text
stringlengths
0
188k
অলোচনা চক্ৰত ভাগ লৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, ‘অসমত বিদেশী প্ৰব্ৰজনৰ সমান্তৰালভাৱে স্বদেশী আগ্ৰাসনেও খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে। অসমত বিদেশী প্ৰব্ৰজনৰ বাবেই জনসংখ্যা বৃদ্ধি হোৱা নাই, বৰং স্বদেশী আগ্ৰাসনৰ বাবেও জনসংখ্যা বৃদ্ধি হৈছে।’
তেওঁ লগতে কয় যে ভাৰতৰ সংবিধান বিভিন্ন দফাৰ জৰিয়তে ভাৰতৰ কেবাখনো ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সুৰক্ষা দিব পৰা ব্যবস্থা প্ৰৱৰ্তন হৈছে। তেনে ব্যৱস্থা অসমতো অত্যন্ত জৰুৰী বুলি মত পোষণ কৰি তেওঁ কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰি অহা আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী বৰ্তমান অতি প্ৰাসংগিক হৈ পৰিছে।
এই আলোচনা চক্ৰত উপস্থিত থাকি বিশিষ্ট লেখক ময়ূৰ বৰাই কয়, ‘পূৰ্বতে মই আন্তঃৰাজ্যিক পাৰপত্ৰ কিয় লাগে বুলি ভাবিছিলো। এখন গণতান্ত্ৰিক দেশৰ ভিতৰত এখন ৰাজ্যৰ মানুহ আনখন ৰাজ্যলৈ গ’লে পাৰপত্ৰ বা কিবা অনুমতি লোৱাৰ প্ৰয়োজনীয়তাৰ মই বিৰোধীতা কৰিছিলো। মই এক অন্ধ উদাৰতাবাদত মগ্ন আছিলো। কিন্তু যোৱা এটা মাহত মই মোৰ ভুল বুজি পালো।’
ইয়াৰ উপৰিও তেওঁ কয় যে অসমীয়া মানুহে অকলেই নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজখন চলাই নিবলগীয়া হৈছে। ভাৰতৰ কোনো ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ নাথাকিলে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা চিন্তা নকৰে বুলি তেওঁ মন্তব্য কৰে।
Recent News
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কাজিৰঙাত স্থাপন হ’ব পঞ্চ তাৰকাযুক্ত ৰিৰ্জট
নগাঁৱত সংবিধান প্ৰণেতা ড° বি আৰ আম্বেদকাৰক স্মৰণ
আজিৰে পৰা আৰম্ভ হ’ল সংসদৰ শীতকালীন অধিৱেশন
শিৱসাগৰ ছুপাৰ লীগত বিশ্বজ্যোতি সংঘ চূড়ান্ত বিজয়ী
নয়াগাঁও আঞ্চলিক পাগলাস্থানত নৱনিৰ্মিত শিৱমন্দিৰ মুকলি মুখ্যমন্ত্ৰীৰ
NE Focus -
সম্পাদনাৰ মেজৰ পৰা
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
খাদ্য সম্ভাৰ
বতৰৰ কেইবিধমান ৰেচিপি
বতৰৰ কেইবিধমান ৰেচিপি
খাদ্য সম্ভাৰ
By admin On Mar 4, 2017
0 110
Share
এনে বতৰত কিছুমান ৰেচিপিৰ জুতি লৈ সচাঁই ভাল লাগে। তেনে কেইবিধমান ৰেচিপি আজি প্ৰকাশ কৰা হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।
কনবিলাহী, ক’লা আঙুৰ, গজালী ওলোৱা কেচা মটৰ আৰু কুমলীয়া পালেং পাত এই গোটেই কেইবিধ ভালকৈ ধুই চাফা কৰি লৈ প্লেটত দিব । এটা বাটিত এচামোচ মৌ, চিলি ফ্লেক্চ, আৰু এক্সট্ৰা ভাৰজিন অলিভ অইল মিহলি কৰি খোৱাৰ আগে আগে চালাদখিনিৰ ওপৰত ঢালি দিব ।
বগা তিলেৰে মাছৰ আঞ্জা
অতি সহজে ৰান্ধিব পৰা সোৱাদভৰা আঞ্জা । ক’লা তিলেৰে প্ৰায়েই মাছ আৰু মুৰ্গী মাংস ৰন্ধা হয় বগা বিধেৰে ৰন্ধা নহয়। প্ৰথমে মাছখিনি ভাজি লৈ। পিছত এখন কেৰাহীত মিঠাতেল গৰম কৰি মিহিকৈ কুটি লোৱা পিয়াজ অলপ সৰহকৈ লৈ ভালকৈ ভাজি লৈ শুকানকৈ ভাজি লোৱা বগা তিল শুকান জলকীয়া আৰু নহৰু একেলগে পিহি, ভজা পিয়াজৰ লগত দি লগতে নিমখ, হালধী দি ভালকৈ...
