text
stringlengths
0
188k
এগৰাকীয়ে তেওঁৰ ফেচবুক পোষ্টটো পঢ়ি অসম আৰক্ষীৰ মোবাইল নম্বৰ দি সহায় বিচাৰিবলৈ পৰামৰ্শ দিয়ে। অসম আৰক্ষীয়ে যুৱতীগৰাকীত তেওঁৰ হোৱাটছএপ নম্বৰটো পুনৰ লাভ কৰাত সহায় কৰে।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এনেধৰণৰ অসাৱধানতা অৱলম্বনৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হয়। এই কথা লক্ষ্য ৰাখিয়েই মুম্বাই আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী চালকৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে।
এটা সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি মুম্বাই সংলগ্ন মীৰা ভায়ান্দাৰত আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী অট’ চালকৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ২৫০দাল হেডফোন জব্দ কৰিছে।
যাত্ৰীসকলৰ অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিব পৰা যায়।
এই অভিযানৰ বিষয়ে মীৰা ভায়ান্দাৰ যান-বাহন বিভাগৰ জ্যেষ্ঠ ইন্সপেক্টৰ অনিল পাৱাৰে কয়, ‘হেডফোন ব্যৱহাৰকাৰী অট’ চালকৰ বিৰুদ্ধে মুম্বাই আৰু ইয়াৰ আশে-পাশে চলোৱা এইটো আছিল প্ৰথম অভিযান’।
ইফালে এই প্ৰসংগত এজন যাত্ৰীয়ে কয় যে হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ বাবে আমি বিভিন্ন সময়ত দুৰ্ভোগ ভুগিবলগীয়া হয়। কিবা ক’বলগীয়া হ’লে চিঞৰিব লাগে বা কেতিয়াবা চালকসকলৰ গাত ধৰিবলগীয়াও হয়।
উল্লেখ্য যে এনেধৰণৰ অন্য মনস্কৰ বাবে বহু সময়ত যাত্ৰীসকলক গন্তব্য স্থানৰ বিপৰীতে বেলেগলৈ লৈ যায় আৰু ইয়াৰ বাবদ অধিক ভাড়া দাবী কৰাৰ দৰে ঘটনা সংঘটিত হৈ অহা বুলি লাভ কৰা অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিবলৈ দিয়ে।
Recent News
নাবালিকাক ধৰ্ষণ কৰি হত্যা; অপৰাধৰ ৫৭ দিনৰ ভিতৰতে দোষীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তাতে উপস্থিত থকা এগৰাকী আশাকৰ্মী, মিনালিনী ভূঞবাইদেউক মাতৃদুগ্ধৰ উপকাৰিতাৰ সম্পৰ্কত জানিবলৈ প্ৰশ্ন কৰাত, তেখেতে আমাক মাতৃদুগ্ধৰ উপকাৰিতাৰ সম্পৰ্কত সুন্দৰভাবে ব্যক্ত কৰিলে। তেখেতে জনায় যে, নৱজাতক শিশুৰ বাবে মাতৃৰ দুগ্ধ অতি গুৰুত্বপূৰ্ণ। শিশু এটি জন্ম হোৱা আধাঘণ্টাৰ ভিতৰতে মাতৃৰ দুগ্ধ খোৱালে, সেই দুগ্ধ শিশুটিৰ বাবে প্ৰত...
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
NE Focus -
সম্পাদনাৰ মেজৰ পৰা
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
২১ এপ্ৰিলৰ পৰা এই নিৰ্দেশাৱলী বাহাল হ’ব
২১ এপ্ৰিলৰ পৰা এই নিৰ্দেশাৱলী বাহাল হ’ব
সুখবৰ
By admin On Apr 20, 2020
0 105
Share
সম্প্ৰতি সমগ্ৰ বিশ্বতে ক’ৰণাই চলাই থকা তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছিল। বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউন।
বৰ্তমানলৈকে অসমত ক’ৰণাত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ৩৪গৰাকী। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাজ্যৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ প্ৰক্ৰিয়া এতিয়াও বাহাল ৰখা হৈছে। ইতিপূৰ্বে মহানগৰ যান বাহন আৰক্ষী শাখাই কেতবোৰ নীতি নিৰ্দেশনা ঘোষণা কৰিছিল।
উল্লেখ্য যে অহা ২১ এপ্ৰিলৰ পৰা ৰাজ্যত বলৱৎ হ’ব কেতবোৰ যাৱতীয় নতুন নীতি নিৰ্দেশনা। এই সন্দৰ্ভত চৰকাৰে নিৰ্দেশ দিয়ে ৰাজ্যৰ আৰক্ষী বিভাগক লগতে কয় যে লকডাউনৰ পৰা কৃষি আৰু গ্ৰাম্য অৰ্থনীতি ক্ষেত্ৰক ৰেহাই দিয়া হ’ব। উল্লেখ্য যে লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব বজাই ৰাখি কৃষি কৰ্ম চলাই নিয়াৰ অনুমতি প্ৰদান কৰা হৈছে। স্ব...
