text stringlengths 0 188k |
|---|
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। কংগ্ৰেছে ৬০ বছৰ দেশ শাসন কৰি কোনো উন্নয়ন নকৰা বুলি কৈ মোডীয়ে উন্নয়নৰ নামত দেশবাসীৰ পৰা ৬০ মাহ... |
সোমবাৰে সন্ধিয়া হাজোৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক ৰাৱটে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক আক্ৰমণৰ মূল লক্ষ্য হিচাপে লৈ আৰু কয় যে ‘সবকা সাথ সবকা বিকাশ’ৰ শ্ল’গানেৰে দেশৰ উন্নয়নৰ কথা কোৱা আৰু চৰকাৰ গঠন কৰিলে বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনা মোডীৰ ফিতাহি ... |
উল্লেখ্য যে বিজেপি চৰকাৰে হিচাপ দিওক, উত্তৰ দিয়ক শীৰ্ষক দেশজোৰা কাৰ্যসূচীৰ অংশ হিচাপে হাজোৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত অসমৰ তত্ত্বাৱধায়কজনে আৰু কয় যে বেটী বাচাও, বেটী পঢ়াও শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনতে আজি তেওঁলোকৰ নেতাৰ হাততে সুৰক্ষিত নহয় দেশৰ মহিলা সমাজ। প্ৰকৃততে এয়াই দেশৰ পৰিৱৰ্তন। |
এন আৰ চি সন্দৰ্ভতো কংগ্ৰেছৰ বৰ্ষীয়ান নেতাজনে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে বিজেপিয়ে এন আৰ চিখনক জাতি-ধৰ্ম-ভাষা হিচাপে ভাগ কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। যিটো কাৰ্য সঁচাকৈয়ে দুৰ্ভাগ্যজনক। |
আনহাতে অসমৰ বিত্ত মন্ত্ৰী তথা প্ৰভাৱশালী ৰাজনৈতিক নেতা ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত ৰাৱটে তীৰ্যক মন্তব্য কৰি কয় যে স্বাৰ্থ আৰু ক্ষমতাৰ লোভত দৌৰি হিমন্ত বিশ্ব শৰ্মাই ভাল পায়। সেয়ে তেওঁ কংগ্ৰেছ দল আৰু পিতৃতুল্য তৰুণ গগৈক বিশ্বাসঘাতকতা কৰিছে। |
কালি বিয়লি অনুষ্ঠিত হোৱা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা স্থানীয় নেতা দুলু আহমেদৰ লগতে বহুতো কংগ্ৰেছ নেতা উপস্থিত আছিল। |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কিছুদিনৰ পূৰ্বে গণিত চ’ৰাৰ লগতে হোৱা এটা সাক্ষাৎকাৰত ড° অনুপম শইকীয়াই আগবঢ়োৱা দুটা বক্তব্য হৈছে- |
“স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই গণিত এটা জটিল বিষয় বুলি তথাকথিত ধাৰণাটোৰ গৰাহত পৰে, যাৰ বাবে তেওঁলোকে গণিত বিষয়টো বোজা হিচাপেহে লয়, বিষয়টোৰ আমেজ ল’ব নোৱাৰা হয়। গতিকে তেওঁলোকক বিষয়টোৰ ৰস আস্বাদন কৰাৰ মানসিকতা আৰু সুবিধা সৰুৰেপৰাই দিব লাগিব। তেওঁলোকৰ মনোগ্ৰাহীকৈ গণিতৰ কথাবোৰ পাঠ্যপুথিত আৰু শ্ৰেণীকোঠালীত উপস্থাপন কৰিব ল... |
