text
stringlengths
121
187k
আজি মাজুলীমুখী এখন ফেৰিত এক অঘটন সংঘটিত হয়। নিমাতিৰ পৰা মাজুলী কমলাবাৰী ফেৰি ঘাটলৈ আহি থকা এখন ফেৰিৰ পৰা এজন যাত্ৰী আকস্মিকভাৱে ব্ৰহ্মপুত্ৰত পৰে। প্ৰাপ্ত তথ্য মতে, আজি দিনৰ প্ৰায় ৩ঃ৩০ বজাত নিমাতিৰ পৰা অহা ফেৰিখনে কমলাবাৰী ঘাট পাবলৈ কিছুদূৰ থাকোতেই এই দুৰ্ঘটনা সংঘটিত হয়। লোকজন ব্ৰহ্মপুত্ৰত পৰা তৎমুহুৰ্ততে হুৱা দুৱা ল...
তাজমহলত বোমা আক্ৰমণ! আৰক্ষীলৈ অহা ফোনকলৰ পাছত আতংক Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nতাজমহলত বোমা আক্ৰমণ! আৰক্ষীলৈ অহা ফোনকলৰ পাছত আতংক\nআগ্ৰা : তাজমহলত বোমাৰ আতংক! তাজমহলত বোমা বিস্ফোৰণ হ'ব বুলি আৰক্ষীলৈ আহিল ফোন। এই ফোনকলৰ পাছতে আতংকৰ সৃষ্টি হ'ল ঐতিহাসিক ...
পঞ্চায়ত নিৰ্বাচনৰ বা' ব'লিছে। এই নিৰ্বাচনৰ বা' গাত লগা বিধায়িকা আঙুৰলতাই স্কুটী চলাই সমষ্টি ভ্ৰমণ কৰিছে। হাজোৰ সুমন হাৰিপ্ৰিয়াও বহি থকা নাই। আগন্তুক নিৰ্বাচনক আগত ৰাখিয়েই এইবাৰ ই-ৰিক্সা চালকৰ ৰূপত গুণমুগ্ধ ৰাইজৰ আগত দৰিশন দিছে হাজোৰ অতি সক্ৰিয় বিধায়িকা সুমন হাৰিপ্ৰিয়াই। সম্প্ৰতি ই-ৰিক্সা চলাই নিজৰ সমষ্টিত ঘুৰি ফ...
নগাঁও জিলাৰ চামগুৰি বাঘবৰালিৰ ৰকলেণ্ডত বুধবাৰে নিশা স্থানীয় লোকে অভিযান চলাই মুল্যবান কাঠৰ কুণ্ডাসহ দুখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি একাংশ স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে নগাঁও বন সংমণ্ডলৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি বাঘবৰালিত বুধবাৰে নিশা একাংশ লোকে কঁঠালগুৰি অঞ্চলৰ প...
ক'ৰোনা নামৰ এক ভয়ানক ভাইৰাছৰ কবলত সমগ্ৰ বিশ্বই এক অন্য ৰূপ ধাৰণ কৰিছে। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ চৰকাৰে সমগ্ৰ বিশ্বতে লকডাউন ঘোষনা কৰিছে। এই লকডাউনৰ বাবে বহুতো অসুবিধাৰ সৃষ্টি হৈছে। তথাপি লকডাউন নামানিলেও যেন বিশ্বখন ধংস হৈ যাব। জনসাধাৰণৰ এটা আশংকা যে লকডাউন নামানিলে সমগ্ৰ বিশ্বখনেই ধংসৰ পথলৈ আগবাঢ়ি যাব আৰু কৰোনা ভা...
Biocalcin ৰ গৰ্ভৱতী মহিলাৰ ওপৰত থকা প্ৰভাবৰ বিষয়ে জনা নযায় কাৰণ এইটোৰ ওপৰত এতিয়ালৈকে গৱেষনা কৰা হোৱা নাই। স্তন্যপায়ী মহিলাৰ ক্ষেত্ৰত Biocalcinৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ বিষয়ে জনা নাযায়। কাৰণ এইটো বিষয়ৰ ওপৰত গৱেষনা কৰা হোৱা নাই। Biocalcinৰ বৃক্কত মৃদু পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকিব পাৰে। বেছিভাগ মানুহেই বৃক্ক ত কেতিয়াও...
ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাৰ্ঘেৰিটা বিধান সভাৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ মহকুমাৰ সঞ্জুৱাৰা গাঁৱত থকা ভোটগ্ৰহণ কেন্দ্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায় ভোট গ্ৰহণত এটাও ভোট নপৰিল। লেখাপানী গাঁও পাঞ্চায়তৰ অন্তৰ্গত সঞ্জুৱাৰা গাঁৱত ১০৫ জন টাংচা জনগোষ্ঠীৰ ভোটাৰে অৰুণাচলত ভোট দিয়ে । অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱ...
সমগ্ৰ দেশবাসীয়ে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে নগাঁও জিলাতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত দত্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ভাষণ প্ৰস...
কালিহে, মোৰ এজন ভাল বন্ধু আছিল, কোনোবাই মোক ফেচবুকত বন্ধুৰ অনুৰোধ পঠিয়াইছিল। "এজন ভাল বন্ধু আছিল" কিয়নো তেতিয়া তাইৰ প্ৰেমিক আমাৰ বন্ধুত্বৰ বিষয়ে অসুৰক্ষিত হৈ পৰিছিল কিয়নো আমি বহুতো কথা একেলগে ভাগ বতৰা কৰিছিলোঁ, আৰু সেয়েহে তেওঁ তাইক মোৰ সৈতে কথা পতা বন্ধ কৰিবলৈ আৰু ফেচবুকত মোৰ সৈতে "আনফ্ৰেণ্ড" কৰিবলৈ কৈছিল। Assame...
নিউজ ডেস্ক। বিদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পূঁজি যােগান দিয়া এন জি অ'ই আজমল ফাউণ্ডেশ্যনকো ধন দিয়া বুলি শেহতীয়াকৈ এটা স্বেচ্ছাসেৱী সংস্থাই প্ৰকাশ কৰা চাঞ্চল্যকৰ অভিযােগক লৈ তােলপাৰ লাগিছে অসমতাে। বদৰুদ্দিন আজমলে এই অভিযােগ নস্যাৎ কৰিলেও শাসকীয় বিজেপি দলৰ বহু নেতাই ইতিমধ্যে আজমল ফাউণ্ডেশ্যন আৰু এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে...
ঘড়ী (মূল লেখকঃ শ্ৰীযুত সুনীল গঙ্গোপাধ্যায়) - অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া - ফটাঢোল\nDecember 1, 2019 অনুবাদ\tOne comment\nঘড়ী (মূল লেখকঃ শ্ৰীযুত সুনীল গঙ্গোপাধ্যায়) - অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া\nমোৰ হাতঘড়ীটো কোনে চুৰ কৰিছে মই নাজানো। ৰাতি ঘৰলৈ ঘূৰি অহা অলপ দেৰি হৈছিল, টোপনিৰ জাল ভগা নাছিল, দুখলপীয়া বাছৰ খিৰিকীৰ...
