text stringlengths 0 188k |
|---|
এই লক্ষ্য অনুসৰি, অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় সংস্কৃতি তথা ইয়াৰ ভৌগোলিক, সাংস্কৃতিক, সামাজিক পৰিবেশৰ বুজ ল'বলৈ তথা অধ্যয়ন কৰা হেতুকে এইবেলি বহিৰাজ্যৰ পৰা ৭৫ গৰাকী শিক্ষাৰ্থী অসম প্ৰদেশলৈ পৰিভ্ৰমণৰ বাবে আহিছে। তেওলোকে ক্ষেত্ৰ অধ্যয়ন, পৰিভ্ৰমণৰ জৰিয়তে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক তথা ভৌগোলিক পৰি... |
তাৰেই অংশ হিচাপে বিহাৰৰ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়় (Lalit Narayan Mithila University) ৰ ছাত্ৰী শ্বেতনিশা শাণ্ডিল্যই আজি বটদ্ৰৱা থান দৰ্শন কৰে। অসমীয়া চাদৰ মেখেলা পিন্ধি বটদ্রৱা থানত উপস্থিত হৈ শিক্ষাৰ্থী গৰাকীয়ে গুৰু জনাৰ প্রাচীন কীৰ্তি চিহ্ন আকাশী গংগাৰ নৈসৰ্গিক শোভা, কীৰ্তনঘৰ, পুৰণি শিলিখা বৃক্ষ, প্রাচীন স্... |
ভাৰতৰ প্ৰাচীনতম সংস্কৃতি, সভ্যতাক সমগ্ৰ বিশ্বত পৰিচয় কৰাই দিয়াৰ মানসেৰে একাগ্ৰতাৰে কাম কৰি থকা ছাত্ৰীগৰাকীয়ে বটদ্রৱা থান খনিক হৃদয়ৰ মানসপটত আজীৱন জীপাল কৰাৰ মানস কৰি পুনৰ আগমনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বটদ্রৱা থান দৰ্শন কালত ছাত্ৰী গৰাকীক সংগ দিয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমি... |
মোকতো মোৰ শ্ৰীমতীয়ে তিৰস্কাৰেই কৰে । কয়, লিখি কি হব ? মইয়ো জানোঁ যে নাজানোঁ, লিখি কি হব ? মনৰ জগতখনত তাগিদা এটা আহিয়েই থাকে । অকল কিবা মইয়ে লিখোনে ? বহুতে লিখে । কিয় লিখে তেওঁলোকে জানে । আপুনি কিয় লিখে আপুনি জানে ! কি লিখে সেইটো নিজৰ বাচনি, নিজৰ স্বভাৱ, নিজৰ আয়ত্বৰ ভিতৰৰ এনেকুৱা বহুত কিবাকিবিয়ে এটা লিখনিক নিয়ণ্ত্ৰণ কৰে... |
মোৰদৰে ন লিখকৰ ক্ষেত্ৰত কি হয় চাওক – যেতিয়াই কিবাকিবি ভাববোৰ লিখি পেলোৱা হয়, তেতিয়াই মগজুৰ আন এটা মূৰৰ পৰা ভাৱ এটাই ভূমুকি মাৰে- এইবোৰ মোহাৰি, দলি মাৰি পেলোৱা যোগ্য কাগজখনৰ বাদে একো নহল । লিখি পেলোৱা মাত্ৰকে আমি হোৱাই-নোহোৱাই লিখক হলোঁৱেই । ব্যক্তিগত বা সঁচাৰ আলমত লিখা কিমান যে লিখনিয়ে একোজন লিখকক কল্পনাৰ জগত এখনলৈ লৈ ... |
