text
stringlengths
0
188k
28. “হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে।
29. বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল।
30. ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু
31. তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল।
32. অৱশেষত সেই পত্নীও ঢুকাল।
33. এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?”
34. তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়;
35. কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়।
36. তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।
37. মোচিয়ে জোপোহাৰ আঁৰত থকা প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
38. এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”
39. তাতে কোনো কোনো বিধানৰ অধ্যাপকে উত্তৰ দি ক’লে, “হে গুৰু, আপুনি ভাল কৈছে।”
40. কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ’ল।
41. যীচুৱে তেওঁলোকক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়?
42. কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক’লে, ‘মোৰ সোঁ হাতে বহি থাকা,
43. যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।’
44. এইদৰে দায়ুদে তেওঁক ‘প্ৰভু’ বুলিলে; তেনেহলে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হ’ব পাৰে?”
45. পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক’লে,
46. “এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;
47. আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”<eot>ৰাজ্যৰ ৪টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত এই পৰ্যন্ত ১২.৩৬ শতাংশ ভোটাৰে ভোটদান কৰিছে।
উল্লেখযোগ্য যে আজি পুৱা ৭ বজাৰ পৰা দেশৰ আন আন ঠাইৰ লগতে অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে।
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি বৰ্তমানলৈকে ধুবুৰীত ১৪.৫২ শতাংশ, কোকৰাঝাৰত ১০.১৪ শতাংশ, বৰেপেটাত ১১.৭১ শতাংশ আৰু গুৱাহাটী সমষ্টিত ১২.৩৬ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।
উল্লেখ্য যে বাতৰি লিখা সময়লৈকে আটাইকেইটা সমষ্টিতে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি থকা বুলি খবৰ পোৱা গৈছে।
Tags: নিৰ্বাচন ২০১৯
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই টাৱাৰ দুটাৰ ওচৰত ছুপাৰটেক এমাৰ্ল্ডৰ দুটা আৱাসিক টাৱাৰ ছুপাৰটেক পান্না আৰু এটিএছ ভিলেজ চ'চাইটি আছে যাৰ টুইন টাৱাৰৰ পৰা দূৰত্ব প্ৰায় ১০ মিটাৰ। নয়ডাৰ ৯৩এ চেক্টৰৰ চুপাৰ এমাৰ্ল্ড চছাইটিৰ বাসিন্দাসকলে টুইন টাৱাৰটো ভাঙি পেলোৱাৰ ফলত তেওঁলোকৰ কিবা ক্ষয়–ক্ষতি হয় বুলি শংকিত হৈ আছে। এমাৰ্ল্ড কোৰ্টৰ আৰু এটিএছ ভিলেজৰ ৫,০০০ৰো অধ...
চুপাৰটেক টুইন টাৱাৰ দুটাক কিয় ধ্বংস কৰা হ’ব?
উচ্চতম ন্যায়ালয়ে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে ছুপাৰটেকে এই টাৱাৰবোৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল। এই টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল আৰু দুটা টাৱাৰত মুঠ ৯৫০ তকৈও অধিক ফ্লেট নিৰ্মাণ কৰিব লগা আছিল। অৱশ্যে, অৰ্ধনিৰ্মিত এই টুইন টাৱাৰৰ ফ্লেটসমূহ বহুলোকে ক্ৰয় কৰিছিল আৰু তেওঁলো...
এক তথ্য অনুসৰি, মুঠ ৬৩৩ জন লোকে টুইন টাৱাৰত নিজৰ বাবে ফ্লেট বুক কৰিছিল। ইয়াৰ ভিতৰত, ২৪৮ জন লোকে ধন ঘূৰাই লৈছিল আৰু প্ৰায় ১৩৩ জন ক্ৰেতাক অন্যান্য প্ৰকল্পত ঘৰ দিয়া হৈছিল। কিন্তু সকলো ক্ৰেতাৰ ভিতৰত, ২৫২ জন লোকে বৰ্তমানলৈ নিজৰ ধন ঘূৰাই লোৱা নাই অথবা তেওঁলোকক আন কোনো প্ৰকল্পলৈ স্থানান্তৰ কৰা হোৱা নাই, অৰ্থাৎ তেওঁলোকৰ বিন...