এমি নইথাৰ - গণিত চ'ৰা\n09 Jul এমি নইথাৰ\nPosted at 01:18h in জীৱনী by পংকজ জ্যোতি মহন্ত 1 Comment\nঊনবিংশ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ জাৰ্মান। যি সময়ত আনুস্থানিকভাৱে নাৰীৰ উচ্চ শিক্ষাৰ প্ৰচলন নাছিল, সেই সময়ত ফৰাছী আৰু ইংৰাজী ভাষাৰ শিক্ষাদানৰ অৰ্হতা লাভ কৰিয়েই এগৰাকী বিদূষী মহিলাই গণিত বিষয়ত উচ্চ শিক্ষা গ্ৰ...
এখন দেশ প্ৰকৃতাৰ্থত ডিজিটেল হ'বৰ বাবে লিখিত ভাষাই হওঁক বা কথিত ভাষাই হওঁক টেকন'লজি সহজলভ্য হ'ব লাগিব আৰু সকলোৰে বাবে উৎপাদনশীল হ'ব লাগিব। এইটো মনত ৰাখক যে দেশখনত ২২টা আনুষ্ঠানিক ভাষা আছে, ইয়াৰে ৬টা জনসংখ্যাৰ ফালৰ পৰা শীৰ্ষত থকা ২০টা গ্ল'বেল ভাষাৰ মাজত গুৰুত্বপূৰ্ণ, Microsoft-এ একেৰাহে স্থানীয় ভাৰতীয় ভাষাসমূহত বেছি স...
Motor Vehicle Act: সাৱধান! গাড়ীত ডাক্তৰ, বিধায়ক বা প্ৰেছৰ ষ্টিকাৰ লগালে কাটিব চালান!- News18 Assam\nMotor Vehicle Act: সাৱধান! গাড়ীত ডাক্তৰ, বিধায়ক বা প্ৰেছৰ ষ্টিকাৰ লগালে কটা হ'ব চালান!\nUpdated:January 29, 2020, 5:30 PM IST\nনতুন যান বাহন আইনৰ কাৰণে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। পূৰ্বৰ তুলনাত জৰিমন...
কৰিমগঞ্জৰ বটালী অঞ্চলত কালি আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজনে অঞ্চলটোৰ বহুকেইজন যুৱকক ড্ৰাগছ আসক্ত কৰাৰো এক অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি বাপন নামৰ লোক এজনে প্ৰায় ডেৰ বছৰ ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আহিছিল। জানিব পৰা মতে তেওঁ নিজৰ ঘৰতে ড্ৰাগছ...
মুখ্য ন্যায়াধীশ দীপক চোপ্ৰা আৰু ন্যায়াধীশ এ' এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ৰ এখন তিনিজনীয়া বিচাৰপীঠে কয় যে সাংবিধানিক বিচাৰপীঠখনে নাগৰিকত্ব আইনৰ এই নিৰ্দিষ্ট ধাৰাটোৰ সাংবিধানিক বৈধতা সম্পৰ্কে বিচাৰ কৰিব। ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এফ আৰ নৰিমনেও আইনখনৰ এই ধাৰাটোৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে ৫ জনীয়...
আপুনি মোৰ পৰা কেনে ব্যৱহাৰ আশা কৰে- হেমেন হাজৰিকা\nউপৰিউক্ত কথা শাৰী মনত পৰাৰ লগে লগে কথা এশাৰী মনলৈ আহিল সেয়া হ'ল মানুহৰ নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। মই ভাবো ব্যৱহাৰো এটা কলা ।ইয়াক অৰ্জন কৰাটো কষ্টসাধ্য, সকলোৰে বাবে সম্ভৱ নহয় । কিছুমান ব্যক্তিৰ ব্যৱহাৰে আমাৰ মন মগজু চিন্তা সকলো চুম্বকৰ দৰে আকৰ্ষণ কৰে । তেখেতৰ প্ৰতি ...
এই ঐতিহাসিক পাহাৰখনতে ঐতিহাসিক "মোংৰাই পাগলা দেৱতা"ৰ পূজা হোৱাৰ বাবে বহুলোকে পাহাৰ বগাই এই মন্দিৰটোত উপস্থিত হোৱাৰ লগতে মনৰ ইচ্ছা পূৰণৰ বাবে দেৱতাজনৰ চৰণত সেৱা লয়। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্য...
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হব লাগ...
দুৰ্নীতিৰ দৰ্পণ সেৱা,ইমামুল ইছলাম, ডুমডুমীয়া,১২ ফেব্ৰুৱাৰী : বিজেপি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ইতিমধ্যে মহাজোঁট বন্ধনেৰে শাসনাধিস্থ চৰকাৰক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ লগতে মহাজোটৰ নেতৃত্বই। আজিৰে পৰা বটদ্ৰৱা থানত গুৰুজনাক সেৱা আগবঢ়াই অসম বচাও আহক কাৰ্যসূচীৰ আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ ...
নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ চুলি হৈছে সৌন্দৰ্যৰ প্ৰতীক। পুৰুষেই হওক অথবা মহিলাই হওক, চুলি যদি কমি যায় তেতিয়া আত্মবিশ্বাস কমি যোৱা যেন হয়। বিশেষকৈ মহিলা চুলিৰ প্ৰতি বহুত সচেতন, যাৰ বাবে মহিলাই চুলিৰ প্ৰতি বহুত যত্ন লয়। উল্লেখ কৰিব পাৰি যে ৰাসায়নিক দ্ৰব্য থকা চেম্পু ব্যৱহাৰ কৰিলে চুলি পকাৰ লগতে চুলি সৰি যায়। বৰ...
বন্ধৰ দিন নহয়, কৰ্মৰ দিন হিচাপে লাচিত দিৱস উদযাপন কৰিব জাতীয় বিদ্যালয়ে.. ডিজিটেল ডেস্কঃ অহা ২৪ নৱেম্বৰ অৰ্থাৎ বুধবাৰে অসম জাতীয় বিদ্যালয়ত ব্যতিক্রমী ধৰণেৰে 'লাচিত দিৱস' উদযাপন কৰিবলৈ লোৱা হৈছে। অসমীয়া জাতিৰ কর্মোদ্যম আৰু বীৰত্বৰ প্রতীকস্বৰূপ আহোম সেনাপতি লাচিত বৰফুকনৰ কৰ্ম আৰু আদৰ্শৰ সৈতে শিক্ষার্থী সকলক পৰিচিত ক...
জ্বৰ (ইংৰাজীঃ Fever) প্ৰকৃততে কোনো ৰোগ নহয়, ই শৰীৰত হোৱা যিকোনো ৰোগৰ বাহ্যিক লক্ষণহে। মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। ইয়াৰ অন্য নাম Pyrexia[1]। ইয়াক শৰীৰত হোৱা যিকোনো সংক্ৰমণৰ প্ৰতিক্ৰিয়া বুলিবও ...
সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। ১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক এ...
১/ প্রথম প্রশ্নটো হ'ল তুমি মোক কিয় ভালপোৱা ? যেতিয়া আপুনি আপোনাৰ সংগীক এই প্রশ্নটো কৰিব, তেতিয়া তাৰ উত্তৰে ক'ব তেওঁ কেনেকুৱা ! আৰু আপোনাক তেওঁ কিমান ভালপায় । এই প্রশ্নৰ সঠিক উত্তৰটো হ'ল মই নাজানো তোমাক কিয় ভালপাওঁ । কিন্তু বহুতে এনেকুৱা উত্তৰ দিব পাৰে যে তুমি বহুত সুন্দৰী, তুমি বহুত স্মার্ট, তোমাৰ মনটো ভাল, বা তুম...
