text stringlengths 0 188k |
|---|
অসমীয়া |
পঢ়ক |
উৎস সম্পাদনা |
ইতিহাস চাওক |
অধিক |
পঢ়ক |
উৎস সম্পাদনা |
ইতিহাস চাওক |
অসমীয়া ৱিকিপিডিয়াৰ পৰা |
< ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) |
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব। |
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ |
A Mailing List for Assamese Wikipedia[সম্পাদনা কৰক] |
Please refer to the following discussion on Assamese Wikipedia Community group on Facebook regarding a wiki workshop. |
The following discussion is imported from Facebook Assamese Wikipedia Community group's wall. প্রভাকৰ শৰ্মা নেওগ 06:14, 17 ডিচেম্বৰ 2011 (UTC) |
Gitartha Bordoloi আজি চিজু এলেক্সৰ সৈতে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে অলপ আলোচনা কৰিলোঁ। |
আমি অতি সোনকালেই অসমীয়া ৱিকি কৰ্মশালা এখন আয়োজন কৰাৰ কথা ভাবিব পাৰোঁ। প্ৰথমে গুৱাহাটীৰ কথা চিন্তা কৰা হৈছে। গুণদীপ দাই ডিব্ৰুগড়ত এখন পাতিবৰ বাবেও যো-জা কৰিব পাৰে। মই জানুৱাৰীৰ শেষৰফালেহে সময় উলিয়াব পাৰিম। তাৰ আগতেও কোনোবাই ইচ্ছা কৰিলে আগবাঢ়ি আহিব পাৰে। ৱিকিমিডিয়া ফাউণ্ডেছনে তাৰ বাবে সাধ্যানুসৰি সহায় কৰিব। জানুৱ... |
অসমৰ বাতৰি-কাকতত এই গোটৰ ভাল লিখকসকলে অসমীয়া ৱিকিপিডিয়াৰ আৱশ্যকতা আৰু অৱস্থা সম্পৰ্কে লিখি অলপ জনসজাগতাৰ ওপৰত জোৰ দিয়াতো ভাল হ'ব। |
ফে'চবুকৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ বিভিন্ন আলোচনাৰ বাবে এখন মেইলিং লিষ্ট তৈয়াৰ কৰিলে ফে'চবুক ব্যৱহাৰ নকৰাসকলৰ বাবে সুবিধা হ'ব। |
Unlike · · Unfollow Post · Wednesday at 1:07am You, Anjana Tamuli, মনোৰঞ্জন মজুমদাৰ, Gunadeep Chetia and 6 others like this. |
Jyoti Prakash Nath মই গুৱাহাটী বিশ্ববিদ্যালয়ত চেষ্টা চলাই আছো, কিবা ধনাত্মক আশা দেখিলেই জনাম Thursday at 7:19pm · Like |
Gunadeep Chetia ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই পাৰিম। কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰফালে বা মাৰ্চত পৰা হ'ব। এতিয়া বিশ্ববিদ্যালয়ত পৰীক্ষা চলি আছে। জানুৱাৰী মাহত বন্ধ থাকিব।ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত আমি বেলেগ এখন কৰ্মশালা পাতি আছোঁ। অলপ প্ৰস্তুতি চলাব লাগিব। গতিকে অলপ পলম হ'ব পাৰে। কিন্তু পতাতো খাটাং। Thursday at 9:09pm ... |
মনোৰঞ্জন মজুমদাৰ গুৱাহাটীত হ’লে আমি আছো ৷৷৷ Thursday at 10:44pm · Like Prabhakar Sarma Neog এই লিংকত প্রপ'জেল দিব পাৰে। যদি কোনো প্রশ্ন থাকে তেন্তে Naveen Francis বা Shiju Alex ৰ লগত যোগাযোগ কৰিব পাৰে। (মইও যাম)http://wiki.wikimedia.in/Wiki_Academy |
