text
stringlengths
0
188k
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
উল্লেখ্য যে অসমৰ তাৰকা পেচবলাৰ আবু নেচিম আৰু কৃষ্ণ দাসৰ অনুপস্থিতিত অংশগ্ৰহণ কৰা অসম দলে আজিৰ মেচত পোনতে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
অধিনায়ক অমিত সিনহাৰ নেতৃ্ত্বত ঝৃষভ দাস, ৰিয়ান পৰাগ, শিৱশংকৰ ৰয়, ৱাছিৰুৰ ৰহমান, গকুল শৰ্মা, ৰঞ্জিৎ মালী, মুখতাৰ হুছেইন, অৰুপ দাস, পল্লৱ কুমাৰ দাস আৰু ৰাহুল সিঙে আজিৰ পৰা আৰম্ভ হোৱা মেচখনৰ মূল একাদশত স্থান লাভ কৰে।
উল্লেখ্য যে বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা অসমে ৰঞ্জি ট্ৰফীত উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি অসমৰ ক্ৰিকেটপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে।
আনহাতে বিগত ৰঞ্জি ট্ৰফীতকৈ এইবাৰৰ ৰঞ্জি ট্ৰফী কিছু সুকীয়া। কিয়নো এইবাৰৰ প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ছয়টা দলে অংশ লৈছে। ৰঙা বলেৰে প্ৰথমবাৰলৈ প্ৰত্যাহ্বান জনাবলৈ সাজু হোৱা উত্তৰ-পূবৰ দল কেইটা হৈছে মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, নাগালেণ্ড আৰু মেঘালয়।
লক্ষ্যণীয়ভাৱে উত্তৰ-পূবৰ এইকেইটা দলে অসমৰ বিভিন্ন স্থানত নিজৰ নিজৰ ৰঞ্জি ট্ৰফীৰ মেচত অংশ ল’ব।
Recent News
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আজি সকলো বিদ্যালয়তে স্বমূল্যায়ন (internal evaluation বা self evaluation) অনুষ্ঠিত হ’ব। এই স্বমূল্যায়নত বিদ্যালয় আৰু পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ মৌখিক পৰীক্ষা লৈ সেই অনুসৰি মূল্যায়ন কৰিব, যিবোৰ পিছত external evaluation ৰ সময়ত বহিঃনিৰীক্ষকে পুনৰ নিৰীক্ষণ কৰিব।
আনহাতে অহা ৩ নৱেম্বৰৰ ভিতৰত এটা নিৰ্ধাৰিত দিনত শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া ঊৰ্ধ্বতন বিষয়াই বিদ্যালয়লৈ গৈ বহিঃমূল্যায়ন বা external evaluation কৰিব।
মন কৰিব লগীয়া যে দ্বিতীয় বৰ্ষৰ গুণোৎসৱত মূল্যায়ন পদ্ধতিৰ ভালেখিনি সালসলনি হৈছে। নতুন নিয়মমতে, এইবাৰ শৈক্ষিক দিশৰ বাবে পূৰ্বৰ ৬০ শতাংশৰ পৰিৱৰ্তে ৮৫ শতাংশ নম্বৰ ৰখা হৈছে। আন্তঃগাঁথনিৰ বাবে পূৰ্বৰ ১৫ শতাংশৰ ঠাইত কমাই ৫ শতাংশ কৰা হৈছে। সেইদৰে সামাজিক কাম-কাজৰ অংশগ্ৰহণৰ বাবে ৫ শতাংশ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তথ্যপাতিৰ শৃংখলা...
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰথম বৰ্ষৰ গুণোৎসৱৰ সময়ত গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি আদিকে ধৰি দুৰ্বল দিশবোৰ চিনাক্ত কৰি সেইবোৰৰ উন্নয়নৰ ব্যৱস্থা লোৱা হ’ব বুলি কৈছিল যদিও প্ৰথম বৰ্ষৰ গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত একো ব্যৱস্থা লোৱা দেখা নগ’ল।
বহুবোৰ বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকে বিদ্যালয়ত শিক্ষাদান কৰি আছে। উদাহৰণস্বৰূপে নগাৱঁৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ চলচলি মুছলিম গাৱঁৰ এখন বিদ্যালয়ত ১২০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী। সেইদৰে আন আন বহু ঠাইত এজনীয়া শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিক্ষাদান আৰু অন্যান্য যাৱতীয় কামকাজ চলাই থাকিব লগীয়া হৈছে।
আনহাতে বেন্স-ডেস্কৰ অভাৱ, বিদ্যুৎ সংযোগহীন, ফেন, লাইটৰ অভাৱ এতিয়াও বহু বিদ্যালয়ৰ অন্যতম সমস্যা হৈ আছে। জানিব পৰা মতে, আন্তঃগাঁথনিৰ ক্ষেত্ৰত শিক্ষা বিভাগে একো ব্যৱস্থা কৰিব নোৱৰা বাবেই এইবাৰ আন্তঃগাঁথনিৰ বাবে থকা নম্বৰ কমাই শৈক্ষিক দিশৰ বাবে বঢ়াই দিয়াৰ ব্যৱস্থা কৰে।
“মই যোৱাবাৰৰ বহিঃমূল্যায়নৰ সময়ত বহিঃনিৰীক্ষক হিচাপে অহা প্ৰতীক হাজেলা ডাঙৰীয়াক আন্তঃগাঁথনিৰ সমস্যাৰ কথা কৈছিলো। বিশেষকৈ বেন্স-ডেস্কৰ অৱস্থা ভাল নহয়।” এইদৰে কয় গুৱাহাটীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকে।
“হাজেলা ছাৰে লিখিও নিছিল আৰু সৰ্বশিক্ষা বিভাগলৈ দিয়া গোপনীয় প্ৰতিবেদনত (confidential report) এইটো উল্লেখ কৰিছিল বুলি জানো। কিন্তু আজিও একো উত্তৰ নাহিল। কেৱল আমাৰে নহয়, কোনো বিদ্যালয়ে গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত কিবা উন্নয়নৰ সুবিধা পাইছে বুলি শুনা নাই।” নাম প্ৰকাশত অনিচ্ছুক প্ৰধান শিক্ষকজনে কয়।