Centre Warns over Covid surge অসম আৰু পশ্চিমবংগ চৰকাৰক ৰাজ্য দুখনত কোভিড সংক্ৰমণৰ ঘটনা বৃদ্ধিক লৈ সকীয়াই দিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অসম আৰু পশ্চিমবংগৰ মুখ্য সচিবলৈ লিখা এক পত্ৰত কয় যে ৰাজ্য দুখনত ২০ অক্টোবৰৰ পৰা আৰম্ভ কৰি বিগত সপ্তাহৰ পৰা সাপ্তাহিক নতুন কোভিড সংক্ৰমণ বৃদ্ধ...
মধ্য প্ৰদেশৰ (Madhya Pradesh) ৰাইচেন (Raisen)ৰ ছলামতপুৰত গছ এজোপা সুৰক্ষা দিবলৈ দিনে ২৪ ঘণ্টা আৰক্ষী মোতায়েন কৰা হয়। আনকি ইয়াৰ এটা পাত সৰলেও প্ৰশাসন কঁপি উঠে। গছজোপা ইমান গুৰুত্বপূৰ্ণ যে প্ৰতি ১৫ দিনত ইয়াৰ চিকিৎসা পৰীক্ষা কৰা হয়। গছজোপাৰ তত্বাৱধানৰ বাবে প্ৰতি বছৰে প্ৰায় ১৫ লাখ টকা ব্যয় হয়। বোধি বৃক্ষজোপা শ্ৰীলং...
মেঘালয়ত উৎসাহেৰে ৱাংগালা উৎসৱ পালন আৰু উদযাপন কৰা হয়। এইটো গাৰো জনজাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ যি এই সময়ছোৱাত বহুতো পৰ্যটকক আকৰ্ষিত কৰে। ইয়াক ১০০ ড্ৰাম উৎসৱ বুলিও জনা যায়, ইয়াক ১৯৭৬ চনৰ পৰা উদযাপন কৰা হয়। এই পৱিত্ৰ উৎসৱৰ সময়ত, ৰাজ্যখনৰ জনজাতীয় লোকসকলে তেওঁলোকক সন্তুষ্ট কৰিবলৈ তেওঁলোকৰ দেৱতা চালজং, সূৰ্য ঈশ্...
Social Mediaত ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী চাৰা আলী খানৰ নতুন ফটোশ্বুট !- News18 assam\nHome » photogallery » entertainment »Social Mediaত ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী চাৰা আলী খানৰ নতুন ফটোশ্বুট ! চাৰাৰ লুকে জয় কৰিছে অসংখ্য অনুৰাগীৰ হৃদয়...\nSocial Mediaত ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী চাৰা আলী খানৰ নতু...
সফল মধ্যস্থতাকাৰী আৰ এন ৰবি। ফাইল ফটো। বৃহত্তম নাগালিম গঠনৰ দাবী কৰি থকা নাগা বিদ্ৰোহী আৰু চৰকাৰৰ মাজত মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ১৯ জুলাইত নাগা ফ্ৰেইমৱৰ্ক চুক্তিখনৰ মূল দফাবোৰ এখন গৃহ দপ্তৰৰ সংসদীয় স্থায়ী কমিটীৰ আগত ৰাজহুৱা কৰাৰ তিনি দিন পিছতে আজি তাৰ বিপৰীত ধৰণৰ কথা প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ...
বিশ্বনাথ : বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত 'মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ক'ভিডৰ ফলত স্বামীহাৰা হোৱা প্ৰায় ৩২ গৰাকী বিধৱা মহিলাক এ...
প্ৰণৱজ্যোতি দত্ত,১৬ জানুৱাৰীঃপুনৰ প্ৰচণ্ড শীতে কঁপাব ৰাজ্য।ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ।অহা সোমবাৰৰ পৰা আৰু হ্ৰাস পাব তাপ মাত্ৰা।সোমবাৰৰ পৰা তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামিব পাৰে। গুৱাহাটীৰ লগতে উজনি অসমৰ প্ৰায় সকলো জিলাতেই বাঢ়িব পাৰে শীতৰ প্ৰকোপ।মধ্য আৰু নামনি অসমতো হ্ৰাস পাব তাপমাত্ৰা।আনহাতে...
জুবিনৰ নাম কিয়? 'চুইছাইদ' ন'টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া\nজুবিনৰ নাম কিয়? 'চুইছাইদ' ন'টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া\nজন্মৰ দিনতে গুৱাহাটীস্থিত নিজ ঘৰত "আত্মহত্যা" কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ "চুইছাইদ ন'ট"ত জুবিন গাৰ্গৰ নাম থকা বুলি অসমৰ News18 Assam-Northeast নামৰ টিভি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিয়ে সৃষ...
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ সলনি হ'বলৈ ধৰিছে ৰাজ্যৰ ৰাজনীতি। বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী দল সমূহ উঠি পৰি লগাৰ সময়তে দেখা গৈছে কিছু ব্যতিক্ৰমী ৰূপত কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক। বি পি এফৰ মূল ঘাটি হিচাপে পৰিচিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ শৰণীয়াই বি পি এফৰ পৰিৱৰ্তে নিৰ্বাচনৰ পূৰ্বে...
latest update of Landslides in Darjeeling and sikkim due to heavy rain , Landslides in Darjeeling: সংকটত উত্তৰবংগ, খহি পৰা পাহাৰ, ফাঁট মেলা পথ ! দাৰ্জিলিং-ছিকিমৰ আজি কি অৱস্থা ?- News18 assam\nHome » photogallery » kolkata »Landslides in Darjeeling: সংকটত উত্তৰবংগ, খহি পৰা পাহাৰ, ফাঁট মেলা পথ ! দাৰ্জিলিং-ছিকিমৰ আজি কি ...
গতিশীল পৰমাণু - নিয়মীয়া বাৰ্তা\nআৰম্ভণিঃ প্রথমেই কওঁ আপুনি যদি এজন পদার্থবিদ হ'ব বিচাৰে, তেন্তে আমাৰ পঢ়িব লগা বহুখিনি আছে- প্রায় দুশ বছৰৰ অতি ক্ষিপ্রতাৰে বাঢ়ি অহা জ্ঞানৰ ভাণ্ডাৰসমূহ সাধাৰণ কথা নহয়। ইমানখিনি জ্ঞান ইমান সহজে আয়ত্ত কৰিব নোৱাৰোঁ বুলি ভবাটো সম্পূর্ণৰূপে সমীচীন। কিন্তু আচৰিত ধৰণে ইমানখিনি জ্ঞানৰ বহুখি...
ডিজিটেল ডেস্ক : 'তালিবান ২.০'। আফগান ভূমিত কট্টৰ মৌলবাদী সংগঠনৰ পুনৰুত্থানে যিবোৰ সংশয়ৰ সৃষ্টি কৰিছিল সেইবোৰ এতিয়া অধিক গাঢ় হ'বলৈ আৰম্ভ কৰিছে। ক্ৰমশঃ যেন লুকুৱাই থোৱা দাঁত-নখ বাহিৰ হ'বলৈ আৰম্ভ কৰিছে তালিবানৰ। মৃত্যুক উৎসৱ হিচাপে উদযাপন কৰা সংগঠনটোৱে এতিয়া কেৱল পৰিকল্পনা কৰিছে মৃত্যুদণ্ড বিহাৰ। দেশ চলোৱা বা উন্নয়নৰ...
নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী চমুৱাগাঁৱৰ প্ৰাক্তন শিক্ষক,পাঠেক,আদৰ্শ কৃষক ডিম্বেশ্বৰ বৰ্মন(৮৯)ৰ মঙলবাৰে পুৱা প্ৰায় দহ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । Published on : ডিজিটেল সংবাদ , বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী চমুৱাগাঁৱৰ প্ৰাক্তন শিক্ষক,পাঠেক,আদৰ্শ কৃষক ডিম্বেশ্বৰ বৰ্মন (৮৯)ৰ মঙলবাৰে পুৱা প্ৰায...
ডালি নাইবা পাচলিৰ ওপৰত যদি ধনিয়া পাত কাটি দিয়া হয় তেতিয়া খাদ্যৰ সোৱাদ বৃদ্ধি হয়।সেয়েহে সকলোৰে পাকঘৰত ধনিয়া পাত ব্যৱহাৰ কৰা হয়।একে সময়তে, আপুনি জানি আচৰিত হ'ব যে ধনিয়া সোৱাদৰ লগতে বহু ক্ষেত্ৰত ই স্বাস্থ্যৰ বাবেও অতি লাভজনক।আজি আমি স্বাস্থ্যৰ বাবে ধনিয়া পাতৰ লাভালাভৰ বিষয়ে আপোনাক জনাম । ধনিয়া পাতৰ ব্যৱহাৰে প...
অৰুণাচল প্ৰদেশ হৈছে ব্ৰিটিছ ঔপনিৱেশিক যুগৰ পৰা পূৰ্বৰ উত্তৰ-পূব সীমান্ত সংস্থাৰ অঞ্চলৰ পৰা অহা ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত এখন। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে হিমালয় পৰ্বতৰ পাহাৰত অৱস্থিত ইটানগৰ। অৰুণাচল প্ৰদেশ বিশাল পৰ্বতৰে আৱৰি থকা এলেকাত অৱস্থিত আৰু ইয়াৰ সীমা ভাৰতৰ বহুতো ৰাজ্যৰ সৈতে আৰু আন দেশৰ সৈতেও ভাগ বতৰা কৰে। ইয়া...
স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি (এ এছ ডি চি) য়ে কাৰ্বি আংলঙ জিলাৰ ডিফুত দেওবাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰি এক বিশাল গণ সমাৱেশত আঞ্চলিক দলটোৰ নেতাসকলে উদাত্ত ভাষণ আগবঢ়ায়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জছন বেই দলসমূহৰ নেতাসকলক তথা ৰাষ্ট্ৰীয় দললৈ যোৱা নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়। ...
নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰাৰ দাবীৰে অহা ১৭ নৱেম্বৰত গুৱাহাটীত ২৬ টা বাঙালী সংগঠনে আয়োজন কৰা বিশাল সমাৱেশৰ সৰ্বত্ৰে বিৰোধিতা হৈ থকাৰ সময়তে এইবাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদ চমুকৈ চি পি আইয়েও ঘোৰ বিৰোধিতা কৰিছে। চি পি আই দলৰ ফালৰ পৰা কোৱা হৈছে যে যদিহে ১৭ নবেম্বৰত এই সমাৱেশ অনুষ্ঠিত হয় তেন্তে...
ৰাজ্যখনত হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ পৰা আন এক বনৰীয়া হাতীৰ উপদ্ৰৱৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা খেৰণিৰ ২ নম্বৰ হাজাগাফাৰ গাৱঁত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই পাঁচটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। নিশা প্ৰায় ২-৩০ বজাত ২০-২৫ জনীয়া এটা বনৰীয়া হাতীৰ জাকে চলোৱ...
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি উপ- নিৰ্বাচন কেন্দ্ৰিক কথাকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। নিৰ্বাচনী বিধি ভংগৰ অভিযোগত জাননী জাৰি কৰাৰ পাছত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ...
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ মাৰোৱাৰী হাস্পতালে লাভ কৰিছে মহানগৰ ভিত্তিক হেল্থকেয়াৰ এক্সেলেন্স এৱাৰ্ড ২০২২। গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিচন ব্লুত যোৱা ২২ মাৰ্চত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্বাস্থ্য সেৱা ক্ষেত্ৰত দেখুৱাই অহা অবদানৰ বাবে নিউজ ১৮ নেটৱৰ্কে মাৰোৱাৰী হাস্পতালক হেল্থকেয়াৰ এক্সেলেন্স এৱাৰ্ড ২০২২ বঁটা...
1যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল; 2পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল। 3পাছত তাইৰ গিৰিয়...
অসমৰ জাপিক লৈ কৰা অপমান সূচক মন্তব্যৰ বাবে অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল বলীউদৰ বহু জনপ্ৰিয় ছবি পৰিচালক-প্ৰযোজক কৰণ জোহৰ। বিগত কেইদিন ধৰি ছ'চিয়েল মিডিয়াত কৰণ জোহৰৰ মন্তব্যই খলকনি তোলা দেখা গৈছিল। অসমৰ বহু লোকেও কৰণৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিছু আবেগিক মন্তব্য আগবঢ়াইছিল। কালাৰ্ছ টেলিভ...
উক্ত অঞ্চলত মাক আৰু ককায়েকৰ সৈতে বাস কৰা কিশোৰীগৰাকীৰ বয়স যেতিয়া ১৩ বছৰ আছিল তেতিয়াই তেওঁ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে। কিশোৰীগৰাকীৰ মাকে সেই সময়তে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ প্ৰায় এবছৰ পিছত কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা যায়। শিশু গৃহত এবছৰ থকাৰ পিছত তেওঁক ঘৰলৈ পঠিয়াই দিয়া হয়।ইয়াৰ পিছতে কিশোৰ...
আশা কৰোঁ তোমালোক কুশলে আছা । মই কামনা কৰোঁ, তোমালোকে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰপৰা অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ গৌৰৱ বঢ়োৱাৰ লগতে যেন নিজ নিজ অঞ্চলবোৰৰোউন্নতি সাধন কৰা । তোমালোকৰ প্ৰত্যেকেই একো একোজন যোগ্যবান নাগৰিক হৈ সামাজিক ব্যাধিবোৰ নিৰ্মূল কৰিব লাগিব । অংকশাস্ত্ৰত এসময়ত ভাৰতবৰ্ষৰ নাম আছিল । আজিও বিজ্ঞান আৰু প্ৰয...
জালনোট চক্ৰৰ বিৰুদ্ধে আজি এক সফল অভিযান চলাই কলিয়াবৰৰ চুলুং আৰক্ষীয়ে এখন বিলাসী গাড়ীত জালনোট সৰবৰাহ কৰা ৭ দুৰ্ধষ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। বিগত বহুবছৰ ধৰি জালনোট ছপা কৰি ঠগবাজীৰে ব্যৱসায় কৰি আছিল ধৃত ব্যক্তি কেইজনে। নকল টকাক সঁচা টকাৰ ৰূপ দি প্ৰৱঞ্চনাৰ জাল পেলাইছিল ধৃত ৭ জনে। গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভ...
