text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
গ্ৰীষ্মকালত তিয়াই থোৱা কেঁচা বাদাম খাব ই স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী | Assamese |
আপুনি ডায়েটিং কৰি আছে মহিলাসকলে কি আহাৰ একেবাৰে গ্ৰহণ কৰিব নালাগে | Assamese |
গৰমত শৰীৰত পানীৰ পৰিমাণ সঠিক ৰাখিবলৈ আপুনি এই পানীয়বোৰ খাব পাৰে ই যাদুৰ দৰে কাম কৰিব | Assamese |
সোনকালে ওজন হ্ৰাস কৰিব বিচাৰে নেকি ঘৰতে প্ৰস্তুত কৰি সেৱন কৰক এই পানীয় | Assamese |
পুৰুষৰ তুলনাত হৃদ আক্ৰমণৰ পিছত মহিলাৰ মৃত্যুৰ আশংকা অধিক অধ্যয়ন | Assamese |
সূৰ্য অস্ত যোৱাৰ পিছত মাছ খাবলৈ কিয় বাধা কৰে ইয়াৰ কিবা বৈজ্ঞানিক কাৰণ আছেনে চিকিৎসকসকলে কি কয় | Assamese |
চ ত মাহৰ গৰমত খাওক কেঁচা আম বিভিন্ন সমস্যা দূৰ হোৱাৰ লগতে আপোনাকো স্বাস্থ্যৱান কৰি ৰাখিব | Assamese |
শিশুৰ বাবে ৫বিধ বিশেষ খাদ্য যিয়ে মস্তিষ্কৰ বিকাশত প্ৰভূত অৰিহণা যোগাব পাৰে | Assamese |
কোভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণৰ নিয়মত ডাঙৰ পৰিৱৰ্তন জানক সবিশেষ | Assamese |
গ্ৰীষ্মকালত ভৰপূৰ শক্তিৰ বাবে এই ৫বিধ ঘৰত বনোৱা পানীয় ট্ৰাই কৰক | Assamese |
কণ্ডম কিদৰে তৈয়াৰ কৰা হয় কণ্ডম কিনাৰ সময়ত সদায় এই কথা লক্ষ্য ৰাখিব অন্যথা হ ব পাৰে ভয়ংকৰ বিপদ | Assamese |
ৰাতি শোৱাৰ সময়ত বন্ধ ৰাখিব লাইট আঁতৰতে থাকিব হৃদৰোগ আৰু মধুমেহ | Assamese |
বিবাহিত পুৰুষৰ শক্তি কেইবাগুণ বৃদ্ধি হ ব কেৱল এই ক লা বীজটো গাখীৰৰ সৈতে মিহলি কৰি খাব লাগিব | Assamese |
হৃদৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু স্বাস্থ্যৱান হৈ থাকিব বিচাৰে নেকি চীনাবাদামৰ তেলত ৰান্ধক | Assamese |
ইউক্ৰেইনত ৰাছিয়াৰ বোম চীনত কোৰোণা বোম ভাৰতত বাজিছে বিপদ ঘণ্টা | Assamese |
খোজ কাঢ়োঁতে উশাহ চুটি হয় কেতিয়া ই স্বাভাৱিক আৰু কেতিয়া হয় চিন্তাৰ কাৰণ নজনাটো বিপদজনক | Assamese |
খালী পেটত অলপ মেথি তিয়াই থোৱা পানী খালে আপুনি বহুতো ৰোগৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰে সবিশেষ জানক | Assamese |
যেতিয়া ৰং আপোনাৰ চকুত প্ৰৱেশ কৰে তেতিয়া এইটো কৰিবলৈ নাপাহৰিব আপুনি দৃষ্টি শক্তি হেৰুৱাব পাৰে কি কৰিব লাগে জানক | Assamese |
নিয়মীয়া যৌন সম্ভোগে মুহূৰ্ততে হ্ৰাস কৰিব পাৰে এই মাৰাত্মক ৰোগ অধ্যয়নত প্ৰকাশ | Assamese |
