text stringlengths 0 188k |
|---|
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল |
গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত... |
অসম1 year ago |
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ |
গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।... |
অসম1 year ago |
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ |
গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই... |
অসম1 year ago |
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয় |
গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা... |
গুৱাহাটী1 year ago |
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব |
গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...<eot>নুমলীগড় তেলগৰমত এখন তেল টেংকাৰৰ টেংকীৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো নুমলীগড়ৰ ৰংবঙৰ ঋতু দাসৰ বুলি স্থানীয় লোকে চিনাক্ত কৰিছে। |
ঘটনাৰ বিৱৰণী মতে এ এছ ০৪ জি ০১৮৩ নম্বৰৰ টেংকাৰখনৰ হেণ্ডিমেন ঋতু দাসে মঙলবাৰৰ দিনা টেংকৰী ভিতৰত প্ৰৱেশ কৰি চাফা কৰি আছিল। আৰু টেংকীৰ ভিতৰতেই মৃত্যুক সাবটি লয়। পিছত টেংকাৰখনৰ চালকজনে খবৰ লোৱাতহে যুৱকজনক টেংকীৰ ভিতৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। |
স্থানীয় একাংশ লোকে যুৱকজনে টেংকীৰ ভিতৰত চাফা কৰি থাকোতে টেংকীৰ ভিতৰত থকা গেছৰ প্ৰভাৱতে মৃত্যুক সাবটি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইফালে মৃত দেহ উদ্ধাৰৰ বাবে আজি টেংকীৰ ভিতৰত প্ৰৱেশ কৰা এজন যুৱকো টেংকীৰ ভিতৰতেই অসুস্থ হৈ পৰে। |
অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহবি। ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। |
Recent News |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী |
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা |
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ |
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
“….মোৰ প্ৰাপ্তিক স্বীকৃতি দিয়া আৰু উৎসাহিত কৰাৰ বাবে সন্মানীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মোৰ হৃদয়ভৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই মোৰ সীমাক প্ৰসাৰিত কৰিবলৈ আৰু আহি থকা খেলসমূহত পাৰদৰ্শিতা প্ৰদৰ্শন আৰু অসম আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আজি মই মোৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দোহ... |
I express my heartfelt gratitude to the Honourable Chief Minister @sarbanandsonwal sir and the Honourable Finance Minister of Assam @himantabiswa sir for having offering me the post of Deputy Superintendent of Police in recognition of my achievements – Continued- |
— Hima MON JAI (@HimaDas8) March 6, 2020 |
সোণোৱাল চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা কৰে। |
শৰ্মাই কৰা ঘোষণা অনুসৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকলক ৰাজ্য চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব। |
