text stringlengths 0 188k |
|---|
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অসমীয়া জাতিয়ে সঠিক ৰূপত গঢ় লোৱাৰ সময় বুলিলে শংকৰদেৱৰ সমাজ সংস্কাৰৰ সময়খিনিকে ধৰি লোৱা হয়৷ পূৰ্বৰ অন্ধবিশ্বাস, বলিপ্ৰথাৰ ঠেক চিন্তাধাৰাক আঁতৰাই শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল এক নৱ অভ্যূদয়... |
সৰ্বকলাতে নিপুণ শংকৰদেৱে সপ্তবৈকুণ্ঠৰ চিত্ৰ হেঙুল হাইতালেৰে অংকন কৰিছিল৷ এই হেঙুল-হাইতালৰ উপৰিও বিভিন্ন প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা ৰং প্ৰয়োগ কৰি পাটৰ সূতাৰে তেখেতে সাজি উলিয়াইছিল প্ৰায় ১০ মিটাৰ দৈৰ্ঘ্যৰ বৃন্দাৱনী বস্ত্ৰ য’ত মূলতঃ ঠাই পাইছিল শ্ৰীকৃষ্ণৰ লীলাই৷ তদুপৰি মুখা ভাওনাৰ সূচনা কৰিছিল শংকৰদেৱেই যাৰ যোগেদি অসম... |
শংকৰদেৱৰ পাছৰ সময়খিনিত ৰাম সৰস্বতী, শ্ৰীধৰ কন্দলি, অনন্ত কন্দলি আদিয়ে শংকৰী যুগৰ সমলসমূহ কাব্য আৰু নাট্যৰ মাধ্যমত আগুৱাই নিয়ে৷ নৱৰস সৃষ্টিৰে শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ আৰু ৰাম সৰস্বতীৰ ‘ভীম চৰিত’ৰ কিছু কাল্পনিক ঘটনাৰ সমাৱেশেৰে প্ৰচাৰশীল সময়খিনিত চৰ্চাৰ জগতখনক এক নতুন স্তৰলৈ লৈ যোৱা হয়৷ ভক্তি প্ৰৱণ সাহিত্যৰ মাজত যুঁজ- ব... |
ইয়াৰ পাছৰ কালছোৱাত ৰত্নাকৰ মিশ্ৰ, ৰামচন্দ্ৰ বৰপাত্ৰ গোঁহাই আদিসকলে নতুনৰ সংযোজন ঘটাই ক্ৰমে ‘গীতা কীৰ্তন’ আৰু ‘হয়গ্ৰীৱ মাধৱ’ পুথি দুখন ৰচনা কৰে৷ মাধৱদেৱৰ নামঘোষাৰ আৰ্হিত গোপাল মিশ্ৰই ‘ঘোষাৰত্ন’ আৰু পুৰুষোত্তম ঠাকুৰে ‘নৱ ঘোষা’ পুথি লিখি উলিয়ায়৷ ইয়াৰ সমান্তৰালকৈ কাল-সংহতিৰ গোঁসাই-মহন্ত সকলে দুই-এফাঁকিকৈ ঘোষা ৰচনা... |
ইয়াৰ পাছৰ সময়খিনিত পৰিৱৰ্তনশীল সমাজৰ লগত খাপ খুৱাই আগবাঢ়ি গ’ল শিক্ষা, সাহিত্য আৰু কলাৰ চৰ্চা৷ শংকৰী যুগৰ সাহিত্যই যি উদাৰ সৰ্বভাৰতীয় নীতি মানি চলিলে সেইখিনিৰ অনুকৰণেই আছিল পাছৰ সময়খিনিৰ চৰ্চাৰ আদিমূল৷ শংকৰী একশৰণ ধৰ্মৰ কলা-সংস্কৃতিত লাহে লাহে সমন্বয় ঘটে৷ চৰ্চাৰ ক্ষেত্ৰখনতো শংকৰদেৱৰ চৰ্চাৰ আৰ্হিত নৃত্য-গীত-বাদ্যত কিছু ... |
