text
stringlengths
0
188k
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কাজিৰঙাৰ পলকতা চাপৰিত যোৱা ১১ ফেব্ৰুৱাৰীত সংঘটিত গঁড় হত্যাৰ লগত জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী নুৰ হকক ১৫ ফেব্ৰুৱাৰীত বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ পিছতে নিশা চিকাৰীজনৰ ...
উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা , জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল কুমাৰ দাস আৰু বৰগাং আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনবিভাগৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ বৰ জাৰণি অঞ্চলৰ পৰা চোৰাং চিকাৰী নুৰ হকক গ্ৰেপ্তাৰ কৰিছিল৷
গ্ৰেপ্তাৰৰ পিছতে বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত চলাই যোৱা নিশা নুৰ হকৰ চিলামাৰীত থকা বাসগৃহৰ সমীপৰ পৰাই চাইলেঞ্চাৰ সহ এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু ৩২ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷ আমালৈ অহা শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ধৃত চোৰাং চিকাৰীজনৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়ে যে গঁড় হত্যাৰ পিছৰ পৰাই নুৰ হকে বৰ জাৰনিত থকা নিজৰ ভগ্নীৰ ঘৰত আত্মগোপন কৰি আছিল৷
উল্লেখযোগ্য যে ৰাজ্যৰ বন বিভাগ আৰু আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা বন্য প্ৰাণী সমূহক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে যদিও নুৰ হকৰ দৰে হত্যাকাৰীৰ গ্ৰেপ্তাৰ ৰাজ্যৰ প্ৰকৃতি প্ৰেমীৰ বাবে কিছু আশা ব্যঞ্জক খবৰ।
Recent News
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বান্দৰৰ ৰজা খ্যাত দেৱালয়ত খনত ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি দেৱালয়ত পূজা অৰ্চনা চলি আহিছে। পৰম্পৰা অনুসৰি ষষ্ঠীৰ নিশা দেৱালয় খনৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ হাদী গাৱঁৰ নিদিৰ্ষ্ট বেল গছ এজোপাৰ পৰা আদৰি অনা হ’ল দুটা বেলৰ ফল ৷
মন্দিৰৰ পৰা দেবী মাৰ পূজা অৰ্চনা কৰি সদলবলে মন্দিৰৰ পূজাৰী উপস্থিত হয় কাষৰীয়া হাদী গাৱঁত আৰু তাৰ পৰা পূজা অৰ্চনা কৰি বেল লৈ আহে টুক্ৰেশ্বৰী দেৱালয়লৈ। তাৰ পিছতে মন্দিৰত অধিবাস অনুষ্ঠিত হয় ৷ এনে দৰে পৰম্পৰাৰ মাজৰে দেৱালয়ত আৰম্ভ কৰা হ’ল শাৰদীয় দুৰ্গা পূজাৰ ৷
এই পৰম্পৰা তাহানিৰ বিজনী ৰজাৰ দিনৰে পৰা চলি অহা ৷ দেৱালয়খনত শাৰদীয় দুৰ্গা পূজা বুলিলে ভক্তপ্ৰাণ ৰাইজৰ পাৰভঙা উছাহ দেখা যায়। অকল জিলাখনৰে নহয় পূজাৰ প্ৰতিটো দিনতে ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ পৰা আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা ভক্ত ৷
বিশেষকৈ মহা নৱমীৰ দিনটোত ভক্তৰ সংখ্যা সাংঘটিকভাবে বৃদ্ধি পায়।মহা নৱমীৰ দিনা দেৱালয় খনত হাঁহ,পাৰ,কুঁহিয়াৰ,ম’হ আদিকে ধৰি লক্ষাধিক বলিদান হয়৷ উল্লেখযোগ্য যে মহা নৱমীৰ বলিৰ প্ৰসাদ গ্ৰহণ কৰিব দেৱালয়খনৰ কপি কুলে।
Recent News
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখ্য যে, ২০১২ বৰ্ষত কলিকতাত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। লাভলিনাই বৰ্তমান কমনৱেলথ গেমৰ বাবে প্ৰস্তুতি চলাই আছে। লাভলিনাৰ সপোন অলিম্পিকত সোণৰ পদক অৰ্জন কৰা। অনাগত দিনৰ বাবে আমাৰ ফালৰ পৰা লাভলিনা লৈ বহু শুভকামনা জনালোঁ।<eot>পাল বংশৰ শাসনকালত প্ৰাচীন বেঙ্গল আৰু মগধত বহুসংখ্যক বৌদ্...