এই নীতিৰ প্ৰথমগৰাকী হিচাপে হিমা দাসৰ নাম ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। |
তাৰোপৰি, বিগত বৰ্ষৰ বাজেটত ৰাজ্যৰ ১,০০০ গৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ গাইপতি ৫০,০০০ টকাকৈ এককালীন অনুদান আগবঢ়োৱাৰ ঘোষণা চলিত বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা হ’ব। |
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ডিব্ৰুগড় জিলাৰ চাবুৱাত ৰাজ্যখনৰ ভিতৰত প্ৰথম পদক্ষেপ হিচাপে অনিৰুদ্ধদেৱ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। |
এই বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শাৰীৰিক শিক্ষা, ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া প্ৰযুক্তি, ক্ৰীড়া ঔষধ আৰু ক্ৰীড়া পৰিচালনা ইত্যাদি পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব। |
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ ৰ (Food Safety and Standards Authority of India) দুগৰাকী বিষয়া আৰু ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসহ চাইক্লিষ্টৰ দলটোক নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংন্যিউ ফোমে কোহিমাৰ যুদ্ধ স্মাৰক স্থানত যাত্ৰাৰ ফ্লেগ অফ কৰে। আজি ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচাল... |
‘ইট ৰাইট ইণ্ডিয়া’ আন্দোলনৰ উত্তৰ পূব শাখাৰ জন সম্পৰ্কৰক্ষী কাৰ্যসূচী ‘স্বচ্ছ ভাৰত যাত্ৰা’ৰ অন্তৰ্গত চাইক্লথন দলটো দেওবাৰে আহি ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ পৰা আহি নাগালেণ্ডত পদাৰ্পণ কৰে। |
কোহিমাৰ চাইক্লিষ্টৰ দলটোক নেতৃত্ব দিয়া শ্বিকাতো আয়ে ৰীলে বেটন ডিমাপুৰৰ চাইক্লিষ্ট দসৰ নেতা আছেনলা ইমছঙৰ হাতত তুলি দিয়ে। ডিমাপুৰৰ দলটোত ২৫গৰাকী এনচিচি কেডেট আছে। দলটোৱে বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলঙৰ ৰাজধানী ডিফুলা বুলি ৰাওনা হ’ব। |
ডিমাপুৰত বুধবাৰে ইট ৰাইট ইণ্ডিয়া থিমেৰে ‘স্বচ্ছ ভাৰত মেলা’ এখনৰ আয়োজন কৰা হ’ব। খাদ্য নিৰাপত্তা সজাগতাৰ প্ৰসাৰ কৰাৰ বাবে আৰু খাদ্য ভেজালকৰণ ৰোধ কৰা আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ সন্দৰ্বত সজাগতা সৃষ্টিৰ বাবে এই মেলাখনৰ আয়োজন কৰা হৈছে। |
Recent News |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
‘মুক্ত আকাশ’ সংবাদ পত্ৰখনৰ জৰিয়তে বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ লোকে এই মহামাৰী ৰোগৰ পৰা হাত সাৰিবলৈ কেনেকৈ যুঁজ দি আছে, এনে বিলাক সংবাদ প্ৰকাশিত হৈছে। অৱশেষত পুনৰবাৰ মুক্ত আকাশৰ সকলো কৰ্মকৰ্তা আৰু যুৱ সাংবাদিক সকলক ধন্যবাদ জনাই এনে বিপদ কালত সকলোৰে সহায় সহযোগিতা কামনা কৰি আগুৱাই যাব বুলি আশা কৰিছোঁ। |
ধন্যবাদ |
বৰ্ণালী চাংমাই |
কৰোনা ভাইৰাছৰ ওপৰত সাক্ষাৎকাৰ |
চীনত উৎপত্তি কৰোনা ভাইৰাছে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ই বিপদ জনক হৈ পৰিছে। ভৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি নিজৰ স্বাস্থ্যৰ নিৰাপত্তাৰ কথা নাভাবি স্বাস্থ্যকৰ্মী সকলেনো কি দৰে নিজৰ দায়িত্ব পালন কৰিছে সেই বিষয়ে জানিবলৈ আমি ডিমৌ উপস্বাস্থ্য কেন্দ্ৰৰ এজন M.P.W. পলাশ হাজৰিকাক লগ ধৰি ক’ৰোনা ভাইৰাছ ৰ ওপৰত কিছু প্ৰশ্ন কৰা হ’ল- |
১) আপোনালোকে গাঁৱৰ মানুহৰ লগত কেনেধৰণৰ পৰীক্ষা কৰিছে? |