আজি পুৱাতেই কামাখ্য মন্দিৰ দৰ্শন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। ঘাইকৈ মিজোৰামৰ নিৰ্বাচনী সভাক উদ্দেশ্য কৰি যোৱানিশা ১১ বজাত অসমত উপস্থিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাতি পোনেপোনে শ্বাহ খানাপাৰাস্থিত তাজ ভিভান্তাত উঠেহি। কাৰ্য্যসূচী অনুসৰি আজি ৮ বজাত তেওঁ কামাখ্যা মন্দি...
মুকালমুৱা : দেশজুৰি দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ প্ৰথমদিনা ৰাজ্যৰ প্রান্তে প্রান্তে প্ৰতিবাদ। মহানগৰী গুৱাহাটীত প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা প্ৰদান। আৰক্ষীয়ে আটক কৰি নিয়ে প্ৰতিবাদকাৰী সকলক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকালমুৱাতো চিপিআই (এম)ৰ লগতে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ম আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চৰ প্ৰতিব...
Saraswati Puja 2020: আজি নে কাইলৈ কোনদিনা কৰিব পূজা? ।which-day-is-auspicious-for-saraswati-puja-29th-or-30th-jan- News18 Assam\nSaraswati Puja 2020: আজি নে কাইলৈ কোনদিনা কৰিব লাগে পূজা?\nUpdated:January 29, 2020, 4:25 PM IST\nএইবাৰ সৰস্বতী পূজাত সিদ্ধি আৰু সৰ্বাৰ্থসিদ্ধি যোগ থকা কথা পঞ্জিকাত উল্লেখ আছে আৰু এয়া অত্যন্...
ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ) - অসমীয়া ৱিকিপিডিয়া\nএই প্ৰবন্ধটো নিপ বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। একে নামৰ ভাৰতীয় পৌৰাণিক চৰিত্ৰটোৰ বাবে প্ৰহ্লাদ চাওক।\n১৪ নবেম্বৰ, ১৯৫৮\nভক্ত প্ৰহ্লাদ (ইংৰাজীঃ Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমীয়া কথাছবি। ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱা...
সদ্য ঘোষিত এ পি এছ চিৰ অধীনৰ অসামৰিক সেৱা (এ চি এছ)পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ হৰিশিঙা আম্বাগাঁৱৰ বাসিন্দা তথা খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ গৱেষক ডাঃ মিথিংগা দৈমাৰীয়ে। উল্লেখযোগ্য যে ২০১৬ চনত খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ২০১৮ চনত উত্তৰ-প্ৰদেশৰ বা...
দেৱালী, দিপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। পােহৰৰ জৰিয়তে মানুহেজীয়াই থকাৰ প্রেৰণা বিচাৰে আৰু যি পােহৰৰ দ্বাৰা মানুহৰ হৃদয়ৰ কালিমা নাশ হয়, সেয়াই দেৱালী। শিশুৰ পৰা পৰা ডেকা বুঢ়...
ডিজিটেল ডেস্ক : উত্তৰ-পূবৰ ৰাজনীতিত এয়া এক বৃহৎ সংঘটন বুলিব পাৰি। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তেওঁৰ ১৭জন বিধায়কৰ ভিতৰত ১১জনক লৈ যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। এই পদক্ষেপৰ পাছতে এতিয়া উত্তৰ পূবৰ ৰাজনীতিত এক বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তৃণমূলে পশ্চিমবংগৰ তেওঁলোকৰ দুৰ্ভেদ্য দুৰ্গৰ পৰাই এতি...
যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ'ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল। যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল। যোচেফে পোটিফৰৰ দৃ...
বিহাৰৰ বৈশালী জিলাত এখন তেলৰ টেংকাৰ বিস্ফোৰণ । এই বিস্ফোৰণটো ইমানেই প্ৰচণ্ড আছিল যে টেংকাৰখনৰ পিছফালৰ অৰ্ধাংশ বহু দূৰলৈকে ছিটিকি পৰে (many people died in Vaishali) । নেশ্য়নেল ডেস্ক, ২৩ নৱেম্বৰঃ বিহাৰৰ বৈশালী জিলাত এখন তেলৰ টেংকাৰ বিস্ফোৰণ হোৱাত তিনিজন লোকৰ মৃত্যু হয় (road accident in Vaishali )। গৌৰাউল আৰক্ষী থানাৰ অ...
1. যিহোৱাৰ নিয়ম-চন্দুক পলেষ্টীয়াসকলৰ দেশত সাত মাহলৈকে আছিল। 4. তেওঁলোকে সুধিলে, "অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?" তেওঁলোকে উত্তৰ দি ক'লে, "তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়। কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই...
নাক (ইংৰাজীঃ nose) হৈছে মেৰুদণ্ডীৰ দেহত থকা একপ্ৰকাৰৰ সংবেদক অংগ। নাকৰ ন্যাসৰন্ধ্ৰইদি শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। নাকৰ পাছফালে অলফেক্টৰি মিউকছা আৰু ছাইনাছ থাকে। নাসিকা গহ্বৰৰ পৰা বায়ু ফেৰিংছৰ মাজেৰে হাঁওফাঁওত প্ৰৱেশ কৰে। নাক হৈছে শ্বাস তন্ত্ৰৰ এটা অংশ। ই বায়ুৰ পৰা অক্সিজেন গ্ৰহন কৰা আৰু কাৰ্বন ডাই অক...
Exclusive: হিন্দু-মুছলমানৰ বিবাহ বিষয়ৰ তনিষ্ক বিজ্ঞাপন বিতৰ্কক লৈ সৰব অমিত শ্বাহ, দিলে বিশেষ বাৰ্তা- News18 Assam\nExclusive: হিন্দু-মুছলমানৰ বিবাহ বিষয়ৰ তনিষ্ক বিজ্ঞাপন বিতৰ্কক লৈ সৰব অমিত শ্বাহ, দিলে বিশেষ বাৰ্তা\nMaths phobia : অংকলৈ কেৱল ছাত্ৰ-ছাত্ৰীয়েই ভয় কৰে নেকি, শিক্ষকেও হেনো ভয় কৰে অংকলৈ ! গৱেষকৰ দাবী শিক...
Happy Birthday Tamannaah Bhatia Affairs Virat Kohli Pakistani Cricketer Abdul Razzaq Bhojpuri South Raya - HBD: দক্ষিণৰ চিনেমাৰ ধুনীয়া অভিনেত্ৰী তামান্না ভাটিয়া (Tamannaah Bhatia) আজি ৩২ বছৰীয়া হৈছেTamannaah bhatia, Virat Kohliৰ দৰে ক্ৰিকেটাৰৰ সৈতে সম্পৰ্কৰ বাতৰি ওলাইছিল- News18 assam\nHome » photogallery » entertai...
এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাটোৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল। এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাটোৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল। Share this: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক আক্ৰমণ অব্যাহত থকাৰ মাজতে সন্দেহ প্ৰকাশ কৰা হৈছে যে ৰাছিয়াক ৩০খন দেশৰ সংযুক্ত গোট NATOৱে আক্ৰমণ কৰিব পাৰে। এতিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাটোৱেও ...
অসম আৰক্ষীত ২৪৫০টা পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ : আজিয়েই কৰক আবেদন\nনিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত এক লাখ লোকৰ বাবে চৰকাৰী চাকৰীৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে কেইবাসহস্ৰ লোকক চাকৰিত মকৰল কৰা হৈছে। শেহতীয়াকৈ আৰক্ষীত নিযুক্তিৰ বাবে চৰকাৰে প্ৰকাশ কৰিছে বিজ্ঞাপন। অসম আৰক্ষীৰ অফিচিয...
