text stringlengths 0 188k |
|---|
শীঘ্ৰেই বিজেপিত বিলীন হ’ব প্ৰমোদ বড়ো – হাগ্ৰামা মহিলাৰী December 8, 2022 |
ডিমা হাচাওত মেচিনত আৱদ্ধ হৈ কাৰখানাৰ শ্ৰমিকৰ মৃত্যু December 8, 2022 |
৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব মেট্ৰিক, পৃথক হ’ব এইবাৰৰ পৰীক্ষা December 8, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি হাঁহচ’ৰাত বহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ বজাত এখন ট্ৰাকে এজন বাইক আৰোহীক খুন্দা মৰাৰ ফলত আৰোহী গৰাকী থিতাতে নিহত হয় । |
জানিব পৰা মতে আজি আবেলি প্ৰায় পাঁচ মান বজাত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০৪ ডি ৫৫৫১ নম্বৰৰ ট্ৰাকে কলিয়াবৰৰ পৰা খাটোৱাল অভিমুখী এ এছ ০২ এচ ০৯৭৪ নম্বৰ বাইক আৰোহী গৰাকীক খুন্দা মৰাৰ ফলত আৰোহী গৰাকী থিতাতে নিহত হয়। |
নিহত লোক জন খাটোৱাল গাঁৱৰ গোবিন চন্দ্ৰ বৰা (৪৫) আৰু তেওঁ এগৰাকী পঞ্চায়ত কৰ্মচাৰী বুলি জানিব পৰা গৈছে। |
আনহাতে, আজিৰ দিনটোতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনি ঠাইত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আন পাঁচ গৰাকী লোক কম বেছি পৰিমানে আহত হয়। |
তেলিয়াগাৱঁত ৰাখি থোৱা এ এছ ১২ ই ৮১৫৯ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীত নগাঁওৰ পৰা চামগুৰি অভিমুখে আহি থকা এ এছ ০২ এ চি ৪২১৪ নম্বৰৰ টেম্পু গাড়ী খনে খুন্দা মৰাৰ ফলত তিনি গৰাকী কলেজীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত ছাত্ৰী তিনিগৰাকীৰ ঘৰ সোনাৰিবালিত আৰু তেওঁলোককৰ নাম প্ৰিয়ঙ্কা দাস, আশা দাস আৰু পাখি দাস বুলি জানিব পৰা গৈছে। |
Recent News |
গুজৰাটৰ বিধানসভা নিৰ্বাচনঃ জনজাতীয় লোকক গুৰুত্ব দি ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰিলে বিজেপিয়ে |
‘লিংগ নিৰপেক্ষ কৰি তোলক বিশেষ বিবাহ আইন’: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সমকামী দম্পতী |
আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন |
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখ্য যে যোৱা ২৬ জুনত গুৱাহাটীৰ মহানগৰীৰ পানবজাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলৰ বন বিষয়াৰ এটা দলে ইয়াকুব আলী নামৰ এজন চোৰাং চিকাৰীক আটক কৰিছিল। |
সেই ইয়াকুব আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে চোৰাং চিকাৰী দলটোৰ অন্যতম সদস্যজনক কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ বনাঞ্চলৰ বনবিষয়া আৰু বিশ্বনাথ চাৰিআলি আৰক্ষীৰ এটা দলে বিশ্বনাথৰ কুমলীয়া মিলনপুৰৰ পৰা কাছেম আলি ওৰফে কলা নামৰ দুধৰ্ষ চোৰাং চিকাৰীজনক গ্ৰেপ্তাৰ কৰে। |
আটকাধীন চোৰাং চিকাৰীজনৰ পৰা অভিযানকাৰী দলটোৱে নগদ ২ লাখ টকা আৰু এখন ৰববৰ নাও জব্দ কৰিছে। অত্যাধুনিক এই নাওঁখন কাজিৰঙাত গঁড় হত্যাত ব্যৱহৃত হয় বুলি ধৃত চোৰাংচিকাৰীজনে প্ৰাথমিক জেৰাত ব্যক্ত কৰিছে। |
Recent News |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
গিৰীয়েকে মদ খাই প্ৰায়ে মাৰ ধৰ কৰাত অতিষ্ঠ হৈয়ে বেকক হত্যা কৰা বুলি ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে দুটি কণমানিৰ মাতৃ মহিলাগৰাকীয়ে। |
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱা ১০ বজাত ঘটনাটো সংঘটিত হয়। |
ঘটনাটোৰ বিষয়ে অৱগত হৈ আৰক্ষীয়ে মহিলাগৰাকীক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি আনে। ‘আমি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁ গিৰীয়েকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে,’ জনালে কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বি বসুমতাৰীয়ে। |