উ: আমি গাঁৱৰ মানুহ সমূহৰ পৰীক্ষা কৰোঁতে জ্বৰ, চৰ্দী, কাহ, বমি আৰু তেজ পৰীক্ষা কৰোঁতে যদি পজিটিভ জলায় তেওঁলোকৰ ফোন নম্বৰ লৈ হস্পাতাললৈ নিয়াৰ ব্যৱস্থা ল’ব লাগে। |
২) কৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ কি কৰা উচিত? |
উ: |
ক) সামাজিক দূৰত্ব বজাই ৰখা উচিত। |
খ) সঘনে হাত ধুব লাগে, ২০ মিনিট পৰ্য্যন্ত হেণ্ড চেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰাৰ দৰকাৰ। |
গ) মাস্ক ব্যৱহাৰ কৰা উচিত। |
ঘ) কাহ বা হাচি মৰাৰ পিছত কেতিয়াওঁ মুখ, নাক, চকু চুব নালাগে। |
ঙ) অসুস্থ লোকে ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে আৰু নিজকে কোৱাৰেন্টিন কৰি ৰাখিব লাগে। |
চ) ঘৰতে থাকিব লাগে। |
৩) আপোনালোকৰ চুবুৰীয়াসমূহৰ পৰিদৰ্শনৰ সময়ত কেনেধৰণৰ সমস্যাৰ সম্মুখীন হৈছে ? |
উ: গাঁৱৰ মানুহে আমাৰ কথা মানি লৈছে বাবে একো সমস্যাৰ সম্মুখীন হোৱা নাই। |
৪) আপোনালোকে চুবুৰীত বা মেডিকেলত কোৱাৰেন্টাইন কৰোঁতে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী বা তেনেকুৱা লক্ষণ সমূহ ধৰা পৰিছে নেকি ? |
উঃ বৰ্তমানলৈকে পোৱা নাই। |
৫) আপোনালোকে কিমান দূৰত্ব বজাই ৰাখে আৰু কিমান সময়ৰ পিছত হেণ্ড চেনিটাইজিং বা হাত ধোৱে ? |
উঃ আমি ১ মিটাৰৰ দূৰত্ব বজাই ৰাখো আৰু ২০ ছেকেণ্ডৰ মূৰে মূৰে হণ্ড চেনিটাইজ কৰোঁ। |
৬) আপোনালোকে হোম কোৱাৰেন্টিন কৰোঁতে কি কি নিয়মাৱলী মানি চলিব লগা হৈছে ? |
উঃ হোম কোৱাৰেন্টাইন কৰা ৰোগীজনক এটা ৰূমত আৱদ্ধ কৰি ৰাখিব লাগে। তেওঁক ঘৰৰ পৰা বাহিৰলৈ ওলাব দিব নালাগে। তেওঁ নিজৰ খোৱা খাদ্য নিজে ৰান্ধি খাব লাগে, নিজৰ কাপোৰ নিজে ধুব লাগে। বান্ধি দিয়া নিয়মাৱলী সমূহ তেওঁ নিজেই মানি চলিব লাগে। |
৭) জৰুৰীকালীন অৱস্থাত আপোনালোকে শিশুৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ? |
উঃ জৰুৰীকালীন ভাবে ১০৮ ৰ ব্যৱস্থা কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। |
৮) আপোনালোকে ৰাইজক কি পৰামৰ্শ দিব বিচাৰে ? |
উঃ পৰিস্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰাৰ লগতে ১ মিটাৰৰ দূৰত্ব বজাই ৰাখি, মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি সঘনাই হাত ধুই নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে। |
সৌৰভজ্যোতি দত্ত |
বয়স- ১৪ বছৰ |
ঐক্যটান যুৱ সাংবাদিক গোট |
সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী |
আমাৰ যুৱ সাংবাদিক আৰু কিশোৰ-কিশোৰী সকলে হাতত ৰঙা বিন্দু লৈ মাহেকীয়া আৰু মাহেকীয়া স্বচ্ছতা সম্পৰ্কে গোটেই বিশ্বতে সজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰাভিযানত অংশগ্ৰহণ কৰে। |
Young reporters and adolescents participated in the red dot challenge campaign to spread awareness about menstruation and menstrual hygiene around the world |
মাহেকীয়াৰ প্ৰসংগত কিছু আলোচনা |
যোৱা ২৮ মে' তাৰিখে মাহেকীয়া স্বচ্ছতা দিৱস উপলক্ষে অসম শাখাৰ ভাৰতীয় চাহ সংঘ আৰু ইউনিচেফৰ যুটীয়া প্ৰচেষ্টাত অসমৰ চাহ বাগিচাত এসপ্তাহ যোৰা অনুষ্ঠান অনুষ্ঠিত হয়। কিশোৰ-কিশোৰীৰ লগতে যুৱ সাংবাদিক সকলে অনলাইন যোগে সপ্তাহ জোৰা এই অনুষ্ঠানটিত হাতত ৰঙা বিন্দু আকি অংশগ্ৰহণ কৰে। |