প্ৰতিদিনে খোজকঢ়াটো স্বাস্থ্যৰ বাবে কিমান ভাল গৱেষকসকলে কি কয় | Assamese |
গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ আহাৰত এই খাদ্যবোৰ পৰিহাৰ কৰিব | Assamese |
মানসিক ৰোগৰ পৰা হৃদৰোগৰ বিপদাশংকা বৃদ্ধি হয় অধ্যয়ন আৰু গৱেষণাই কয় | Assamese |
ভুলতো ফল খোৱাৰ পিছত পানী নাখাব ডায়েবেটিছৰ সম্ভাৱনাৰ লগতে বৃদ্ধি কৰিব পেটৰ সমস্যা | Assamese |
আপুনি ওজন হ্ৰাস কৰিব বিচাৰে নেকি ডায়েট প্ৰক্ৰিয়া স্বাভাৱিক ৰাখিবলৈ কিছুমান সৰল নিয়ম অনুসৰণ কৰক | Assamese |
গৰমৰ দিনত এইসমূহ খাদ্য হৈছে শ্ৰেষ্ঠ আপোনাৰ দৈনিক খাদ্য তালিকাত ৰাখক | Assamese |
চেনী অবিহনে বহু খাদ্যই অসম্পূৰ্ণ কিন্তু চেনী প্ৰকৃততে নিৰামিষ খাদ্য হয়নে চেনীৰ বিষয়ে বহু নজনা কথা | Assamese |
জীম যোৱ ভাল নে যোগাসন কৰা ভাল দিল্লী ৰ অধ্যয়নত ওলাইছে ডাঙৰ তথ্য | Assamese |
আমেৰিকাৰ পুষ্টিবিদৰ মতে বিহৰ সম এই ৬বিধ খাদ্য ইয়াৰে এবিধ প্ৰতিদিনে ভাৰতৰ সকলো ঘৰতে খোৱা হয় | Assamese |
পাইলছৰ সমস্যাত ভুগি আছে নেকি উপশমৰ বাবে আছে সহজ উপায় কি কৰিব লাগে কি কৰিব নালাগে জানোঁ আহক | Assamese |
গৰমত ঘামচি ওলোৱাৰ পৰা আঁতৰত থাকিবলৈ কিছুমান সৰল নিয়ম অনুসৰণ কৰক | Assamese |
কণী খালে কলেষ্টেৰল বৃদ্ধি হয় নেকি দিনত কিমানটা কণী খাব লাগে জানেনে গৱেষণাত নতুন তথ্য | Assamese |
অষ্টিওপোৰোচিছ বয়সৰ সৈতে বৃদ্ধি হয় হাড় ক্ষয় সমস্যা জানেনে কিয় এনে হয় | Assamese |
আপুনি পৰ্যাপ্ত ভিটামিন চি পাইছেনে ৰ অভাৱত এই ৰোগবোৰ হ ব পাৰে | Assamese |
এইবোৰ খাদ্য যদি খায় বাঢ়িব পাৰে কেঞ্চাৰৰ বিপদ | Assamese |
উচ্চ ৰক্তচাপৰ সমস্যা অত্যাধিক হোৱাৰ আগতে ঘৰুৱা উপায়েৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰক | Assamese |
আপুনি আপোনাৰ সন্তানৰ টিফিনত সিজোৱা কণী ৰাখে নেকি আপুনি অজ্ঞাতে এক ডাঙৰ ভুল কৰিছে বিশেষজ্ঞৰ পৰা জানো আহক | Assamese |
ফেশ্বন ট্ৰেণ্ড হৈ পৰিছে নেকি জিমলৈ যোৱাটো জিমলৈ যাবলৈ সঠিক বয়স কিমান জানেনে | Assamese |
আদাৰ লাভালাভবোৰ জানো আহক চৰ্দিকাহৰ পৰা বদহজমলৈকে আদাই সকলোবোৰ আৰোগ্য কৰিব পাৰে | Assamese |
আপোনাৰ দৈনিক আহাৰত ৰাখক অমিতাৰ জুচ লাভ কৰক এই আচৰিত উপকাৰ | Assamese |
ঋতুস্ৰাৱ সাত দিনতকৈ অধিক সময় আছে নেকি কি সমস্যা হ ব পাৰে | Assamese |
এই দৈনন্দিন ভুলবোৰে আপোনাৰ হাড়বোৰ দুৰ্বল কৰি তোলে যদি এই অভ্যাস আছে সলনি কৰক | Assamese |