এই চৰ্চাসমূহে লাহে লাহে আহোম ৰাজত্বৰ সহায় লাভ কৰে আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাত শংকৰী চৰ্চা টনকিয়াল হৈ পৰে৷ বিশেষকৈ শিৱসিংহ আৰু ৰুদ্ৰসিংহৰ ৰাজত্বকালত শংকৰী কলা-কৃষ্টিৰ ক্ৰমবিকাশ ঘটিবলৈ ধৰে৷ সূত্ৰধাৰী নৃত্যতো কিছু থলুৱা তাল আৰু মুদ্ৰাৰ সংযোজন ঘটিল৷ একেদৰে বয়ন শিল্পও বিকশিত হ’ল৷ শংকৰী কলা সংস্কৃতিৰ সমলবোৰে গামোচাৰ চানে... |
পিছে আধুনিক কালৰ অভ্যুত্থানৰ সময়চোৱাত অসম তথা অসমীয়াৰ চৰ্চাৰ জগতখনত মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ, বৃটিচৰ শাসন আৰু কানিৰ ব্যৱহাৰে বাৰুকৈয়ে বেয়া প্ৰভাৱ পেলাবলৈ সক্ষম হয়৷ শংকৰী যুগৰ কাব্য, নাট-নৃত্য, চিত্ৰকলা আৰু আচাৰ বিচাৰেৰে এক হৈ থকা জাতিটো কিছু ৰক্ষণশীল নীতি লৈ পৃথক খেল হৈ ভাগ হ’বলৈ ধৰে৷ কিছু স্বাৰ্থান্ধ লোকে এ... |
সমন্বয়ৰ দিশত এই সময়খিনিৰ সৃষ্টিত এটাই প্ৰচেষ্টা এইচাম লেখকে লৈছিল আৰু সেয়া হ’ল মূল জাতীয় সুৰটো উদ্ধাৰ কৰা৷ ভাগ হোৱা গাঁৱৰ লোকৰ মুখে-মুখে গীত-পদ, মাত কথাক সমল হিচাবে লৈ তেওঁলোকে ৰচনা কৰি গ’ল অজস্ৰ সৃষ্টি৷ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ত বনঘোষাৰ অন্তৰ পৰশা ঠাঁচ পোৱা গ’ল৷ একেদৰে সিংহদত্তদেৱ অধিকাৰীৰ ‘ঠুনুকী’ত গাৰোসমাজ আ... |
এতিয়া আধুনিক সময়৷ পশ্চিমীয়া নীতি-আদৰ্শৰে ব্যস্ত জনজীৱন৷ বৰ্তমান শংকৰী কলা দৰ্শনৰ চৰ্চা কেৱল আঙুলিৰ মূৰত লিখিবপৰা কিছু সত্ৰত চলি আছে৷ তিতাবৰৰ পুৰণা কমলাবাৰী সত্ৰ ইয়াৰ এটা ভাল উদাহৰণ হ’ব পাৰে৷ কিছু অনুষ্ঠানে বৃত্তিমুলক শিক্ষা কিছুমান দি আহিছে৷ পিছে এয়াই যথেষ্ট নহয়৷ আনহাতে দৈনন্দিন জীৱনৰ স’তে সম্বন্ধ ৰাখিব নোৱাৰিলে শংকৰী... |
← সন্তান- মূলঃ औलाद – ছআদত হাচান মণ্টো – অনুবাদঃ মিতালী বৰ্মন |
মৃত্যুদূত জেফৰী আৰ্চাৰৰ চুটি গল্প Death Speaks ৰ অসমীয়া ভাৱানুবাদঃ হেমন্ত কাকতি → |
You May Also Like |
নাৰী, তুমি অৰ্ধ আকাশ (প্ৰদ্যুত জ্যোতি শইকীয়া) |
December 14, 2012 0 |
ভূপেনদাৰ আপুৰুগীয়া কণ্ঠও যেতিয়া বন্ধকত আছিল (লোকনাথ গোস্বামী) |
November 15, 2012 March 10, 2021 0 |
মানুহে কবৰ খান্দি জীয়াই নাথাকে (- মাধুৰিমা ঘৰফলীয়া) |
November 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.