মাহেকীয়া স্বচ্ছতা দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহক মাহেকীয়া সম্পৰ্কে সজাগ কৰা। অতীজৰে পৰা মাহেকীয়া সম্পৰ্কে বিভিন্ন্ ঠাইৰ বিভিন্ন মানুহৰ বিভিন্ন ধাৰণাই মনত বাহৰ পাতি আছে। তাৰে কিছুমান নিয়মৰ বৈজ্ঞানিক ভিত্তি আছে যদিও বেছিভাগেই অন্ধবিশ্বাসৰ ওপৰত আধাৰিত। গতিকে মহিলা সকলে নিজেই আগভাগ ল’ব লগিব। মাহেকীয়া এটা প্ৰাকৃতিক প্ৰ... |
গিতালী ভাগৱতী |
জিলা- কামৰূপ |
লকডাউনৰ সময়ত চাৰিওফালৰ পৰিৱেশ |
ক’ৰোনা নামৰ এক ভয়ানক ভাইৰাছৰ কবলত সমগ্ৰ বিশ্বই এক অন্য ৰূপ ধাৰণ কৰিছে। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ চৰকাৰে সমগ্ৰ বিশ্বতে লকডাউন ঘোষনা কৰিছে। এই লকডাউনৰ বাবে বহুতো অসুবিধাৰ সৃষ্টি হৈছে। তথাপি লকডাউন নামানিলেও যেন বিশ্বখন ধংস হৈ যাব। জনসাধাৰণৰ এটা আশংকা যে লকডাউন নামানিলে সমগ্ৰ বিশ্বখনেই ধংসৰ পথলৈ আগবাঢ়ি যাব আৰু কৰোনা ভা... |
এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত নামটিৰ দেউবিল গাঁৱৰ এগৰাকী যুৱতী ঝৰ্ণা বৰুৱাক লকডাউনৰ সময়ত পঢ়া শুনাত কেনেধৰণৰ ব্যাঘাত জন্মিছে বুলি সোধাত তেওঁ কয় যে- “কেৱল পঢ়া-শুনা বুলিয়ে নহয়, আন বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এক প্ৰকাৰে চাবলৈ গ’লে শিক্ষাৰ দিশ টো যেন পিছপৰি গৈছে। কণ কণ শিশু সকলৰ পৰা আৰম্ভ কৰি, বি... |
ইয়াৰ সন্দৰ্ভত অন্য এগৰাকী ব্যক্তি প্ৰোৰ্ণকান্ত বৰুৱাৰ ওচৰলৈ যোৱাত তেওঁ কয়- “ক’ৰোনা ভাইৰাছৰ আতংকৰ ফলত যি লকডাউন ঘোষণা কৰিলে তাৰ ফলত সমগ্ৰ বিশ্বখনতেই নিস্তব্ধ নিতাল পৰিৱেশৰ সৃষ্টি হৈছে। জনসাধাৰণৰ দুখে যেন কুলাই-পাচিয়ে নধৰা হৈছে। বিশেষকৈ দৰিদ্ৰ লোকসকল বহু সমস্যাৰ সম্মুখীন হৈছে। দোকান-পোহাৰ খুলিছে যদিও বস্তুৰ দাম অধিক হ... |
চয়নিকা বৰুৱা |
বয়স- ১৬ বছৰ |
নাজিৰা, শিৱসাগৰ জিলা |
সামাজিক নিসংগতাৰ দ্বাৰা কৰোনাৰ নিয়ন্ত্ৰণ |
ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ সময়ত কিছুমান মানসিক সমস্যাৰ উদ্ভৱ হ’ব পাৰে, যেনে- খং ভাব, উদাস অনুভৱ কৰা, মনত অশান্তি অনুভৱ কৰা আদি, এই সমস্যা সমূহে মানুহৰ ওপৰত ব্যক্তিগত প্ৰভাৱ পেলাব পাৰে। অলপ সময়ৰ বাবে ঘৰত থকাটো কিছু পৰিমাণে ভাল লাগিলেও সময় বাঢ়ি যোৱাৰ লগে লগে কষ্টকৰ আৰু আমনিদায়ক হৈ পৰে। এনে ধৰণৰ মানসিক সমস্যা সমূহ কেনেদ... |
১) নিজকে ব্যস্ত কৰি ৰাখা, এটা নিৰ্ধাৰিত নিয়মিত কাৰ্যক্ৰমনিকা ব্যবহাৰ কৰা, ঘৰুৱা কাম কাজত সহায় কৰা। |
২) গান শুনি, পঢ়ি, দূৰদৰ্শনত মনোৰঞ্জন মূলক কাৰ্য্যক্ৰম চাই নিজকে নকাৰাত্মক ভাবনা সমূহৰপৰা আঁতৰাই ৰাখা। পুৰণি কোনো বিশেষ আগ্ৰহ যেনে-ছবি অঁকা, বাগিচাৰ কাম কৰা বা চিলাই কৰা ইত্যাদি থাকিলে পুনৰ কৰিব পাৰে। নিজৰ আাগ্ৰহ সমূহ পুনৰুদ্ধাৰ কৰিব পাৰে। |
৩) ভালকৈ খোৱা-বোৱা কৰা আৰু বেছি পৰিমাণৰ তৰল পদাৰ্থ গ্ৰহণ কৰিব লাগে। |
৪) শাৰীৰিক ৰূপে সক্ৰিয় হোৱা। কিছুমানে ঘৰৰ ভিতৰতে থাকি কৰিব পৰা সৰল ব্যায়াম সমূহ কৰিব লাগে যিবোৰে শৰীৰক আাৰু অধিক সুস্থ কৰি তুলিব। |
৫) বিতৰণ বাহাল ৰাখা, ওচৰে পাজৰে থকা কোনো লোকৰ উপদেশ, খাদ্য বা অন্য বস্তুৰ প্ৰয়োজনৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ নিজকে তৈয়াৰ কৰি ৰাখিব লাগে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.