আৰু |
“গণিতৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান অসমতো নিশ্চয় হ’ব পাৰে। তাৰ আগতে আমি অসমৰ পৰা এক বুজনসংখ্যক গৱেষক ছাত্ৰ ওলাই অহাৰ পৰিৱেশ তৈয়াৰ কৰিব পাৰিলেহে আমি বেছি লাভৱান হ’ব পাৰিম। গতিকে উচ্চপৰ্য্যায়তকৈয়ো সকলোকে সামৰি লোৱাকৈ নিম্নপৰ্য্যায়তহে আমি সদ্যহতে বেছি মনোনিৱেশ কৰাতো প্ৰয়োজনীয় বুলি মই ভাবোঁ।” |
এনেবোৰ কাৰণতে ছাত্ৰ-ছাত্ৰীয়ে সহজে পাব পৰাকৈ গণিত সম্পৰ্কীয় অসমীয়া ভাষাত লিখিত গ্ৰন্থ বা অন্য গ্ৰন্থ, লগতে অসমৰ কাকত-আলোচনীত প্ৰকাশিত গণিত বিষয়ক প্ৰবন্ধ-পাতি সংগ্ৰহ কৰি গণিত চ’ৰাত প্ৰকাশ কৰাৰ এক পৰিকল্পনা বহু দিনৰ পৰা কৰি থকা হৈছিল। সেই পৰিকল্পনাৰে প্ৰথম ফলশ্ৰুতি হিচাপে আমি ড° খনীন চৌধুৰীৰ “গণিত : এটি বিৰক্তিকৰ বিষয়” না... |
সূচীপত্ৰ |
গণিত- এটা বিৰক্তিকৰ বিষয়! |
এটা অতুলনীয় অনুপাত |
(ফাই) |
সৃষ্টিশীল কলাৰ মানসিকতাৰে অবিৰত ভগ্নাংশ |
কাল্পনিক সংখ্যা |
অপৰিমেয় সংখ্যা আৰু ইউক্লিদৰ দশম কিতাপখন |
মৌলিক সংখ্যা আৰু ইয়াৰ গোপন বতৰা |
জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত |
সমান্তৰাল স্বীকাৰ্যৰ উজুটিত! |
প্ৰায়োগিক আৰু মৌলিক গণিতৰ বিৰোধ-এটি আলোচনা |
লীলাৰ ডিঙিৰ মণি সৰি পৰি… |
গ্ৰন্থ– গণিত : এটি বিৰক্তিকৰ বিষয় |
লেখক– ড° খনীন চৌধুৰী |
© ড° খনীন চৌধুৰী |
প্ৰকাশিকা– শ্ৰীমতী হেমদা চৌধুৰী, ৰাজগড়, গুৱাহাটী-৭ |
প্ৰথম প্ৰকাশ– ১৯৯০ |
দ্বিতীয় প্ৰকাশ– অক্টোবৰ ২০১০ |
বেটুপাতৰ দ্বিতীয় পৃষ্ঠা |
আমি গণিতৰ জগতৰ আৱাসী আৰু এই জগতখনৰ উক্তিসমূহ বৌদ্ধিক সৌন্দৰ্যৰ খাতিৰত আমি সাৱ্যস্ত কৰোঁ। কাৰণ যদি এই উদ্যমটো হেৰাই যায়, তেনেহ’লে আমি গণিত নুবুজা হ’ম, ইয়াৰ ধাৰণাসমূহ হেৰাই যাব, আৰু ইয়াৰ প্ৰমাণবোৰে তেতিয়া কোনো যথাৰ্থতা বহন নকৰিব। গণিত অস্তিত্বহীন আৰু গুৰুত্ব নথকা কেতবোৰ মাথোন সত্যুক্তিত নিমজ্জিত হ’ব। |
(মাইকেল্ পল্ল্যাই,-‘পাৰ্শ্যনেল ন’লেজ’) |
বেটুপাতৰ তৃতীয় পৃষ্ঠা |