অহা ২১এপ্ৰিলৰ পৰা খাদ্য প্ৰস্তুতকৰণ, অত্যাৱশ্যকীয় সামগ্ৰী, উদ্যোগ, ঔষধ, স্বাস্থ্য সেৱা, হাৰ্ডৱেৰ, পেকেজিং উদ্যোগ, মৰাপাট উদ্যোগ, সাৰ, বীজ প্ৰস্তুতকৰণ উদ্যোগ ইত্যাদি সমূহ খুলিব পাৰিব।উল্লেখযোগ্য যে এইসমূহ উদ্যোগত কৰ্মচাৰী আযু উদ্যোগসমূহৰ সমূহ বিষয়ববীয়াই তেওঁলোকৰ নিজৰ নিজৰ সুৰক্ষাৰ কাৰণে মুখত মাস্ক পৰিধান কৰা, হাত পৰিষ্ক...
অহা ২১এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ কাষৰ ধাবাসমূহো খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। এই সময়খিনিৰ পৰা সমূহ ইলেকট্ৰিচিয়ান, পাইপ মিস্ত্ৰী সমূহকো প্ৰদান কৰা হৈছে বিশেষ ৰেহাই। সীমিত সংখ্যক কৰ্মচাৰীৰে চৰকাৰী কাৰ্যালয়সমূহ খোলাৰ অনুমতি ইতিমধ্যে প্ৰদান কৰা হৈছে। কাৰ্যালয় সমূহত উপস্থিতিৰ সংখ্যা কাৰ্যালয়ৰ সৰ্বমুঠ কৰ্মচাৰীৰ ৩০শতাং...
মহানগৰীৰ দিশপুৰত অৱস্থিত জনতা ভৱনত বাহিৰৰ কোনোধৰণৰ মানুহে প্ৰৱেশ কৰিব নোৱাৰিব বুৰিও কয়। এইখিনিতে উল্লেখ্য যে পাঠ্যপুথিৰ বিপণীসমূহ খোলাৰ বাবে চৰকাৰৰ ফালৰ পৰা অনুমতি প্ৰদান। সমান্তৰালভাৱে প্ৰতি সপ্তাহত তিনি দিন তিনি ঘন্টাকৈ খোলা থাকিব পাঠ্যপুথিৰ বিপণী।এইফালে এই সময়ছোৱাত সকলোধৰণৰ শিক্ষানুষ্ঠান আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহ...
২৮ আৰু ২৯ জুনত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই শিবিৰটো আজি পুৱা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই।
বিদ্যালয় প্ৰাঙ্গনত আয়োজিত এই শিবিৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ উপৰি মাতৃগোট, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱক সকলৰ লগতে সমীপৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলেও অংশগ্ৰহন কৰে।
দুদিনীয়া এই যোগ শিবিৰত আৰ্ট অব লিভিঙৰ সমন্বয়ক হেমন্ত গগৈ আৰু প্ৰশিক্ষক বিজয় বড়োয়ে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীক যোগৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰে ৷
উল্লেখ্য যে আয়ুস মিশ্যনৰ সহযোগত আৰ্ট অব লিভিং নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে পৰৱৰ্তী সময়ত বোকাখাত মহকুমাৰ বিদ্যালয় সমুহত যোগ শিবিৰ অনুষ্ঠিত কৰি যোগ সজাগতাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিব বুলি জনায়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক লক্ষীপ্ৰসাদ কটকীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত থাকে।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
by Sharfaraz Khan July 2, 2021 July 2, 2021
Share this:
মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ জোৰডাঙা-কুচনীমাৰা আদৰ্শ গাঁও পঞ্চায়তত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে কৃত্ৰিম বানৰ সৃষ্টি কৰাত কেইবাশতাধিক শাক-পাচলি আৰু জলকীয়াৰ খেতি কৰা কৃষকৰ ফচল বানৰ কবলত পৰি বিস্তৰ ক্ষতিৰ সম্মুখীন হ’বলগীয়া হৈছে। বিগত দুদিনীয়া ধাৰাষাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো ...