বিংশ শতাব্দীৰ আমেৰিকাৰ ওমাহাৰ একেৰাহে আটাইটকৈ সফল ব্যৱসায়ী, ওমাহাৰ যাদুকৰ, ওমাহাৰ অৰেকল (Oracle) ইত্যাদি বিভিন্ন উপাধিৰে পৰিচিত ৱাৰেন এডৱাৰ্ড বাফেটে কি কয় শুনক- লিখা হল এনেকুৱা এজন মানুহৰ কাম যি নিজৰ পৰিশোধনৰ কাৰণে পঢ়ে আৰু বহুত চিন্তা কৰে । |
ইংলেণ্ডৰ আন এক সফল, চাৰিশৰো অধিক কোম্পানী Virgin Group ৰ প্ৰতিষ্ঠাপক, চাৰ ৰিচাৰ্ড চাৰ্লচ নিকোলাচ ব্ৰেনসনে কয়- মোৰ অতি প্ৰয়োজনীয় সম্পত্তি হল এখন সৰু নোট বুক । যিখনত তেখেতে নিতৌ লিখিবৰ কাৰণে ব্যৱহাৰ কৰে । ব্ৰেনসনে লিখা অভ্যাসক বহুত গুৰুত্ব দিয়ে । |
আন এজন সফল মানুহৰ কথা উল্লেখ কৰোঁ যাক সকলোৱে চিনি পায় । তেখেত হল বিল গেইটচ্ । মাইক্ৰচফট কোম্পানীৰ স্বত্বাধিকাৰী । তেখেতে কয়, লিখা কথাতোৰ অৰ্থ হল – আজি কি কৰিলোঁ তাৰ এটা পুণৰ নিৰীক্ষণ লিখনি । |
শ্ৰদ্ধেয় হোমেন বৰগোহাঞি ডাঙৰীয়াই এই বিষয়ত তেখেতৰ কিতাপ, আমাৰ অসমৰ ‘প্ৰথম কলম’ত দোহাৰিছে । যিখিনি পুণৰ দোহৰাৰ কোনো প্ৰয়োজনেই নাই । ন লিখকক তেখেতে উত্সাহ প্ৰদান কৰিছিল । কৰেও । |
যিসকল ন-লিখকে লিখনিক বিভিন্ন মৌলিক চিন্তাৰ সমল, ভাৱ প্ৰকাশৰ মাধ্যম, সৃষ্টিৰ প্ৰেৰণামূলক উত্স হব পাৰে বুলি ভাৱে, তেখেতসকলে লিখা অভ্যাসতো পূৰাদমে চলাব পাৰে । কৰবাততো আৰম্ভনী হবই লাগিব । |
লিখামেলাই বহু মানুহক অভাৱণীয়ৰূপে সহায় কৰে । একোটা লিখনিয়ে আপোনাৰ মানসিক জগতখন আগুৰি ধৰে । আপোনাৰ সিদ্ধান্ত লব পৰা গুণ বঢ়াই তুলে । |
লিখা অভ্যাসে চিন্তাশক্তি বঢ়ায় আৰু যোগাযোগ সহজ কৰি তুলে |
পলমকৈ প্ৰকাশ কৰা অনুভূতি প্ৰকাশে অসুবিধাহে বঢ়ায় । কাৰোবাক আপোনাৰ কবলগীয়াখিনি কৰবাত থাকি যায় । মনলৈ অহা ভাৱ প্ৰকাশ কৰোঁতে খোকোজা লগা মানে ই আপোনাৰ যিটো চৰিত্ৰ প্ৰকৃততেই আপোনাৰ নহয়, সেইটোকে আঁকি পেলায় । ই কিয় হয় ? মই ভাবোঁ, এইবোৰৰ পৰা মুক্তিৰ এটাই উপায় । নিয়মিত লিখাৰ অভ্যাসে চিন্তা কৰিবলৈ শিকায় আৰু ই কথা কোৱাত থকা জঠৰতা... |
