text
stringlengths
0
188k
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰাজ্যৰ হিন্দু- বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এক নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷
News18 Assam
Last Updated : September 19, 2020, 09:28 IST
Share this:
HAREN BHUMIJ
ৰাজ্যৰ হিন্দু বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এটা নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷ এই লক্ষ্যৰে ৰাজ্যৰ সকলো হিন্দু বাঙালী সংগঠনে একত্ৰিত হৈ শীঘ্ৰে অনুষ্ঠিত কৰিব জাতীয় অভিৱৰ্তন ৷ অহা ১০ আৰু ১১ অক্টোৱৰত ঢেকীয়াজুলিত সকলো হিন্দু বাঙালী সংগঠনৰ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব ৷ হ...
সদৌ বাঙালী ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে’ৰ মুকলি প্ৰত্যাহ্বান চৰকাৰলৈ ৷ ‘একলাখ খিলঞ্জীয়া ভূমিহীনক সোণোৱাল চৰকাৰে মাটি পট্টা দিছে। যদি এক লাখৰ ভিতৰত এজনো যদি হিন্দু বাঙালী ভূমিহীনক চৰকাৰে মাটিৰ পট্টা দিছে তেনেহ’লে দেখুৱাই দিয়ক ৷ হিন্দু বাঙালী সকল অসমৰ খিলঞ্জীয়া নহয় নেকি ? যদি এজন হিন্দু বাঙালীক মাটিৰ পট্টা দ...
সভাপতিজনে লগতে কয় যে, ‘৬ নং দফাৰ আমি কোনেও বিৰোধিতা কৰা নাই ৷ অসম চুক্তিৰ ৬ নং দফাত কোৱা হৈছে-অসমীয়া মানুহৰ ভাষা সংস্কৃতি,সাহিত্য,ঐতিহ্য আৰু সংৰক্ষণ কৰিব লাগে ৷আমিও অসম সন্তান অসমীয়া বুলি কবলৈ অলপো কৃপনালী নকৰো ৷ কিন্তু এইখন চৰকাৰ অহাৰ পিছত নতুনকৈ এক অসমীয়া জাতি, খিলঞ্জীয়া জাতি সৃষ্টি কৰিব বিচাৰিছে ৷ ১৯৮৫ৰ পিছৰ পৰা অসম...
একেদৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰে কয়-‘বৰাক -ব্ৰহ্মপু্ত্ৰ আৰু বিটিচিৰ বাঙালী সকলৰ সুৰক্ষিত ভৱিষ্যতকলৈ ৰাজনীতি দল গঠন কৰা হ’ব৷ হিন্দু বাঙালীৰ সকলো দল সংগঠনকে ধৰি নিস্পেষিত বহু জাতি-জনগোষ্ঠীয় সংগঠৰ সৈতে আলোচনা কৰি ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে অহা ১১অক্টোৱৰত ৰাজনৈতিক দলৰ নাম আনুষ্ঠানিক ...
Published by:Himangshu Bhuyan
First published: September 19, 2020, 09:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
assambjpHindu BenglaiNew Political partySarbananda Sonowal
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
বাংলাদেশৰ হাতত শৃংখলাৰ পৰাজয় নেকি ? সাত বছৰৰ পিছত আশংকাত ৰোহিতৰ টীম ইণ্ডিয়া ...
Pathaan New Poster: 'পাঠান'ত প্ৰকাশ পাইছে শ্বাহৰুখ খানৰ নতুন ৰূপ, 'পাঠান'ৰ প্ৰতিটো আপডেট জানিবলৈ উৎসাহিত অনুৰাগীসকল ...
"এইটো ভাৰতৰ বাবে গৌৰৱৰ অনুষ্ঠান": জি-২০ সন্মিলনৰ পূৰ্বে দিল্লীত সৰ্বদলীয় বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
UPSC Mains Result 2022: ইউপিএছচিৰ চিভিল চাৰ্ভিছ মেইনছ পৰীক্ষা ২০২২ ৰ ফলাফল প্ৰকাশ কৰা হৈছে, এনেদৰে চাওক আপোনাৰ ফলাফল ...
ব্লাড ছুগাৰ ! এই ফল আৰু পাচলিৰ ৰস আহাৰত ৰাখিব, আপুনি লাভালাভ পাব ...
