text stringlengths 0 188k |
|---|
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক। |
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সা... |
আধুনিকতাবাদ (ইংৰাজী: Modernism) হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ সময়ছোৱাত পশ্চিমৰ শিল্প আৰু সাহিত্যত এক বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তৰ্মুখী, ব্যক্তিনিষ্ঠ আন্দোলন৷ এই আন্দোলনে জীৱন সম্পৰ্কীয় কিছু মৌলিক প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰিছিল৷ ঊনবিংশ শতিকাৰ শ... |
সূচী |
1 পটভূমি |
2 সাহিত্যত আধুনিকতাবাদৰ বিকাশ |
3 তথ্য সংগ্ৰহ |
4 বাহ্যিক সংযোগ |
পটভূমিসম্পাদনা কৰক |
ঊনবিংশ শতিকাটোক মানৱ সভ্যতাৰ ইতিহাসৰ এটা জলচ্ছেদ বুলিব পাৰি৷ আপেক্ষিছকতাবাদৰ জন্মদাতা এলবাৰ্ট আইনষ্টাইন, কোৱান্টাম সূত্ৰৰ প্ৰতিষ্ঠাতা মেক্স প্লেংক, পৰমাণু তত্ত্বৰ প্ৰতিষ্ঠাতা আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰ আৱিষ্কাৰ আৰু বৈজ্ঞানিক চিন্তাই জীৱন আৰু জগতৰ প্ৰতি মানুহৰ দৃষ্টিভংগীক পৰিৱৰ্তন কৰে৷ চিগ্মণ্ড ফ্ৰয়েডৰ The Interpretation of... |
সাহিত্যত আধুনিকতাবাদৰ বিকাশসম্পাদনা কৰক |
আধুনিকতাবাদৰ জন্ম হৈছিল চিত্ৰশিল্পৰ যোগেদি৷ চিত্ৰশিল্পৰ প্ৰতীতিবাদ, উত্তৰ প্ৰতীতিবাদ, অভিব্যক্তিবাদ, কিউবিকবাদ আদিৰ মাজেদি প্ৰকাশিত মানুহৰ মনোজগতৰ দ্বন্দ্ব, নৈৰাশ্য, অনুশাসনহীনতা, ব্যক্তিকেন্দ্ৰিকতা, অসহায়তা কেৱল চিত্ৰশিল্পৰ মাজতে সীমাবদ্ধ নাথাকি জ্ঞানৰ সকলো ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হ'ল৷ যাময়াতিনে (Yevgeny Zamyatin) লিখ... |
আধুনিক যুগৰ লক্ষণ সম্পৰ্কে আৰ্ভিং হৱে (Irving Howe) তিনিটা স্তৰ নিৰ্দেশ কৰিছে: |
প্ৰথম স্তৰ: ব্যক্তিৰ ব্যক্তিগত মনৰ স্ফীতি সাধন৷ |
দ্বিতীয় স্তৰ: বৰ্হিজগতৰ পৰা অন্তৰ্জগতলৈ প্ৰৱেশ৷ |
তৃতীয় স্তৰ: জীৱন আৰু কৰ্মৰ সাৰশূণ্যতাৰ স্তৰ৷ |
দৰাচলতে আধুনিকতাবাদ উল্লিখিত পটভূমিত জন্ম হোৱা বিভিন্ন মতবাদৰ সমষ্টি স্বৰূপ৷ আধুনিকতাবাদৰ সৈতে জডি়ত আন কিছুমান ধাৰণা বা মতবাদ হৈছে প্ৰকৃতিবাদ (Naturalism), প্ৰতীকবাদ (Symbolism), বাস্তৱবাদ (Realism), প্ৰতীতিবাদ (Impressionism), চিত্ৰকল্পবাদ (Imagism), অভিব্যক্তিবাদ (Expressionism), অধিবাস্তৱবাদ (Surrealism) আদি৷ |
১৯৩০ চনৰ ডিচেম্বৰৰ আশে-পাশে মানৱ প্ৰকৃতিৰ পৰিৱৰ্তন ঘটি আধুনকিতাবাদী আন্দোলনৰ সূচনা হোৱাৰ কথা ভাৰ্জিনিয়া উল্ফে (Virginia Woolf) ক'ব বিচাৰিছে৷ কিন্তু জোচেফ কনৰাড (Joseph Conrad)-ৰ Heart of Darkness-ৰ দৰে গ্ৰন্থত ১৯০২ চনতে আধুনিকতাবাদী দৃষ্টিভংগীৰ উপস্থিতি লক্ষ্যণীয়৷ এবচাৰ্ড নাটক (Absurd Theatre) আদি ইয়াৰ পূৰ্বতে আৰম্ভ... |
হৱে (Irving Howe) আধুনিকতাবাদৰ কেইটামান লক্ষণ নিৰ্দেশ কৰিছে: (১) এক বিশেষ সম্প্ৰদায় হিচাপে আভা গাৰ্ডৰ বিকাশ, (২) বিশ্বাসৰ সংকট, (৩) সাহিত্যকৰ্মৰ আত্মপৰ্যাপ্তিৰ ওপৰত দিয়া গুৰুত্ব, (৪) নন্দনতাত্বিত ক শৃংখলত পৰিৱৰ্তন, (৫) সাহিত্যৰ পৰা প্ৰকৃতিৰ অপসাৰণ কৰাৰ পৰিচয়, (৬) আকস্মিকতা, অভিঘাত, উত্তেজনা, সন্ত্ৰাসৰ লগত মুখামুখি, ... |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ অঞ্জন কুমাৰ ওজা, সাহিত্য সমালোচনা তত্ত্ব, নৰ্থ লখিমপুৰ মহাবিদ্যালয় প্ৰকাশন, ২০০১ |
