং জানক | Assamese |
বিপদ ৰাছিয়াত বাদুলীত কোভিড সদৃশ এক নতুন ভাইৰাছ পোৱা গৈছে যিয়ে মানুহকো সংক্ৰমিত কৰিব পাৰে | Assamese |
হেপাটাইটিছ ডিয়ে যকৃতক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে ইয়াৰ লক্ষণবোৰ জানক | Assamese |
খোৱা পানীয়ে ওজন হ্ৰাস কৰিব আপোনাৰ আপুনি কেৱল এই নিয়ম কিছুমান অনুসৰণ কৰিব লাগিব বিশেষজ্ঞৰ মেজিক ফৰ্মূলা জানক | Assamese |
চৰ্দি কাহৰ পৰা জণ্ডিচ বাৰিষাৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সুস্থ থাকিবলৈ আনাৰস খাব | Assamese |
নিয়মীয়াকৈ মৌচুমীৰ ৰস খালে কি হয় ইয়াৰ ভাল আৰু অত্যন্ত ক্ষতিকাৰক দিশবোৰ জানক | Assamese |
খোৱাৰ সময়ত পানী খোৱা শৰীৰৰ বাবে ক্ষতিকাৰক নেকি বিশেষজ্ঞৰ পৰা জানক | Assamese |
যদি আপুনি শৰীৰত এই ৯ টা পৰিৱৰ্তন দেখিছে সাৱধান হ ব স্তনৰ কৰ্কট ৰোগে অজ্ঞাতে বাহ সাজিব পাৰে | Assamese |
তুলসীৰ এই আচৰিত স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে | Assamese |
জিভাৰ পানী পৰিলেও তেতেলী খাব নালাগে দাঁতৰ বাৰ বাজিব স্বাস্থ্যৰো ক্ষতি হ ব | Assamese |
নহৰুৰ বাকলি লেতেৰা আৱৰ্জনা বুলি ভাবি পেলাই দিয়া হৈছে নেকি ফিট থাকিবলৈ আজি ইয়াক ব্যৱহাৰ কৰক | Assamese |
গৰ্ভধাৰণ ডায়েবেটিচ আৰু আপোনাৰ চকুযুৰিৰ মাজত থকা কৌতূহলপূৰ্ণ সম্পৰ্ক কাৰ কাৰ বিপদাশংকা আছে | Assamese |
কোনটো তেজৰ গোটৰ ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক অধ্যয়নত ওলাইছে আচৰিত তথ্য | Assamese |
যদি আপোনাৰ ডায়েবেটিচ আছে অতি সাৱধান হওক এই তেলত ৰান্ধক নিয়ন্ত্ৰণত থাকিব | Assamese |
নিৰাপদ বুলি গণ্য কৰা এই ৫ বিধ শাকপাচলিয়ে বৃদ্ধি কৰিব পাৰে ইউৰিক এচিড কষ্ট লাঘৱৰ বাবে বৰ্জনৰ পৰামৰ্শ বিশেষজ্ঞৰ | Assamese |
এইটো ৰাতিৰ আহাৰৰ পিছত কৰিব লাগে ডায়েবেটিচ মন্ত্ৰৰ দৰে নিয়ন্ত্ৰণত থাকিব | Assamese |
বন্ধুসকলৰ আড্ডা বিয়েৰ অবিহনে আধৰুৱা এই পানীয়ৰ পৰা শৰীৰত কি লাভালাভ হয় জানি লওঁক | Assamese |
ভাদৰ এই গৰমত সমস্যাৰ পৰা মুক্তি পাবলৈ ভাগৰ নাইকিয়া কৰিবলৈ গোল নেমু খাওক | Assamese |
হাতত তিনি প্ৰকাৰৰ সমস্যা আছে যদি ইয়াক পাহৰি যোৱা হয় উচ্চ কলেষ্টেৰলে সকলোবোৰ শেষ কৰিব পাৰে | Assamese |
হুইস্কি খোৱাটো শৰীৰৰ বাবে ভাল নে ক্ষতিকাৰক গৱেষণাই কি কয় | Assamese |
নহৰুৱে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ কৰে কিন্তু সঠিক সময়ত আৰু সঠিক ধৰণে খাব লাগে | Assamese |
সময়ৰ পূৰ্বেই সন্তান জন্ম দিয়াৰ কথা ভাবিছে নেকি শৰীৰত এইবোৰ সমস্যা থাকিলে হ ব পাৰে ভয়ংকৰ ফল | Assamese |
গৰ্ভধাৰণৰ সমস্যা ইয়াৰ বাবে দায়ী হ ব পাৰে ল অভেৰিয়ান ৰিজাৰ্ভ | Assamese |
আপুনি ৰুটি কল আদি এই ৫ বিধ খাদ্য সঠিক সময়ত প্ৰতিদিনে খায়নে যদি নহয় অজ্ঞাতে শৰীৰৰ ক্ষতি কৰে | Assamese |
