text stringlengths 0 188k |
|---|
ব্যৱস্থা গ্ৰহণ – |
১. ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং নিৰ্মাণ কৰি উত্ত আৰু দক্ষিণ পাৰ দুটা সংযোগ কৰি ৰেল পথ আৰু যানবাহন চলাচলৰ বাবে সুগম কৰাৰ পৰিকল্পনা কৰা হয়। ৭৩ কিলোমিটাৰ পথ আৰু ৫ কিলোমিটাৰ সংযোগী পথৰ বাবে মুঠ বাজেট ধাৰ্য কৰা হয় ৪৯৯৬.১৯ কোটি। ইয়াৰ বাবে বাজেট ধাৰ্য কৰা হয় ১৯৯৭-৯৮ চনত। ইয়াৰ অগ্ৰগতি বৰ্তমান সময়ত ৮১.৮৪ শতাংশ। কাম সম্পূৰ্ণ হো... |
২. নুমলীগড় ৰিফাইনেৰী দেশৰ সেৱাৰ অৰ্থে মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে ১৯৯৯ চনত উচৰ্গা কৰিছিল। অক্টোবৰ ২০০০ বৰ্ষত বাণিজ্যিক উত্পাদন আৰম্ভ হোৱাৰ পৰা এন.আৰ.এলে. বিশ্বস্ত প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এতিয়া এই এন.আৰ.এলে. দেশৰ সামাজিক তথা আৰ্থিক দিশত নিজৰ অৰিহণা আগবঢ়াই আহিছে, এন.আৰ.এল. ক মিনি ৰত্ন পি.এ... |
৩. অসম চুক্তিৰ স্বাক্ষৰ কৰ্তা অশোক কাগজ মিলৰ পুনৰুদ্ধাৰৰ কাৰণে, অৰ্থাত অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰক অনুৰোধ কৰা হৈছে যে অশোক কাগজ মিলৰ লগতে মৰাপাট/ নাৰিকলযুক্ত উদ্যোগৰ স্থাপনাৰ সন্দৰ্ভত নিজৰ অভিযোগ/মত আগবঢ়াবলৈ অনুৰোধ কৰা হৈছে যাতে অসম চুক্তিৰ অংশীদাৰ হবৰ কাৰণে অভিযোগ/মত প্ৰস্তুত কৰিব পাৰে, এই উদ্দেশ্যে এই সন্দৰ্ভত গ... |
এ.পি.এম.ৰ পৰিচালক সঞ্চালকে অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ উক্ত প্ৰস্তৱটো চৰকাৰলৈ বিবেচনাৰ বাবে পঠায় আৰু বিষয়টোৰ প্ৰক্ৰিয়া চলি আছে যদিও চূড়ান্ত সিদ্ধান্ত এচিয়াও লোৱা হোৱা নাই। |
৪. শিলঘাটৰ মৰাপাট কল ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ মুকলি হয়। |
৫. ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনা অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো মুকলি কৰে ডিব্ৰুগড়ৰ লেপেটকটাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। |
৬. উত্তৰ গুৱাহাটীত ইতিমধ্যে স্থাপিত হৈছে আই.আই.টি প্ৰতিষ্ঠান। তদুপৰি দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰ অসম বিশ্ববিদ্যালয়. তদুপৰি গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নতিৰ হকেও পৰ্যাপ্ত অনুদান আগবঢ়াইছে। তদুপৰি অসম চৰকাৰে চাৰিখনকৈ ৰাজ্যিক বিশ্ববিদ্যালয় মুকলি কৰিছে ক্ৰমে – (১) কৃষ্ণকান্ত সন্দ... |
৭. গুৱাহাটী মেডিকেল কলেজ হাস্পতালক এখন উন্নত মানৰ চিকিত্সা প্ৰতিষ্ঠান ৰূপে গঢ়ি তোলাৰ কাম ইতিমধ্যে আগবাঢ়িছে। |
৮. ৩১-০৩-২০১৬ তাৰিখত অসমৰ কাৰণে চি.ডি. অনুপাত ৫০.৪২ শতাংশ। |
দফা– ৮ |
দফাঃ |
৮.১ নাগৰিকসকলক নাগৰিকত্ব প্ৰমাণ-পত্ৰ মাথো কেন্দ্ৰীয় চৰকাৰেহে প্ৰদান কৰিব পাৰে। |
৮.২ নাগৰিকত্ব – প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ দূৰ কৰিবলৈ আছু তথা এ.এ.জি.এছ.পি.য়ে কৰা বিৰোধিতাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হয়। |
