text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
পৈশাচিক সাধাৰণ কলড্ৰিংকছ চুৰিৰ বাবে নিৰ্মম অত্যাচাৰ চাৰি অবোধ শিশুৰ ওপৰত | Assamese |
দেশৰ ন্যায়িক ব্যৱস্থাক আক্ৰমণ তথ্য চুৰিত অভিযুক্ত ট্ৰাম্পৰ সমৰ্থকক ঐক্যবদ্ধ হোৱাৰ আহ্বান | Assamese |
দুৰ্দান্ত হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে | Assamese |
পুনৰ ক্ৰিকেট ফিল্ডত নামিব দাদা ঘৰুৱা ইডেন গাৰ্ডেনত ক্ৰিকেট ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটিব সৌৰভ গাঙ্গুলীৰ | Assamese |
সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গলৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত বোকাখাতৰ লোচন শইকীয়া | Assamese |
বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ তৃতীয় টী২০তো বিজয়েৰে নিউজিলেণ্ডক হোৱাইটৱাচ টীম ইণ্ডিয়াৰ | Assamese |
ৰোহিতৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া | Assamese |
ক্ৰিকেট কেৰিয়াৰ সামৰিলে এবি ডে ভিলিয়াৰ্চে | Assamese |
যৌন কেলেংকাৰীত জড়িত হৈ এছেজৰ পূৰ্বেই অধিনায়কত্ব এৰিলে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেইনে | Assamese |
নিউজিলেণ্ড দলত শচীনদ্ৰাবিড় চাই লওক এই ক্ৰিকেটাৰৰ কৃতিত্ব | Assamese |
ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত আদালতত হাজিৰ ২০১৮ চনৰ বিশ্বকাপ জয়ী ফুটবলাৰ | Assamese |
চিপাহীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ মূল পতাকা উত্তোলন | Assamese |
অতিথি আপ্যায়নৰ বিৰল নিদৰ্শন কামৰূপৰ বামুন্দীত অনুষ্ঠিত হল ঐতিহাসিক সভা গন্ধ সিধা দিয়া উৎসৱ | Assamese |
বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে লংটং চেমা নগা গাওঁৰ ১১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস | Assamese |
বিটিং ৰিট্ৰিট পৰা বাহিৰ কৰা হল এবাইড উইথ মি সুৰ অসমৰ খ্ৰীষ্টিয়ান সমাজৰো দুখ প্ৰকাশ | Assamese |
এইবাৰো শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ ৰল মঘাই ওজাৰ প্ৰিয় শিষ্য টীয়কৰ বলাই হাজৰিকা ওজা | Assamese |
শিল্পগ্ৰাম মহোৎসৱ ২০২২কাইলৈৰ পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোকসংগীতনৃত্যৰ ভাৰ্চুৱেল উৎসৱ | Assamese |
নগাঁও উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন | Assamese |
মেজিৰ জুইয়ে নাশ কৰক অসূয়াঅপ্ৰীতি মাঘ বিহুৰ বুঢ়া মেজি জ্বলাই সকলোৱে ৰক্ষা কৰিলে পৰম্পৰা | Assamese |
শীতৰ আমেজ ভোগালীৰ উত্তাপহেঁপাহৰ বিহুটিৰ বাবে এতিয়া উখল মাখল এইখন গাঁৱৰ পদূলি | Assamese |
টীয়কৰ ঐতিহাসিক লাচিত বৰফুকন মৈদামত তিনিদিনীয়াকৈ নাট সমাৰোহ আৰম্ভ | Assamese |
ৰিলায়েন্সৰ ঘোষণা৭০০ টকাত পাব লাভ কৰিব বিনামূলীয়াকৈ টিভি | Assamese |
কাৰ্ড অবিহনে মেচিনৰ পৰা কেনেকৈ উলিয়াব টকা চাওক সম্পূৰ্ণ ঢাপসমূহ | Assamese |