যদি আপোনাৰ কলেষ্টেৰল আছে তেন্তে কণী খাব লাগে নে নালাগে সপ্তাহত কিমান কণী খাব গৱেষণাই অবাক কৰিব | Assamese |
ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাৰ যাদুমন্ত্ৰ ওজন হ্ৰাস কৰক স্বাস্থ্যৱান হৈ থকাৰ মন্ত্ৰটো জানক | Assamese |
কম মূল্য লগতে সহজলভ্য কলেষ্টেৰলৰ সমস্যাৰ সৈতে স্বাস্থ্যৱান হৈ থাকিবলৈ আপুনি এই ফলটো নিয়মীয়াকৈ খাব লাগিব | Assamese |
বয়স অনুসৰি কিমান খোজ কাঢ়িব লাগে ছুইডেনৰ গৱেষকৰ মতে খৰ গতিৰ খোজ এনে বহু ৰোগৰ মহৌষধ | Assamese |
মানুহৰ পাকস্থলীয়ে প্ৰতিদিনে ২ লিটাৰ এচিড উৎপাদন কৰে ই শৰীৰৰ কিয় ক্ষতি নকৰে | Assamese |
কেতিয়াবা কলফুল খাইছেনে কিমান বেমাৰৰ পৰা ই দূৰত ৰাখে জানেনে আহক ইয়াৰ উপকাৰিতা সমূহ জানি লও | Assamese |
আপোনাৰ ভৰিত হঠাতে এই লক্ষণ দেখিছে নেকি সাৱধান হওক আপুনি গুৰুতৰ ৰোগৰ ভুক্তভোগী হ ব পাৰে | Assamese |
ডায়েবেটিচে শৰীৰটো অলপ অলপকৈ শেষ কৰি আছে নেকি যদি আপুনি এই মুহূৰ্তত খাদ্যৰ বিষয়ে সচেতন নহয় আপুনি ইয়াৰ পৰিনাম ভুগিব লাগিব | Assamese |
তিনিটা চুপাৰহিট উপায়েৰে কণী খালে ওজন হ্ৰাস হ ব | Assamese |
কলেষ্টেৰলে হাৰ্ট এটাকষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে যদি আপুনি শৰীৰত এই ৫ টা লক্ষণ দেখে সাৱধান হ ব নির্ঘাৎ কলেষ্টেৰল আছে | Assamese |
ঘৰত শিশু আৰু বয়স্ক সকলোৰে জ্বৰ লক্ষণসমূহ জানি লওক আৰু সাৱধান হওক | Assamese |
হাত আৰু ভৰিৰ এই চিহ্নবোৰে আপোনাৰ উচ্চ কলেষ্টেৰলৰ কথা ক ব চকু ৰাখিব শীঘ্ৰেই পৰীক্ষা কৰাওক | Assamese |
যদি আপুনি ভৰিত এই লক্ষণবোৰ দেখে আপুনি বুজি পাব যে বৃদ্ধি হৈ আছে আপুনি সময় থাকোতে সাৱধান হওক | Assamese |
নিৰন্তৰ ঘাম ওলাইছে নেকি শৰীৰত গুৰুতৰ ৰোগৰ লক্ষণ প্ৰদান কৰিছে নেকি ডায়েবেটিচৰ সংকেত নেকি | Assamese |
মজলীয়া সুৰাপানে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে নেকি শেহতীয়া গৱেষণাই কি কয় জানক | Assamese |
উচ্চ ৰক্তচাপ শৰীৰৰ এক গুৰুতৰ সমস্যা ৰাতিটোৰ ভিতৰত ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ এই পৰামৰ্শ | Assamese |
আপুনি এই ফলবোৰ ডায়েবেটিচত সুৰক্ষিতভাৱে খাব পাৰে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকিব | Assamese |
উচ্চ কলেষ্টেৰলৰ এই ডাঙৰ লক্ষণটো প্ৰায়ে উপেক্ষা কৰা হয় কৰবাত আপুনিও এনে কৰিছে নেকি | Assamese |
প্ৰতিদিনে এগিলাচ পান কৰিলেই সমাধান এই ঘৰত বনোৱা টোটকাত একাধিক ৰোগ সহজে আঁতৰ হয় | Assamese |
চাৰিবিধ বেয়া ৰাতিপুৱাৰ আহাৰৰ অভ্যাসে ডায়েবেটিচৰ আশংকা তীব্ৰ হাৰত বৃদ্ধি কৰে | Assamese |
ভাৰতত পুনৰ বৃদ্ধি পাইছে কোনা ভাইৰাছ সংক্ৰমণ বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ১৬২৯৯টা ঘটনা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.