↑ Irving Howe, The Idea of the modern in Literature and the Arts, 1968 |
বাহ্যিক সংযোগসম্পাদনা কৰক |
ৱিকিমিডিয়া কমন্সত আধুনিকতাবাদ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Ballard, J.G., on Modernism. |
Denzer, Anthony S., PhD, Masters of Modernism. |
Hoppé, E.O., photographer, Edwardian Modernists. |
Malady of Writing. Modernism you can dance to An online radio show that presents a humorous version of Modernism<eot>উত্তৰঃ দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালে সৰু দণ্ডচুম্বক এডালৰ দৰে কাম কৰে, সেয়ে ইয়াক দণ্ড চুম্বক এডালৰ কাষলৈ নিলে ইয়াৰ কাঁটাডাল বিপেক্ষিত হয় ৷ এনে হোৱাৰ কাৰণ হ’ল দণ্ড চুম্বক আৰু দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালৰ উভয় ম... |
প্ৰশ্নাৱলী(পৃষ্ঠা নং 228) |
1. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা ৷ |
উত্তৰঃ |
2. চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা ৷ |
উত্তৰঃ চৌম্বক বলৰেখা(চুম্বকীয় ক্ষেত্ৰৰেখ)ৰ ধৰ্মসমূহৱ হ’লঃ |
(i) চৌম্বক বলৰেখাবোৰ চুম্বকৰ বাহিৰফালে উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়৷ |
(ii) চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয় ৷ এতেকে চৌম্বক বলৰেখাবোৰে বন্ধ বক্ৰৰেখাৰ ৰুপ লয় ৷ |
(iii) য’ত চৌম্বক বলৰেখাবোৰ ঠাঁহ খাই থাকে তাত চৌম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয়, অৰ্থাৎ মেৰুৰ ওচৰৰত চুয়ম্বকীয় বলৰ মান অধিক হয় ৷ |
(iv) দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে ৷ |
3. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ? |
উত্তৰঃ দুডাল চৌ্ম্বক বলৰেখাই কেতিয়াও পৰস্প[ৰে কটাকটি কৰিব নোৱাৰে কাৰণ যদি এনে কৰে তাৰ অৰ্থ হ’ব যে কটাকটি কৰা বিন্দুত দিগ দৰ্শন যন্ত্ৰৰ কাঁটাডালে দুটা দিশ নিৰ্দেশ কৰিব যিটোচচ সম্ভৱ নহয় ৷ |
প্ৰশ্নাৱলী(পৃষ্ঠা নং 229) |
1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা ৷ ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে ৷ কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা ৷ |
উত্তৰঃ পোন প্ৰবাহযুক্ত তাঁৰ এডালৰ চুম্বক ক্ষেত্ৰৰ মান ইয়াৰ পৰা দূৰত্বৰ ব্যস্তানুপাতিক ৷ একেদৰে, প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ প্ৰতিটো বিন্দুৰ চৌপাশে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ যায় ৷ যেতিয়া বৃত্তবোৰ কুণ্ডলীৰ কেন্দ্ৰত উপনীত হয় তেতিয়া ইহঁত পোন ৰু... |
এইটোৱে ইয়াকে সূচায় যে প্ৰবাহযুক্ত পৰিবাহীৰ প্ৰতিটো বিন্দুৱে এখন চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰে ৷ |
2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম ৷ ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা ৷ |
3. শুদ্ধ উত্তৰ বাছি উলিওৱা ৷ |
প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ |
(a) শূন্য |
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমাত কমি যায় ৷ |
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমাত বাঢ়ি যায় ৷ |
(d) সকলো বিন্দুতে একে থাকে ৷ |
উত্তৰ : |
প্ৰশ্নাৱলী9(পৃষ্ঠা নং 224) |