Wiki Academy - Wikimedia India Chapter wiki.wikimedia.in English অসমীয়া বাংলা मराठी ଓଡ଼ିଆ తెలుగు +/− Thursday at 11:50pm · Like · 1 · |
মনোৰঞ্জন মজুমদাৰ কৰ্মশালাখন মানে এই যে ৱিকিপিডিয়াৰ বিষয়ে মানুহক জনোৱা এয়ে নহয় জানো ৷৷৷ মই আমাৰ অ’ফিচত বিভিন্ন কামত অসমীয়া ৱিকিপিডিয়াৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোকক দেখুৱাই দিছোঁ ৷ তেওঁলোকে আচৰিত হৈ গৈছে য়ে অসমীয়াতো ৱিকিপিডিয়া আছে !!! :) Thursday at 11:52pm · Unlike · 4 |
Chaipau Barua there exists an assamese wikipedia community google group. does it support a mailing list? Yesterday at 4:06am · Like |
Chaipau Baruahttp://groups.google.com/group/assamese_wikipedia Yesterday at 4:09am · Like Prabhakar Sarma Neog Gitartha Bordoloi: Great. let's do it. During Jan/Feb I'll also be relatively free. Chaipau Barua: both groups were created at the same time, during the early days of facebook. I am really glad that the effor... |
Chaipau BaruaPrabhakar Sarma Neog, it didn't, indeed! i am really enthused by the enthusiasm!! 18 hours ago · Like |
Shiju Alex :) So what is decided? :) glad to see that so many things are happening around Assamese. 17 hours ago · Like |
Gitartha BordoloiPrabhakar Sarma Neog দা: ঠিক আছে। মই ব্যস্ত থাকিম বাবে আয়োজনৰ প্ৰাথমিক কামখিনি আনে কৰিলে ভাল হয়। গুৱাহাটীত মনোৰঞ্জন মজুমদাৰ আৰু জ্যোতিপ্ৰকাশ নাথ থাকিবই। আপুনি অসুবিধা নাপাব চাগে। মনোৰঞ্জন মজুমদাৰ ডাঙৰীয়া, অকল জনালেই নহ'ব। লিখিবলৈ উদ্বুদ্ধ্ব কৰিবও লাগিব। সেই কাৰণেই কৰ্মশালাৰ কথা ভবা হৈছে। 12 hours a... |
মনোৰঞ্জন মজুমদাৰ Sure. I will be there. 3 hours ago via mobile · Like |
Anil Chandra Deka P.S.N.-WHY NOT ?I FEEL HONOURED.THANKS. 59 minutes ago · Like |
Naveen Francis wow .. 51 minutes ago · Like Prabhakar Sarma NeogAnil Chandra Deka: sir, thanks. We have been trying to arrange this workshop for last 2-3 years. 38 minutes ago · Like |
Anjana Tamuli Prabhakar Sarma Neog, I am always with your support. I will do my best at Guwahati when you say but after 1st Jan.2012. |
31 minutes ago · Like |
And then: |
Jyoti Prakash Nath |
অহা জানুৱাৰী মাহৰ মাজভাগত বিহুৰ পিচতে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত এখনি কৰ্মশালাৰ আয়োজন কৰিব পাৰিম । কথাবতৰা মাই আগবঢ়াইছো অলপ অচৰপ একেবাৰে খাটাংকৈ অহা সপ্তাহত জনাব পাৰিম । Unlike · · Unfollow Post · 19 hours ago You, Gitartha Bordoloi and Pratim Pratap Baruah like this. Prabhakar Sarma Neog Good. If help needed pleas... |