অসম চৰকাৰৰ জলসিঞ্চন বিভাগ হ'ল অসমৰ জলসিঞ্চন আঁচনিসমূহৰ দায়িত্বন্যস্ত । বিভাগে কামবোৰ সম্পন্ন কৰে, আঁচনিবোৰ চলাই ৰাখে আৰু তদাৰক কৰে । জলসিঞ্চন বিভাগে কৃষিক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় পৰিকাঠামো তৈয়াৰ কৰে আৰু আমাৰ দেশেও এই কামত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে ।
Home » photogallery » business »১ অক্টোবৰৰ পৰা ৭টা গুৰুত্বপূৰ্ণ নিয়মৰ সালসলনি ! Salaryৰ পৰা Payment System লৈ সকলোতে সলনি হ'ব, আপোনাৰ ক'ত ক'ত লাভ হ'ব ? ১ অক্টোবৰৰ পৰা ৭টা গুৰুত্বপূৰ্ণ নিয়মৰ সালসলনি ! Salaryৰ পৰা Payment System লৈ সকলোতে সলনি হ'ব, আপোনাৰ ক'ত ক'ত লাভ হ'ব ? Changes from 1 October 2021: ছেপ্টেম্বৰ মাহটো ...
জীৱিকাৰ বাবে মহাৰাষ্ট্ৰৰ পুনে চহৰলৈ যোৱা হাইলাকান্দিৰ এজন যুৱক নিখোঁজ হৈছে। নিখোঁজ যুৱকজন হাইলাকান্দি জিলাৰ ৰাজ্যেশ্বেপুৰ দ্বিতীয় খণ্ড গাঁৱৰ আনাম উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে। তিনিমাহ আগতে এটি ব্যক্তিগত প্ৰতিষ্ঠানত যোগদানৰ লক্ষ্যৰে আন ৮ যুবকৰ সৈতে পুনেলৈ গৈছিল আনাম উদ্দিন। গাঁৱৰে কাজল উদ্দিন লস্কৰ নামৰ এজন লোকে কৰ...
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অঞ্চলটোৰ বেছি সংখ্যক পথতে সম্প্ৰতি দিনে-নিশাই ট্ৰেক্টৰ আৰু ডাম্পাৰৰত দৌৰাত্ম্যই পথচাৰীৰ ত্ৰাহিমধুসূদন দেখুৱাইছে। বিশেষকৈ দিনৰ ভাগত শিল-বালি তথা চেইন্ট গ্ৰেভেল কঢ়িওৱা বাহন সমুহে কৃষ্ণাই বজাৰৰ লগতে অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰিছে আনহাতে ৰাতিপুৱা শিল-বালি,চেইন্ট গ্ৰেভেল ...
প্রশ্নঃ যীচু খ্ৰীষ্ট কোন?\nউত্তৰঃ "ঈশ্বৰৰ অস্তিতৃ আছেনে?"ৰ দৰে প্ৰশ্ন নহৈ খুব কম মানুহে যীচুৰ আছিল নে বুলি প্ৰশ্ন কৰে। এইটো সাধাৰণাভাৱে গ্ৰহণ কৰি লোৱা হয় যে যীচু খ্ৰীষ্ট সঁচাকৈ এজন মানুহ আছিল যিজনে পৃথিৱীত খোজ কাঢ়িছিল প্ৰায় ২০০০ বছৰৰ পূৰ্বে ইজ্ৰায়েলত। যেতিয়া যীচুৰ সম্পূৰ্ণ পৰিচয়ৰ কথা ওলাই তেতিয়া বিতৰ্ক আৰম্ভ হয়...
কেপি, বিমল, চিখৰ আদি গুটখা খোৱা কিদৰে বন্ধ কৰিব? এইকেইটা টিপচ জানি লওক । How to quit chewing gutkha in Assamese - Dimpu Baruah\nHome HEALTH TIPS কেপি, বিমল, চিখৰ আদি গুটখা খোৱা কিদৰে বন্ধ কৰিব? এইকেইটা টিপচ জানি লওক । How to quit chewing gutkha in Assamese\nকেপি, বিমল, চিখৰ আদি গুটখা খোৱা কিদৰে বন্ধ কৰিব? এইকেইটা টিপচ ...
শিক্ষা মন্ত্ৰীৰ আশ্বাস যদি পূৰণ হয় তেন্তে এতিয়াৰে পৰা আৰু অসমৰ শিক্ষকে অভিযোগ দাখিলৰ বাবে গুৱাহাটীলৈ আহিব নালাগে। অনলাইনযোগে অভিযোগ দাখিলৰ বাবে শিক্ষা বিভাগে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি গুৱাহাটীত বুধবাৰে আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। "আমি শিক্ষকস...
নাগৰিকত্ব সংশোধনী বিধেয়কখন যিকোনো প্ৰকাৰে বাতিল কৰাৰ দাবীত অসমৰ দল-সংগঠনে প্ৰতিবাদ কৰি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিব গণ স্বাক্ষৰ অভিযান। আজি ৰাজীব ভবনত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা সদৰি কৰে। আজিৰ সংবাদ মেলত বৰাই জনোৱা অনুসৰি অহা ১৪ মে'ৰ পৰা ২৪ মে' লৈকে ৰাজ্যৰ ৩৩ খন জিলা...
লকডাউনৰ সময়ত আমাৰ দেশত কোভিড আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ ৫ শ । ৪ মহীয়া লকডাউনৰ অন্তত আক্ৰান্তৰ সংখ্যা ১১লাখ ৫৫ হাজাৰ আৰু মৃত ২৮ হাজাৰ । দৈনিক বৃদ্ধি ৩৫ হাজাৰ । এই হাৰত বৃদ্ধি হৈ থাকিলে আগষ্টৰ শেষৰ ফালে আক্ৰান্তৰ সংখ্যা ২৫ লাখ হব । এইবোৰৰ সাৰাংশ হ'ল লকডাউন কাৰ্যত বিফল । এই সময়চোৱাত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিধ্বস্ত। শ ...
আহত ৪ আহত ক্ৰমে মৰজিনা বেগম ( ১০)শাহ আলী ৫৫সুলতানা বেগম (৫)শমৰ জান (৪০)এজনী শিশু মৰজিনা খাতুনৰ অবস্হা সংকটজনক ।খেতিত কাম কৰি থাকোতে লাওখোৱা অভয়াৰন্যৰ পৰা অহা এটা প্ৰকাণ্ড বনৰীয়া গাহৰিয়ে আক্ৰমন কৰে চাৰি জনক।মৰজিনা খাতুনৰ অবস্হা সংকট জনক।উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰন। সভা চলি থকাৰ সুযোগতে চুৰে চলালে তাণ্ডৱ। সভাস্...
গুপ্তধনৰ সন্ধান : কি হ'ল Hollywood মাৰ্কা সন্ধানকাৰীৰ বিলৈ\nHOME/ CRIME/TREASURE HUNTING IN SIVASGAR\nPublished on: Nov 15, 2021, 9:35 PM IST\nহলিউদ মাৰ্কা টেকনিকত গুপ্তধনৰ সন্ধান কৰিলে এটা গেঙে । সফল হ'ল নে অভিযান ? জানো আহক ।\nশিৱসাগৰ, 15 নবেম্বৰ : আপুনি ৰহস্য উপন্যাসৰ অনুৰাগী নেকি ? প্ৰাচীন কোনো ৰজা-মহাৰাজাৰ সম্পত্ত...