Recent News
হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ
আসন এক, প্ৰাৰ্থী অনেক! মুখ্যমন্ত্ৰীৰ পদবীত কোন- আজি বৈঠকত সিদ্ধান্ত ল’ব হিমাচল কংগ্ৰেছে
চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ টকা
বিবাহথলীত আনন্দৰ ঠাইত শোকৰ বন্যা: চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে দুই শিশুসহ চাৰিগৰাকীয়ে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
NE Focus -
সম্পাদনাৰ মেজৰ পৰা
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
গুজৰাটৰ গান্ধী আশ্ৰমত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
গুজৰাটৰ গান্ধী আশ্ৰমত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
সুখবৰ
By admin On Oct 19, 2022
0 56
Share
অসম এগ্ৰ’ফৰেষ্ট্ৰি ডেভেল’পমেন্ট বৰ্ডৰ সহযোগত চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ৱৰ্ল্ড এগ্ৰ’ফৰেষ্ট্ৰীৰ উদ্যোগত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত আজি পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাৰতত অৰণ্যৰ বাহিৰত বনানীকৰণ (Trees Outside Forests in India) কাৰ্যসূচীৰ অসমত শুভাৰম্ভ কৰ...
ভাৰতত অৰণ্যৰ বাহিৰত বনানীকৰণ (TOFI) হৈছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (USAID) আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC)ৰ যৌথ উদ্যোগ। CIFOR-ICRAFৰ নেতৃত্বত আঠটা কনচৰ্টিয়াম অংশীদাৰৰ ঐক্যবদ্ধ শক্তিৰে এই কাৰ্যসূচীৰ অধীনত অংশগ্ৰহণকাৰী সাতখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অসম, হাৰিয়ানা, ওড়ি...
ৰাজ্যত বৰ্তমানৰ ৩৬%ৰ পৰা ৩৮%লৈ বনাঞ্চল বৃদ্ধি কৰাৰ দিশত অসম চৰকাৰে প্ৰচেষ্টা হাতত লৈছে বুলি কৈ বনমন্ত্ৰী পাটোৱাৰীয়ে তেওঁৰ ভাষনত TOFI কাৰ্যসূচীয়ে এই প্ৰচেষ্টাসমূহক বহু পৰিমাণে শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে । তেওঁ বনাঞ্চলৰ ওচৰত বাস কৰা লোকসকলৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰয়োজনী...
ভাষন প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে নিজৰ মাটিত ৰোপণ কৰা গছ-গছনি কটাৰ বাবে বন বিভাগৰ পৰা অনুমতি বিচৰা ব্যৱস্থাটোৰ অৱসান ঘটাবলৈ পৰৱৰ্তী কেবিনেট বৈঠকত এক প্ৰস্তাৱ উথ্থাপন কৰা হ’ব। তেওঁ বন বিভাগৰ বিষয়াসকলক গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন আৰু কাঠভিত্তিক উদ্যোগ বৃদ্ধিৰ বাবে সকলোকে নিজৰ মাটিত উচ্চ বাণিজ্যিক মূল্যৰ গছ যেনে সাঁচ...
জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ স্পষ্ট হৈ পৰা বুলি কৈ পাটোৱাৰীয়ে যোৱা কিছু বছৰত বৰষুণ আৰু খৰাং পৰিস্থিতিৰ সময়সূচী অস্বাভাৱিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ সকলো শ্ৰেণীৰ লোকে পৰিৱেশ সুৰক্ষাৰ বাবে দৃঢ় পদক্ষেপ ল’ব লাগিব বুলি কয় । বন বিভাগৰ তৰফৰ পৰা উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে অসমৰ উৰ্বৰ ভূমি...
USAID ভাৰতৰ উপ-মিছন সঞ্চালিকা কেৰেন ক্লিম’স্কিয়ে নিজৰ ভাষণত কয় যে ২০২১ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দুয়ো দেশৰ শীৰ্ষ সন্মিলনত ভাৰত-আমেৰিকাৰ স্বচ্ছ শক্তি কাৰ্যসূচী ২০৩০ অংশীদাৰিত্ব আৰম্ভ কৰিছিল আৰু দুয়োখন দেশে জলবায়ু পৰিৱৰ্তন আৰু স্বচ্ছ শক্তি উৎপাদনৰ ক্ষেত্ৰত ২০৩০ চনৰ...
আজিৰ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ আৰু অসম এগ্ৰ’ফৰেষ্ট্ৰি ডেভেল’পমেন্ট বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ সোণালী ঘোষেও ভাষণ দিয়ে।<eot>অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ,মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
মহিলাৰ উদ্যমীয়তা আৰু সবলীকৰণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত
বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উদ্যোগত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
এছ এছ বিৰ উদ্যোগত গুৱাহাটীত সামৰিক-অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক, তথ্যৰ আদান প্ৰদানত গুৰুত্ব
NE Focus -
সম্পাদনাৰ মেজৰ পৰা
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