নালন্দা বিশ্ববিদ্যালয়ৰ শৌৰ্য্য বীৰ্য্য হ্ৰাস হৈ অহাৰ সময়তেই ওদন্তপুৰী বা ওদন্তপুৰাত গোপাল বা লোকপাল নামৰ এজন ৰজাই এটা বিহাৰ নিৰ্মাণ কৰিছিল। এইজন ৰজা গোপাল আনুমানিক ৭৩০ খ্ৰীষ্টাব্দত বেঙ্গলৰ সিংহাসনত বহিছিল। নালন্দাৰ পাছতেই এই ওদন্তপুৰী বিহাৰক আটাইতকৈ প্ৰাচীন বুলি ধৰা হয়। এই বিহাৰেটা সম্ভৱতঃ বৰ্তমান বিহাৰৰ পাটনাত স্থাপন ...
কথিত আছে যে ওদন্তপুৰীৰ মঠটো সোণেৰে নিৰ্মিত আছিল আৰু ইয়াৰ বিষয়ে এটা পৰম্পৰাগত কাহিনী আছে।
কাহিনীটো এনেধৰণৰঃ (এই কাহিনীটো দেৱী প্ৰসাদ চট্টোপাধ্যায় সম্পাদিত লামা চিম্পা আৰু অলকা চট্টোপাধ্যায়ৰ দ্বাৰা তিব্বতী ভাষাৰ পৰা অনুদিত Taranath’s History of Buddhism in India আৰু দীপক কুমাৰ বৰুৱাৰ Viharas in Ancient India ৰ পৰা লোৱা হৈছে।)
গোপাল (আনুমানিক শাসনকাল ৭৫০-৭৭০ খ্ৰীষ্টাব্দ) আৰু দেৱপালৰ (আনুমানিক শাসনকাল ৮১০-৮৫০ খ্ৰীষ্টাব্দ) ৰাজত্বৰ মাজৰ সময়চোৱাত ওদন্তপুৰী মহাবিহাৰৰ নিৰ্মাণ হৈছিল। মগধত নাৰদ নামৰ এজন অতি সৎ চৰিত্ৰৰ আলৌকিক শক্তিৰ অধিকাৰী তীৰ্থিক যোগী আছিল। তেওঁ এবাৰ শৱ-সাধনা কৰিব বিচাৰিছিল আৰু তাৰবাবে তেওঁক এজন শাৰীৰিকভাবে শক্তিশালী, নিৰোগী, ন-বিধ...
উপাসকে উত্তৰ দিলে, ‘তেন্তে মই মোৰ গুৰুৰ অনুমতি ল’ব লাগিব।’
উপাসক তেওঁৰ গুৰুৰ কাষলৈ গ’ল আৰু তেওঁৰ অনুমতি অনুসাৰে নাৰদৰ সহকাৰী ৰূপে কাম কৰিবলৈ মান্তি হ’ল। শৱ-সাধনা অনুষ্ঠানৰ অন্তিম পৰ্য্যায় প্ৰাপ্তি কালত নাৰদে উপাসকক ক’লে, ‘এতিয়া মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলাব, এনে অৱস্থাত প্ৰথমবাৰতেই যদি জিভাখন থাপ মাৰি ধৰিব পাৰা, তেন্তে তুমি মহাসিদ্ধি লাভ কৰিবা। যদি দ্বিতীয়বাৰত থাপ মাৰি ধৰিব পা...