ব্যৱস্থা গ্ৰহণ – |
৮.১ গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰি কাৰ্যকৰী কৰা |
৮.২ অন্য কোনো ধৰণৰ বিৰোধিতাক গুৰুত্ব দিয়া নহব। |
দফা – ৯: আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষা |
দফাঃ |
৯.১ আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ দিশটোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কোনো বিদেশী নাগৰিকে যাতে বেআইনীভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা। কাঁইটীয়া তাঁৰৰ বেৰ তথা মাটি বা পানীৰ সীমা পাৰ হব খোজাসকলৰ ওপৰত চোকা দৃষ্টি ৰখা। সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলে সমগ্ৰ অঞ্চলটো তহল দিয়ে। মাটি তথা পানীৰেও তেওঁলোকে এই তহলদাৰীৰ দায়িত্ব প... |
৯.২ ইতিমধ্যে উল্লেখ কৰা বিভিন্ন সুৰক্ষামূলক ব্যৱস্থাসমূহৰ উপৰিও আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমাত এক ৰাস্তা নিৰ্মাণ কৰা হব যাতে সুৰক্ষা বাহিনীক পহৰাদাৰী কৰাত সুবিধা প্ৰদান কৰা হয়। যতদূৰ সম্ভৱ সীমা আৰু ৰাস্তাৰ মাজৰ ভূমি মানুহ বসবাস কৰাৰ পৰা মুক্ত ৰাখিব লাগে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নদীৰ পহৰাদাৰীকো তী... |
ব্যৱস্থা গ্ৰহণ – |
১৮. ভাৰত-বাংলা সীমান্তৰ সৰ্বমুঠ দৈৰ্ঘ্য ২৮০.০৬ কিলোমিটাৰ। ইয়াৰ ২০৮.৬৫ কিলোমিটাৰত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু ৭১.৪১ কিলোমিটাৰ বাকী আছে। তদুপৰি ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্য ভূমি এলেকা বাকী অংশ পানীৰে পূৰ্ণ। ৩.৫৯৬ কিলোমিটাৰ মুক্ত অঞ্চলত দলং আৰু পুল আছে। ইয়াৰ ৬.৫ কিলোমিটাৰ ভূমি আৰু ৩.৫ কিলোমিটাৰ কৰিমগ... |
নদী আৰু চৰ অঞ্চলৰ সাম্ভাব্যতা অধ্যয়ন আৰু পৰীক্ষাৰ কাৰণে আৰু ভাৰত চৰকাৰৰ দ্বাৰা “হাই-টেক ফিজিকেল আৰু নন ফিজিকেল বাধা” প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই অঞ্চলসমূহক চীল কৰা হৈছে।এই অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবেও বিভিন্ন কাম কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ, আই.বি.বি.এফ.এল.ডি.ৰ অধীনত ইতিমধ্যে কৰা হৈছে আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিট... |
অসম বাংলাদেশ সীমান্তত বৰ্তমান সীমান্ত সুৰক্ষা বাহিনীৰ অধীনত ৯৪ টা সীমান্ত আৰক্ষী চকা আছে। |
দফা – ১০- চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰা |
দফাঃ |
১০. চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা। জনজাতি অধ্যুষিত অঞ্চলসমূহ আইনী বৱস্থাৰে বেদখলমুক্ত কৰা। |
ব্যৱস্থা গ্ৰহণ – |
অসমত সংৰক্ষিত বেল্ট আৰু খণ্ডত ভূমি প্ৰশাসনপৰিচালিত হয় অসম ভূমি আৰু ৰাজহ বিনিয়ম, ১৮৮৬ ৰ অধ্যায় দহ অনুসৰি। এনে ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ। |
দফা – ১১ – বিদেশীসকলৰ দ্বাৰা স্থাৱৰ সম্পত্তিৰ অধিগ্ৰহণ সীমিত কৰা |