মাৰুতি গাড়ী থকাসকলৰ বাবে ভাল খৱৰপুৰণি বা নতুন গ্ৰাহকলৈ কোম্পানীৰ বিশেষ অফাৰ | Assamese |
দেশৰ অৰ্থনৈতিক মন্দাৱস্হা ঢাকিবলৈ আন বিষয় লৈছে বিজেপিয়ে | Assamese |
১২ আগষ্টত মুকেশ আম্বানিয়ে মুকলি কৰিব | Assamese |
শিৱসাগৰত অ এন জি চিৰ সদৌ ভাৰত এচ চি এচ টি কল্যাণ সমিতিৰ প্ৰশিক্ষণৰ সমাপ্তি | Assamese |
আপুনি কিনিব পৰাকৈ আহি আছে ধোঁৱাহীন অত্যাধুনিক হাইড্ৰজেন গাড়ী | Assamese |
₹১০ লাখলৈকে পাওক এজোপা অগৰুত ছিংগাপৰ পৰা ক্ৰেতা আপোনাৰ ঘৰলৈকে আহিব | Assamese |
চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী | Assamese |
ঔৰংজেবৰ প্ৰশংসা কৰি ভিডিঅ পোষ্ট মহাৰাষ্ট্ৰৰ ১৪ বছৰীয়া কিশোৰৰ বিৰুদ্ধে দাখিল এফ আই আৰ | Assamese |
পশুৰো মানুহৰ দৰে আৱেগঅনুভুতি আছে মাত্ৰ দাবীৰ কথা কব নোৱাৰেবম্বে উচ্চ ন্যায়ালয় | Assamese |
ৰাজ্য চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ নমুনা বিজ্ঞাপন অবিহনে বিধানসভা সচিবালয়ত ১৯জনক নিযুক্তি | Assamese |
স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই কৈছে চাণক্য নীতিয়ে | Assamese |
অসম চৰকাৰক বাৰিষাৰ বানৰ বাবে সাজু হবলৈ আহ্বান আম আদমি পাৰ্টীৰ | Assamese |
এ কে কনষ্ট্ৰাকচন কোম্পানীৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ | Assamese |
জল জীৱন আঁচনিৰ নামত মৃত্যুৰ ফান্দ পাতিছে চৰকাৰে | Assamese |
শিলসাকোঁত উচ্ছেদ চলোৱাৰ পূৰ্বে অনিল নগৰত অশোক সিংঘালৰ ২০ মহলীয়া অবৈধ অট্টালিকা ভাঙি দেখুৱাওক আপ | Assamese |
পৰাজয়ৰ পোতক তুলিলে টিম ইণ্ডিয়াইৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলৰ হাতত ধৰাশায়ী নিউজিলেণ্ড | Assamese |
ভাৰতৰ বিৰুদ্ধে টি২০ শৃংখলাত নাথাকে উইলিয়ামচন দলৰ অধিনায়কৰ দায়িত্বত ছাউদী | Assamese |
দহ বছৰলৈ আইচিচি টুৰ্নামেণ্টৰ সূচী প্ৰকাশ দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্ট অনুষ্ঠিত হব পাকিস্তানত | Assamese |
সুখবৰভাৰতনিউজিলেণ্ডৰ মেছত অসমৰ কামাখ্যা শইকীয়াক পৰ্যবেক্ষক নিযুক্তি ৰ | Assamese |
বৈৰী বন্ধু স্কুলীয়া দলৰ দুই সতীৰ্থ এইবাৰ প্ৰতিপক্ষ মুখামুখি হব ফাইনেলত | Assamese |
বিমানবন্দৰত হাৰ্দিক পাণ্ডিয়াৰ ৫কোটি টকাৰ দুটা বিলাসী ঘড়ী জব্দ কৰিলে কাষ্টমছে | Assamese |
অষ্ট্ৰেলিয়াৰ বিশ্বজয় ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিলে নিউজিলেণ্ডে | Assamese |
মই ভাগৰা নাইবিশ্ব অভিলেখ গঢ়িলে ১০৫ বছৰীয়া দৌৰবিদ জুলিয়া হাৰিকেন হকিন্সেচাওঁক ভিডিঅ | Assamese |
দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা গ্ৰহণ কৰিলে লাভলীনা বৰগোঁহায়ে | Assamese |
নৱবৰ্ষত গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে অসমবাসীলৈ উপহাৰ দিলে সৰগৰ পৰী চাওঁক সম্পূৰ্ণ ভিডিঅ | Assamese |
আজি বক্সিং ডে খেলৰ সৈতে জৰিত নহয় এই দিৱস তেন্তে কিহৰ সৈতে জৰিত | Assamese |