গাণিতিক ক্ষেত্ৰখনৰ আৱিষ্কাৰৰ মনস্তত্ব সম্পৰ্কত জেকুইছ্ হাডমাৰ্ডে কৈছে- “ভৱিষ্যতৰ ফলসমূহৰ লাভালাভৰ সন্দৰ্ভত এক সাহিত্যিক আৰু কলাসুলভ স্বাদ সোমাই থকাৰ দৰে, ইয়াত এটা বৈজ্ঞানিক সোৱাদ নিহিত হৈ আছে যাৰ বিষয়ে প্ৰায়েই আমি আগতীয়াকৈ একোকে নাজানোঁ। মাথোন সৌন্দৰ্যবোধৰ ধাৰণাটোৱেহে আমাক অৱগত কৰে। আগতীয়া বতৰাৰ বাবে আমি বেলেগ কাকোৱেই ... |
(জেকুইছ্ হাডামাৰ্ড্, ছাইক’লজি অব্ ইনে্-ভেন্-শ্যন্-ইন্ দি মেথেমেটিকেল্ ফিল্ড) |
বেটুপাতৰ চতুৰ্থ পৃষ্ঠা |
বৰ্তমান সময়ত অসমীয়া ভাষাত লিখা গণিত-সাহিত্যৰ পৰিসৰ কেইখনমান ক্ষীণকায় পুথি আৰু বাতৰিকাকত আৰু আলোচনীৰ পাতত ভুমুকি মৰা কেইখনমান ৰচনা-প্ৰবন্ধতেই আবদ্ধ আছে। ‘বিৰক্তিকৰ বিষয়’ এটাৰ ওপৰত ‘মনোগ্ৰাহী’ ৰচনা সৃষ্টি কৰাটো অসম্ভৱ বুলি ভাবিয়েই হয়তো বহুতো সম্ভাৱনাপূৰ্ণ লেখকে গণিত-সাহিত্য সৃষ্টিৰ প্ৰতি মনোযোগ দিয়া নাই। এই শতিকাত গণিতৰ ... |
৩ আগষ্ট, ১৯৮৯ |
বুদ্ধপ্ৰসাদ চেতিয়া |
মুৰব্বী অধ্যাপক- গণিত বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। |
জ্যামিতিক সোৱাদৰ প্ৰতি ৰাপ বহুওৱাত অৰিহণা যোগোৱা প্ৰথমজন ব্যক্তি – |
মোৰ দেউতাৰ প্ৰৱিত্ৰ স্মৃতিৰে… |
অৰ্পণ কৰিছোঁ |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গণিতৰ (বিশেষতঃ মৌলিক গণিতৰ) শেহতীয়া ধাৰাৰ সৈতে নিজে সংস্পৰ্শত থাকি ছাত্ৰসকলকো তেনে কামৰ স’তে জড়িত হোৱাৰ বাবে সুবিধা দিয়া, প্ৰেৰণা দিয়া, গণিতৰ বিভিন্ন ক্ষেত্ৰৰ এজন SCOUTER- সমাজ সচেতন ব্যক্তি, মোৰ শিক্ষাগুৰু, ড° বিনয় কুমাৰ তামুলী |
আৰু |
মোৰ জন্ম ঠাইখনৰ পৰা গণিত পঢ়িবলৈ ওলাই আহি, আজিৰ অসমৰ গণিতৰ জগতখনৰ এক বিশেষ স্তৰত, নিজস্ব অভিজ্ঞতা আৰু প্ৰতিভাৰে আস্থা ৰাখিব পৰা ব্যক্তিৰূপে পৰিগণিত হোৱা (অন্ততঃ মই ভবা) মোৰ শিক্ষাগুৰু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ ড° অৰবিন্দ দেৱ মিশ্ৰৰ হাতত- |
শ্ৰদ্ধাৰে- |
খনীন |
দ্বিতীয় সংস্কৰণৰ কথা |
গণিত- এটি বিৰক্তিকৰ বিষয়(!) কিতাপখন আমি অতি সাহস কৰি পৰীক্ষামূলকভাৱেই ছাত্ৰ-ছাত্ৰী তথা গণিতপ্ৰেমীসকলৰ হাতত দিছিলোঁ- নিজৰ গাঁথিৰ ধন ভাঙিয়েই। ফলটো পিছে আশাব্যঞ্জকেই আছিল। অতি কম সময়ৰ ভিতৰতেই আটাইকেউটা ক’পিয়েই শেষ হৈছিল- আমি উৎসাহিত হৈছিলোঁ। ইয়াৰ পিছত এৰাধৰাকৈ হ’লেও এনেবোৰ বিষয়ৰ লগতে অইন কেতবোৰ আমাৰ মন খোৱা ক্ষেত্ৰতো দুই-... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.