দফাঃ |
১১. এইটো সুনিশ্চিত কৰিব লাগিব যে প্ৰাসংগিক আইন অনুসৰি অসমত বিদেশীসকলৰ দ্বাৰা স্থাৱৰ সম্পত্তি অধিগ্ৰহণ সীমিত কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। |
ব্যৱস্থা গ্ৰহণ – |
অসম ভূমিৰ এল্যিনেচন (বিনিময়) আইন ১৯৮০ অনুসৰি অসমত বিদেশীৰ দ্বাৰা স্থাৱৰ সম্পত্তি অধিগ্ৰহণ সীমিত কৰা। |
(এক ক্ৰমাগত প্ৰক্ৰিয়াত ধাৰা ১০ আৰু ১১ক ৰূপান্তৰিত কৰা হয়। বনাঞ্চলৰ ভূমি, পি.জি.আৰ.ভি.জি.আৰ. আৰু অন্যান্য চৰকাৰী ভূমিত সময়ে সময়ে আইনৰ সহায়ত উচ্ছেদ চলাই থকা হৈছে।) |
দফা – ১২ জন্ম-মৃত্যুৰ পঞ্জীয়ন |
দফাঃ |
১২. জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন যাতে সময় মতে, সঠিকভাৱে হয় তাৰ প্ৰতি লক্ষ্য ৰখা। |
ব্যৱস্থা গ্ৰহণ – |
এই ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ ৰাজ্যৰ ৬৯৫টা কেন্দ্ৰত জন্ম তথা মৃত্যুৰ পঞ্জীয়ন কৰোৱা হয়। তদুপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিশেষ সহযোগত বৰ্তমান কম্পিউটাৰ ব্যৱস্থাৰ জৰিয়তে অনলাইন প্ৰমাণ-পত্ৰ প্ৰদানৰো চিন্তা-চৰ্চা কৰা হৈছে। |
দফা – ১৩ |
দফাঃ |
১৩. সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ সদস্যসকলে এখন উন্নয়নশীল দেশ নিৰ্মাণত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে আন্দোলন বন্ধ কৰাৰ কথা ঘোষণা কৰে। |
ব্যৱস্থা গ্ৰহণ – |
এই ক্ষেত্ৰত দুয়োটা সংগঠনে আন্দোলন বন্ধ কৰে। |
দফা – ১৪ |
দফাঃ |
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে সন্মতি প্ৰদান কৰিছে- |
ক. সৌহাৰ্দ্যমূলক মনোভাৱেৰে অসম আন্দোলনৰ ভুক্তভোগীসকলক নিযুক্তি প্ৰদানৰ ব্যৱস্থাটো গ্ৰহণ কৰা। |
খ. আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্য প্ৰদানৰ দিহা কৰা। |
গ. সৌহাৰ্দ্যমূলক মনোভাৱেৰে প্ৰশাসনিক বিভাগ পৰীক্ষাত অৱতীৰ্ণ হবলৈ বয়সৰ উৰ্দ্ধসীমা বঢ়োৱাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে। কিয়নো অসম চুক্তিৰ সময়ছোৱাৰ প্ৰভাৱ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা সমূহতো পৰিলক্ষিত হৈছিল। |
ঘ. আৱদ্ধকৰণৰ ক্ষেত্ৰতো পুনৰ পৰ্যবেক্ষণৰ ব্যৱস্থা, লগতে জঘন্য অপৰাধত অভিযুক্তসকলক বাদ দি আন্দোলনৰ সন্দৰ্ভত অপৰাধীক অপৰাধৰ আৰোপি ব্যক্তিৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰে। |
ঙ. যদি কোনো জাননী জাৰি কৰা/নিষেধাজ্ঞাৰ আদেশ থাকে তাক বিবেচনা কৰা। |
ব্যৱস্থা গ্ৰহণ – |
আন্দোলনৰ প্ৰসংগত কৰমচাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্ঙা গ্ৰহণৰ অভিযোগ প্ৰত্যাহাৰ কৰা হয় আৰু অসম প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়া হয়। |