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
কলেজখনত শিক্ষা-দানৰ সা-সুবিধা, লেবৰেটৰী, যন্ত্ৰপাতি আদি পৰ্যাপ্ত পৰিমাণৰ চকুত পৰিল৷ ৰোগীৰ সংখ্যাও বেচ ভাল৷ দেশখনৰ অশান্ত পৰিস্থিতিৰ মাজতো মুটামুটি নিয়মীয়া পাঠদান চলি থাকে৷ স্নাতক আৰু স্নাতকোত্তৰ উভয়তেই নিয়মীয়াকৈ উচ্চমানৰ চেমিনাৰ চলি থাকে৷ বেচি ভাগ ছাত্ৰ-ছাত্ৰীয়েই হোষ্টেলৰ নিবাসী৷ হোষ্টেলত চিট নাপালে কেইজনমানে মিল...
কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ ওপৰিও বিশ্বৰ কেইবাখনো মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত৷ নেপালৰ মাত্ৰ এখন মেডিকেল কলেজৰহে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা আছে৷ ভাৰতীয় মেডিকেল কাউঞ্চিলে এই কলেজখনৰ স্নাতক শ্ৰেণীক মান্যতা দিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত পৰিদৰ্শনো কৰিছিল৷ কিন্তু কাউঞ্চিলৰ মুৰব্বী ডা০ কেতন দেসাইয়ে সেই সময়...
তিনি মাহলৈ মোক প্ৰতিশ্ৰুতি দিয়া দৰমহাৰ এটকাও কলেজখনে নিদিলে৷ আবাসৰ সুবিধাৰ নামত দুমাহ ছাত্ৰ হোষ্টেলৰ এটা কোঠা আৰু এমাহ কলেজৰ অতিথিশালাত কটালোঁ৷ নিগাজীকৈ কাম কৰাৰ মানসেৰে নিজা অগ্ৰিম ধনেৰে ঘৰ এটা ভাড়াত লৈছিলোঁ৷ কিন্তু বহুতবাৰ অনুৰোধ কৰাৰ পিছতো “আজি দিম,কালি দিম”কৈ এপদো ঘৰখনৰ আচবাব যোগাৰ নধৰিলে৷ দুপৰীয়া আৰু ৰাতিৰ সাজ ...
এনেতে কেইদিনমানৰ বন্ধ পাই ঘৰলৈ আহিলোঁ৷ নেপালত বাচেৰে নাইবা ৰিজাৰ্ভ টেস্কিৰে যাত্ৰা কৰিব লাগে৷
ৰেল সেৱা দেশৰ কেইটামান ৰেলষ্টেচনতে সীমাবদ্ধ৷গতিকে চৰকাৰী- বেচৰকাৰী সমূহ বাচত অতিপাত ভীৰ সকলো সময়তে৷ ভিতৰত ঠিয় হবলৈও ঠাই নাইকীয়া হলে বাচৰ ওপৰত উঠি মানুহে যাত্ৰা কৰে৷ নিৰ্দিষ্ট ষ্টেচনৰ বাহিৰেও য’তেই বাটত মানুহে হাত ডাঙে তাতেই বাচ ৰখায়৷ গতিকে দূৰণিবতিয়া বাচসমূহে নিৰ্ধাৰিত সময়ত কেতিয়াও গন্তব্য স্থান নাপায়গৈ৷ নৈশ বা...
গুৱাহাটীৰ ঘৰৰপৰা ঘূৰি আহোতে নিউ জলপাইগুৰিৰ পৰা পোনতে নেপালৰ বৰ্ডাৰৰ নগৰ কাকৰভিটালৈ আহিলোঁ৷নৈশ বাচৰ যাত্ৰাৰ সময় বিয়লি ৪বজা যদিও সেইদিনা আৰম্ভণিৰ পৰাই যেন কেনা লাগিছিল৷ দুঘন্টা পলমকৈ যাত্ৰা আৰম্ভ কৰি অভাৰলোড বাচখনে পঞ্চাছ কিলোমিটাৰমান আহি এটা ষ্টেচনত ৰখাই ঘোষণা কৰিলে- বাচখন আমি সলনি কৰিব লাগিব৷ এঘন্টা পৰ দিয়াৰ পিছত আম...