1. চৌ্ম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্হাত প্ৰট’ন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে) |
(a)ভৰ (b) দ্ৰুতি |
(c) বেগ (d)ভৰবেগ |
উত্তৰ : |
2. কাৰ্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (I) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয় , আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় ? |
3. পশ্চিম দিশলৈ উতপেক্ষিত ধনাত্মক আধানেৰে আহিত কণা এটা(আলফা-কণা)চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল ৷ চু্ম্বক ক্ষেত্ৰৰ দিশ হ’ব – |
(a) দক্ষিণমুৱা (b) পূৱমুৱা |
(c) নিম্নমুখী (d) উৰ্দ্ধমুখী |
প্ৰশ্নাৱলী9(পৃষ্ঠা নং 233) |
1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা ৷ |
উত্তৰঃ যদি আমি বাওঁহাতৰচ তৰ্জনী, মধ্যমা আৰু বুঢ়া আঙুলি কেইটা পৰস্পৰ লম্ব দিশত মেলি দিওঁ, তেতিয়া যদি তৰ্জনী আঙুলি চৌম্বক ক্ষেত্ৰৰ দিশত আৰু মধ্যমা আঙুলি বিদ্যুৎ প্ৰবাহৰ দিশত থাকে, তেন্তে বুঢ়া আঙুলিটোৱে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশক সূচাব৷ |
2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি? |
উত্তৰঃ বৈদ্যুতিক মটৰ হ’ল বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰ কৰা এটা সঁজুলি ৷ ইয়াৰ মূলনীতি এয়ে যে চৌম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা স্হাপন কৰিলে এটা বল ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে ৷ ইয়াৰ বলৰ দিশ ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি ৷ |
3. বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি? |
উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙঠি্য়ে এটা দিক্ পৰিৱৰ্তক হিচাপে কাম কৰে, যিয়ে বৈদ্যুতিক ৰ্তনী এটাৰ মাধ্যমেৰে প্ৰবাহৰদিশ বিপৰীতমুখী কৰে ৷ |
প্ৰশ্নাৱলী9(পৃষ্ঠা নং 236) |
1.কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা ৷ |
উত্তৰঃ |
প্ৰশ্নাৱলী9(পৃষ্ঠা নং 237) |
1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা ৷ |
উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হ’ল যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰুপান্তৰ কৰা এবিধ সঁজুলি ৷ এই সঁজুলিটো বিদ্যুৎ চুম্বকীয় আৱেশৰ এই নীতিৰ ওপৰত আধাৰিত যে পৰিবাহী এডালে চুম্বক ক্ষেত্ৰত গতি কৰিলে ইয়াত পৰিৱৰ্তিত চৌম্বক ক্ষেত্ৰৰ বাবে বিদ্যুৎ প্ৰবাহ আৱিষ্ট হয় ৷ |
2. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা ৷ |
উত্তৰঃ প্ৰত্যক্ষ প্ৰবাহ উৎস কেইটামানৰ নাম হ’লঃ- |
সঞ্চায়ক, শুষ্ক কোষ আদি ৷ |
3. পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে ৷ |
উত্তৰঃ পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰা উৎসসমূহ হ’লঃ- |
বৈদ্যুতিক জেনেৰেটৰ |
4. শুদ্ধটো বাছি উলিওৱা ৷ |
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে ৷ আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি– |
(a) দুপাকত সলনি হ’ব৷ (b) এপাকত সলনি হ’ব |
(c) আধা পাকত সলনি হ’ব (d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব ৷ |
প্ৰশ্নাৱলী(পৃষ্ঠা নং238) |
1. বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্হাৰ নাম লিখা ৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.