উপাসকজনে প্ৰথম আৰু দ্বিতীয়বাৰত জিভাখন থাপ মাৰি ধৰিবলৈ সক্ষম নহ’ল। সেইবাবে তেওঁ মৃতদেহটোৰ মুখৰ ওচৰতে নিজৰ মুখখন ৰাখি বহি পৰিল যাতে জিভাখন ওলালেই কামোৰ মাৰি ধৰিব পাৰে। তৃতীয়বাৰত মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলোৱাৰ লগে লগে উপাসকে কামোৰ মাৰি ধৰিলে আৰু লগে লগে জিভাখন এখন তৰোৱাললৈ আৰু মৃতদেহটো সোণলৈ পৰিবৰ্তিত হ’ল। উপাসকজনে তৰোৱা...
উপাসকজনে সুমেৰুৰ ওপৰলৈ উৰা মাৰিলে আৰু চাৰিটা দ্বীপ আৰু তাৰ উপদ্বীপৰ চাৰিওফালে পাক মাৰিলে। ক্ষন্তেক পাছতে তেওঁ উলটি আহি তৰোৱালখন তীৰ্থিকৰ হাতত গটাই দিলে। তীৰ্থিকে উপাসকক ক’লে, ‘তুমি সোণৰ শৰীৰটো গ্ৰহণ কৰা। যেতিয়ালৈকে তুমি ইয়াৰ হাড়বোৰ স্পৰ্শ নকৰা, তেতিয়ালৈকে ইয়াৰপৰা সোণ ওলাই থাকিব। কিন্তু নাৰী আৰু সুৰাৰ দৰে অশুভ কৰ্মত সো...
আন এক কাহিনী মতে, পাল বংশৰ ৰজা ধৰ্মপালৰ (আনুমানিক শাসনকাল ৭৭০-৮১০ খ্ৰীষ্টাব্দ) দ্বাৰা ওদন্তপৰী বিহাৰ নিৰ্মাণ কৰা হৈছিল। এই কাহিনীৰ লগত ওপৰত উল্লেখ কৰা পৰম্পৰাগত কাহিনীৰ সংগতি দেখা নাযায়। ৰজা গোপালে এদিন শুভ ক্ষণত তেওঁৰ পুত্ৰ ধৰ্মপালৰ কল্যাণাৰ্থে এক ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সময়তে এডাল সাপে মূৰ ডাঙি উঠাত ৰজাই ...
কালক্ৰমত ধৰ্মপালৰ বয়স বাঢ়ি অহাত তেওঁ সকলোতকৈ সুন্দৰ আৰু বিশাল মঠ এটা নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে তেওঁ সেই বিষয়ৰ ভৱিষ্যৎ বক্তা এজনৰ সন্ধান কৰিলে। ভৱিষ্যৎ বক্তাজনৰ উপদেশ মতে সাধু আৰু ব্ৰাহ্মণৰ ঘৰৰ কপাহেৰে শলিতা প্ৰস্তুত কৰিব লাগিব, ৰজা আৰু সদাগৰৰ ঘৰৰ তেল সংগ্ৰহ কৰিব লাগিব, চাকি আনিব লাগিব তপস্বীৰ ঘৰৰ পৰা।...
এই মঠটো নিশ্চিতভাবে অষ্টম শতিকাৰ আগভাগতেই স্থাপিত হৈছিল। কিয়নো ৭৪৯ খ্ৰীষ্টাব্দত ওদন্তপুৰী বিহাৰৰ অনুকৰণ কৰি তিব্বতত অতিন্ত্য বিহাৰ নামেৰে এটা বৌদ্ধ মঠ নিৰ্মাণ হৈছিল। ওদন্তপুৰী বিহাৰৰ সৈতে জড়িত থকা বিখ্যাত পণ্ডিত সকলৰ ভিতৰত আছে অটিচ বা দীপাঙ্কৰ শ্ৰীজ্ঞান (৯৮০-১০৫৪ খ্ৰীষ্টাব্দ)। তেওঁ ওদন্তপুৰীৰ হীনযান পন্থাৰ শিক্ষক ধৰ্ম...
তিব্বতী উৎসৰ মতে ওদন্তপুৰী মহাবিহাৰত ১২,০০০ ছাত্ৰই বাস কৰিছিল। (Page No. 1031, The Blue Annals, Vol II by George N. Roerich) ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ই অত্যন্ত বৃহৎ আকাৰৰ আছিল। কিন্তু অতিশয় দুখৰ বিষয় যে এই মহাবিহাৰ সুদীৰ্ঘ কালৰ বাবে টিকি নাথাকিল। একাদশ শতিকাৰ শেষ ভাগলৈ এই বিহাৰত মাথো একাৱন্ন জন ভিক্ষুহে বাস কৰি আছ...