মহে আমনি কৰে আপুনি জানেনে এই উদ্ভিদে মহক ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে ২৫ টকাতে পোৱা যায় নাৰ্ছাৰীত | Assamese |
আপুনি জানেনে সুৰা আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক | Assamese |
পেট পৰিষ্কাৰ নহয় নেকি আপোনাৰ এই চাৰিটা যোগাসনেৰে পৰিত্ৰাণ পাব কোষ্ঠকাঠিন্যৰ পৰা | Assamese |
বজাৰলৈ আহিছে পটল এই পাচলিবিধ নিয়মীয়াকৈ খালে বহুতো জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব | Assamese |
ৰন্ধনত তেল হ্ৰাস কৰক জীৱনকাল বৃদ্ধি হ ব ইয়াক কেনেদৰে হ্ৰাস কৰিব এই পৰামৰ্শবোৰ অনুসৰণ কৰক | Assamese |
মৌ আৰু আমলখি এনেদৰে একেলগে খালে হয় বিৰাট লাভ | Assamese |
সাধাৰণ এচিডিটীও মাৰাত্মক হ ব পাৰে জানক কেতিয়া আৰু কেনেকৈ | Assamese |
দেখিবলৈ ক লা এই খাদ্যবোৰে শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখে জানো আহক ইয়াৰ উপকাৰিতা | Assamese |
আপোনাৰ ছাল মূল্যৱান আপোনাৰ ছালৰ যত্ন লওক এনেদৰে সুৰক্ষিত কৰক আপোনাৰ ছালখন | Assamese |
স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক ওজন হ্ৰাস কৰিবলৈ এই দিশবোৰৰ যত্ন লওক | Assamese |
আপোনাৰ সন্তানৰ পৰীক্ষা চলি আছে নেকি আপুনি এই সময়ত শিশুক কোনবোৰ খাদ্য খুৱাই আছে | Assamese |
আপুনি কিডনীৰ ৰোগ বুজিবলৈ পলম কৰিছে নেকি এই বস্তুবোৰ সোনকালে গ্ৰহণ কৰা আৰম্ভ কৰক | Assamese |
আপোনাৰ পাকঘৰত আপোনাৰ শাৰীৰিক আৰু মানসিক শান্তিৰ খাদ্যসমূহ আছে আপুনি জানেনে এইসমূহ কি | Assamese |
বেছিকৈ মিঠাই খোৱাটো ভাল নেকি অতি সাৱধান হ ব শৰীৰত গঢ় লৈ উঠে ৭ বিধ মাৰাত্মক ৰোগ | Assamese |
আপুনি ব্ৰত পালন কৰিছে নেকি শিৱৰাত্ৰিৰ নিশা আপুনি এই খাদ্যবোৰ গ্ৰহণ কৰিব পাৰে | Assamese |
চৰ্দি আৰু কাহৰ পৰা দৃষ্টি শক্তি হ্ৰাস হোৱালৈকে এইবোৰ ক্ষেত্ৰত মহৌষধ আমলখি জানি লওক ইয়াৰ গুণাগুণ | Assamese |
খাদ্যগুণত অতুলনীয় পূৰৈশাক এই শাক খোৱাটো কিমান গুৰুত্বপূৰ্ণ জানি লওক | Assamese |
শিৱৰাত্ৰিৰ দীঘলীয়া উপবাস ভাঙিবলৈ চাগু কিয় খায় জানি লওক চাগুদানাৰ অসীম গুণবোৰ | Assamese |
এতিয়াৰ পৰাই বেল খোৱা আৰম্ভ কৰক গোটেই বছৰটো সমস্যামুক্ত থাকিব। | Assamese |
এনুৱা বতৰত আপুনি বগৰী দেখিলেই খাইছে নেকি আপুনি জানেনে এই ফল খোৱাত শৰীৰত কি হৈ আছে আপুনি শুনি আচৰিত হ ব | Assamese |