২০১৬ চনৰ ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনা অসম আন্দোলনৰ শ্বহীদসকললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।<eot>যোৱা ২৬ জুনত বন বিভাগৰ এটা দলে গুৱাহাটী মহানগৰীৰৰ পৰা য়াকুব আলী নামৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰীজনক আটক কৰাৰ পিছত আলীক কৰা জেৰাৰ পৰা বহু কথাৰ সম্ভেদ পাইছে। আলীৰ স্বীকাৰোক্তিৰ পৰাই আলীয়ে তেওঁৰ শাহুৱেকৰ হাতত গঁড়ৰ খৰ্গ ... |
আজি এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰি আৰক্ষী আৰু নৰ্ডাৰ্ন ৰেঞ্জে য়াকুব আলীৰ শাহুৱেক ফাতেমা খাটুনক গ্ৰেপ্তাৰ কৰিছে। |
ইয়াৰ পূৰ্বে য়াকুব আলীৰ স্বাকাৰোক্তিৰ ভিত্তিত চোৰাংচিকাৰীজনৰ চতিয়াস্থিত ঘৰৰ পৰাও আৰক্ষীয়ে চোৰাংচিকাৰত ব্যৱহৃত এটা ৩০৩ ৰাইফল, এটা চাইলেঞ্চাৰ, এটা লেজাৰ লাইট আৰু ২৪জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছিল। |
উল্লেখযোগ্য যে বহু দিনৰ পৰা গঁড় হত্যাত জড়িত য়াকুব আলী কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাত জড়িত আছিল। যোৱা ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰো মূল অভিযুক্ত আছিল ইয়াকুব আলী। আনহাতে ২০১৪ চনৰ গঁড় হত্যাৰ এটা গোচৰতো তেওঁ অভিযুক্ত। সেই গোচৰত চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল আৰু চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদাল... |
Recent News |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰতিবাদী আছু’ৰ কৰ্মীসকলে পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ অভাৱনীয় মুল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হায়-হায়, বিজেপি চৰকাৰ হায়-হায়, আছু জিন্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে। |
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চৈয়দ আব্দুল মোক্কাদ্দিছে কয় যে ইন্ধনজাত সামগ্ৰীৰ মুল্য দৈনিক অভাৱনীয়ভাৱে বৃদ্ধি পাই থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাতো চৰকাৰখনৰ চৰম ব্যৰ্থতা। |
চৰকাৰে শীঘ্ৰেই মুল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব লাগে বুলি আছু নেতাজনে দাবী উত্থাপন কৰে। |
আনহাতে, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ অজুহাতত যাত্ৰীবাহী বাহনৰ ভাড়া ৩ অক্টোবৰৰ পৰা বৃদ্ধি পাব। প্ৰায় ৫০ শতাংশ ভাড়া বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি ৰাইজৰ মূৰত এক ডাঙৰ বোজা আহি পৰিব। |
Recent News |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু |
মহাৰাষ্ট্ৰত ফুটব্ৰীজ খহি ৰেলপথত বাগৰি পৰিল যাত্ৰী: এগৰাকী নিহত, আহত ২০ গৰাকী |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিজেপি নেতা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। জগদীশ গৌড়া আৰু তেওঁৰ পুত্ৰ তিলক গৌড়াৰ বিৰুদ্ধে দলিতসকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। |
ইপিনে, ঘটনাটোৰ পিছৰে পৰা দুয়ো পলাতক হৈ আছে। কৰ্ণাটক আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান চলাই আছে। |