চালাদ
স্বাস্থ্যসন্মত আৰু সকলোৱে অতি সহজতে তৈয়াৰ কৰিব পৰা এইবিধ চালাদ, খাবলৈ সোৱাদ হোৱাৰ লগতে চকু, চাল, পেট আদিৰবাবে ভাল। ইয়াৰবাবে আটাইতকৈ বেছি দৰকাৰী সামগ্ৰী দুবিধ হৈছে গোটা মগু আৰু ডালিম। প্ৰথমে গোটা মগুখিনি কেইঘণ্টামানৰ বাবে পানীত তিয়াই থ’ব। কোমলিলে ভালকৈ ধুই লৈ এখন শুকান কাপোৰেৰে ভালকৈ ঢাকি থৈ দিব গজালি মেলিবলৈ। ফ্ৰীজত নথ...
গজালি মেলা মগুখিনি এটা পাত্ৰত ঢালি লৈ তাতে ডালিমগুটি, সৰুকৈ কুটি লোৱা আপেল, নিমখ দি সিজাই লোৱা কুমলীয়া মাকৈ আদি সকলো মিহলাই লৈ ওপৰে ওপৰে অলপ আমচুৰ পাউদাৰ আৰু ক’লা নিমখ চটিয়াই পৰিবেশন কৰক। ডায়েট কণ্ট্ৰল কৰা লোক আৰু মধুমেহ ৰোগীৰ লগতে উচ্চ ৰক্তচাপৰ সমস্যা থকা সকলৰবাবে উপযোগী।<eot>ত্ৰিপুৰাৰ নিষিদ্ধ ঘোষিত সংগঠন এনএলএফটিয়ে ...
সংগঠনটোৰ তথ্য আৰু প্ৰচাৰ সচিব ডি খাছমাইৰ দ্বাৰা প্ৰকাশিত এটা সংবাদ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।
বৈঠকৰ স্থান সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও পূৰ্বে এই ধৰণৰ আয়োচনা নতুন দিল্লী আৰু শ্বিলঙত অনুষ্ঠিত হৈছিল আৰু ইয়াত ত্ৰিপুৰা আৰু মিজোৰামৰ এগৰাকী উগ্ৰপন্থা ত্যাগ কৰা বিধায়কে এই বৈঠকত মধ্যস্থতা কৰিছিল।
শেহতীয়া বৈঠকখন এনএলএফটিৰ প্ৰধান, মুখ্য সেনাধ্যক্ষ আৰু তথ্য আৰু প্ৰচাৰ সচিবে অংশ গ্ৰহণ কৰিছিল।
এনএলএফটিয়ে সংবাদ বিজ্ঞপ্তিৰ সৈতে একে শ্ৰেণীৰ মাৰণাস্ত্ৰৰ সৈতে সংগঠনটোৰ সদস্য একাংশৰ ফটোও গাঁথি দিছে য’ত তেওঁলোকে যিয়ে দেখুৱায়ে যে তেওঁলোকৰ সামৰিক সামৰ্থ্য আছে। সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে পৰিস্থিতি শান্তিপূৰ্ণ হ’বলৈ হ’লে এটা স্থায়ী সমাধান হ’ব লাগিব। যদিহে এনেধৰণৰ বৈঠক আৰু অধিক বৈঠক সঘনাই অনুষ্ঠিত কৰা হয় এয়া তেতিয়াহ...
উল্লেখযোগ্য যে অধিকাংশ উগ্ৰপন্থী সদস্যই আত্মসমৰ্পণ কৰিছে এৰু এমুঠিমান সদস্যই বাংলাদেশৰ সীমাৰ সিপাৰে আশ্ৰয় গ্ৰহণ কৰি আছে। প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উগ্ৰপন্থীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হৈছে আৰু বাংলাদেশৰ ভূমি উগ্ৰপন্থী কাম-কাজৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ...
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ভংগীমাৰে ভাষণ দি ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে৷ বিজেপি দল ভাষণ বাজিত পটু আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰাত পাকৈত৷ বিপিএফ দলে মিছা প্ৰতিশ্ৰুতি প্ৰদান নকৰে৷ ৰাইজৰ হকে যি কাম কৰিব সেয়া স্পষ্ট ভাষাত প্ৰকাশ কৰে আৰু হাতে কামে কৰি দেখুৱাই বিপ...
