text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অৰ শুভাৰম্ভণি কাৰ্ড নোহোৱাকৈ অৰ পৰা ধন উলিয়াব পাৰিব ৰ গ্ৰাহকে | Assamese |
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কলাত ৭০.১২ বিজ্ঞানত ৮৪.৯৬ আৰু বাণিজ্যত ৭৯.৫৭ শতাংশ উত্তীৰ্ণ | Assamese |
দেশৰ প্ৰায় ২০০০ লোকক ঋণ দিয়াৰ নামত লুটা প্ৰৱঞ্চক চক্ৰ উৎখাত দিল্লী আৰক্ষীৰ ৬জনক গ্ৰেপ্তাৰ | Assamese |
জাৰ্চি গৰুৰে অসমৰ ৰাজনীতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ইতিহাস লালু প্ৰসাদৰ পাছতেই ভট্টাচাৰ্য্যৰ স্থান | Assamese |
আজি পুৱা ৯ বজাত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা২০২৩ৰ ফলাফল চাওক কেনেকৈ চাব ফলাফল | Assamese |
আইডিয়াৰ মহিলাৰ সুৰক্ষা সেৱা আইডিয়া সখী মুকলি | Assamese |
এপ্ৰিল মাহৰ ভিতৰত মুকলি হব দেশৰ দীৰ্ঘতম গুৱাহাটীউত্তৰ গুৱাহাটী ৰপৱে | Assamese |
মৎস্যপালন চৰকাৰী চাকৰিৰ বিকল্প হব পাৰে কানৈ মহাবিদ্যালয়ত সংমিশ্ৰিত মৎস্য প্ৰশিক্ষণ শিবিৰ | Assamese |
বিদেশী বিনিয়োগত ব্যৰ্থ ৰাজ্য চৰকাৰৰ ৰামদেৱেই ৰাম ভৰসা | Assamese |
ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ প্ৰস্তুতি পৰাশৰ | Assamese |
পুলৱামা কাণ্ডৰ প্ৰভাৱ পাকিস্তানবাসীয়ে নাপাব অসমৰ চাহৰ সোৱাদ | Assamese |
নেডাৰলেণ্ডক পৰাস্ত কৰি টি২০ বিশ্বকাপৰ মূল পৰ্বলৈ উন্নীত হোৱাৰ আশা সজীৱ নামিবিয়াৰ | Assamese |
ভাৰতপাকিস্তানৰ মহাৰণৰ পূৰ্বে পাকিস্তানী টীমৰ হোটেলত ছানিয়া | Assamese |
প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰি প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ | Assamese |
এইবাৰ ভক্তৰ ৰোষত পৰিল বিৰাট কোহলীওকি অপৰাধ কৰিলে কোহলীয়ে | Assamese |
ঈশান কিষাণৰ দুৰ্দান্ত ফৰ্ম ৱাৰ্ম আপত ইংলেণ্ডক হৰুৱাই মসৃন যাত্ৰা টীম ইণ্ডিয়াৰ | Assamese |
হাচাৰঙ্গাৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে চুপাৰ ১২ ত প্ৰৱেশ শ্ৰীলঙ্কাৰ | Assamese |
ৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ টীয়কৰ অজয়ৰ উৎফুল্লিত মনোময় চাহ বাগিচা বাসী | Assamese |
ৰাষ্ট্ৰীয় পৰ্যায়ত গোলাঘাটৰ কিক বক্সিং দলৰ সাফল্য দহ জন খেলুৱৈৰ সোণৰ পদক লাভ | Assamese |
অঘটন ছাকিবৰ বিশ্বৰেকৰ্ডৰ দিনাই টী২০ বিশ্বকাপত স্কটলেণ্ডৰ হাতত পৰাজিত বাংলাদেশ | Assamese |
কিয় গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিলে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক | Assamese |
মাজনিশালৈ সাংস্কৃতিক সন্ধিয়া পাতি কৰনা বিধি ভংগ বিহু কমিটিৰ নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন | Assamese |
তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি | Assamese |
দেউৰী বিচু বিচু উটুৱা উৎসৱ আৰু দেউৰী হুঁচৰি | Assamese |