Jyoti Prakash Nath Prabhakar da I need a formal proposal letter to the VC with description about our workshop. Can you please arrange this for me? |
A mailman mailing list to discuss matters related to Assamese Wikipedia, as an authentic discussion forum[সম্পাদনা কৰক] |
Before arranging a workshop, we have to discuss about formally. Because, since this is a matter related to Assamese wikipedia, we must know the views of all wikipedians, to keep a healthy tradition of making decisions related to wikipedia. |
To make a decision, we'll have to talk and a mailing list is the best way to discuss, and records, too. So I want to open a official wikipedia mailing list and for this our consensus is needed. So, please express your opinion below by writing * YES ~~~~ if you support opening a mailing list, or * NO ~~~~ if you don't. |
Discussion[সম্পাদনা কৰক] |
I think the mailing list could be the official mailing list of the Assamese Wikipedia Community, not just for the workshop. চাইপাও 10:28, 18 ডিচেম্বৰ 2011 (UTC) |
Yes. প্রভাকৰ শৰ্মা নেওগ 10:46, 18 ডিচেম্বৰ 2011 (UTC) |
Yes as Chaipu mentioned, mailing list is not just for workshop. It should serve as a platform to discuss general topics related to Assamese wiki projects with larger community outside. Remember there are many people interested in Assamese wiki projects but may not be editing in wiki. Mailing list can be used as a platf... |
Your opinion[সম্পাদনা কৰক] |
YES প্রভাকৰ শৰ্মা নেওগ 09:57, 18 ডিচেম্বৰ 2011 (UTC) |
YES চাইপাও 10:26, 18 ডিচেম্বৰ 2011 (UTC) |
YES (Bishnu Saikia) বিষ্ণু শইকীয়া 10:51, 18 ডিচেম্বৰ 2011 (UTC) |
YES অম্লান জ্যো ব 10:55, 18 ডিচেম্বৰ 2011 (UTC) |
YES Gitartha.bordoloi 11:38, 18 ডিচেম্বৰ 2011 (UTC) |
YESJpnath008 11:02, 19 ডিচেম্বৰ 2011 (UTC) |
YES বাবুল বৈশ্য 15:32, 19 ডিচেম্বৰ 2011 (UTC) |
List is created. URL is https://lists.wikimedia.org/mailman/listinfo/wikipedia-as Please subscribe to it. |
তথ্যসুৰক্ষা[সম্পাদনা কৰক] |
বন্ধুসকল, Wikipedia-AS নামৰ আমি অলপতে খোলা মেইলিং লিষ্টখন এতিয়াও আমি পৰীক্ষামূলক ভাবেহে চলাই আছোঁ। তদুপৰি, লিষ্টখনৰ তথ্যৰ সুৰক্ষা সম্পৰ্কে মোৰ মনত দুটামান সন্দেহ জাগিছে। গতিকে অনুগ্রহ কৰি ইয়াক পৰীক্ষা-নিৰীক্ষাৰ বাহিৰে অন্য কামত ব্যবহাৰ নকৰেযেন। |