লিখিবলৈ লোৱা মানেই ভালকৈ শিকিবলৈ আৰম্ভ কৰা |
আমি শিকাবৰ সময়ত ভালদৰে নিজে শিকিহে আগবাঢ়োঁ । ন ন তথ্য, অনুপ্ৰেৰণা, অন্তৰ্দৃষ্টি এই তিনি গুণেৰে বিভুষিত হলেহে ভালদৰে শিকাব পাৰোঁ । কিছুমান ছাত্ৰৰ লব পৰা গুণ বাকীবোৰৰ তুলনাত কম হয় । নিজে ভাল ছাত্ৰ হলেহে ভাল শিক্ষক হব পাৰি । আমি নিজে প্ৰথমে লিখি শিকি ললেহে শিকাব পাৰোঁ । একোটা স্তম্ভই লিখি আগুৱাই গৈ একোখনি ৰচনাৰ ৰূপ লয় । ... |
লিখা অভ্যাসে বয়স বঢ়াৰ লগতে জ্ঞানীও কৰি তুলে |
শাৰিৰীক ব্যায়ামে যিদৰে শৰীৰক সুস্হ-সবল কৰি ৰাখে, ঠিক সিদৰে বয়স বৃদ্ধিৰ লগে লগে লিখা অভ্যাসে চিন্তাশক্তিৰ ব্যায়ামৰ ৰূপ লয় । |
লিখা অভ্যাসে কৃতজ্ঞ হবলৈও শিকায় । |
জীবনৰ প্ৰতি আমাৰ দৃষ্টিভঙ্গী কেনেকুৱা হব এইটো নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমি লাভ কৰা আশীৰ্বাদৰ হিচাবতোও গুৰুত্বপূৰ্ণ হব পাৰে । মই ভাবোঁ যিসকল ব্যক্তিয়ে প্ৰতি সপ্তাহে কি ভাল কৰিলোঁ তাৰ এটা হিচাব লিখি ৰাখে, তেনেলোক সদায়েই ধনাত্মক গুণসম্পন্ন হয় আৰু বৰ্ত্তমান ও ভৱিষ্যতৰ প্ৰতি সচেতন হয় । আশীৰ্বাদৰ হিচাবতোৱে সুখী হোৱাৰ কাৰণতো বিচা... |
(আজি কোনো বিশেষ বিষয় নাই লিখা । মনলৈ অহা ভাৱখিনি লিখিলোঁ । মত-অমত থাকিবই । পঢ়াৰ কষ্টখিনিৰ কাৰণে ধন্যবাদ আপোনাৰ প্ৰাপ্তি ।) |
← অসমত বৈষ্ণৱী পৰ্য্যটনৰ সম্ভাৱনা আৰু বিকাশ: এক আলোচনা (বিপ্লব বৰা) |
দীপাৱলী শেষ হ’ল ( অনামিকা চলিহা ) → |
You May Also Like |
তেওঁৰ মৃত্যু হৈছে বুলি নাভাবিবা (ৰঞ্জিত কুমাৰ বৰা) |
December 16, 2011 0 |
ঢোলবাদক সোমনাথ বড়াৰ জীৱন আৰু কৃতি |
May 16, 2021 May 16, 2021 0 |
স্বাধীনতা দিৱসৰ অনুভৱ |
August 15, 2013 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
1 Comment |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
আৰ কে বেজবৰুৱা |
1 year ago |
নিজৰ মন-মগজুৰ মাজত ঘূৰি ফুৰা চিন্তাবোৰ শৃংখলাবদ্ধ ভাৱে সজাই থোৱাটো এক প্ৰকাৰ সৃষ্টি বুলি ক’ব পাৰি। তাৰ সাহিত্যিক মূল্য নাথাকিলেও ই পৰৱৰ্তী সময়ত কাৰোবাৰ লিখাৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰিব পাৰি। |