অবিশ্বাস্য হলেও সত্য আৰৱৰ স্কুলত পঢ়ুওৱা হব ৰামায়ণ মহাভাৰত | Assamese |
কৰনা সংক্ৰমণৰ মাজতে আজি গৰু বিহু উদযাপন যোগীবাৰী বিলত গৰু বিহু পালন খুমটাইৰ বিধায়কৰ | Assamese |
দেউৰী জনগোষ্ঠীৰ বোকা বিহু এক সংক্ষিপ্ত অৱলোকন | Assamese |
টীয়কৰ চহা কৃষকে আজি উদযাপন কৰিছে নাঙল বিহু | Assamese |
লাঁও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা টীয়কৰ জাঁজী নৈত সমূহীয়া গৰু বিহু উদযাপন | Assamese |
মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত ৰঙালীৰ উচাহমানিকগঞত দিনে নিশাই আখৰাত ব্যস্ত যুৱকযুৱতী | Assamese |
আন্তৰ্জাতিক মহিলা ফুটবলাৰ ৰাজ্যিক মহিলা ফুটবলাৰেৰে গঠিত হুঁচৰি দলৰ ৰঙালীৰ প্ৰস্তুতি | Assamese |
ওড়িশা ৰেল ট্ৰেজেডীজীৱিত অৱস্থাত উদ্ধাৰ ৪৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত থকা অসমৰ যুৱক | Assamese |
বিশ্ব পৰিবেশ দিৱস উপলক্ষে পৰিবেশ বচাওক গুৱাহাটী বচাওক শীৰ্ষক মানৱ শৃংখল | Assamese |
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ দ্ৰুত অভিযোগনামা দাখিলৰ দাবী | Assamese |
১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী বৈঠক স্থগিত পুনৰ কেতিয়া বহিব | Assamese |
জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায় | Assamese |
পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা | Assamese |
গুফী পেন্টেলৰ পৰলোকপ্ৰাপ্তি মৃত্যুৰ সন্মুখত পৰাস্ত মহাভাৰতৰ শকুনি মামা | Assamese |
বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয় বিশ্ব পৰিৱেশ দিৱস২০২৩ৰ বিষয়বস্তু কি | Assamese |
বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী পদ্মশ্ৰী সুলোচনা লাটকাৰৰ দেহাৱসান | Assamese |
সফলতাৰ শিখৰত উপনীত হব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক | Assamese |
অষ্টম বাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপৰ খিতাপ নিজৰ দখলত ৰাখিলে ভাৰতে | Assamese |
ৰাজ্যবাসীলৈ সুখবৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱাটাৰ পল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লব অসমে | Assamese |
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হব ৰাহুল দ্ৰাবিড় | Assamese |
আন এক বিশ্বযুদ্ধৰ ৰণডংকা আজিৰ পৰা আৰম্ভ হব টি২০ মহাৰণ | Assamese |
নৱবৰ্ষৰ প্ৰাক্ক্ষণত এলেহুৱা অসমীয়া যুৱকক ৰাজপথ এৰি কৃষিমুখী হোৱাৰ আহ্বান জীতেন দত্তৰ | Assamese |
মাত্ৰ ২৯ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে | Assamese |
স্বৰ্ণ শিল্পী উৎপল বণিয়ালৈ ২০১৯ বৰ্ষৰ ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ডৰ সন্মান | Assamese |
কোনে মাৰিব শেষ হাঁহি আজি খিতাপ যুঁজত চেন্নাই চুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ | Assamese |