মাজনিশা এটামান বজাত গাড়ীখন দুয়োফালে ঘন অৰণ্যৰ মাজত ৰখাই দিলে৷ ড্ৰাইভাৰে বাচৰ কণ্ডাক্টৰ আৰু হেণ্ডিমেনক জনালে- গাড়ীত তেল শেষ হৈছে৷ পিছফালৰ পৰা অহা গাড়ীত উঠি হাতত দুটা গেলনলৈ দুজন বাচৰ কৰ্মচাৰী তেল আনিবলৈ গ’ল৷ যাত্ৰীবিলাকে ড্ৰাইভাৰৰ গাত দোষ দি, ডকাইতৰ ভয়ৰ মাজত এঘন্টা অতিবাহিত কৰিলে৷ গেলনৰ তেল ভৰাই বাচখনে কিছুদূৰ যাত্...
মোৰ দৃষ্টি আৱদ্ধ আছিল সন্মুখৰ পৰা অহা যান-বাহনবোৰৰ ওপৰত৷ ভাতৰ সৈতে ড্ৰাইভাৰে গলাদ্ধ কৰা ৰঙীন পানীয়ই গোলাপী নিচা আনিব পাৰে বুলি মোৰ মনত সংশয়ে ক্ৰিয়া কৰি আছিল৷ বাচখনে অতি তীব্ৰ বেগেৰ যাত্ৰা কৰি বোধহয় লোকচান হোৱা সময়ৰ কিছু ‘মেক-আপ’ কৰিবলৈও চেষ্টা চলাইছিল৷ এনেতে দেখিলোঁ বিপৰীত দিশৰ পৰা এখন বাচ মাজ ৰাস্তাৰে তীব্ৰবেগেৰে...
(দ্বিতীয় খণ্ড)
নেপালৰ বিস্ময়কৰ অভিজ্ঞতাৰ কিবা সাহিত্যিক মূল্য থাকক বা নাথাকক ই মোৰ মূৰৰ ভিতৰত কিলবিলাই থকা ভাৱবোৰ আন আগত প্ৰকাশ কৰিবলৈ পোৱাৰ এক সুযোগ বুলি মই গণ্য কৰিছোঁ৷
বুদ্ধদেৱৰ জন্মস্থান আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই দেশখনৰ প্ৰতি মোৰ মনত এক দূৰ্বাৰ আকৰ্ষণ সৰুকালৰ পৰাই আছিল৷ সৰুতে নেপালী চকিদাৰ আৰু গোৱাল দেখি তেওঁলোকৰ দেশখনৰ বিষয়ে জনাৰ কৌতুহল মনত ওপজিছিল৷ কিন্তু নেপাল ভ্ৰমণৰ সুযোগ পোৱা নাছিলোঁ৷ বাৰ বছৰ মানৰ আগতে গুৱাহাটীৰ ভেটাপাৰাত থকা ভন্টিজনীয়ে নিজা গাড়ীলৈ কাঠমাণ্ডু ...
মই মোৰ কন্যা সপ্তমীৰ বাবেই পোন প্ৰথমবাৰৰ বাবে নেপাললৈ ওলালোঁ৷ হায়াৰ চেকেণ্ডৰীত ভাল নম্বৰেৰে উতীৰ্ণ হৈয়ো যেতিয়া মেডিকেলৰ বাচনি পৰীক্ষাত নাম নুঠিল৷ তেতিয়া তাইৰ মেডিকেল পঢ়াৰ ইচ্ছাক পূৰণ কৰাৰ দায়িত্ব-বোধলৈ কলেজৰ সন্ধানত ওলালোঁ৷ অসমৰ বাতৰি কাকতত বিজ্ঞাপন দেখিলোঁ ভাৰতৰ সীমান্তবৰ্তী নেপালৰ এক চহৰত মেডিকেল কাউঞ্চিলৰ মান্...