0 |
Reply |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>মোৰ বন্ধু জিমীৰ এখনহে হাত আছে৷ তাৰ বয়স ২৫ বছৰ মান হওঁতেই সি তাৰ আনখন হাত হেৰুৱাইছিল৷ সিনো কেনেকৈ তাৰ ভাল হাতখন হেৰুৱাব লগা হৈছিল সেই কথা ক’লে মানুহে সহজে বিশ্বাস কৰিবলৈ অলপ টান পায়, কি... |
জিমীৰ কথাবোৰ কোৱাৰ আগতেই মই জনাই লওঁ, জিমী এটা জীনহে আছিল (হয়তো এতিয়াও সি জীন হৈয়েই আছে)৷ সকলোৱেই জানে জীনবোৰ কেতিয়াও আমাৰ দৰে মানুহ নহয়৷ জীন হৈছে এক প্ৰকাৰৰ আত্মা বা এখন বেলেগ জগতৰ বাসিন্দা৷ ইহঁতে মানুহৰ অৱয়ব লৈ নিজৰ জীৱনটো কটাব লাগে৷ জিমী প্ৰকৃতপক্ষেই এটা সঁচা জীন আছিল আৰু সকলো জীনৰে বিশেষ শক্তি থকাৰ দৰে তাৰো আছিল৷ স... |
জিমী আৰু মই উত্তৰ ভাৰতৰ এখন পাহাৰীয়া ঠাইত একেখন স্কুলতে পঢ়িছিলোঁ৷ জিমীয়ে বাস্কেটবল খুব ভাল খেলিছিল৷ সি ইমানেই টেঙৰ আছিল যে অন্য মানুহে সি যে জীন, সেই কথা কেনেবাকৈ গম পায় বুলি নিজৰ বাহুটো কেতিয়াও কাৰো আগত দীঘল কৰা নাছিল৷ বক্সিং ৰিঙৰ যুঁজবোৰত সি প্ৰায়েই জিকিছিল৷ খেলত তাৰ প্ৰতিপক্ষই তাৰ অদ্ভুতভাৱে প্ৰসাৰিত বাহুৰ শক্তি ভাল... |
আমাৰ হাফ টাৰ্ম পৰীক্ষা চলি থকাৰ সময়তে মই জিমীৰ গোপন ৰহস্য ধৰা পেলাইছিলোঁ৷ সেইদিনা আমাৰ বীজগণিতৰ পৰীক্ষা আছিল৷ আমাক তুলনামূলক ভাৱে এখন কঠিন প্ৰশ্নকাকত সমাধান কৰিবলৈ দিয়া হৈছিল যদিও মই কোনোমতে এযোৰ কাগজত কেইটামান অংকৰ উত্তৰ লিখিব পাৰিছিলোঁ৷ তেনেতে মোক আন এখন অতিৰিক্ত কাগজৰ প্ৰয়োজন হ’ল৷ কাগজখন আনিবলৈ বহাৰ পৰা উঠোঁতেই দেখি... |
তাৰ পিছত ভাৱিলোঁ সেইখন কিজানি মোৰ পিছফালে বহা ল’ৰাটোৰ হাত৷ কিন্তু সিওতো একান্তমনে উত্তৰবহীত উত্তৰ লিখাত ব্যস্ত৷ তাতে তাৰ হাত দুখনো সঠিক ঠাইতে আছে৷ ঠিক তেতিয়াই দেখিলোঁ মোৰ ডেস্কৰ ওপৰত থকা অচিনাকি হাতখনে মোৰ উত্তৰবহীখন থাপ মাৰি ধৰি সাৱধানেৰে এফালে যাবলৈ ধৰিছে৷ মই লগে লগে হাতখনক অনুসৰণ কৰিলোঁ আৰু দেখিলোঁ সেইখনতো এটা সুন্দ... |