মহিলাৰ ৰ ৰোগৰ প্ৰাৰম্ভিক সংকেত আৰু লক্ষণবোৰ কি কি এই লক্ষণবোৰ উপেক্ষা নকৰিব | Assamese |
কঁঠাল খোৱাৰ পিছত কেতিয়াও নাখাব এই ৫বিধ খাদ্য গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে | Assamese |
এলাৰ্জিৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ কেনেদৰে কি কৰিব লাগে জানক | Assamese |
ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ কেঁচা জলকীয়া হৈছে সোৱাদৰো মেজিক ৰক্তক্ষৰণ বন্ধ কৰা আৰু হজম বৃদ্ধি কৰাতো জলকীয়াৰ তুলনা নাই | Assamese |
কলেষ্টেৰল হ্ৰাস কৰে গৰ্ভৱতী মাতৃসকলৰ বাবেও অতি প্ৰয়োজনীয় কচুশাকৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক | Assamese |
ৰ সময়ৰ দিনবোৰৰ যন্ত্ৰণাৰ পৰা সহজে পৰিত্ৰাণ পোৱাৰ উপায় বৰ্ণনা কৰে ই | Assamese |
নিয়মিত এমুঠি গুড়চানা খালে আচৰিতধৰণৰ লাভ পাব আপুনি কেনেদৰে জানি লওক | Assamese |
ফল আৰু পাচলি ধোৱাৰ এই নিয়মবোৰ আপুনি জানেনে অন্যথা হিতে বিপৰীত হ ব | Assamese |
ৰ আশংকা থকাৰ কথা ৩ বছৰ আগতেই গম পাব বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে বিশেষ কৌশল | Assamese |
আয়ুষ্মান ভাৰত আঁচনিক লৈ ডাঙৰ খবৰ ৰোগীয়ে এতিয়া পাব আৰু অধিক সুবিধা | Assamese |
এই ৪টা কাৰণত কম বয়সতে প্ৰভাৱ পৰিব পাৰে আপোনাৰ প্ৰজনন ক্ষমতাত জানক কি এই কাৰণবোৰ | Assamese |
আপোনাৰ দৈনিক ৰন্ধনত অমিতা থাকে নেকি অত্যাধিক অমিতা খোৱাটো কিমান ক্ষতিকাৰক জানি লওক | Assamese |
বাঢ়ি অহা মেদৰ বাবে বিবুদ্ধিত পৰিছে নেকি তেজপাত খাওক চমৎকাৰ চাওক | Assamese |
ইউৰিন ইনফেকচনত ভুগি আছে নেকি আপুনি এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা শীঘ্ৰেই আৰোগ্য হ ব। | Assamese |
শুকান ছালক অৱহেলা কৰিলে পৰিব পাৰে ভয়ংকৰ বিপদত বহু ডাঙৰ ৰোগৰ লক্ষণ হ ব পাৰে শুকান ছাল জানক সবিশেষ | Assamese |
কলেষ্টেৰলে হাৰ্ট এটাক ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে সাৱধান হ ব এই ৫ বিধ খাদ্যই কলেষ্টেৰল হ্ৰাস কৰে | Assamese |
ফাগুন মাহত আপোনাৰ চুলি ফাটে নেকি ঘৰতে বহি এই কেইটা উপাদানেৰে কৰক সমাধান | Assamese |
যৌনাঙ্গত বিষ প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি এই ৫বিধ ৰোগৰ পৰা হওক সাৱধান | Assamese |
মহৌষধ কেঁচা জলকীয়া হ্ৰাস কৰে ওজন ডায়েবেটিচ থাকে নিয়ন্ত্ৰণত কেঁচা জলকীয়া খাই প্ৰতিদিনে হৈ থাকক সতেজ | Assamese |