উত্তৰপূবলৈ আবণ্টিত ধন বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় বাজেটত | Assamese |
গমৰ সৈতে অগষ্টন মবাইলে অসমত মুকলি কৰিলে আটাইতকৈ ব্যক্তিগত স্মাৰ্ট ফোন | Assamese |
কলকাতাক হৰুৱাই চতুৰ্থবাৰৰ বাবে চেম্পিয়নৰ খিতাপ ধোনীৰ চেন্নাইৰ | Assamese |
অসমমেগা অনলাইন এন্তাৰ্তেইনমেন্ত প্ৰতিযোগিতাৰ আয়োজন ক্ৰিএচন মচন পিক্সাৰৰ | Assamese |
সুনীল ছেত্ৰীৰ চমকেৰে ছাফ্ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত | Assamese |
মালাইকাৰ সংগে অসম আগমণ বিশালাকাৰ গ্ৰেট খালিৰ | Assamese |
স্বপ্ন চূৰ্ণ দিল্লী কেপিটেলছৰ কলকাতা নাইট ৰাইডাৰ্ছ ফাইনেলত | Assamese |
অনুৰাগীৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি | Assamese |
শিলঘাট সমবায় মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপনক লৈ ৰাজহুৱা সভা ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা | Assamese |
কৃষকৰ বাবে সুখবৰ মুখ্য মন্ত্ৰী কৃষি সাসঁজুলি যোজনা অধীনত প্ৰতিজন কৃষকে পাব ৫ হাজাৰকৈ টকা | Assamese |
কোটিপতি নিবনুৱাৰ বাবে সুখবৰ আই অ চিয়ে অসমত নতুনকৈ অনুমোদন কৰিব ৪৬২টা তেল ডিপোৰ | Assamese |
নিৰ্বাচন গল অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰী আৰু বিহু পালন কৰাত বান্ধি দিলে এইবোৰ নিয়ম | Assamese |
টীয়কত হেঁপাহৰ ৰঙালীক আদৰৰ প্ৰস্তুতিত ব্যস্ত ডেকাগাভৰুৰ জাক | Assamese |
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি | Assamese |
জাতীয় জীৱনৰ ৰং বোলোৱা বহাগ বিহুৰ প্ৰাক্ক্ষণত আখৰাত ব্যস্ত দোলাকাষৰীয়া গাঁৱৰ ডেকাগাভৰু | Assamese |
জীৱনৰ ৰঙেৰে ৰাঙলী ৰঙালী নিমাইজানৰ দ্বিজেন গগৈৰ থলুৱা লোকবাদ্যৰ সংগ্ৰহালয়ত উখল মাখল | Assamese |
টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহা পালনাম ও বৰ সভা আয়োজন | Assamese |
আজি ৰঙে ৰঙে একাকাৰ বৰপেটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আৰম্ভ | Assamese |
লকডাউনৰ ইতিবাচক ফচলটীয়কত আউনীআটীৰ সত্ৰাধিকাৰে মুকলি কৰিলে সাংস্কৃতিক কলা কেন্দ্ৰ | Assamese |
মানৱ অধিকাৰ কৰ্মী সাহিত্যিক সাংবাদিককে ধৰি চাৰি গৰাকী বৰেণ্য ব্যক্তিলৈ অসম সত্ৰ মহাসভাৰ বঁটা | Assamese |
হিংসাজৰ্জৰ মণিপুৰতদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কেন্দ্ৰৰ | Assamese |
মোদীয়ে তেওঁৰ মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰিত্ব দিয়াৰ এয়া ফল বৈষ্ণৱৰ পদত্যাগ দাবী স্বামীৰ | Assamese |
এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে কলৈ নিয়া হৈছে | Assamese |
সঘনাই কাণত ইয়াৰবাড বধিৰ হৈ পৰিল যুৱক সতৰ্ক হওক নহলে পস্তাৱ লাগিব জীৱনভৰ | Assamese |
শিশুৰ নিমুনীয়া হলে পিতৃ মাতৃয়ে ধৰিব পৰা লক্ষণবোৰ | Assamese |
১০দিন ধৰি নাই পানী যোগান পানীত হাঁহ নচৰা অৱস্থা হৈছে মহানগৰবাসীৰ | Assamese |