ডিজিটেল সংবাদ, বটদ্ৰৱা : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে বটদ্ৰৱা আৰু ধিং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী আঙুৰলতা ডেকা আৰু সঞ্জীব বৰাৰ হৈ ধিঙত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে- কংগ্ৰেছ ইতিমধ্যে ধৰাশায়ী হৈছে। বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, বিভিন্ন জাতি-জনগোষ্ঠীয়ে গঢ় দিয়া এই...
মাতৃত্ব সুখময় কৰক : মাতৃত্ব সুখময় কৰক : কস্তুৰবা গান্ধীৰ জন্মদিন ১১ এপ্ৰিলৰ দিনটো সমগ্ৰ দেশতে প্ৰতিবছৰে "ৰাষ্ট্ৰীয় নিৰাপদ মাতৃত্ব দিৱস" হিচাপে পালন কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাপঞ্জীয়কৰ গণনাত দেখা গৈছে যে আমাৰ দেশত প্ৰতি বছৰে একলাখ জীৱিত জন্মৰ ১৬৭ গৰাকী জননীৰ মৃত্যু হয় কেৱল গৰ্ভধাৰণ আৰু প্ৰসৱজনিত কাৰণত।...
Nv গ্ৰহণ কৰাৰ পিছত আপোনাৰ বৃক্ক ত পাৰ্শ্ব-প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে। যদি এয়া হয় তেন্তে ইয়াৰ ব্যৱহাৰ বন্ধ কৰিব। আপোনাৰ চিকিতসকৰ পৰামৰ্শ লওক আৰু তেখেতে কোৱা অনুসৰি কৰক। Nvএ হৃদয়ত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। আপুনি যদি তেনেকুৱা প্ৰভাৱ অনুভৱ কৰে তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক আৰু চিকিতসকৰ পৰামৰ্শৰ পিছতহে পুনৰ আৰ...
১৯৮৬ চনৰ ১৭ জুলাই তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়াত গুঞ্জন ভৰদ্বাজৰ জন্ম হৈছিল। তেওঁ লোক তিনি গৰাকী ভাতৃ-ভগ্নী। তেওঁৰ বায়েক ৰিম্পী দাস এগৰাকী অভিনেত্ৰী। তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন উদ্যোগত অভিনয় কৰে। গুঞ্জন ভৰদ্বাজে প্ৰথমতে সাংগীতিক ভিডিঅ'সমূহত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ভিচিড...
পেট্ৰ'ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে শিৱসাগৰৰ ধাইআলি আঞ্চলিক ছাত্ৰ সন্থাই বামবাৰীত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে। প্ৰতিবাদী আছু'ৰ কৰ্মীসকলে পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ অভাৱনীয় মুল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হায়-হা...
ক'ৰোনাৰ আঁৰ লৈ লুণ্ঠন চলাইছে হিমন্তবিশ্বই ! । Asom Live 24\nক'ৰোনাৰ আঁৰ লৈ লুণ্ঠন চলাইছে হিমন্তবিশ্বই !\nচিকিৎসাৰ নামত স্বাস্থ্য বিভাগৰ ধাপ্পাবাজী, পদে পদে মিথ্যাচাৰ\nভাৰতবৰ্ষত ক'ৰোনা মহামাৰীৰ আতংক সৃষ্টি হোৱা চাৰিমাহ পাৰ হ'ল। হাত চাপৰি বজোৱা, কাঁহী-বাতি কোবোৱা, চাকি-বন্তি জ্বলাই ক'ৰোনা খেদাৰ আজৱ আজৱ কাণ্ডবোৰ এটাৰ পিছত...
ভাৰতৰ অন্যতম ধৰ্মীয় গ্ৰন্থ মহাভাৰতত বহু কথা কোৱা হৈছে যিবোৰ ব্যক্তিজনৰ বাবে শিক্ষা হ'ব পাৰে। যিবোৰ মনত ৰখাটো অতি প্ৰয়োজনীয় কাৰণ এই সৰু সৰু পাঠবোৰে আপোনাৰ গোটেই জীৱনটো সলনি কৰিব পাৰে। মহাভাৰততো আমি এটা শিক্ষা পাইছো যে বিগত সময়ত যিবোৰ ভুল হৈছে, সেইবোৰ আগন্তুক সময়ত পুনৰাবৃত্তি হ'ব নালাগে। যিসকলে ভাল কাম কৰিছে, তেওঁলো...
'যদি মাহেকীয়াৰ সময়ত মহিলা সকলে খাদ্য বনাই তেন্তে নিশ্চিতভাৱে তেওঁ পৰজনমত কুকুৰৰ ৰূপত জন্ম ল'ব,' গুজৰাটৰ স্বামী কৃষ্ণস্বৰূপ দাসৰ মন্তব্য। এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গুজৰাটৰ স্বামী নাৰায়ন ভূজ মন্দিৰৰ স্বামী কৃষ্ণস্বৰূপ দাসে এনেদৰে কৰা বিতৰ্কিত মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই মন্দিৰ ষ্ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বি...
ডিজিটেল ডেস্কঃ দেশৰ ১৯ গৰাকী খেলুৱৈৰ নাম মনোনিত কৰা হৈছে অৰ্জুন বঁটাৰ বাবে। শনিবাৰে ঘোষণা কৰা এই বঁটাৰ বাবে মনোনিত কৰা হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজাক। ইফালে তেওঁৰ লগতে মনোনিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ পুনম যাদৱ। এই বঁটাৰ বাবে মনোনিত হোৱা আন কেইগৰাকীমান খেলুৱৈ হৈছে তেজিন্দৰ পাল সিং টুৰ, মহম্মদ আনাছ,...
আৰিফ আহমেদ, তামুলপুৰ, ১১ নৱেম্বৰ ঃ বিজেপি-ইউপিপিএল দল লগ লাগিলেও কোনো কামত নাহে। বিজেপি বা ইউপিপিএল দলে বিটিচি পৰিষদ দখল কৰিব নোৱাৰে। বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতাৰে চতুৰ্থবাৰৰ বাবে বিটিচি পৰিষদ দখল কৰিব। ইয়াত কোনো শংকা নাই, কোনো সন্দেহ নাই। - এই ভাষ্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰ...
মহানগৰীৰ চিটিবাছৰ বাবে নতুন নিৰ্দেশনা; নিৰ্দিষ্ট ষ্টপেজত নামিব নোৱাৰিবও পাৰে আপুনি!\nগুৱাহাটী , February 21, 2019 7:01 pm\nগুৱাহাটী মহানগৰীৰত আপুনি চিটিবাছত অহা-যোৱা কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপুনি কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কিয়নো গুৱাহাটীত চলি থকা চিটিবাছ সমূহৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে জি...
জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল। মূলতঃ হিন্দু লোক প্ৰধান অঞ্চলটোৰ সৰ্বত্ৰ শান্তি বিৰাজমান। ২০০ বছৰ পুৰণি বাৰেচহৰীয়া ভাওনা মহোৎসৱ[1]ৰ বাবে জামুগ...