সেইদিনা পৰীক্ষাৰ উত্তৰবোৰ মই উত্তৰবহীত পুনৰ লিখিব লগা হৈছিল৷ কিন্তু পৰীক্ষা শেষ হোৱাৰ পিছতেই মই উধাতু খাই জিমীৰ ওচৰ পাইছিলোঁগৈ৷ মই যে তাৰ এনে ধৰণৰ খেল একেবাৰে ভাল পোৱা নাই তাক পোনপটিয়াকৈ জনাই দিলোঁ৷ লগতে তাৰ প্ৰকৃত স্বৰূপ সকলোৰে আগত উদঙাই দিয়াৰো ভাৱুকি দিলোঁ৷ মোৰ ওচৰত ধৰা পৰাৰ পিছত তাৰ কথাবোৰ কাকো নক’বলৈ সি মোক অনুৰোধ ... |
জিমীৰ এই বিশেষ গুণটো ভাল কামত ব্যৱহাৰ হোৱাতকৈ যে কোনো কোনো সময়ত বৰ অশান্তিজনকহে আছিল সেই কথা আৱিষ্কাৰ কৰিবলৈ মোৰ বেছি দিন নালাগিল৷ কাৰণ জিমীৰ অনুৰ্বৰ মগজুৱে তাৰ এই বিশেষ ক্ষমতাৰ উপযুক্ত ব্যৱহাৰ ভালকৈ নাজানিছিল৷ কেতিয়াবা কেতিয়াবাতো সি তেনেই তুচ্ছ কামতো বাহুটো দীঘল কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ সি প্ৰায়েই এনেকৈ বাহুটো দীঘল... |
জীনবোৰৰ নাৰীৰ প্ৰতি স্বাভাৱিকতেই দুৰ্বলতা আছিল, বিশেষকৈ নাৰীৰ দীঘল কিচকিচিয়া ক’লা চুলিটাৰিৰ প্ৰতি৷ আচলতে ক’বলৈ গ’লে জীনৰ এই দুৰ্বলতাবোৰৰ কাৰণেই আমাৰ লগত লটিঘটিবোৰ ঘটিবলৈ আৰম্ভ কৰিলে৷ নাৰীৰ চুলিকোচা যিমান বেছি দীঘল আৰু ক’লা হয় জীনে সিমানেই ভাল পায়৷ জীনে যদি নিজৰ পচন্দৰ নাৰীগৰাকীক বিচাৰি পায় তেনে প্ৰথমেই সি তাইক বশ কৰি প... |
এইটো প্ৰক্ৰিয়াৰে কাৰোবাক বশ কৰিব পৰাকৈ জিমীৰ তেতিয়ালৈকে উপযুক্ত বয়স হোৱা নাছিল৷ তথাপি সি সুযোগ পালেই সুন্দৰী নাৰীৰ ধুনীয়া ক’লা চুলিটাৰি চুবলৈ বা হাত ফুৰাই থাকিবলৈ এৰা নাছিল৷ জিমীৰ মনৰ এই প্ৰচণ্ড আসক্তি পুৰোৱাৰ বাবে চিনেমা হলেই আছিল আটাইতকৈ সুবিধাজনক ঠাই৷ কাৰণ চিনেমাহলৰ ভিতৰত তাৰ লক্ষ্যস্থান অৰ্থাৎ ক’লা দীঘল চুলি বিচাৰি... |
আমি কলেজত পঢ়ি থকাৰ দুই তিনি বছৰ মান পিছতহে জিমীয়ে তাৰ জীৱনৰ প্ৰথমটো চিকাৰ কৰাৰ সুযোগ পালে৷ জিমীৰ প্ৰথম চিকাৰ আছিল কলেজৰ অৰ্থনীতি বিভাগৰ এগৰাকী মহিলা প্ৰবক্তা৷ মহিলাগৰাকী দেখাত বৰ বেছি ধুনীয়াও নাছিল৷ কিন্তু তেওঁৰ বিশেষ সৌন্দৰ্য আছিল দীঘল ক’লা কিচকিচিয়া চুলিটাৰি যি কঁকাললৈকে বৈ পৰা আছিল৷ তেওঁ পৰাপক্ষত নিজৰ চুলিকোচা বেণী ... |
