text
stringlengths
0
188k
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰূদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত গৌৰীসাগৰৰ ওচৰৰ বলীয়াঘাট ১ নং জি জি এছৰ পৰা নিগৰিত হোৱা খাৰুৱা তেলে জি জি এছটোৰ দাঁতিত থকা বৰপথাৰৰ বিস্তীৰ্ণ কৃষি ভূমি বিনষ্ট...
অঞ্চলটোৰ কৃষক ৰাইজে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিটিৰ সম্পাদক মনজিৎ দাসৰ নেতৃত্বত একত্ৰিত হৈ পুৱাৰে পৰা জি জি এছটোৰ প্ৰৱেশদ্বাৰৰ সন্মূখত অৱস্থান কৰি কৰ্মচাৰীসকলৰ ওলোৱা সোমোৱাত বাধা প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ কাম কাজ অচল কৰি তোলে।
উল্লেখ্য যে উক্ত জি জি এছটোৰ পৰা নিগৰিত খাৰুৱা তেল মিশ্ৰিত পানীয়ে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ব্যাপক অনিষ্ট সাধন কৰি আহিছে। জি জি এছটোৰ খাৰুৱা তেল মিশ্ৰিত পানী আদি ওলাই যোৱাৰ বাবে নলা নৰ্দমা আদিৰ কোনো সু ব্যৱস্থাত নথকাৰ ফলত চাৰিসীমাৰ দেৱাল সমূহৰ তলেদি এজাক বৰষুণ দিলেই জি জি এছটোত ব্যৱহৃত বিভিন্ন ৰাসায়নিক পৰ্দাথ আৰু খাৰুৱা ত...
গাঁৱবাসীয়ে উক্ত খাৰুৱা তেল মিশ্ৰিত পানীৰ ওপৰেদি অহা যোৱা কৰিব লগা হয়। বাৰিষা খৰালি যি কোনো সময়তে ঠায়ে ঠায়ে বুৰাই ৰখা পথটোৱে কাষৰীয়া গাওঁৰ ৰাইজক জ্বলা-কলা খুৱাই আহিছে। তথাপিও নিগম কৰ্তৃপক্ষৰ চকু দিবলৈ আহৰি নাই। অন্যহাতে জি জি এছটোত ব্যৱহৃত বিভিন্ন ৰাসায়নিক দ্ৰব্য আৰু খাৰুৱা তেল মিশ্ৰিত পানী এডাল পাইপেৰে এটা সৰু নলাৰে লৈ...
খেতিয়ক ৰাইজে জি জি এছটোৰ কৰ্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ লগতে ইয়াৰ পূৰ্বেও বহু বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। নিগম কৰ্তৃপক্ষৰ লগত ৰাইজ আলোচনাত মিলিত হৈ নিগমৰ পৰা ৰাইজে ক্ষতিপূৰণ আদায় দিয়াৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লিখিত প্ৰতিশ্ৰুতিও আদায় কৰিছিল।
কিন্তু ৰাইজৰ অভিযোগ যে নিগম কৰ্তৃপক্ষই ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। যাৰফলত ৰাইজ আজি দুগুণে জাঙুৰ খাই উঠি নিগমৰ প্ৰতিষ্ঠানটোৰ সন্মূখত তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাইজৰ প্ৰতিবাদৰ ওচৰত নতি স্বীকাৰ কৰি বিয়লি পুনৰ নিগমৰ কৰ্তৃপক্ষ ৰাইজৰ লগত আলোচনাত মিলিত হৈ পূৰ্বৰ প্ৰতিশ্ৰুতি সমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ লগতে খেতি মাটিৰ পৰা খাৰুৱা তেলসমূহ উঠাই নিয়াৰ উপৰিও ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ আদায় দিয়া হব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত ৰাইজে প্ৰতিবাদ কায্যসূচী উঠাই লয়।
Recent News
দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভাষা আচলতে যোগাযোগৰ এক মাধ্যম৷ একে ঠাইৰে, একে ভাষাৰে, একে সুৰৰে ভাষা ব্যৱহাৰ কৰা দুজন মানুহৰ কথাৰ সুৰ, ভংগী বা শব্দোচ্চাৰণ কেতিয়াও হুবহু একে নহয়গৈ৷ সেয়াই ভিন্নতা৷ মুঠতে ভাষাই যদিও মূলতঃ যোগাযোগৰ কাম কৰে, ই লগত বহন কৰি ফুৰে এক সংস্কৃতি৷ সেই বাবেই আমি ভাষা এটা শুনিলেই, কথন পদ্ধতি শুনিলেও ধৰিব পাৰোঁ সেয়া কোন ঠাইৰ ব্যক...
লোকভাষা আমাৰ বাবে বৰ প্ৰয়োজনীয়া বিষয়৷ প্ৰকৃততে লোকভাষা বুলি কলে কি ভাৱ আহিব লাগে নাজানো যদিও মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা ভাষায়েই লোকভাষা হব লাগে বুলি যদি ধৰি লওঁ, তেন্তে আমাৰ কথিত এই ভাষাসমূহ নিশ্চয় লোকভাষাৰ আওতালৈ আহিব৷ এতিয়া বহু সময়ত আমি লোকভাষাৰ সংকটৰ কথা শুনি আহিছোঁ৷ হয়তো হয়৷ লোকভাষা এতিয়া সংকটৰ গৰাহত...
অসম আৰু অসমীয়াৰ বাবে বেয়াৰ মাজতো এক ভাল কথা আছে যে যদিও অসমখন বহিৰাগতৰে ভৰি আছে (দেশী-বিদেশী), তথাপি অধিকতম বহিৰাগতই অসমীয়া ভাষা কবলৈ চেষ্টা কৰিছে৷ এই চেষ্টাৰ ফলতেই অন্য এক ভাষাৰ সৃষ্টি হৈছে আৰু হয়তো কেইযুগমান পিছত এই নৱসৃষ্ট ভাষাটোৱেও ৰূপ লবগৈ এক নতুন লোকভাষাৰূপে৷ মাথোঁ তালৈ বকী থাকিব আমাৰ ভাষিক বৈশিষ্ট্যখিনি৷ এই ...
লোকভাষাৰ কথা কবলৈ যাওতে আমি আমাৰ জাতি-জনগোষ্ঠীসমূহৰ বিভিন্ন ভাষাবোৰৰ কথাবোৰ আঁতৰাই ৰাখিলে নহব৷ সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণতেই যিহেতু বৃহত্তৰ অসমীয়া ভাষাৰ-সংস্কৃতিৰ সৃষ্টি, জনগোষ্ঠীয় ভাষাসমূহৰ মিশ্ৰিতকৰণো হব পাৰে লোকভাষাৰ অন্য এক গুৰুত্বপূৰ্ণ পথ৷ তাৰ বাবে লাগিব জাতি-জনগোষ্ঠীৰ মানুহৰ একেবাৰে সস্স্পৰ্শত থকা মানুহখিনিৰ ...
← শংকৰদেৱ আৰু আজিৰ ধৰ্মগুৰু (দিগন্ত কুমাৰ বড়া)
নেওচিব নোৱাৰা মৰম →
You May Also Like
অধ্যৱসায়ৰ এক নিদৰ্শনঃ কালিদাস
April 23, 2022 April 23, 2022 0
বেজবৰুৱাৰ সাহিত্য – ধাৰা আৰু জনগণৰ সাহিত্য (ৰক্তিম শৰ্মা)
September 14, 2014 March 10, 2021 0
কম্পিউটাৰ এটা কিনাৰ আগতে (আফতাৰ হোছেইন চৌধুৰী)
December 14, 2012 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