কাৰ্বি আংলঙৰ দেইথৰ আৰক্ষী থানা আৰু দেইথৰ বজাৰৰ কাষতে থকা ঐতিহাসিক নুমলীগড়ৰে এটা অংশ বুলি অঞ্চলটোৰ কিছু কিছু লোকে দাবী কৰা এটা ঐতিহাসিক গড়ত এটা চক্ৰই নিঃসংকোচে এস্কেভেটৰ চলাই গড়টোৰ ক্ষতি সাধন কৰি আছে। দেইথৰ অঞ্চলৰ এটা বিশেষ সূত্ৰই এই কথা জানিবলৈ দিছে। খননৰ ফলত নুমলীগড়-চিলনীজান পথৰ দাঁতি দাঁতিয়ে যথেষ্ট দীঘলকৈ থকা এই...
ক'ভিড- ১৯ আৰু বৰ্তমানৰ পৰিস্থিতি-মাণিক পাল\nbyRinku Rajowar Posted at Friday, April 23, 2021\n"The world needs huge positive energy to fight against the negative forces. Go to the centre of your inner being and generate that positive energy for the welfare of the humanity " - Amit Ray .\nওপৰৰ উক্তিটো সম্প্ৰতি সময়ত প্ৰ...
আসন্ন লোকসভা নিৰ্বাচনত কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টি (এন পি পি) দলে নগৰিকত্ব সংশোধনী বিধেয়কক মূল বিষয় হিচাপে গ্ৰহণ কৰিছে। শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে দলটোৰ মুৰব্বী কনৰাড চাংমাই। অসমত ইতিমধ্যে পাঁচটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা ...
The fact behind every news! Search for: FACT CHECK: এই ভাইৰেল ফটোখন বৰ্তমান আতংকৰ সৃষ্টি কৰি থকা কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ৰ নহয়! April 9, 2021 January 28, 2022 Manjori BorkotokyLeave a Comment on FACT CHECK: এই ভাইৰেল ফটোখন বৰ্তমান আতংকৰ সৃষ্টি কৰি থকা কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ৰ নহয়! ভাৰতত কোভিড ১৯ৰ সংখ্যা বৃদ্ধিৰ ...
Biopose এ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় প্ৰভাৱ পেলাব পাৰে। আপুনি যদি তেনেকুৱা পাৰ্শ্ব-প্ৰতিক্ৰিয়া অনুভৱ কৰে, Biopose খোৱা লগে লগে বন্ধ কৰক। ইয়াক পুনৰাই ব্যৱহাৰ কৰাৰ পূৰ্বে আপোনাৰ চিকতসকৰ পৰামৰ্শ লওক। যিবোৰ মহিলাই স্তনপান কৰাই আছে সেইবোৰে Biopose গ্ৰহণ কৰাৰ পিছত গম্ভীৰ ক্ষতিকাৰক প্ৰভাৱ অনুভৱ কৰিব পাৰে। ইয়াক কে...
চুটি ছবিৰ এক পৰিক্ৰমা এতিয়াও মাৰ যোৱা নাই; আমি বিগত বৰ্ষত ইমানেই অধিক সুন্দৰ চুটি ছবিসমূহৰ উপভোগ কৰিলো যে বৰ্তমানেও আমি এই চুটি ছবিসমূহৰ সোঁৱাদ সামৰিব পৰা নাই; ৰোমান্টিক, থ্ৰীলাৰ, বিজ্ঞানভিত্তিক আদি প্ৰায় প্ৰতিটো বিভাগৰেই একোখন সুন্দৰ ছবিৰ সফলতা আমি নিজেই দেখিছো। সঁচা কথা ক'বলৈ গ'লে, চুটি ছবিৰ প্ৰথা যদিও আগৰে পৰা চলি...
আই.আই.টিত নামভৰ্তি পৰীক্ষাত অনুত্তীৰ্ণ হৈও গুগলত পালে ১.২ কোটি টকাৰ চাকৰি - Mahabahoo\nHome/Assam News & Articles/আই.আই.টিত নামভৰ্তি পৰীক্ষাত অনুত্তীৰ্ণ হৈও গুগলত পালে ১.২ কোটি টকাৰ চাকৰি\nমুম্বাই : কোনো এক পৰীক্ষাত অকৃতকাৰ্য হোৱাৰ অৰ্থ এয়া নহয় যে 'সোণোৱালী ভৱিষ্যত'ৰ সপোন সমাপ্ত হৈ পৰিল। এয়া অলপতে প্ৰমাণ কৰিলে মুম্ব...
বিশিষ্ট অভিনেতা গুণ মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে আজি হৃদ ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিং হোমলৈ নি থকাৰ পথতে অভিনেতা গৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। এক শোকবাৰ্তাত সোণোৱালে কয় যে জীৱনকালত প্ৰয়াত গুণ মহন্তই ৰাজ্যখনৰ অভিনয় জগতলৈ যি অৱদান আগবঢ়া...
নতুন দিল্লীঃ ভাৰতত কৰ'না-সর্বনাশৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক দোষাৰোপ কৰিছিল অষ্ট্ৰেলিয়া, ফ্রান্স কিংবা আমেৰিকাৰ ভালেকেইটা সংবাদ মাধ্যমে। এইবাৰ সৰব হৈ পৰিছে প্ৰখ্যাত মেডিকেল জার্নেল 'দ্য ল্যানছেট'-এ।সম্প্রতি প্রকাশিত সম্পাদকীয় পঢ়ি বহুতে কৈছে, উত্তৰ স্বাধীনতাৰ পাছত আন্তর্জাতিক মঞ্চত এনেদৰে কেতিয়াও অপদস্থ হোৱা ...
আজি আমাৰ সমাজখন উন্নতিৰ শিখৰত প্ৰায় দপদপাই উৰিবলৈ লোৱা আমিবোৰে দেখি আছো। কিন্তু এই উন্নতিৰ ঠাইখনত এতিয়াও নান সমস্যাৰে সমাজখন জৰ্জৰিত। এই সমস্যাবোৰৰ ভিতৰত এটা সমস্যা আছে, যাক আমাৰ সমাজে আওকান কৰি আহিছে। সেয়া হৈছে শিশু শ্ৰমিকৰ সমস্যা। ভাৰতবৰ্ষৰ প্ৰতিটো কোণতে শিশু শ্ৰম এটা জটিল সমস্যা হৈ পৰিছে। ই ভৱিষ্যতে কেনেকুৱা এটা ...
i নতুন দিল্লী হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কে .. ফ্লাইবিগ হৈছে ভাৰতৰ ইন্দোৰৰ এখন আঞ্চলিক বিমান সংস্থা।. ইয়াক গুৰুগ্ৰাম-আধাৰিত বিগ চাৰ্টাৰ প্ৰাইভেট লিমিটেডে প্ৰচাৰ কৰে। এয়াৰলাইনটোৱে ২০২০ চনৰ ডিচেম্বৰত ক...
গুৱাহাটী : হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড । হোজাইৰ বৰহোলা গাঁৱত এগৰাকী ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । জানিবলৈ পৰা মতে, শনিবাৰে নিশা মোমায়েকৰ বিবাহ অনুষ্ঠানলৈ গৈছিল শিশুটি । বিবাহস্থলীৰ পৰাই কোনো লোকে শিশুটিক পথাৰলৈ নি ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থা...