এই মৰ্মান্তিক ঘটনাটোৰ পিছত মই মনত দুখ পালেও জিমীক এৰাই চলা হৈছিলোঁ৷ মই জানিছিলোঁ প্ৰবক্তাগৰাকীৰ মৃত্যুৰ বাবে জিমীয়েই দায়ী আছিল কিন্তু সেয়া প্ৰমাণ কৰিবলৈ মোৰ ওচৰত কোনো উপযুক্ত তথ্য নাছিল৷ মইতো জিমীক লগ পোৱাৰ পিছৰ পৰাই জীনৰ পৰা পৰিত্ৰাণৰ উপায় আৰু তাৰ পদ্ধতিৰ বিষয়েও অধ্যয়ন আৰম্ভ কৰি দিছিলোঁ৷ |
এই ঘটনাটোৰ পিছত কেইবা বছৰলৈকে জিমী আৰু মোৰ মাজত কোনো যোগাযোগ নাছিল৷ কিন্তু এদিন পাহাৰীয়া ঠাইখনত বন্ধ উদযাপন কৰিবলৈ যাওঁতে মই থকা হোটেলখনতে জিমীক অকস্মাত লগ পাই গ’লোঁ৷ জিমীক দেখাৰ পিছত আমাৰ পুৰণা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি মই তাক বেছি সময় আওকান কৰি থাকিব নোৱাৰিলোঁ৷ তাৰ লগত একেলগে বহি কেইবটলমান বিয়েৰ গলাধকৰণ কৰাৰ পিছতে ম... |
কথা পাতি পাতিয়েই জিমী আৰু মই ৰাস্তাৰ পৰা কিছু তললৈ থকা সেউজীয়া টিলাটোত বহি দুপৰীয়াৰ আহাৰৰ লগতে বিয়েৰ কেইবটল মান খোৱাৰ সিদ্ধান্ত কৰিলোঁ৷ তেতিয়ালৈ বেলি ঘূৰি আবেলি হ’বৰে হৈছিল আৰু বিয়েৰৰ নিচা লাগি মোৰ টোপনিও আহিছিল৷ মই যেতিয়া টোপনিৰ পৰা সাৰ পালোঁ, মই দেখিলোঁ জিমীয়ে কিবা এক অনামী উত্তেজনাত নাকেৰে ফোঁচ্ ফোঁচ্ কৰি ফোপাই আছে৷... |
মোৰ চকুৰ আগতেই তাৰ হাতটো গছৰ ডালৰ আঁৰৰ পৰাই ওলাই ছোৱালীজনীৰ ওচৰত ৰ’লগৈ আৰু সাৱধানেৰে মনে মনে তাইৰ ক’লা ধুনীয়া চুলিখিনি চুবলৈ আগবাঢ়িল৷ সি এইটো কামত ইমানেই মগ্ন হৈ পৰিল যে সেইফালে আহি থকা গাড়ীৰ হৰ্ণৰ শব্দও তাৰ কাণত নপৰিল৷ তেতিয়া ৰাস্তাৰ কেঁকুৰিটোৰ সিটো মূৰৰ পৰা মাৰ্চিডিজ বেঞ্জ ট্ৰাক এখন তীব্ৰ বেগেৰে সেইফালেই আহি আছিল৷ |
জিমীয়ে সেইফালে আহি থকা ট্ৰাকখন দেখা পোৱালৈ বহুত দেৰি হৈ গৈছিল৷ দীঘল হৈ যোৱা বাহুটো সংকোচন কৰি স্বাভাৱিক কৰিবলৈ তেতিয়া আৰু সময় নাছিল৷ তাৰ বাহুটো ৰাস্তাৰ ওপৰত ইপাৰৰ পৰা সিপাৰলৈকে দীঘল হৈ মেল খাই আছিল৷ ট্ৰাকখনে যেতিয়া বাহুটোৰ ওপৰেৰে পাৰ হৈ গ’ল, বাহুটো ছিঙি গৈ আঘাতপ্ৰাপ্ত মৃত্যুমুখী অজগৰ এডালৰ দৰে ধৰফৰাবলৈ ধৰিলে৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.