text
stringlengths
0
188k
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো
Read More...
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ
November 27, 2022 20 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ
Read More...
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন
November 26, 2022 13 0 CommentsBy: Sangbad 365
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>২০২১ বৰ্ষটো আমি সকলোৱেই এটা ৰথৰ চকাৰ গতিৰে পাৰ কৰি অৱশেষত অন্তিম ক্ষনত উপস্থিত হৈছোঁহি। আৰু কেইটামান দিন আৰু ঘন্টাৰ পাছত আমি ২০২২ চনৰ আমাৰ দিনলিপি লিখিবলৈ আৰম্ভ কৰিম । বিগত বছৰ দুটাত ভয...
বিগত দুই বছৰ ধৰি কেউদিশে মাথো অনিশ্চয়তা, হতাশা আৰু আতংকৰে পৰিবেষ্টিত এক নেতিবাচক পৰিবেশ । কিন্ত এই হতাশাগ্ৰস্ত পৰিবেশৰ মাজতো ক্রীড়া, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, কৃষি, সাহিত্য, কলা আৰু সংস্কৃতিৰ দিশত দেশখনৰ লগতে ৰাজ্যখনলৈ সফলতা কঢ়িয়াই অনা কিছুমান শেহতীয়া খবৰে জনগনক বাৰুকৈয়েই আনন্দিত আৰু উৎসাহিত কৰি তুলিছে। এই জটিল ...
পূৰ্বপুৰুষৰ গৌৰৱময় ইতিহাস আৰু সুকীৰ্তিৰে বৰ্তমানৰ প্ৰবীণ সমাজে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি উচিত পথেৰে বিকাশ আৰু উন্নতিৰ দিশত আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰা উচিত।
এবাৰ তথাগত বুদ্ধ এখন ভিতৰুৱা গাঁৱত গৈ উপস্থিত হোৱাত গাঁওখনৰ মানুহে তেওঁক বেঢ়ি ধৰি ঈশ্বৰ দেখিবলৈ কেনেকুৱা বুলি প্ৰশ্ন কৰিছিল। তেতিয়া প্ৰভূ তথাগতে তেওঁৰ শিষ্যসকলক চাৰিজন অন্ধ মানুহ আৰু এটা হাতী বিচাৰি আনিবলৈ ক'লে ।
অৱশেষত চাৰিজন অন্ধ আৰু এটা হাতী শিষ্য সকলে আনি মহাপ্ৰভু শাক্যমুনিৰ সন্মুখত হাজিৰ কৰাইছিল। প্ৰভূ তথাগতে চাৰিওজন অন্ধক হাতীটো চুই চাবলৈ ক'লে । প্ৰভূৰ আদেশ শুনি এজন অন্ধই হাতীটোৰ এখন ভৰিত দ্বিতীয়জনে কানত, তৃতীয়জন পেটত আৰু চতুৰ্থজনে নেজডালত সাৱটি ধৰিছিল। তাৰপাছত হাতী দেখিবলৈ কেনেকুৱা বুলি মহাপ্ৰভু তথাগতে প্ৰশ্ন কৰাত প্ৰথম...
আমাৰ সমাজৰ প্ৰবীণ সকল নবীন সকলৰ বাবে এক আদৰ্শ তথা প্ৰেৰণা, সাহস ,আস্থা আৰু ভাৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰিব লাগে । এটা সুন্দৰ ভবিষ্যত জীৱন আৰু এখন সুস্থিৰ আৰু প্ৰগতিশীল সমাজৰ বাবে এজন উত্তৰ পুৰুষৰো সমানে দায়িত্ব আছে। বৌদ্ধ ধৰ্মৰ জেন সাধুকথাৰ প্ৰচাৰক হাকুইন একাকুৱে এটা সৰু গল্পৰ জৰিয়তে খুব সুন্দৰভাৱে উত্তৰ পুৰুষৰ দায়বদ্ধ...
নিপ্পন দেশৰ কুৱাটোৰ এজন খেতিয়ক বুঢ়া হৈ পৰিব ধৰাত মৃত্যুৰ আগতে তেওঁ নিজৰ ডেকা লৰাজনক খেতি খোলাৰ কথা শিকাই বুজাই পাকৈত কৰি তোলাৰ কথা ভাবিছিল। ভবামতেই বুঢ়া খেতিয়কজনে বিচক্ষণতাৰে কম সময়ৰ ভিতৰত নিজৰ লৰাটোক শিকাই বুজাই কৃষিকৰ্মৰ সকলো দায়িত্বভাৰ গটাই দিছিল। তথাপিও নিজৰ উদ্যম দমাই ৰাখিব নোৱাৰি বুঢ়াই পুতেকক খেতি খোলাৰ কামত ...
