text stringlengths 0 188k |
|---|
September295 |
August329 |
July355 |
June267 |
May204 |
April156 |
March157 |
February130 |
January163 |
December161 |
November174 |
October195 |
September259 |
August352 |
July311 |
June279 |
May337 |
April235 |
March227 |
February78 |
January118 |
অসমীয়া সাহিত্যৰ চানেকি |
অসমীয়া সাহিত্যৰ চানেকি হৈছে প্ৰথম অসমীয়া একমাত্ৰ দৈনিক ৱেব আলোচনী । অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণ কৰাৰ লগতে ন পুৰণি সাহিত্যিক সকলক জনসংযোগ (ইন্টাৰনেট) জগতত উচিত স্বীকৃতি দিয়াৰ এক প্ৰয়াস । আপোনাৰ সৃষ্টিৰাজিক সঠিক স্থান দিয়াৰ এক বিৰল প্ৰেক্ষাপটত আহক সহযোগি হওঁক এই যাত্ৰাৰ<eot>এইবাৰ সোপাধৰাৰ পৰিৱৰ্তে চোৰৰ উৰাবাতৰিৰ ফলত হো... |
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও যুৱকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। ফলত স্বাভাৱিকতে এই ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। |
উল্লেখযোগ্য যে হোজাই-কাৰ্বি আংলং সীমান্তৰ গাঁও সমূহত ব্লেড, পঘা লৈ চোৰ সোমোৱা বুলি একাংশ দুষ্কৃতিকাৰীয়ে অপপ্ৰচাৰ চলায়। ফলত অঞ্চলটোৰ স্থানীয় ৰাইজ উত্তেজিত হৈ আছিল। |
আনহাতে মণিপুৰত কৰ্মৰত ৰতন বৰদলৈ শুকুৰবাৰে নিজ ঘৰলৈ ৰে’লেৰে উভতি আহিছিল। ৰে’লেৰে আহি থকা অৱস্থাত চাপৰমুখ ষ্টেইশ্যন বুলি নিশা ভুলক্ৰমে হোজাই ৰে’ল ষ্টেইশ্যনত নামে আৰু পুৱাৰ ভাগত পথভ্ৰষ্ট হৈ কোমোৰাকটা গাঁৱত প্ৰৱেশ কৰে। |
ইফালে সেই সময়তে কোমোৰাকটা গাঁৱৰ স্থানীয় ৰাইজে ৰতন বৰদলৈক আবদ্ধ কৰি বহু প্ৰশ্ন কৰিবলৈ ধৰে। আৰু পিছলৈ স্থানীয় ৰাইজে যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰে। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ৰাষ্ট্ৰীয় উদ্যানখনত ২০১৮ চনৰ ত্ৰয়োদশ গঁড় গণনাৰ সময়ত ২৪১৩ টা গঁড়ৰ অৱস্থিতিৰ তথ্য প্ৰকাশ পাইছিল। এইবাৰ চতুৰ্দশ গণনাত এই সংখ্য ২৬১৩ টালৈ বৃদ্ধি পাইছে। |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই যোৱা ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চ ২০২২ লৈ চতুৰ্দশ গঁড় গণনাৰ কাম সম্পন্ন কৰে৷ ইয়াৰে ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৭৬ টা কম্পাৰ্টমেন্টত আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৮ টা কম্পাৰ্টমেন্টত গঁড় গণনা কৰা হয়। |
এই গণনা কাৰ্যত মুঠ ৬৪ জন গণনাকাৰী, ১২ গৰাকী পৰ্যবেক্ষক, ৪৯ গৰাকী সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও ৫০ টা হাতী আৰু মাউটৰ লগতে প্ৰত্যক্ষভাৱে ২৫২ গৰাকী বনকৰ্মীক জড়িত কৰা হয়। |
এই চতুৰ্দশ গঁড় গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুঠ ২৬১০ টা গঁড় পোৱা যায়। |
তথ্য অনুসৰি ৭৫০ টা প্ৰাপ্ত বয়স্ক মতা গঁড়, ৯০৩ জনী প্ৰাপ্ত বয়স্ক মাইকী গঁড়, ১৭০টা লিংগ নিৰূপন নোহোৱা প্ৰাপ্ত বয়স্ক গঁড়, ১১৬ টা মতা ডেকেৰুৱা, ১৪৬ জনী মাইকী ডেকেৰুৱা, ১০৩টা লিংগ নিৰূপন নোহোৱা ডেকেৰুৱা গঁড়, ২৭৯ টা চেমনীয়া আৰু ১৪৬ টা পোৱালী গঁড় পোৱা গৈছে। |
২০১৮ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক ভাল খবৰ বুলি কব পাৰি। অসম গৌৰৱ এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা পৃথিৱী বিখ্যাত। |
সেয়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাত উদ্যান কৰ্তৃপক্ষই এক আশাৰ বতৰা বুলি অভিহিত কৰিছে। |
Recent News |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