Gitartha Bordoloi: তুমি অনুগ্রহ কৰি লিষ্টখনত মানুহে প'ষ্ট কৰিব নোৱাৰা কৰি দিবানেকি? মোৰ কম্পিউটাৰটোৱে অলপ অসুবিধা দি আছে, মই ভালকৈ ব্যবহাৰ কৰিব পৰা নাই। |
প্রভাকৰ শৰ্মা নেওগ 11:42, 23 ডিচেম্বৰ 2011 (UTC) |
লিষ্ট মুকলি কৰিব পাৰি[সম্পাদনা কৰক] |
লিষ্টখন ৰাইজৰ বাবে মুকলি কৰিব পৰা হ'ল। চাইপাও বৰুৱা, অনুগ্রহ কৰি কামফেৰা কৰক। মনত ৰাখিবলগীয়া: ১. এডমিন এজনহে থাকিব পাৰিব, বাকী মডাযৰেটৰ দুই-তিনিজনক কৰি দিয়ক। ২. জৰুৰী, ৰেকৰ্ড ৰাখিবলগা কথা লিষ্টত আলোচনা কৰিব লাগে। ভাতখোৱা শাকখোৱা কথাবোৰ ফেচবুকতে হ'ব। |
প্রভাকৰ শৰ্মা নেওগ 01:27, 26 ডিচেম্বৰ 2011 (UTC) |
প্ৰবন্ধ শীৰ্ষত বানানৰ সমস্যা সম্পৰ্কে এটা প্ৰস্তাৱ[সম্পাদনা কৰক] |
অসমীয়াত বানানৰ খেলিমেলিটো প্ৰায়ে দেখিয়েই আছোঁ। এনেয়ে সিমান ডাঙৰ সমস্যা নহ'লেও প্ৰবন্ধ শীৰ্ষত বানানৰ খেলিমেলিয়ে ছাৰ্ছ কৰাৰ অসুবিধা দিয়ে। উদাহৰণ স্বৰূপে 'পূৰবী বৰমুদৈ' প্ৰবন্ধটোত 'পূৰবী' নে 'পূৰৱী' সেইটো নিশ্চিত নহয়। ইয়াৰোপৰি 'দেবেন্দ্ৰনাথ' নে 'দেবেন্দ্ৰ নাথ' এনেকুৱা কথাটো অসুবিধা হ'ব পাৰে। সেয়ে ছাৰ্ছ কৰোঁতা সকল... |
নতুন প্ৰবন্ধ[সম্পাদনা কৰক] |
মই এটা প্ৰস্তাৱ দিব খুজিছোঁ। আমি অসমীয়া ৱিকিপিডিয়াত কেৱল প্ৰবন্ধ সংখ্যা বঢ়াবলৈ চেষ্টা কৰিলেই নহ'ব, গুণগত মানদণ্ডলৈও লক্ষ্য ৰাখিব লাগিব। ইতিমধ্যেই বহুত পোখালি প্ৰবন্ধ আৰু অনুবাদ নোহোৱা প্ৰবন্ধ জমা হৈ আছে, সেইবোৰ ঠিক নকৰাকৈ আৰু যোগ দি থাকি লাভ নাই। গতিকে মোৰ মতে সদস্যসকলে এটা পোখালি বিস্তাৰ নকৰাকৈ বা এটা ইংৰাজী প্ৰবন্... |
কেইদিনমান আগেয়ে প্ৰভাকৰদাই পোখালিৰ শ্ৰেণীভুক্ত কৰাৰ কথা কৈছিল| সৰু সৰু প্ৰবন্ধবোৰ প্ৰথমেই তেনেদৰে শ্ৰেণীবিভাজন কৰি ল’লে কামটো সহজ হ’ব| (Bishnu Saikia) বিষ্ণু শইকীয়া 20:13, 18 জানুৱাৰী 2012 (UTC) |
শ্ৰেণীবিভাজন পিছৰ কথা। এতিয়াই এশটাৰ ওপৰ পোখালি বিস্তাৰ কৰিবলৈ আছে, ৫৬ খন অনুবাদ নোহোৱা পৃষ্ঠা আছে। তাৰ ওপৰত যদি আৰু যোগ দি থকা হয় তেন্তে বেমেজালি বাঢ়িহে যাব। মই এতিয়া বিশখন দেশৰ বিষয়ে এশাৰী এশাৰী লিখি "শ্ৰেণী:পোখালি (দেশ)"ত সুমুৱাই থওঁ বা নথওঁ, মূৰৰ কামোৰণি চবৰে হ'ব। Gitartha.bordoloi 20:29, 18 জানুৱাৰী 2012 (UTC) |
মই এই প্রস্তাবত একমত নহওঁ। |
পোখালি প্রয়োজনীয়, নহ'লে গছ ক'ৰপৰা হ'ব? নতুন লিখকে তেনেকৈয়ে লিখিব। আমি শিকাই দিম, কেনেকৈ লিখে, অন্ততঃ প্রথম পেৰাটো। |
প্রবন্ধসংখ্যাও বাঢ়িব লাগিব, "পোখালি" হ'লেও, তেতিয়াহে ভৱিষ্যতে ডাঙৰ এজনে কিবা ভুল দেখিলে, প্রৱন্ধটোৰ যদি গুৰুত্ব আছে বুলি ভাবে তেন্তে কম্পিউটাৰ নাজানিলেও শুধৰাই দিবলৈ আগবাঢ়ি আহিব। |
গীতাৰ্থ বৰদলৈ, আপুনি অলপ ভালদৰে ভাবি চাওক: |
আপুনি বহুত সংক্ষিপ্তভাৱে কথা কয়, লেখক "পোখালি"বোৰে সেইকাৰণে আপোনাক বাঘৰদৰে ভয়কৰে, এয়া হোৱা উচিত জানো? |