অসমৰ প্ৰথমগৰাকী কথক নৃত্যশিল্পী নৃত্য নিপুন চাৰু বৰদলৈৰ জন্ম শতবার্ষিকী উদযাপনৰ দিন ঘোষণা | Assamese |
ডিছএডভাণ্টেজ আছাম | Assamese |
কিদৰে পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিব ৩০ ছেপ্তেম্বৰ শেষ সীমা | Assamese |
মৰিয়নিত পদ্মশ্ৰী দুলাল মানকি সম্বৰ্দ্ধিত ঝুমুৰৰ তালে তালে নৃত্য বিধায়ক ৰূপজ্যোতিৰ | Assamese |
ৰবীন্দ্ৰ ভৱনত উন্মোচন হব নৃত্য নিপুন চাৰু বৰদলৈৰ আত্মজীৱনী | Assamese |
লোককৃষ্টিৰ সাধক খগেন গগৈক প্ৰতিমা পাণ্ডে বৰুৱা স্মাৰক বঁটা২০২১ প্ৰদান আছুৰ | Assamese |
বঙাইগাঁও জিলা শিল্পী সমাজৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
৩০ ছেপ্তেম্বৰত অবৈধ হোৱাৰ পৰা বচাওক আপোনাৰ পেন কাৰ্ড সবিশেষ | Assamese |
১৭ তাৰিখে বজাৰত মুকলি হব আৰু কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক | Assamese |
ৰেল প্ৰকল্পৰ খৰতকীয়া ৰূপায়নত ৰেল মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে মুখ্য মন্ত্রী সোণোৱালে | Assamese |
তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে ৰাজ্যসভাত সৰৱ ৰিপুণ বৰা | Assamese |
দালুৱাবাৰীত খাম চিফুঙৰ তালে তালে কঁকাল ভাঙিছে বড়ো চিখলাই লক্ষ্য বড়ো বাৰ দল | Assamese |
১৫ তাৰিখে বজাৰত মুকলি হব ৰ নতুন ফোন কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক | Assamese |
ডিমৰীয়াৰ ১০খন বিদ্যালয়ক আদৰ্শৰূপে গঢ়িব ইণ্ডিগ এয়াৰলাইনছএছ আৰ এফ ফাউণ্ডেশ্যনে | Assamese |
বড়ো সংস্কৃতিক অপমানৰ অভিযোগ তুলি শ্ৰীভূমি অসম বিৰুদ্ধে গোচৰ তৰিলে বড়ো সাংস্কৃতিক সন্থাই | Assamese |
লোকসভাৰ মজিয়াত অসমৰ কয়লা চিণ্ডিকেট প্ৰসংগ এন এছ চি এনলৈ যায় ধনৰ ভাগ | Assamese |
ভেকচিন ৰাজহুৱা খণ্ডৰ গোটসমূহ পুনৰুজ্জীৱিত কৰাৰ আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
ৰাখে হৰি মাৰে কোনে আমাজনৰ জংঘলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিন পিছত জীৱন্তে উদ্ধাৰ ৪টা শিশু | Assamese |
পাৰ্টি গেট কেলেংকাৰী সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে | Assamese |
কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰগতিবাদী বিশিষ্ট সমাজসেৱক বিশ্বজিৎ চক্ৰৱৰ্তীৰ দেহাৱসান | Assamese |
সফলতা লাভ কৰাৰ পিছতো সলনি নহল পৰ্ণষ্টাৰ অভিধা জীৱনকলৈ বিৰক্ত ছানী লিয়নি | Assamese |
আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথিপত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে | Assamese |
স্বামীক নকব এই ৩টা গোপন কথা জুই লাগিব সংসাৰত সতৰ্ক কৰিছে চাণক্যই | Assamese |
তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ | Assamese |
অশান্ত মণিপুৰসন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত | Assamese |