অবধ আসাম ৰেলেৰে গুৱাহাটীৰ পৰা গোৰখপুৰলৈ আহিঁলোঁ৷ গোৰখপুৰৰ পৰা ৩ ঘন্টাৰ বাচ যাত্ৰা কৰি ভাৰতৰ সীমান্তৰ চহৰ চুনৌলি পালোঁগৈ৷ নেপালৰ আদৰণি তোৰণ পাৰহৈ প্ৰৱেশ কৰিলোঁ ভৈৰৱা নামৰ চহৰত৷ সীমাৰপৰা ৫কিলোমিটাৰ দূৰত্বত থকা কলেজখনলৈ ৰিক্সাৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ৰিক্সাখন গাঁৱৰ ধাননি পথাৰৰ মাজেৰে কেতিয়াবা পকা, কেতিয়াবা কেঁচা ৰাস্তাৰে...
কলেজখনৰ পুতৌ লগা অৱস্থাই নিৰাশ কৰিলে৷ আমাৰ বহুতবোৰ চিভিল হস্পিতেল ইয়াতকৈ উন্নত মানৰ৷ ডাক্তৰী পঢ়াসকলে কি শিকিব ইয়াত ? ইয়াৰ পৰা ডাক্তৰ হৈ ওলালেও ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্টত উত্তীৰ্ণ হোৱাটো অসম্ভৱ হব৷ ভাগ্যে এজেন্টৰ কথাতে ভৰষা কৰি ঘৰতে বহি এডমিচন লোৱাৰ কথা চিন্তা নকৰিলোঁ৷ কলেজৰ নতুন প্ৰচপেক্টাচ এখন কিনি ত...
পাঠকৰ ধৈৰ্য্যচ্যুতি ঘটাৰ আগতে দূৰ্ঘটনাগ্ৰস্ত বাচৰ কাহিনীলৈ পুনৰ ওভটি আহোঁ৷ নিজে কন্যাসহ ইমান ডাঙৰ দূৰ্ঘটনা এটাৰ মুখামুখি হৈয়ো দৈৱক্ৰমে নমৰাকৈ যে বাচিলোঁ সেই বিষয়ে চিন্তা কৰাৰ অবকাশেই পোৱা নাছিলোঁ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনখন বাচো যাত্ৰীসহ আহিল৷ আহতলোকসকলে প্ৰাথমিক চিকিৎসা লৈ থাকোতে দুইখন বাচৰ কৰ্মচাৰীৰ মাজত ‘কা...
ইয়াৰ পাচৰ কাহিনীখিনি চমু৷কলেজত ছাত্ৰ আৰু সহকৰ্মীসকলৰ আদৰ থকা সত্বেও লাহে লাহে কলেজৰ ‘ডন’ টাইপ সঞ্চালকৰ মোৰ প্ৰতি উদাসীন মনোভাৱ মোৰ বেচিকৈ অসহ্য লাগি আহিবলৈ ধৰিলে৷ তেনেতে আৰু এটা ঘটনা ঘটিল৷ সেইবাৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং পৰীক্ষাৰ ফলাফল ওলাল – সেইখন কলেজৰ ৭০ জনৰ ৯জনহে উত্তীৰ্ণ হৈছে৷ আমাৰ আৰু সিদ্ধান্ত লবলৈ স...
এটা বছৰ ক্ষতি কৰি সপ্তমীয়ে হায়দৰাবাদত মেডিকেল পঢ়িবৰ আজি দুটা বছৰ সুকলমে পাৰ হ’ল৷ আৰু মই ? পোনতে আবু ধাবিত, পিছত ড’হাত মেডিচিনৰ বিশেষজ্ঞ হিচাবে কৰ্মৰত হলোঁ৷ অধ্যাপনা কৰিবলৈ নোপোৱাৰ দুখ এটা মনত চিৰদিনলৈ থাকি গ’ল অৱশ্যে!
← শৰত কালি, আজি আৰু কালিলৈ (ৰক্তিম গোস্বামী)
জ্ঞানৰ মূল্য (মূল: অজান, অনুবাদ:ৰাজীৱ ৰঞ্জন) →
You May Also Like
গদাপাণি ডালিমীক বিচাৰি নগাপাহাৰলৈ- হিমাশ্ৰী দাস
April 14, 2017 0
মোৰ তুৰ্কী যাত্ৰা
August 21, 2022 August 21, 2022 0
ডিমা-হাচাও, বাইক ৰাইডিং ইত্যাদি…. – ঋতুৰাজ বসন্ত
January 17, 2018 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label