হত্যাকাৰী মহিলাগৰাকীয়ে জনোৱা মতে মদাহী গিৰীয়েক দেওবাৰে পুৱাও নিচাগ্ৰস্ত অৱস্থাত ঘৰ সোমাইছিলহি আৰু শুবলৈ যোৱাৰ আগতে তেওঁক মাৰধৰ কৰিছিল। |
পত্নী-পতিহালৰ ৯ আৰু ৫ বছৰীয়া দুটি সন্তান আছে। |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দাদাগিৰিৰ মঞ্চত দাদাৰ গুগলি, ধৰিব নোৱাৰিলে কোনেও ! এক নতুন অধ্যায় আৰম্ভ কৰিলে সৌৰভ গাংগুলীয়ে ... |
- June 03, 2022 |
দাদাৰ গুগলি ধৰাটো সহজ কাম নহয়। সৌৰভ গাংগুলীয়ে বুধবাৰে এনেকুৱা এটা খেলিব নোৱাৰা গুগলি দিছিল। কোনেও সেই গুগলি খেলিব নোৱাৰিলে। সৌৰভ গাংগুলীক দেশৰ শীৰ্ষ ৰাজনীতিবিদসকলৰ সৈতে বাৰে বাৰে দেখা গৈছে। কেতিয়াবা অমিত শ্বাহ তেওঁৰ ঘৰলৈ আহিছে, কেতিয়াবা মমতা বেনাৰ্জী। |
সৌৰভে পুনৰ অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহক বিচিচিআইত সহকৰ্মী হিচাপে পাইছে। ফলস্বৰূপে, তেওঁৰ চাৰিওফালে এক ৰাজনৈতিক পৰিৱেশ সৃষ্টি হোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি। হয়তো সেইকাৰণে বহুতে দুইৰ পৰা চাৰিটা কৰিছিল। বুধবাৰে আবেলি সৌৰভৰ টুইট, যিটো টুইটৰ সলনি ইয়াক গুগলি বুলি কোৱা ভাল! |
বিচিচিআইৰ সভাপতি হিচাপে সৌৰভ গাংগুলীৰ কাৰ্যকাল ছেপ্টেম্বৰত শেষ হ'ব বুলি অনুমান কৰা হৈছে। কিছুমানে আকৌ কৈ আছিল যে সৌৰভ এইবাৰ আইচিচিৰ প্ৰাৰ্থী। ইয়াৰ মাজতে, বহুতে সৌৰভ গাংগুলীৰ ৰাজনীতিত যোগদানৰ সম্ভাৱনাও দেখিছিল। এই সকলোবোৰৰ মাজতে, বুধবাৰে সৌৰভৰ টুইট - মই এটা নতুন অধ্যায় আৰম্ভ কৰিছো। মই কিবা এটা কৰিম যিয়ে মানুহক সহায় ... |
বিচিচিআইৰ সচিব জয় শ্বাহে খৰখেদাকৈ সংবাদ সংস্থাক কৈছিল যে সৌৰভে এতিয়াও বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা নাই। তেতিয়াই ছবিখন অলপ পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰিছিল। সৌৰভে আমাক গুগলি দিছে! তেওঁ ৰাজনীতিত একেবাৰে ভৰি দিয়া নাই! |
Tags: |
মনোৰঞ্জন |
Facebook |
Twitter |
Post a Comment |
0 Comments |
Social Plugin |
Popular Posts |
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! |
March 16, 2022 |
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>ৰাজস্থান (ইংৰাজী: Rajasthan) ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'।[1] ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্... |
ৰাজস্থান |
राजस्थान |
— ৰাজ্য — |
ভাৰতত ৰাজস্থানৰ অৱস্থান |
ৰাজস্থানৰ মানচিত্ৰ |
ভৌগোলিক স্থানাংক (জয়পুৰ): 26°34′22″N 73°50′20″E / 26.57268°N 73.83902°E / 26.57268; 73.83902স্থানাংক: 26°34′22″N 73°50′20″E / 26.57268°N 73.83902°E / 26.57268; 73.83902 |
দেশ |
ভাৰত |
প্ৰতিষ্ঠা |
১ নৱেম্বৰ, ১৯৫৬ |
ৰাজধানী |
জয়পুৰ |
জিলাসমূহ |
৩৩ খন |
চৰকাৰ |
- ৰাজ্যপাল |
Margaret Alva |
- মুখ্যমন্ত্ৰী |
Ashok Gehlot (INC) |
- বিধান সভা |
এককক্ষীয় (২০০খন আসন) |
- লোকসভা সমষ্টি |
২৫ |
- High Court |
Rajasthan High Court |
মাটিকালি |
- মুঠ |
৩,৪২,২৩৯ কি.মি.২ |
(১,৩২,১৩৯.২ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক |
প্ৰথম |
জনসংখ্যা (২০১১) |
- মুঠ |
৬,৮৬,২১,০১২ জন |
- স্থান |
অষ্টমতম |
- জনঘনত্ব ২০১ প্ৰতি বৰ্গ কি.মি. |
(৫২০.৬ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল |
ভামাস (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড |
IN-RJ |
HDI |
0.637 (medium) |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.