পদ্মশ্ৰী সন্মান লাভৰ পিছতেই সন্মানসহ প্ৰতিবাদত বহিল এজন খেলুৱৈ কিন্তু কিয় | Assamese |
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড | Assamese |
নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কেইবাজনো তাৰকাক বিশ্ৰাম | Assamese |
পুনৰুজ্জীৱিত অষ্ট্ৰেলিয়া বিধ্বংসী ৱেড পাকিস্তানক পৰাস্ত কৰি ফাইনেললৈ কেংগাৰু বাহিনী | Assamese |
ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে ভাল খৱৰ দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন একাংশ যুৱতীকিশোৰীৰ | Assamese |
সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত পাৰভঙা উছাহ কোন হল বিজয়ী | Assamese |
কোহলিৰ বিৰাট ব্যৰ্থতা ৯ বছৰত প্ৰথমবাৰ ৰ কোনো টুৰ্ণামেন্টৰ ছেমিত প্ৰৱেশত ব্যৰ্থ টীম ইণ্ডিয়া | Assamese |
প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনৰ মৃত্যু | Assamese |
ৰাহুল দ্ৰাবিড়ৰ স্থানত ভি ভি এছ লক্ষ্মণ নতুন সিদ্ধান্ত গ্ৰহণৰ দিশে বিচিচিআই | Assamese |
হাঁহচৰাত তিনিদিনীয়া কাৰ্য্যসূচীৰে নাট মহোৎসৱ আৰম্ভ | Assamese |
শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিয়োগ সত্ৰাধিকাৰৰ শোকস্তব্ধ সকলো গুণমুগ্ধ | Assamese |
শিৱসাগৰত আহোম সভাৰ জনগোষ্ঠীয় সাজপাৰৰ প্ৰদৰ্শন তথা প্ৰতিযোগিতা অনুষ্ঠিত | Assamese |
পথাৰত সমূহীয়া নখোৱা উৎসৱ হেৰাই যাব ধৰা পৰম্পৰা নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস | Assamese |
নৈতিকতাৰ শিক্ষাই সমাজ সুন্দৰ কৰে এগৰাকী সত্ৰাধিকাৰে শিক্ষাৰ্থীৰ মাজত বিলাই ফুৰিছে আধ্যাত্মিকতাৰ শিক্ষা | Assamese |
শিৱসাগৰৰ ঐতিহাসিক কাথপাৰা শ্ৰী শ্ৰী নিত্যানন্দ দেৱ থানত ন লগোৱা উৎসৱ পালন | Assamese |
ন লগোৱা উৎসৱটীয়কৰ তেলীয়া গাঁৱৰ নামঘৰৰ পৰা গায়ন বায়নেৰে পৱিত্ৰ বৰভেটিলৈ যাত্ৰা ভকত বৈষ্ণৱৰ | Assamese |
আজন্ম শিল্পী তথা তোৰণ সম্ৰাট সিমেন দাসৰ অকাল বিয়োগ ম্ৰিয়মান গোলাঘাটৰ শিল্পী সমাজ | Assamese |
গুৰুজনাৰ সৃষ্টিৰে উজলি উঠিল হাটবৰৰ ৰাস দুই মুছলমান যুৱকে গোপী সাজি কৰিলে অভিনয় | Assamese |
ৰাধাকৃষ্ণ মাজে গোপী সৱ নাচে চন্দ্ৰাৱলী নিশা ৰাসৰ আনন্দত মুখৰ ৰঙিয়াৰ তৰণী | Assamese |
চিনেমা কথাশ্ৰী ৰঘুপতি | Assamese |
মণিপুৰত পুনৰ কেতিয়া আৰম্ভ হব ইণ্টাৰনেট সেৱা জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ | Assamese |
লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ | Assamese |
সুন্দৰীৰে ভৰি পৰিব দেশ তিনি দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা | Assamese |
পুনৰ ওড়িশা দুৰ্গপুৰী এক্সপ্ৰেছত জুই কথমপি এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল যাত্ৰাবাহী ৰেল | Assamese |
লিডুৰ অবৈধ ৰেট হোল খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক | Assamese |
দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.