লাহে লাহে খেতিয়কজন আলৰ বুঢ়া হৈ পৰাত খেতিৰ কামত আগভাগ লব নোৱাৰিছিল যদিও নিতৌ পথাৰৰ এচুকত বহি পুতেকৰ কাম বন চাইছিল । বুঢ়াই সদায়েই গৈ পথাৰৰ এচুকত দিনৰ দিনটো এনেয়েই বহি থকা কাৰ্য্যটো দেখি দেখি পুতেক লাহে লাহ বিৰক্ত হৈ পৰিছিল। এদিন বুঢ়াৰ পুতেকে ইয়াৰ কিবা এটা হেস্তনেস্ত কৰিব লাগিব বুলি মনতে ঠিৰাঙ কৰি এটা কফিনত পথাৰলৈ লৈ...
প্ৰবীণ সকল সমাজৰ বাবে অনুভৱ আৰু অভিজ্ঞতাৰ এখন দাপোন স্বৰূপ। তেওঁলোকৰ অভিজ্ঞতা, বুদ্ধি আৰু জ্ঞানক নবীন সকলে উপেক্ষা কৰা মানেই মূৰ্খালি কৰা হ'ব । জীৱনৰ অন্তিম ক্ষণলৈ যিদৰে এজন মানুহে শিকিব পাৰে ঠিক তেনেদৰে শিকাবও পাৰে। মাথো শিকাব আৰু শিকিবলৈ আগ্ৰহ থাকিব লাগে । এই আগ্ৰহেই হৈছে সমাজৰ হিত তথা কল্যাণ সাধনৰ প্ৰধান সমল । সমাজৰ...
গতিকে আহঁকছোন আমি সকলোৱেই নিজৰ দায়িত্ববোধ পালন কৰি আমাৰ উত্তৰপুৰুষ সকলৰ সোণালী ভৱিষ্যত কামনা কৰি নববৰ্ষৰ প্ৰথম দিনটোতে কিছু সংকল্প লওঁ ।
১৷ পৃথিৱীৰ সবাতোতকৈ উত্তম গ্ৰন্থ 'শ্ৰীমদ্ভগৱদগীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল, সখা ধন সম্পত্তিতকৈ মানুহৰ ডাঙৰ সম্পদ হ'ল চৰিত্ৰ। চৰিত্ৰৰ অধঃপতনেই হ'ল সকলো সমস্যাৰ কাৰণ । আজি দেশ তথা ৰাজ্যখন চানি ধৰা অপৰাধ অপকৰ্মবোৰৰ গুৰিতেই হ'ল সমাজ আৰু শিক্ষা ব্যৱস্থাত শিষ্টাচাৰ তথা চৰিত্ৰৰ আদিপাঠৰ অভাৱ। ক্ষেত্ৰত সচেতনতাৰে প্ৰবীণ...
আহি পৰিছে । গতিকে আহঁকছোন আমি প্ৰত্যেকেই নিজৰ সন্তানৰ উত্তম শিক্ষা লাভৰ লগতে শিষ্টাচাৰ তথা চৰিত্ৰ গঠনৰ বাবেও প্ৰয়াস কৰো । অন্তঃত মাহত এখন চৰিত্ৰ গঠনৰ বিষয়ে লেখা গ্ৰন্থ নিজৰ লৰা-ছোৱালীক পঢ়িবলৈ উদ্বুদ্ধ কৰো ।
২৷ সনাতন ধৰ্মৰ পবিত্ৰ বেদত উল্লেখ কৰা হৈছে যে পিতা হৈছে সন্তানৰ আদি গুৰু অৰ্থাত সাক্ষাত ভগৱান। পিতৃতুল্য সমাজৰ প্ৰবীণ সকল নবীন সকলৰ বাবে একো একোজন শিক্ষাগুৰু । গতিকে আহঁকছোন আমি আমাৰ প্ৰবীণ সকলক উলাই নকৰি তেওঁলোকৰ দিহা পৰামৰ্শক গুৰুত্ব প্ৰদান কৰোঁ। পিতৃতুল্য প্ৰবীণ সকলেও বিনা দ্বিধাই নবীন সকলৰ ভূল ক্ৰুটিবোৰ আঙুলিয়াই দি...
৩৷ ১৯৩১ চনত শান্তিৰ নোবেল বঁটা বিজয়ী প্ৰথম গৰাকী মহিলা জেন আদামচে কৈছিল, "প্রকৃত শান্তি কেৱল যুদ্ধ নোহোৱাটোকে নুবুজাই, ই আচলতে ন্যায়ৰ অস্তিত্বকহে বুজাই" ।
সাম্প্ৰতিক সময়ত আমাৰ দেশ তথা ৰাজ্যখন বিভিন্ন উচ্ছৃংখলতা আৰু অশান্তিৰে জৰ্জ্জৰিত হৈ পৰিছে। চৌ দিশে মাথোন হত্যা, ধৰ্ষণ, অপহৰণ, লুন্ঠন আৰু দুৰ্নীতিৰ দৌৰাত্ম্য ঘটিছে। এইটো ধুৰূপ যে আইন আৰু আদেশ অবিহনে এখন দেশত ন্যায় কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে । গতিকে আহঁকছোন আমি সকলোৱেই আইন কানুন মানি চলাৰ বাবে দৃঢ় সংকল্প লৈ এখন সুষ্ঠ স...