লগতে পঢ়ক: ৰাজধানীতে অসুৰক্ষিত নাৰী: নিচাজাতীয় দ্ৰব্য পান কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ তিনি দুৰ্বৃত্তৰ |
আৰক্ষীৰ মতে দলিতসকল কফি বাগানৰে শ্ৰমিক। কেইবাটাও পৰিয়ালে মালিকপক্ষৰ পৰা মুঠ ৯ লাখ টকা ঋণ লোৱা বুলি দাবী কৰা হৈছে। টকা ঘূৰাই দিব নোৱাৰাত জগদীশ আৰু তেওঁৰ পুত্ৰই এই অমানৱীয় পদক্ষেপ লৈছিল। চাৰিটা পৰিয়ালৰ ১৬ জন সদস্যক কফি খেতিত তেওঁলোকৰ ঘৰতে বন্দী কৰি ৰখা হৈছিল। |
তেওঁলোকে শ্ৰমিকসকলক টকা ঘূৰাই নিদিয়াৰ বাবে অকথ্য নিৰ্যাতন চলায়। ১৬ জন লোকক গোটেই দিন আটক কৰি ৰখা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি ৮ অক্টোবৰত কিছুমান লোক বালেহোন্নুৰ আৰক্ষী চকীলৈ আহি জনাইছিল যে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বলপূৰ্বক কফি বাগানত আৱদ্ধ কৰি ৰখা হৈছে। তেওঁলোকক জগদীশ গৌড়াই নিৰ্যাতন চলাইছে। কিন্তু সেইদিনা পলমকৈ অভিয... |
পিছদিনা বন্দী অৱস্থাত থকা এগৰাকী গৰ্ভৱতী মহিলা অসুস্থ হৈ পৰে। বিজেপি নেতা পিতৃ-পুত্ৰৰ অত্যাচাৰৰ বাবে তেওঁৰ গৰ্ভপাত হোৱা বুলি অভিযোগ কৰা হৈছে। অসুস্থ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে গোটেই বিষয়টো পোহৰলৈ আহে। |
চিক্কামাগালুৰু আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে দলিত শ্ৰমিকসকলক ১৫ দিনৰ বাবে গৃহবন্দী কৰি ৰখা হৈছিল। অৰ্পিতা নামৰ এগৰাকী অসুস্থ গৰ্ভৱতী মহিলাই কয়, “মোক বন্দী কৰি ৰখা হৈছিল। মোক গালি দিয়া হৈছে, মাৰপিট কৰা হৈছে। তেওঁলোকে মোৰ ফোন কাঢ়ি লৈ গৈছে।‘’ |
লগতে পঢ়ক:গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া! |
অৰ্পিতাৰ মাতৃয়ে কয় যে ছোৱালীজনী দুমাহৰ গৰ্ভৱতী আছিল। তেওঁক জগদীশ গৌড়াই প্ৰহাৰ কৰিছিল। ইপিনে, স্থানীয়ভাৱে গেৰুৱা নেতা বুলি পৰিচিত জগদীশ গৌড়া এজন নেতা নহয়, এজন সাধাৰণ বিজেপি সমৰ্থক বুলিহে দাবী কৰে স্থানীয় বিজেপি নেতৃত্বই। |
Recent News |
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ অএনজিচি কলনীস্থিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা মুকলি মঞ্চত শনিবাৰৰ পৰা শাসনাধিষ্ঠিত বিজেপি দলৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰম্ভ হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্রথম দিনাৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ... |
বর্তমান ৰাজনৈতিক পেক্ষাপট, আগন্তুক ২১ ৰ বিধান সভা নিৰ্বাচন, চ’ছিয়েল মিডিয়া ইত্যাদি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হ’ব এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যুৱ মৰ্চাৰ সদস্য সকলক উৎসাহিত কৰাৰ লগতে বিজেপি চৰকাৰে কৰা উন্ধয়ণমূলক কামৰ বাবে ৰাইজে পুনৰ দলক শাসনলৈ আনিব বুলি আশা ... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 7 0 CommentsBy: Sangbad 365 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.