127 |
VIEWS |
Share on FacebookShare on Twitter |
গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত এতিয়া আতংকৰ অন্য এটা নাম “ডিঙি কটা মানুহ” ৷ সন্ধিয়া এন্ধাৰ নামি অহাৰ লগে লগে হাতত চোকা অস্ত্ৰ লৈ সীমান্তবৰ্তী গাঁৱসমূহত প্ৰৱেশ কৰে ডিঙি কটা মানুহৰ এটি দলে (গলা কটা মানুহ)৷ ঘৰৰ দৰ্জাত টুকুৰিয়াই দি দৰ্জা খোলা মাত্ৰেই গৰাকীৰ ডিঙি কাটি দিয়ে দলটোৱে ৷ |
হয়, অসম মেঘালয় সীমান্তত ডিঙি কটা মানুহৰ এই উৰাবাতৰিয়ে ব্যাপক আতংকৰ সৃষ্টি কৰিছে ৷ একংবিশ শতিকাতো এনে উৰাবাতৰিৰ বশৱৰ্তী হৈ কোনো কোনো গাঁৱত ৰাইজে নিশা পহৰা দিয়াৰো ব্যৱস্থা কৰিছে ৷ এই ডিঙি কটা মানুহৰ ভয়ত এতিয়া ইপাৰ সিপাৰ নেদেখা হৈছে অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো অধ্যষিত অঞ্চল সমূহৰ লোকে ৷ |
উৰাবাতৰিত ভোল গৈ বহু লোকে ঘৰ বাৰী এৰি মেঘালয়ৰ সম্পৰ্কীয় লোকৰ ঘৰত আশ্ৰয় লোৱাৰো খবৰ লাভ কৰিব পৰা গৈছে ৷ একাংশ লোকৰ মতে, মেঘালয়ৰ পাহাৰৰ পৰা নামি আহে ডিঙি কটা দলটি ৷ চোকা অস্ত্ৰৰে সজ্জিত দলটি ঘৰত প্ৰবেশ কৰি শৰীৰৰ আন কোনো ঠাইত আঘাত নকৰি কেৱল ডিঙিটোহে লক্ষ্য কৰে ৷ ডিঙি কাটি মূৰটো লৈ যায় দলটিয়ে ৷ |
একাংশ অশিক্ষিত লোকৰ মতে কাটি নিয়া মূৰটো কোনো দেৱতাৰ ওচৰত অৰ্পণ কৰে। আন একাংশৰ মতে শিৰচ্ছেদ কৰা মুৰটোৰে ব্যৱসায় কৰে ৷ মূঠৰ ওপৰত ডিঙি কটা মানুহৰ উৰা বাতৰিয়ে গ্ৰাস কৰিছে সীমান্তবৰ্তী গাৰো গাঁৱ সমূহ ৷ কেৱল গাৰো গাঁৱসমূহতহে প্ৰৱেশ কৰে ডিঙি কটা দলটি ৷ লক্ষ্য কেৱল গাৰো অধ্যষিত গাঁৱসমূহ ৷ এনেধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এতিয়া ... |
অৱশ্যে অশিক্ষিত একাংশ লোকে এই উৰাবাতৰিত ভোল গৈ নিজৰ নিৰাপত্তাৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও শিক্ষিত লোকসকলে এই উৰাবাতৰি বিৰুদ্ধে সচেতন হৈছে ৷ সীমান্তৱৰ্তী কাছুমাৰী গাঁৱৰ গাঁওবূঢ়া ট্ৰুমেন মাৰাকে এই উৰাবাতৰিৰ সন্দৰ্ভত কয় যে বৃহত্তৰ কাছুমাৰী,বায়দা,নোৱাপাৰা,কাছীঘাগ্ৰা,ডেকৰী, হুদাকনা,কালাইটুলী,ঝাৰীখান্দী, খংখ... |
উৰাবাতৰিয়ে যাতে কোনো কাৰণতে প্ৰশ্ৰয় নাপায় তাৰ বাবে সজাগ হৈছে সকলো ৷ নিশা আৰক্ষীৰ সহযোগত গাঁৱসমূহত নৈশ পহৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ইফালে গাৰো গাঁৱসমূহক লক্ষ্য কৰি কোনো দুষ্ট চক্ৰই যে উৰাবাতৰি বিয়পাইছে সেয়া নিশ্চিত ৷ কোনে কি কাৰণত এনেধৰণৰ উৰাবাতৰি বিয়পাইছে তাক লৈয়ো চিন্তিত গোৱালপাৰা প্ৰশাসন কিম্বা সচেতন মহল ৷ |
জানিব পৰা মতে, কৃষ্ণাই থানাৰ আৰক্ষীয়ে এই উৰাবাতৰিৰ বিৰুদ্ধে যথেষ্ট তৎপৰ হৈছে ৷ আৰক্ষীয়ে প্ৰতিনিশা গঞা ৰাইজৰ সহোযোগত নৈশ তালাচী বহুৱাইছে স্পৰ্শকাতৰ কেতবোৰ এলেকাত ৷ এতিয়া কোনে কি কাৰণে কি উদ্যেশ্যৰে সীমান্তৱৰ্তী সাধাৰণ খাটি খোৱা মানুহক আতংকৰ বীজ বিয়পাইছে সেয়া চিন্তনীয় বিষয় ৷ |
Recent News |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নিহত লোকজনক ভগামুৰৰ নিৱাসী হুছেইন আলীৰ পুত্ৰ ৰছিদুল হ’ক (৩০) বুলি জানিব পৰা গৈছে। |
প্ৰাপ্ত তথ্য মতে চামগুৰি বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰছিদুল হ’কে আজি সন্ধ্যা প্ৰায় ৬:৩০ বজাত তেলিয়াচাপৰি অঞ্চলৰ এটা ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰি থকাৰ অৱস্থাত বিজুতি ঘটি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে। |
ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰি কাৱৈমাৰি আৰক্ষী চকীৰ এটা আৰক্ষীদল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। |