সাৱধান ৰোগীৰ বাবে বিপজ্জনক ১৪টা ককটেল ঔষধ নিষিদ্ধ কৰিলে কেন্দ্ৰই | Assamese |
আকৌ সাংবাদিকৰ ওপৰত আক্ৰমণ দুৰ্বৃত্ত অসমত নিৰাপত্তা নাই সাংবাদিকৰ | Assamese |
মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণী কৰিলে চুতীয়া ৰাণীৰ আধাৰত নিৰ্মিত ছবি বীৰংগণা সাধনী | Assamese |
মহিলাগৰাকী মাংগলিক নেকি জানিব বিচাৰিছিল উচ্চ ন্যায়ালয়ে হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ | Assamese |
এক ঈৰ্ষণীয় ৰেক্ড স্থাপনৰ দিশে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন এই ক্ৰিকেটাৰ | Assamese |
স্বপ্ন ভংগ স্পেইনৰ উৱেফা নেচনচ্ লীগৰ খিতাপ ফ্ৰাঞ্চৰ শিৰত | Assamese |
স্বপ্ন ভংগ ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ জয়ৰ আশা নিৰ্বাপিত কোহলী বাহিনীৰ | Assamese |
টি২০ বিশ্বকাপৰ ভাৰতীয় দলত পৰিৱৰ্তন অক্ষৰ পেটেলৰ স্থানত ভাৰতীয় দলত শাৰ্দুল ঠাকুৰ | Assamese |
:অন্তিমটো বলত প্ৰয়োজন ৫ৰাণ ছয় মাৰি কোহলিক বিৰাট জয়ৰ সোৱাদ দিলে ভাৰতীয় ভৰতে | Assamese |
কাটাৰতেই অন্তিমবাৰৰ বাবে খেলিব বিশ্বকাপ নেইমাৰৰ মন্তব্যক লৈ চাঞ্চল্য | Assamese |
কেপ্টেইন কুল চমক দিল্লীক হৰুৱাই ফাইনেলত চেন্নাই ছুপাৰ কিংছ | Assamese |
অৰ্থৰ জোৱাৰ টি২০ বিশ্বকাপৰ পুৰষ্কাৰৰ ধনৰাশি ঘোষণা কৰিলে এ | Assamese |
প্লেঅফত কোন দলে কাৰ বিৰুদ্ধে যুঁজত নামিব চাওক সূচী | Assamese |
খেলৰ শেষত গেলাৰীতে বান্ধৱীক প্ৰপজ কৰিলে ক্ৰিকেটাৰ দীপক চাহাৰে ভাইৰেল ভিডিঅ | Assamese |
গ্ৰেমী এৱাৰ্ড ২০২১ উজ্বলি উঠিল বৰ্ণবিদ্বেষবিৰোধী সংগীত বিয়ন্সৰ নতুন অভিলেখ | Assamese |
জুঁইৰ মাজত শিহৰণকাৰী নৃত্য পশ্চিম দায়ৰঙত বায়খো উৎসৱ উদুলি মুদুলি আয়া বায়খো থান | Assamese |
ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ আৰু নটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কোনে কত খেলিব নিৰ্বাচন | Assamese |
লাচিত বৰফুকন চলচ্চিত্ৰজাহ্ন বৰুৱাৰহে বিষয় বিবেক অবেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল | Assamese |
গুৱাহাটীত এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ অধ্যয়ন কেন্দ্ৰ মুকলি | Assamese |
বব মাৰ্লিৰ সতীৰ্থ জামাইকান ৰেগে সংগীতৰ কিংবদন্তি বুনী ৱেইলাৰৰ মৃত্যু শোকস্তব্ধ অনুৰাগী | Assamese |
৭৮ সংখ্যক গল্ডেন গ্লব বঁটা ২০২১ উজলিল নমাডলেণ্ড আৰু বৰাত | Assamese |
শোণিতপুৰৰ নাহৰবাৰী টি ফেক্টৰীলৈ ইণ্ডাষ্ট্ৰি লীডাৰ বঁটা | Assamese |
২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা উজ্বলিল দীপিকাঅক্ষয় | Assamese |
নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰয়াস নগাঁৱত আৰম্ভ ভাওনা সমাৰোহ | Assamese |
স্বপং য়ং মানাও পয় সফল সামৰণি শ্বাদুৰ চাৰিওফালে একেলগে নাচিলে হাজাৰ হাজাৰ লোকে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.