text stringlengths 0 188k |
|---|
পদক্ষেপ-I : চৌম্বক ক্ষেত্ৰ এখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1 আৰু R2 আঙঠি দুটাও তাৰ সৈতে ঘূৰে ৷ |
পদক্ষেপ-II : AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায়(ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে) ৷ |
পদক্ষেপ-III : AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আৱিষ্ট কৰে যি বহিঃ বৰ্তনীত ABCD ৰ দিশত চালিত হয় ৷ |
পদক্ষেপ-IV : আধা পাক ঘূৰাৰ পিছত আঙঠি R1 আৰু R2 ব্ৰাছৰ সংস্পৰ্শলৈ আহে আৰু CD বাহু ওপৰলৈ উঠে ৷ |
পদক্ষেপ-V : আঙঠি R2 আৰু B1 ৰ সংস্পৰ্শলৈ আহে আৰু AB বাহু তললৈ যায় ৷ এই সঞ্চালনৰ ফলত বাহু দুটাত াৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱ্ষ্টি প্ৰবাহ DCBA ৰ দিশত চালিত হয় ৷ |
পদক্ষেপ-VI : এই অবিৰত প্ৰধিয়াটোৰ কাৰণে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰদিশ সলনি হৈ থাকে আৰু পৰিৱৰ্তী প্ৰবাহ(AC)ৰ উৎস লাভ কৰা হয় ৷ |
17. এটা বৈদ্যুতিক হ্ৰস্ববৰ্তনী(short circuit) কেতিয়া সংঘটিত হয় ? |
উত্তৰঃ সজীৱ তাঁৰ(ধনাত্মক তাঁৰ)আৰু উদাসীন(ঋণাত্মক তাঁৰ)ৰ অন্তৰণ নষ্ট হোৱাৰ বাবে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে বৰ্তনীত বিদ্যুৎ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায় ৷ ইয়াৰ ফলস্বৰুপে হ্ৰস্ববৰ্তনী সংঘটিত হয় ৷ |
একেটা খাঁজতে অত্যধিক সঁজুলি সংযোগ কৰিলে ৰোধ হ্ৰাস পায় ৷ ইয়াৰ ফলস্বৰুপে বৰ্তনীৰ মাজেৰে বৰ্ধিত মাত্ৰাত বিদ্যুৎ চালিত হৈ হ্ৰস্ববৰ্তনী সংঘটিত হ’ব পাৰে ৷ বৈদ্যুতিক সঁজুলিত থকা ক্ৰুটিৰ বাবেও কেতিয়াবা হ্ৰস্ববৰ্তনী হ’ব পাৰে |
18. ভূমি সংলগ্ন তাঁৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কি ? |
উত্তৰঃ ভূমি সংযোগী তাঁৰৰ কাম হ’ল যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্হানান্তৰ কৰা ৷ |
যেতিয়া ধাতুৰ শৰীৰ থকা সঁজুলি প্ৰবাহ নিঃসাৰিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰকাৰীয়ে বৈদ্যুতিক আগাত পোৱাৰ সম্বাৱনা থাকে৷ যদি সঁজুলিবিধৰ কিবা প্ৰকাৰে ভূমি সংযোগী তাঁৰৰ দ্বাৰা ভূমিৰ সংস্পৰ্শত থাকে, এই আঘাত প্ৰতিৰোধ কৰিব পৰা যায় ৷<eot>ডিজিটেল ডেস্কঃ নতুন দিল্লীত অহা ১৩ মে'ৰ পৰা১৫ মে'লৈ অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় টাং চু ডু প্... |
কোভিডৰ পাছত ৰাষ্ট্ৰীয় খেলত ভাগ ল'বলৈ পায় অসমৰ খেলুৱৈসকল উৎসাহিত হৈ পৰিছে । উক্ত প্ৰতিযোগিতাত অসমৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ, দিপাংকৰ চেতিয়া, হাৰুণ আলীৰ লগতে অন্যান্য প্ৰশিক্ষকসকলে অংশগ্ৰহণ কৰিব । |
অসমৰ খেলুৱৈসকলে যাতে ভাল ফল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ কাৰণে অসম টাং চু ডু সন্থাৰ সভাপতি আৰু উপ-সভাপতিযে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।<eot>আজি ৩০ অক্টোবৰ। অসমত সংঘটিত ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি এটা দশক সম্পূৰ্ণ কৰিলে। শিশুকে ধৰি আশীজনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্... |
উল্লেখযোগ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী)-এ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কৰিছিল এলানি ধাৰাবাহিক বিস্ফোৰণ। |
পৰিতাপৰ কথা, ধাৰাবাহিক বিস্ফোৰণেৰে নিৰীহৰ তেজৰ ফাঁকু খেলা হত্যাকাৰী অভিযুক্তই এতিয়াও শাস্তি পোৱা নাই। ভুক্তভোগী পৰিয়ালে ন্যায়ৰ আশাত বন্দী হৈ ক্ৰমে আশাহত হৈ পৰিছে। |
২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিত সংঘটিত বিস্ফোৰণৰ দৃশ্য। ফটো : ইন্টাৰনেটৰ সৌজন্যত |
প্ৰতিবছৰে ৩০ অক্টোবৰৰ দিনটোত বিস্ফোৰণত নিহত হোৱা এই নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি অসমৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই আহিছে। |
আনহাতে, ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আহতসকলৰ আশু-আৰোগ্য কামনাৰে আৰু অসমৰ মাটিৰ পৰা ‘সন্ত্ৰাসবাদ নিপাত যাওক’ ধ্বনিৰে আজি সন্ধিয়া সমগ্ৰ অসমত প্ৰতিখন জিলা, মহকুমা সদৰত ৰাইজৰ সহযোগত আছুৱে বন্তি প্ৰজ্বলন কৰিব। |
সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছুৱে ৰাইজৰ সহযোগত দৃঢ়তাৰে যুঁজ অব্যাহত ৰখাৰ লগতে সন্ত্ৰাসবাদক অসমৰ পৰা উৎখাত কৰিবই লাগিব বুলি উল্লেখ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কয় যে ৩০ অক্টোবৰৰ বৰ্বৰ ঘটনাৰ লগত জড়িত দোষীৰ বিৰুদ্ধে আজিলৈকে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আহতসকলৰ সুচিকিৎসা... |
আছুৰ নেতা দুগৰাকীয়ে উক্ত ঘটনাৰ বাবে চৰকাৰে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব বুলিও দৃঢ় মত পোষণ কৰে। |
Recent News |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি |
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
W7s news ষ্টাফৰিপোৰ্টাৰ: 'অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু সীমান্ত অঞ্চলত বসবাস কৰা জনতাক সুৰক্ষা দিবলৈ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমে। বুধবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় ' বিগত ৬ বছৰত উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ ৰা... |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at August 11, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
মন্তব্য |
Archive |
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>দেশৰ সৰ্বত্ৰে জম্মু ক... |
ইফালে অভিনেত্ৰী জাহ্নৱী কাপুৰে পত্ৰখনত উল্লেখ কৰে যে, মই বহুত দুঃখিত যে,আমাৰ লোকসকলে নিজৰ কাৰণে যুদ্ধ কৰাৰ কোনো সুবিধা নাপায়। লগতে অভানেত্ৰী গৰাকীয়ে পুলৱামাত নিজৰ জীৱন দান দিয়া বীৰ জোৱানসকলৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰে ৷ উল্লেখ্য যে ১৪ ফ্ৰেব্ৰুৱাৰীত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জেইছ ই মহ... |
এক তথ্য অনুসৰি বলীউডৰ বিগ বি অমিতাভ বচ্চনে শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ প্ৰদান কৰিব ৷ সম্প্ৰতি বিগ বিয়ে এই সমগ্ৰ ঘটনাক প্ৰত্যক্ষ কৰি আছে যে,কেনেকৈ শ্বহীদৰ পৰিয়ালক কেনেকৈ সাহাৰ্য প্ৰদান কৰিব ৷ |
বলীউডৰ আন এজন নতুন প্ৰজন্মৰ অভিনেতা বৰুণ ধাৱনেও পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। বৰুন ধাৱন সম্প্ৰতি আহিবলগীয়া ছবি "ষ্ট্ৰীট ডান্সাৰ ৩ ডী" দৃশ্যগ্ৰহণ কৰি আছে ৷ ৪০ জন বীৰ জোৱান শ্বহীদ হোৱা তথা বহুকেইজন আহত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বৰুন ধাৱানে লিখে যে "জয় হিন্দ" মই কেতিয়াওঁ হিংসাৰ ওপৰত... |
https://www.instagram.com/p/Bt6f0_8ne4O/ |
বৰুন ধাৱান,শ্ৰদ্ধা কাপুৰ,ৰেম’ ডিচুজাৰ লগত "ষ্ট্ৰিট ডান্স"ৰ কলাকুশলী সকলে লণ্ডনত ছবি খনৰ দৃশ্যগ্ৰহণ থলীত এক মিনিট সময় মৌন ব্ৰত পালন কৰে ৷লগতে শ্বহীদ হোৱা বীৰ জোৱানসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ |
https://www.instagram.com/p/Bt7hWBVDfgI/ |
আনহাতে, দেশৰ লগতে সমগ্ৰ বিশ্ব কপাঁই যোৱা পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই কংগনা ৰানাউটে মণিকৰ্ণিকাৰ সাফল্যৰ কাৰণে দিয়া পাৰ্টিক বাতিল কৰে ৷ |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি উল্লেখ কৰে ৷যেতিয়া সকলো দেশে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুজঁ দিব,তেতিয়া সন্ত্ৰাসবাদী নিঃশেষ হৈ যাব ৷জোৱানসকলে দেশৰ কাৰণে প্ৰাণ আহুতি দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশ্বাস প্ৰদান কৰে যে, অপৰাধ সংঘটিত কৰা দুস্কৃতিক... |
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন |
Categories: মনোৰঞ্জন |
Sentinel Digital Desk |
Next Story |
চাকৰি |
Similar Posts |
News |
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ |
Supplements |
Language |
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल |
The Sentinel |
AboutContact UsAdvertise With Us |
Contact |
The Sentinel Building, |
G.S. Road, Six Mile, Guwahati |
Assam. Pin - 781022 |
Mail: sentinelgroup@gmail.com |
thesentinelmedia@gmail.com |
Ph: 0361 2229312, 0361 2262048 |
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd. |
Powered By Hocalwire |
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things wort... |
Friday, March 9, 2018 |
মোবাইল ফোন আৰু মগজুৰ টিউমাৰ - Sadin 9-March-2018 |
মোবাইল ফোন আৰু মগজুৰ টিউমাৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.