ৱিকিপিডিয়া ৰাইজৰ, ৰাইজে লিখা, ৰাইজৰ বাবে; গতিকে আমি ইমান কঠোৰ হোৱা অনুচিত। যি লিখে লিখক আকৌ, আমি ঠিক কৰি দিম, কিয় আছোঁ? ইমান ভয় খুৱালে মানুহ কেনেকৈ আহিব? অন্ততঃ আমাক |
পাঁচজন আৰু sysop লাগে |
এক মহাপদ্ম ডেকাপোখালি লিখক লাগে - লাগে দিনে এক লাইনেই নিলিখক কিয়, |
ধন্যবাদ। |
প্রভাকৰ শৰ্মা নেওগ 08:19, 4 ফেব্ৰুৱাৰী 2012 (UTC) |
ইয়াতে এটা কথা আছে আমি কোনখিনি লিখাক পোখালিত ৰাখিম মাত্ৰ এশাৰী থকা লেখাখিনিক নে ? অতি চমু্কৈ লিখা লেখা সমূহকো য’ত বিষয়টোৰ এটা চমু আভাষ আছে | যদি প্ৰথমটো হয় তেতিয়া ই বৰ আদৰণীয় নহ’ব, দ্বিতীয়টো হ’লে ইয়াক মানি ল’ব পৰা হ’ব চাগে | আৰু এটা কথা নতুন সকলক ধৰি ৰখাটো আজিৰ দিনটোত অসমীয়া ৱিকিপিডিয়াৰ বাবে সবাটোতকৈ প্ৰয়োজনীয... |
Dipankar Chetia, এই বিষয়ত Amlan Basumatari-এ কাম কৰি আছে, কিন্তু সদ্যহতে তেওঁ পঢ়া-শুনাত ব্যস্ত আছে বাবে হয়তো সেইবাবে মন্তব্য দিবপৰা নাই। আমি তেওঁ কি কয় অলপ শুনি লওঁ। প্রভাকৰ শৰ্মা নেওগ 08:50, 4 ফেব্ৰুৱাৰী 2012 (UTC) |
সংক্ষিপ্তভাৱে ক'লোঁ জানো? মোক কোনে ভয় কৰে নকৰে নাজানো, কিন্তু প্ৰস্তাৱটো সকলোৱে বুজি পাইছে। |
যি লিখে লিখক মনোভাৱ ল'লে এইখন বিশ্বকোষ হৈ থাকিবনে? তেতিয়া সহযোগিতামূলক সংকলনৰ ধাৰণাই অপ্ৰাসংগিক হৈ পৰিব। ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পৃষ্ঠাখন সকলোৱে পঢ়াটো প্ৰয়োজনীয়। |
২০০৭ চনতে সৃষ্টি কৰা বহু প্ৰবন্ধ এতিয়ালৈকে বিস্তাৰ কৰা হোৱা নাই। পোখালি শ্ৰেনীটোত চকু ফুৰাওক। উদাহৰণ: লেবানন, ভালুক, আপেল আদি। তাৰ পিছত আছে প্ৰফুল্ল কুমাৰ মহন্ত, শিলচৰ, ৱিকিনিউজ আৰু শ শ তেনে প্ৰবন্ধ। কিবা ভুল দেখিলে জাননী লগোৱা, বিলোপ কৰা বা পোখালি শ্ৰেণীভুক্ত কৰা সহজ, কিন্তু দহজনমান সক্ৰিয় সদস্য থকা অসমীয়া ৱিকিপিডি... |
বহুতে নিজৰ প্ৰবন্ধত পোখালি বুলি জাননী লগাই তাৰ কথা পাহৰি যায়। মোৰো তেনেকুৱা হৈছে। গতিকে তেওঁ সেইটো বিস্তাৰ নকৰাকৈ দ্বিতীয় এটা সৃষ্টি নকৰাৰ কথা কৈছিলোঁ। |
বহুতো পোখালি প্ৰবন্ধই "ৱিকিপিডিয়া অভিধান নহয়" কথাটো মানি চলা নাই। যেনে-ক্ৰিয়া। এনেকুৱা প্ৰবন্ধ নিলিখিবলৈ অনুৰোধ কৰাত কোনো ভুল নাই, এয়া ৱিকিপিডিয়াৰ সাধাৰণ নিয়ম মাত্ৰ। |
নতুন সদস্যক ধৰি ৰখাটো প্ৰয়োজনীয়, কিন্তু তেওঁলোকক সাধাৰণ নিৰ্দেশাৱলী মানি চলিবলৈ অনুৰোধ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। নেপোলিয়ন চাওক। প্ৰবন্ধটো ইংৰাজীৰ পৰা কপী-পেষ্ট কৰি সদস্যগৰাকী নোহোৱা হৈ গ'ল। যোৱা এবছৰ তেনেকেই পৰি আছে। জাতিঙ্গাৰ কাহিনীও একেই। |
কিছুমান চুটি প্ৰবন্ধ আমি মানি ল'ব পাৰোঁ য'ত এটা পৰিচ্ছেদতে বিষয়টোৰ এক থুলমূল আভাষ দিয়া হৈছে। যেনে- ছাৰা বাৰ্নহাৰ্ট। ইংৰাজী ৱিকিৰ ভাল প্ৰবন্ধৰ প্ৰথম পৰিচ্ছেদটো যথেষ্ট তথ্যপূৰ্ণ হয়। |