২০১৪ চনত, এলাহাবাদ উচ্চ ন্যায়ালয়ে টুইন টাৱাৰ দুটা অবৈধভাৱে নিৰ্মিত বুলি ঘোষণা কৰে আৰু ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে নয়ডা কৰ্তৃপক্ষকো তীব্ৰ ভৰ্ৎসনা কৰিছিল বুলি জানিব পৰা গৈছে। পাছত এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত হৈছিল। আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰ...
উচ্চতম ন্যায়ালয়ে অনুসন্ধানটোত বিচাৰি পাইছিল যে ছুপাৰটেক লিমিটেডে গ্ৰীণ বেল্ট এলেকা গৌতম বুদ্ধ নগৰৰ এমাৰ্ল্ড কোৰ্টত দুটা ডাঙৰ টাৱাৰ নিৰ্মাণ কৰিছিল। গ্ৰীণ বেল্ট হৈছে ভূমি-ব্যৱহাৰ পৰিকল্পনাত ব্যৱহৃত এক নীতি আৰু ভূমি-ব্যৱহাৰ ক্ষেত্ৰৰ পদবী যাক মুখ্যতঃ অবিকশিত, বন্য, বা কৃষিভূমিৰ চাৰিওফালে বা চুবুৰীয়া নগৰ অঞ্চলৰ ঠাইবোৰ সং...
ৰাষ্ট্ৰীয় ভৱন সংহিতা (এনবিচি) ২০০৫ৰ এটা ব্যৱস্থাৰ অধীনত ওখ অট্টালিকাৰ চাৰিওফালে মুকলি ঠাই থাকিব লাগে। অনুসন্ধানত পোৱা গৈছে যে টুইন টাৱাৰৰ ওচৰৰ এলেকাটোত ৯ মিটাৰতকৈ কম স্থানৰ ব্যৱধান পোৱা গৈছিল যি নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ দূৰত্বত হ'ব লাগিছিল।
Published by:Sanjay Kumar Das
First published: August 26, 2022, 10:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
Supreme Court of IndiaTwin Tower
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা শিৱসাগৰ জিলাৰ ১৪৬৪ গৰাকী মেধাৱী শিক্ষাৰ্থীক ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদান
"ই ভাৰতৰ পৰম্পৰা, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি": মুম্বাইত অত্যাধুনিক 'নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ' মুকলি কৰি ক'লে নীতা আম্বানীয়ে
মহানগৰীৰ ফটাশিল আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ড! ভস্মীভূত অৰ্ধশতাধিক বাসগৃহ
লোকসভাৰ বাবে মাইক্ৰ' মেনেজমেণ্ট বিজেপিৰ ! বিজেপিয়ে হাতত লৈছে 'SWOT' পলিচী ...
শ্বাদাব খানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ মেচত পৰাজিত হোৱাৰ অভিযোগ অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেলৰ; স্পীনাৰজনেও দিলে উপযুক্ত প্ৰত্যুত্তৰ
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ গতিত অব্যাহত আছে। উজনিৰ পৰা নামনিলৈকে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ মাফিয়াক। এইবাৰ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলিল ডিব্ৰুগড় জিলাৰ ড্ৰাগছ ঘাটি হিচাপে প্ৰায় তিনিটা যুগ ধৰি পৰিচিত কালিবাৰ...
ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰাৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দলে বৃহস্পতিবাৰে নিশা অভিযান চলায়। প্ৰায় ডেৰ ঘন্টা সময় ধৰি অভিযান চলাই আৰক্ষীয়ে ৬০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা লগতে নগদ ৬২ হেজাৰ টকা আৰু বহু লাখ টকাৰ সোণৰ অলংকাৰ জব্দ কৰে। এসময়ৰ উজনী অসমৰ ড্ৰাগছ বেহাৰ সম্ৰাট তথা মাফিয়া ইলাহী শ্বেই...
ইলাহীৰ কালিবাৰিৰ গৃহৰ নিচেই কাষতে থকা আব্দুল কৰিম ওৰফে বাবুৰ গৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ কালিবাৰিৰ ড্ৰাগছৰ ক’লা সাম্ৰাজ্যত এতিয়াও বহু লোকে ড্ৰাগছ ৰমৰমীয়া বেহা চলাই থাকৰ অভিযোগ আ...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!