ভাত খাই আপোনাৰ ওজন বাঢ়িছে নেকি ভাত এৰি দিয়ক আৰু এই বিকল্পবোৰ বাচি লওক | Assamese |
আপুনি চিগাৰেট আসক্ত নেকি আপোনাৰ আসক্তি আঁতৰ কৰিবলৈ আপোনাৰ হাততে ইয়াৰ মহৌষধ | Assamese |
মাতৃ হোৱাৰ পিছত আপোনাৰ যত্ন লওক আপুনি আপোনাৰ সন্তানৰ লগতে আপোনাৰ যত্ন লোৱাটো প্ৰয়োজনীয় | Assamese |
কোভিড ৰ ফলত শিশুৰ মাজত বৃদ্ধি হৈছে ডায়েবেটিচৰ বিপদাশংকা ৰিপোৰ্ট | Assamese |
তেজ পাতে ওজন হ্ৰাস কৰে এনেদৰে ইয়াৰ চাহ বনাব আৰু দৈনিক খাব বহুতো লাভালাভ পাব | Assamese |
যদিও কম আলোচনা কৰা হয় ভিটামিন ক অৱহেলা কৰিব নালাগে এই ভিটামিন সমৃদ্ধ খাদ্যবোৰ আহাৰত ৰাখিব | Assamese |
আপুনি নিশা সাৰে থাকি মোবাইল চাই থাকে নেকি বিশেষজ্ঞসকলে কৈছে মোবাইলে শুক্ৰাণু ক্ষতিগ্ৰস্ত কৰে যৌন ক্ষমতা হ্ৰাস কৰে | Assamese |
দেশত কোৰোণা আতংকৰ মাজতে এইবাৰ মাংকী ফিভাৰৰ ঘটনা মাংকী ফিভাৰৰ লক্ষণ কি কি | Assamese |
৪৩ বছৰ বয়সতো বয়সৰ আচোৰ পৰিবলৈ দিয়া নাই তেওঁ নায়িকাগৰাকীয়ে শৰীৰৰূপৰ কেনেদৰে যত্ন লয় ইয়াত পৰামৰ্শবোৰ দিয়া হৈছে | Assamese |
কেতিয়াবা কলফুল খাইছেনে কিমান বেমাৰৰ পৰা ই দূৰত ৰাখে জানেনে আহক ইয়াৰ উপকাৰিতাসমূহ জানি লও | Assamese |
এ ৯ মাহত ৪৮ কিলোগ্ৰাম ওজন হ্ৰাস কৰিছিল যোগ কৰা নাছিল বা কোনো ঔষধ গ্ৰহণ কৰা নাছিল তেওঁৰ পৰাই জানক ওজন হ্ৰাসৰ টিপছ | Assamese |
আজি উদযাপন কৰা হৈছে চকলেট দিৱস এই বিশেষ দিনটোত ডাৰ্ক চকলেট খোৱাৰ লাভালাভবোৰ জানো আহক | Assamese |
আপুনি ডায়েবেটিছত ভুগি আছে নেকি পৰিহাৰ কৰক এই শীতকালীন ফলবোৰ | Assamese |
আপোনাৰ সন্তানৰ চকু কি কি কাৰকে বেয়া কৰিব পাৰে জানি লওক | Assamese |
বুকু জ্বলাপোৰা কৰে নেকি আপোনাৰ জানক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায় | Assamese |
কোৰোনা কাৰ বাবে হ ব পাৰে মাৰাত্মক বিজ্ঞানীৰ অধ্যয়ন মতে এনে লোকৰ ক্ষেত্ৰত সংক্ৰমণৰ তীব্ৰতা আৰু মৃত্যুৰ আশংকা অধিক | Assamese |
ওজন হ্ৰাস কৰিব বিচাৰে নেকি আজিয়েই আপুনি বাদ দিব লাগিব এনে খাদ্য | Assamese |
আপুনি থাইৰইডৰ সমস্যাত ভুগি আছে নেকি এই খাদ্য খোৱাটো লাভদায়ক হ ব | Assamese |
আপুনি একেলগে গাখীৰ আৰু কল খায় নেকি কি প্ৰভাৱ পৰে শৰীৰত | Assamese |
আপুনি জানেনে শৰীৰত কিমান প্ৰকাৰৰ চৰ্বি আছে কি চৰ্বিয়ে ওজন হ্ৰাস কৰিব প্ৰকৃত ৰহস্যটো বিচাৰি উলিয়াওক | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.