১১১৯ খ্ৰীষ্টাব্দত ইখিটয়াৰ উদ্দিন খিলজি আৰু তেওঁৰ সেনাবাহিনীয়ে ওদন্তপুৰী বিহাৰত লুণ্ঠন চলাইছিল। তাৰানাথৰ মতে মগধৰ সম্ৰাটে বিহাৰটোৰ সুৰক্ষাৰ বাবে কিছু সৈন্য মোতায়েন কৰিছিল আৰু তাত বসবাস কৰি থকা ভিক্ষু সকলেও আক্ৰমণকাৰীসকলক প্ৰতিৰোদ কৰাত সহায় কৰিছিল। অৱশ্যে গোবিন্দপালদেৱে সিংহাসন আৰোহণ কৰাৰ ৩৮ সংখ্যাক বছৰত অৰ্থাৎ ১১১৯ খ্ৰী...
আন এজন গ্ৰন্থকাৰৰ বৰ্ণনাৰ পৰা, "They were fast sweeping down south. These mid-Asian tribesman had seen no edifices in their desert homeland and knew but little about architectural styles and distinctions. The tall towers of the monasteries, soaring above the circuit walls, arrested attention that easily caused the buil...
এই ঘটনাৰ সাক্ষী এজনৰ বৰ্ণনা অনুসাৰে, "When Bakhtyar (Ikhtiar Khilji) reached the gate of the fort and the fighting began, these two wise brothers were active in that army of Heros. Mahammad Bakhtyar (Ilhtiar Khilji) with great vigour and audacity rushed in at the gate of the fort and gained possession of the place. Gre...
এই ধ্বংস কাৰ্য্যৰ মাজত যি দুই এজন ভিক্ষু বাচি গৈছিল তেওঁলোকে নিজৰ সাধ্যানুসাৰে কিছু ধৰ্ম গ্ৰন্থ লগত লৈ পলাবলৈ বাধ্য হৈছিল। কোনো কোনো ভিক্ষু সাগৰ পথেৰে গৈ আৰাকান বা ব্ৰহ্মদেশত উপস্থিত হ’লগৈ। বহু সংখ্যক ভিক্ষু উত্তৰৰ দিশলৈ গৈ হিমালয়ৰ পাদদেশৰ নেপাল আৰু তিব্বতত উপস্থিত হ’লগৈ। নালন্দাৰ অৱনতিৰ লগে লগে ওদন্তপুৰীৰ সমসামিয়ক ৰূপ...
টোকাঃ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তাইবানৰ পৰা অহা ৩০ জনীয়া প্ৰতিনিধি মণ্ডলীৰ দ্বাৰা চলোৱা অনুসন্ধানৰ অন্তত ওদন্তপুৰীৰ প্ৰাচীন অৱস্থিতিৰ চিনাক্ত কৰিবলৈ সক্ষম নহ’ল।
সহায় লোৱা গ্ৰন্থঃ
(1) History of Buddhism by Bu-ston
(2) The Blue Annals, Vol II by George N. Roerich
(3) The Blue Annals, Vol I by George N. Roerich
(4) The Cambridge History of India, Volume- III
(5) Viharas in Ancient India by Dipak Kumar Barua
(6) Taranath's History of Buddhism in India
Heritage Foundation is a registered Charitable Trust founded on 11th day of Kartik (Shukla Paksha), Shakabda 1922/ the 8th November 2000.<eot>ধলা-শদিয়াৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে আজি পুৱাৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰ মহকুমাৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে। আজি পুৱা বন্ধৰ সমৰ্থক...