অনাকাংক্ষিত উক্ত ঘটনাটোৱে সমগ্ৰ চামগুৰি অঞ্চলতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হয়। |
Recent News |
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ! |
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বৈঠকত উপস্থিত থাকি প্ৰদান কৰা ভাষণত শ্ৰী অমিত শ্বাহে কয় যে কেইবা দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ পথত তিনিটা ডাঙৰ বাধা আছিল, সেয়া হৈছে – উগ্ৰপন্থী গোটবোৰৰ দ্বাৰা হিংসাত্মক কাৰ্যকলাপ আৰু অস্থিৰতাৰ সৃষ্টি, উত্তৰ-পূৰ্বাঞ্চলত ৰে’লপথ, স্থলপথ আৰু বিমান যোগাযোগৰ অভাৱ আৰু পূৰ্বৰ চৰকাৰসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্... |
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমগ্ৰ ভাৰতে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি, খাদ্য আৰু পোছাকক ইয়াৰ ঐতিহ্য হিচাপে গণ্য কৰে আৰু মোডী চৰকাৰে এই অঞ্চলৰ প্ৰাকৃতিক পৰিচয়ৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে যথাসম্ভৱ সকলো প্ৰচেষ্টা চলাই আছে। তেওঁ কয় যে মোডী চৰকাৰে বিগত ৮ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো সমস্যাৰ মূল কাৰণবোৰ... |
শ্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক বান নিয়ন্ত্ৰণ, জলসিঞ্চন, পৰ্যটন, বনানীকৰণ আৰু কৃষিৰ বাবে NESAC তথ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যসমূহত NESAC ৰ বাবে এজন নোডেল বিষয়া নিয়োগ কৰিব লাগে, যাতে এই মঞ্চখন সৰ্বাধিক আৰু উন... |
কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে বিশ্বাস কৰে যে দেশৰ সকলো ভাষাকে একেলগে লৈহে দেশৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰাথমিক শিক্ষা মাতৃভাষাত থাকিব লাগে ব্যৱস্থা ৰখাও হৈছে। |
শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ অৰ্থনীতি বৰ্তমান বিশ্বৰ পঞ্চম স্থানত আছে আৰু বিশ্বত ইয়াৰ স্থান দ্বিতীয়লৈ লৈ যাবৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দ্বাৰা বিত্তীয় অনুশাসনৰ যোগেদি এইক্ষেত্ৰত অৰিহণা যোগোৱাটো অতি প্ৰয়োজনীয়। প্ৰাকৃতিক কৃষি আৰু ডিজিটেল কৃষিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি শ্ৰী শ্বাহে কয় যে প্ৰাকৃতিক কৃষিকাৰ্... |
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোডী চৰকাৰ বানমুক্ত আৰু ড্ৰাগমুক্ত উত্তৰ-পূৱৰ দৰে গুৰুত্বপূৰ্ণ অভিযানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বান প্ৰতিৰোধ ব্যৱস্থা সন্দৰ্ভত শ্ৰী শ্বাহে কয় যে জলবিদ্যুৎ প্ৰকল্পসমূহৰ উদ্দেশ্য কেৱল শক্তি উৎপাদন নহয়, বান প্ৰতিৰোধৰ বাবেও সেইবোৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও, ২৭১ টা আৰ্দ্ৰভূমিৰ আদৰ্শ ... |
Related |
পুৱাই মা কামাখ্যাৰ আশীষ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে |
উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ পৰ্যালোচনা নীতিন গাডকাৰীৰ |
অমিত শ্বাহ-জে পি নড্ডাই গুৱাহাটীত উদ্বোধন কৰিলে বিজেপিৰ কাৰ্যালয় |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,587 other subscribers |
Tagged: Amit Shah, North East Council |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ |
আৰ্জেণ্টিনা (২) বনাম মেক্সিকো (০) | বিশ্বকাপৰ Tactical Analysis |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.