সভাত বিপিএফৰ নেতা মোন্নাফ শ্বেখ, নেএী শাহানাজ বেগমও উপস্থিত আছিল৷ উক্ত সভাত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ জিএছপি আৰু কংগ্ৰেছ দল ত্যাগ কৰি অৰ্ধশতাধিক পুৰুষ মহিলাই বিপি এফত যোগদান কৰে৷
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>গোৱালপাৰা : এখন বাহনৰ বেক লাইটত টকা আনখন বাহনৰ তেলৰ টেংকীত নিচাজাতীয় টেবলেট। নিচাজাতীয় টেবলেট ক্ৰতা আৰু বিক্রেতাই বাহন সলনি কৰিবলৈ লওঁতেই আহি উপস্থিত হ’ল আৰক্ষী। পাঁচজনৰ ভিতৰত চাৰিজন পৰি...
ড্ৰাগছ ব্যৱসায়ীয়ে সলনি কৰিছে ড্ৰাগছ কিনা-বেচাৰ পদ্ধতি। এতিয়া এখন হাতেৰে টকা দিয়া আৰু আনখন হাতেৰে ড্ৰাগছ লোৱা, এইদৰে ড্ৰাগছ কিনা-বেচাৰ পৰিবৰ্তে এতিয়া এখন বাহনত টকা অনা আৰু ড্ৰাগছ ভৰ্তি আনখন বহন লৈ যোৱা, এই পদ্ধতি অৱলম্বন কৰিছে ড্ৰাগছ ব্যৱসায়ীয়ে।
এখন বাহনৰ বেক লাইটক টকা ৰাখি, তেলত টেংকীত নিচাজাতীয় টেবলেট থকা আনখন বাহন ল’বলৈ আহি আৰক্ষীৰ জালত পৰিল চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ী। এগৰাকী মহিলাসহ তিনি ড্ৰাগছ ব্যৱসায়ী মণিপুৰৰ পৰা আহিছিল মেঘালয়ৰ ফুলবাৰীৰ দুজনক ড্ৰাগছ বিক্ৰী কৰিবলৈ।
গোৱালপাৰা জিলাৰ দুধনৈত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মণিপুৰৰ ড্ৰাগছ ব্যৱসায়ী তিনিজনে নিচাজাতীয় টেবলেটলৈ অহা মণিপুৰৰ বাহনখন দিন মেঘালয়ৰ ফুলবাৰীৰ ড্ৰাগছ ক্রতা দুজনৰ বেক লাইটত থকা থকা বাহন নিয়াৰ সময়তে আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে মণিপুৰৰ মহিলাসহ চাৰিজনক।
ইয়াৰে এজন অৱশ্যে পলায়ন কৰিবলৈ সক্ষম হয়। গোৱালপাৰাৰ জিলাৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। আৰক্ষীয়ে এখন বাহনৰ বেক লাইটৰ পৰা ২১ লাখ ৫০ হাজাৰ টকা জব্দ কৰে।
আনহাতে মণিপুৰৰ পঞ্জীয়ন নম্বৰৰ থকা ৰঙা বলেৰো বাহনেৰ তেলৰ টেংকীৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেটখিনি জব্দ কৰে। জব্দকৃত নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীয়ে পলাতক লোকজনৰ সন্ধানৰ লগতে অধিক তথ্যৰ বাবে গ্ৰেপ্তাৰ কৰা চাৰিওজনক জেৰা অব্যাহত ৰাখিছে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলাত আজি পুনৰ NIA আদালতত হাজিৰ কৰোৱা হৈছিল গগৈৰ লগতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অন্য নেতাকেইগৰাকীক।
উল্লেখযোগ্য যে, অহা ১ মাৰ্চৰ পৰা জেইলৰ ভিতৰত আমৰণ অনশনৰ হুংকাৰ দিছে অখিল গগৈয়ে।
জানিব পৰা মতে শাৰীৰিক ভাৱে অসুস্থ কৃষক নেতা অখিল গগৈ। জেইলৰ ভিতৰত চিকিৎসকে চিকিৎসা কৰি আছে অখিলক। মূৰ, দাঁত, হাত ভৰিৰ গাঁঠিৰ প্ৰচণ্ড বিষত আক্ৰান্ত কৃষক নেতা গৰাকী।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...