‘প্ৰতিবাদকাৰী সকলে আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক, বাঙালী ঐক্য জিন্দাবাদ, অসম পুলিচ হাই হাই, বিজেপি মুর্দাবাদ, উই ৱাণ্ট জাষ্টিছ, বাঙালী বিৰোধী হুঁচিয়াৰ’ আদিকে ধৰি বিভিন্ন শ্ল’গান দি নাগ্ৰীজুলিৰ আকাশ-বতাহ কঁপাই তোলে।
বন্ধৰ সময়ছোৱাত নাগ্ৰীজুলি, গুৱাবাৰী, মাহেন্দ্ৰনগৰ, বিমালানগৰ, কাউলী, কাচুকাটা, ভোলাঝাৰ, বাঙালীপাৰা, দ্বাৰকুচি, তামুলপুৰৰ মহকুমা সদৰৰ ঘগ্ৰাচক, পূৰণ তামুলপুৰ চক, ডিমিলাপাৰ আদিকে ধৰি বৃহত্তৰ অঞ্চলটোত দোকান-পোহাৰ, বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থকাৰ উপৰিও ব্যৱসায়িক যানবাহনৰ চলাচল বন্ধ হৈ পৰে আৰু অঞ্চলটোত স্বাভাৱিক জনজীৱন ব্যা...
অৱশ্যে তামুলপুৰ মটঙা চকত বন্ধৰ সময়ত কিছু সংখ্যক দোকান-পোহাৰ খোলা থকা দেখা যায়। ইপিনে আজি দিনৰ ভাগত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে তামুলপুৰৰ ৰাজপথত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত অৰ্ধ শতাধিক বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰি তামুলপুৰ আৰক্ষী থানাত আবদ্ধ কৰি থয় আৰু বিয়লি ৫ বজাত তেওঁ...
ইফালে বন্ধৰ সময়ত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ লাতিবাৰী অঞ্চলত বন্ধৰ সমাৰ্থক সকলে দুই-এখন বাহনৰ ক্ষতি সাধন কৰা বুলিও জানিব পৰা গৈছে। তামুলপুৰ মহকুমাৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থক আৰু বন্ধ বিৰোধীৰ মাজত দুই এটা সৰুসুৰা সংঘাতৰ সৃষ্টি হোৱা বুলিও খবৰ পোৱা গৈছে যদিও তেনে কোনো ডাঙৰ ঘটনা ঘটাৰ খবৰ বাতৰি লিখাৰ পৰলৈ পোহৰলৈ অহা নাই।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
শান্তিপূৰ্ণভাবে এন আৰ চি প্ৰকাশত আশাবাদী বৰপেটা জিলাবাসী ৷ বিভিন্ন প্ৰান্তৰ ৰাইজৰ স্পষ্ট মত এন আৰ চিত বৈধ কোনো ভাৰতীয়ৰ নাম বাদ পৰিব নালাগে আৰু কোনো বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হ’ব নালাগে ৷ এন আৰ চিক লৈ ৰাইজৰ আশংকা দূৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনে ৰাইজক বিভিন্ন ধৰণে সজাগতাম...
উল্লেখ্য যে, এন আৰ চিৰ ক্ষেত্ৰত স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা জিলাত এন আৰ চিক লৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা চলাই আহিছে৷ এন আৰ চি প্ৰসংগত বিভিন্ন দল সংগঠনৰ উপস্থিতিত শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যা...
কংগ্ৰেছ, বিজেপি, অগপ, এ আই ইউ ডি এফ, বিপিএফ দলৰ লগতে আছু, আমছু, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, এন এছ ইউ আই আদি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত এন আৰ চিৰ বাবে বৰপেটাক বদনাম কৰাৰ সুযোগ দিব নালাগে বুলি মন্ত্ৰীগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায় ৷ পাইলট প্ৰজেক্টৰ দৰে এন আৰ চিক লৈ যাতে বৰপেটাত হিংসাত্মক ঘটনা সংঘটিত নহ...
এন আৰ চিক লৈ একাংশই অপপ্ৰচাৰ চলাই আহিছে যদিও প্ৰকৃততে এন আৰ চিক লৈ কোনো বৈধ লোকৰ শংকিত হোৱাৰ কাৰণ নাই বুলি চৰকাৰ তথা প্ৰশাসনে আগবঢ়োৱা ঘোষণাৰ পৰিপ্ৰেক্ষিতত জিলাবাসী উদ্বিগ্ন যদিও আতংকিত নহয়৷