মই কাকো ভয় খুৱাব খুজা নাই, ৱিকিপিডিয়া কি আৰু ৱিকিপিডিয়া কেনেকুৱা হোৱা উচিত সেয়া আলোচনাহে কৰিব খুজিছোঁ। Gitartha.bordoloi 14:22, 4 ফেব্ৰুৱাৰী 2012 (UTC) |
গীতাৰ্থৰ কথাখিনি মই ফেচবুকৰ আলোচনাতে সমৰ্থন কৰিছোঁ। মোৰ মতেও একেই, এটা-দুটা শাৰীৰ প্ৰৱন্ধ লিখাটো সমৰ্থন কৰিব নালাগে। সমৰ্থন কৰিবহে নালাগে। নতুন লেখক এজনে সেইবুলি নিলিখাকৈ নাথাকে। যিজনে পোখালি আৰম্ভ কৰে, তেখেতে প্ৰৱন্ধটো বহল নকৰাকৈ নতুন নতুন পোখালি আৰম্ভ কৰিলে আগতে প্ৰৱন্ধটো বহলাবলৈ অনুৰোধ কৰাৰ নিয়মটো কৰি ৰাখিব লাগে। ক... |
উদ্দীপতালুকদাৰ 14:56, 4 ফেব্ৰুৱাৰী 2012 (UTC) |
ফে'চবুক গোটত হোৱা আলোচনা: https://www.facebook.com/groups/assamwikigroup/permalink/327730787265482/ Gitartha.bordoloi |
পোখালি একেবাৰে নিষিদ্ধহোৱাটো নিবিচাৰো। কিন্তু মাহৰ পিছত মাহ নাইবা বছৰ বছৰ ধৰি সেইটো অৱস্থাতে থকাটো তেনেই অবাঞ্চনীয়। উদ্দীপ তালুকদাৰে কোৱাৰ নিচিনাকৈ সাধাৰণ নীতিটো এনেকুৱা হোৱা উচিত যে কেৱল পোখালিক নিৰুৎসাহিত কৰা হওক। অতিবেছি দুমাহতকৈ বেছি দিন ধৰি পোখালি হিচাপেই থাকিলে তেনে প্ৰৱন্ধৰ বিষয়ে (যিয়েই দেখে তেওঁৱেই) হয় অন্ত... |
কৰিবপৰা কেইবাটাও উপায় আছে: |
পোখালিৰ ন্যুনতম আকাৰ ঠিক কৰি দিয়া: অন্ততঃ লিখকে যাতে প্রথম পেৰাটো প্রবন্ধটোত থাকিবলগীয়া কথাৰিনিৰ এটা থুলমূল আভাস দিয়ে। এইবিষয়ে মই আগতেও কৈছোঁ। মই ইয়াকেহে সমৰ্থন কৰোঁ। যদি এই প্রস্তাৱ ৰাইজে মানি নলয় বা লিখকে প্রবন্ধটো এনেকৈ নিলিখে তেন্তে |
বিলোপন মই সমৰ্থন নকৰোঁ। নতুন সদস্যৰ মৰেলৰ বাবে বেয়া |
ফ্রীজ কৰা পাৰি কিন্তু পাচত কোনোবাই লিখিব কেনেকৈ তাত? |
স্থানান্তৰণ পাৰি, ভাল প্রস্তাব। অন্য কোনো কোনো ৱিকি্ৰ দৰে প্রথম লিখা সদস্যজনৰ ব্যক্তিগত "ইউজাৰ এৰিয়া"লৈ (শেষৰজনৰ নহয়); লগতে পাচত অহাসকলৰ বাবে এটা "ৰিডাইৰেক্ট লিংক" দিয়াটো (মানে আগৰ প্রবন্ধৰ জেগাৰ পৰা) প্রয়োজনীয়। |
প্রভাকৰ শৰ্মা নেওগ 21:50, 7 ফেব্ৰুৱাৰী 2012 (UTC) |
It would not be correct to delete stubs. Instead of discouraging stubs, we should encourage better articles. One way would be to have amongst us a band of self-appointed "stub police" who will check for newly created stubs and encourage the stub creators to write better articles. In other words, the stub police would a... |
নতুনকৈ পোখালি লিখা কথাতো মই সমৰ্থন নকৰো আৰু এই বিষয়ত কিছুমান নিয়ম প্ৰবৰ্তন কৰাৰ মতপোষণ কৰো । তাৰ ভিতৰত এটা অন্তত: এনেকুৱা হ'ব লাগে যে কোনোবাই প্ৰৱন্ধ এটা লিখিলে সেইটোৰ বিষয়ে অলপ হলেও তথ্য প্ৰথমে গোটাই লব লাগে আৰু অন্তত: এটা অনুচ্ছেদ লিখিব লাগে য'ত বিষয়বস্তুৰ বিষয়ে এটা থুলমূল আভাষ পোৱা যায় । উদ্দীপ দাৰ কথাখিনিত মই... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.