বাট-পথ, দলং, আৰক্ষী চকীৰ লক-আপ আদি বানৰ পানীয়ে উটুৱাই নিয়াৰ লগতে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰডাঙা-কুচনীমাৰা নামৰ সাংসদ বদৰুদ্দিন আজমলৰ আদৰ্শ গাঁও পঞ্চায়তখনৰ পশ্চিম অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। আদৰ্শ গাঁও পঞ্চায়তখনৰ শতকৰা প্ৰায় ৮০ শতাংশ লোক কৃষিজীৱি। এই পঞ্চায়তখনৰ কৃষক সকলে পুৱাৰ পৰা সন্ধিয়ালৈ মুৰৰ ঘাম মাটিত পেলাই প...
কৃষি কাৰ্যই উপাৰ্জনৰ মূল পথ হিচাপে বাছি লোৱা কৃষক সকল বিগত প্ৰায় দুটা বছৰ ধৰি লকডাউন আৰু বানৰ ফলত লোকচানৰ সম্মুখীন হৈ আহিছে। ইয়াৰ পিছতো কৃষক সকলে পথাৰে পথাৰে পুনৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে যদিও হঠাৎ দুদিনীয়া ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয়ৰ পৰা গাৰো পাহাৰৰ পানীৰ ধল নামি আহি কৃত্ৰিম বানৰ সৃষ্টি কৰাত কৃষক সকলে এতিয়া মূৰে কপালে হ...
লগতে পঢ়ক : ধেমাজিৰ বান নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিশেষ বৈঠক
শ শ বিঘা জলকীয়া খেতি কৃত্ৰিম বানৰ কবলত পৰি নষ্ট হৈ পৰাত একাঠু পানীৰ মাজৰ পৰাই কৃষক সকলে জলকীয়া উঠাবলগীয়া হৈছে। মানকাচৰৰ এই আদৰ্শ গাঁও পঞ্চায়তৰ অধীনত থকা প্ৰায় শতাধিক কৃষকৰ বিভিন্ন ধৰণৰ শাক-পাচলি, ধান, মৰাপাটৰ খতি নষ্ট হৈ পৰাৰ উপৰিও শ শ বিঘা জলকীয়া খেতি নষ্ট হৈ পৰে। ফলত কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হ’বলগীয়া হয়।
Related
মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে বুৰালে মানকাচৰৰ অৰ্ধ শতাধিক গাঁও
মানকাচৰত কৃত্ৰিম বানে বুৰালে ধাননি পথাৰ : শতাধিক কৃষকৰ বিস্তৰ ক্ষতি সাধান
এতিয়াও পানীৰ তলত হেজাৰ হেজাৰ বিঘা কৃষি ভূমি
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,594 other subscribers
Tagged: assam floods, floods in assam, mankachar, South salmora
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
নগাঁৱত মাক-দেউতাকৰ মাজত শুই থকা কণমানিক অপহৰণৰ চেষ্টা
২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’
ফ্ৰান্স (৩) বনাম পোলেণ্ড (১): বিশ্বকাপৰ Tactical Analysis
আৰ্জেণ্টিনা (২) বনাম অষ্ট্ৰেলিয়া (১) : বিশ্বকাপৰ Tactical Analysis
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis
Latest News
ঘোষণা হ’ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ তালিকা December 6, 2022
জল জীৱন মিছনত নিযুক্তি সৃষ্টি December 6, 2022
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis December 6, 2022
নগাঁও মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীলৈ সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা December 6, 2022
সোণাৰি থানাত সতীৰ্থক গুলীয়াই হত্যা আৰক্ষী কনিষ্টবলৰ December 6, 2022
YouTube