৪৷ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সুৰক্ষাৰ বাবে সামাজিক দায়বদ্ধতাৰ কথা পুৰাণ আৰু উপনিষদটো বহু দৃষ্টান্ত পঢ়িবলৈ পোৱা যায় ৷ পুৰাণত উল্লেখ আছে-
" ছায়ামনস্য কুৰ্ৱন্তি তিষ্ঠন্তি স্ৱমাতপে।
ফলান্য়াপি পৰাৰ্থায় ৱৃক্ষাঃ সৎ্পুৰূষাঃ ইৱ ।।"
অৰ্থাত এডাল গছে নিজে সূৰ্য্যৰ তীব্ৰ ৰ'দ সহ্য কৰি আনক ছাঁ দিয়ে, নিজৰ ফলেৰে ভোকাতুৰৰ পেট ভৰোৱাই ৷ যিদৰে এজন সৎ মানুহেও নিজৰ কষ্টোপাৰ্জিত জ্ঞান, বুদ্ধি আৰু ধন পৰোপকাৰৰ বাবে মঙ্গলৰ কাৰণে উৎসৰ্গা কৰে ৷ গতিকে আহঁকছোন আমি সকলোৱেই আমাৰ ৰাজ্যখনৰ গৌৰৱ অৰণ্যমানৱ যাদৱ পায়েং ডাঙৰীয়াৰ চানেকিৰে উদ্বুদ্ধ হৈ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰ...
৫৷ " যদা যদা হি ধর্মস্য গ্লানিৰ্ভৱতি ভাৰত। অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহম্॥ পৰিত্রাণায় সাধুনাং বিনাশয় চ দুষ্কৃতাং। ধর্মসংস্থাপনার্থায় সম্ভৱামি যুগে যুগে॥
মহাভাৰতৰ যুদ্ধখন সনাতন ধৰ্মৰ পূজা পাৰ্বনৰ নিয়ম,উপাসনাৰ পদ্ধতি অথৱা কোনো ধৰ্ম প্ৰচাৰকৰ সুৰক্ষাৰ বাবে কৰা ক্রুচেদ নাছিল । এই যুদ্ধখন সনাতন ধৰ্মক অৱমাননা কৰা এচাম চয়তানৰ বিপক্ষে কৰা যুদ্ধও নাছিল। এইখন আছিল নীতি ( ধাৰ্মিক) আৰু অনীতি ( অধাৰ্মিক) সপক্ষত ঠিয় হোৱা দুটা সনাতন ধৰ্মীয় ফৈদৰ মাজৰ যুদ্ধ । এই যুদ্ধখনত ভগৱান শ্ৰীক...
ধন্যবাদ।
Tags
চুমিন্দ্ৰ চৌধুৰীপ্ৰবন্ধ
Facebook
Twitter
Whatsapp
Newer
Older
You may like these posts
Show more
Post a Comment
0Comments
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ
Post a Comment (0)
Random posts
সামাজিক মাধ্যমত আমাৰ সৈতে সংযুক্ত হওক
facebook
whatsapp
instagram
youtube
পাঠকৰ মন্তব্য
5/comments/show
প্ৰয়োজনীয় শিতান সমূহ
আজিৰ দিনটোৰ বিশেষত্ব350
কুইজ273
কেৰিয়াৰ1
চানেকিৰ শিশুচ’ৰা18
জঁতুৱাঠাঁচ1
দেশ-বিদেশ2
নিয়োগ বাৰ্তা2
প্ৰেৰণা50
ফেচবুকৰ পৰা30
বাৰ্তা20
বিজ্ঞান-প্ৰযুক্তিবিদ্যা3
ভাষা শিকণ3
মনৰ কথা103
মহৎ বিচাৰ9
মহৎ লোকৰ বাণী3
ৰচনা11
ৰাশিফল97
ৰেচিপি3
শুভেচ্ছাবাণী3
সচেতনতা বাৰ্তা14
সম্পাদকীয়25
সাক্ষাৎকাৰ7
সাঁথৰ3
সাধাৰণ জ্ঞান307
স্বাস্থ্য24
হাস্যৰস21
Home
শেহতীয়া সংখ্যা সমূহ
5/footer/recent
পাঠকৰ সংখ্যা
সম্পাদনা কক্ষ
লেখা অনুসন্ধান কৰক
প্ৰকাশিত সংখ্যাৰ সংৰক্ষণাগাৰ
December11
November195
October179
September167
August190
July133
June167
May221
April190
March216
February215
January188
December183
November202
October257