text stringlengths 0 188k |
|---|
তুলসীৰ শাৰী শাৰী কমল ফুলৰ বাৰী |
আউনীআটীৰ কেশৱদেউ জীৱ অধিকাৰী – |
তোমাক নমস্কাৰ৷ |
জন্মৰ সকলো ভাৰ |
কান্ধত আৰু গৰ্ভত লৈ |
ষি সকলো পৰিয়ালৰ জন্মৰ |
মাতৃস্বৰূপ – তোমাক বম্দো৷ |
দুৰ্গা নাম- |
নামনি অসমত দুৰ্গা দেৱীক লৈ ৰচনা কৰা কিছুসংখ্যক গীত পোৱা যায় এই গীতবোৰক দুৰ্গা নাম বোলে৷ এই গীতবোৰত দুৰ্গা দেৱীৰ মাহাত্ম্য প্ৰকাশ পাইছে৷ এই গীতসমূহ শাৰদীয় দুৰ্গা পূজাৰ সময়তে দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰি গোৱা হয়৷ |
অম্বিকা চণ্ডিকা দুষ্টা দুৰ্গা মাজে বিশ্বেশ্বৰী আই৷ |
পাঁচ ভনীয়েকে একেখন আসনতে বহি নানান পূজা খায়৷ ৷ |
আউলা নামঃ |
নামনি অসমত প্ৰচলিত আন এবিধ নাম হৈছে আউলা নাম৷ ভাল শিপিনী হোৱাৰ মানসেৰে ওৰে ৰাতি উজাগৰে থাকি দুৰ্গা দেৱীক পূজা সেৱা কৰি সূতা কাটি এই নাম গোৱা হয়৷ |
ই ঘৰৰ পৰা মেকুৰী আহি |
সি ঘৰত কৰিলে মেও |
হাঁহি হেন মেখেলা কুঁহি হেন আগুৱান |
সেই কাপোৰ দেৱী আইক দেওঁ৷৷ |
পাঁচতী নাম- |
পাঁচতী উৎসৱত গোৱা গীতবোৰক পাঁচতী নাম বোলা হয়৷ এই গীতত কীৰ্তনৰ পদ, গোপালদেৱৰ জন্ম যাত্ৰা আৰু নন্দোৎসৱৰ গীত গোৱাৰ লগে লগে আইসকলে দিহা নাম গায়৷ বৰপেটা অঞ্চলৰ গীতবোৰত ৰাধাৰ নাম সোমাই পৰা বাবে ৰাধা-কৃষ্ণৰ ধেমালিৰ গীতবোৰ অতি মনোৰম হোৱা দেখা যায়৷ |
জালুকে পিপলি বান্ধিলা টুপলি |
কচুৰে বান্ধিলো আটি৷ |
নন্দ-যশোদাই সুপুত্ৰ লভিছে |
তাকে চাই আহোগৈ আজি৷৷ |
তুলসী নাম- |
নামনি অসমত পোৱা নামসমূহৰ ভিতৰত তুলসীৰ নাম উল্লেখযোগ্য৷ ইয়াত পৱিত্ৰ তুলসীৰ উৎপত্তি আৰু মাহাত্ম্যৰ বিষয়ে গুণ-গান কৰা হয়৷ তুলসীৰ তল মচি বন্তি জ্বলাই এই নাম গোৱা হয়৷ |
আনিলা তুলসী প্ৰভু এ |
ঔ ৰাম ৰাম মনুষ্য নগৰে |
ঔ আনিলা তুলসী প্ৰভু |
ৰাম গদাধৰে৷ |
আলোচনা কৰিও শেষ কৰিব নোৱাৰা গীতেৰে আমাৰ লোকসংস্কৃতিৰ ভঁৰাল ভৰি আছে৷ আলোচ্য গীতসমূহৰ বাহিৰেও বিবিধ বিষয়ক যিবোৰ গীত আছে সেইবোৰ অসমীয়া সংস্কৃতিৰ একচেতীয়া সম্পদ৷ লোকমনৰ আশা-আকাংক্ষা, বিশ্বাস, আচাৰ-আচৰণ এই গীতবোৰৰ মাজেৰেই প্ৰকাশ পাইছে৷ লোকসমাজত সিঁচৰতি হৈ থকা নাম-কীৰ্তন তথা ভক্তিমূলক গীতসমূহৰ আটাইবোৰ এতিয়াও সংৰক্ষণ কৰা হোৱা... |
তথ্য – অসমীয়া লোকসাহিত্য (ড°প্ৰহ্লাদ কুমাৰ বৰুৱা) |
-অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী |
-অসমীয়া লোকসংস্কৃতি (নবীন চন্দ্ৰ শৰ্মা) |
← ভোগালিত জাতীয়তাবাদ – উচ্চজিৎ দশগিৰি |
নামনি অসমত মাঘ বিহু পালনৰ কিছু ৰূপৰেখাঃ-খজেন ডেকা → |
You May Also Like |
বিশ্বত আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাচৰ বিষয়ে জানিবলগীয়া কথা – ডা০ ভূপেন শইকীয়া |
February 19, 2020 March 10, 2021 0 |
স্বাধীনতাৰ আঁৰত…. (অনামিকা বৰুৱা) |
September 15, 2012 0 |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (২) : মৃণালজ্যোতি গোস্বামী |
February 14, 2013 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে অসমত বিভিন্ন কাৰিকৰী পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। প্ৰতিষ্ঠানটোৱে অসমত প্ৰকল্প অভিযন্তা-১ পদৰ বাবে যোগ্য ... |
Read more |
Recent News |
ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
শনিবাৰে এই বিষয়টো লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে চানমাৰিৰ পেঞ্চনাৰ ভৱনত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.