text stringlengths 0 188k |
|---|
HDI rank |
21st (2005) |
শিক্ষিত হাৰ |
৬৮% (বিংশতম) |
চৰকাৰী ভাষা |
হিন্দী |
ৱেবছাইট |
rajasthan.gov.in |
সূচী |
1 জাতি-জনজাতি |
2 ঐতিহ্যময় স্থাপত্য |
2.1 জয়পুৰ |
2.1.1 হাৱামহল |
2.1.2 যন্তৰ-মন্তৰ |
2.1.3 এলবাৰ্ট হল সংগ্ৰহালয় |
2.1.4 আমেৰ |
2.1.5 চিচ মহল |
2.1.6 গণেশ পোল দৰৱাজা |
2.2 যোধপুৰ |
2.2.1 উমেদ ভৱন পেলেচ |
2.2.2 মেহেৰানগড় দুৰ্গ |
2.3 জয়শালমেৰ নগৰ |
2.3.1 মন্দিৰ পেলেচ |
2.3.2 সোণৰ কিল্লা |
2.3.3 পাট্টন কী হাভেলী |
3 ৰাজস্থানী শিল্প আৰু কলা |
3.1 গহনা আৰু অলংকাৰ শিল্প |
3.2 বস্ত্ৰ কলা আৰু চিলাই কাম |
3.3 চিত্ৰকলা |
3.4 চামৰা শিল্প |
3.5 টেৰাকোটা |
3.6 পুতলা শিল্প |
3.7 মৃৎশিল্প |
3.8 ধাতৱ শিল্প |
3.9 শিলত কটা ভাস্কৰ্য |
4 সংস্কৃতি |
4.1 সাজ-পোছাক |
4.2 আহাৰ |
4.3 নৃত্য-গীত |
5 তথ্য সংগ্ৰহ |
6 বাহ্যিক সংযোগ |
জাতি-জনজাতিসম্পাদনা কৰক |
বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি এই ৰাজস্থানৰ আটাইতকৈ পুৰণি অধিবাসী আছিল ভীল (জনজাতি) আৰু মিনা (জনজাতি)সকল। পাছত ৰাজুপুতসকলে এই ভূমি শাসন কৰিছিল। সেয়ে পাছলৈ ঠাইখন ৰাজপুতনা হিচাপে খ্যাত হৈছিল। ৰাথোড়,ভাটি,চৌহান আদি ৰাজপুত লোক। জৈন, মহেশ্বৰী, ভুতড়া, ব্ৰাহ্মণ, জাত, গুজাৰ, মেৱাটি, গডুলিয়া,লোহাৰ, পেটেল আৰু অহিৰসকল ইয়াৰে অন... |
ঐতিহ্যময় স্থাপত্যসম্পাদনা কৰক |
ৰাজস্থানৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্য ঘোষণা কৰে। ইয়াত মূলতঃ তিনিখন জিলাৰ স্থাপত্যবোৰ উল্লেখ কৰা হ'ল। |
জয়পুৰসম্পাদনা কৰক |
গোলাপী নগৰ জয়পুৰৰ পৰিকল্পনা কৰা হয় ১৯২৭ চনত। এই নগৰৰ প্ৰতিষ্ঠাপক ৰাজকুমাৰ ছাৱাই জয় সিঙৰ নামেৰে ইয়াৰ নাম জয়পুৰ হয়। জয়পুৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল এলবাৰ্ট হল, হাৱামহল, যন্তৰ-মন্তৰ আৰু আমেৰ প্ৰাসাদ আৰু দুৰ্গবোৰ। |
হাৱামহলসম্পাদনা কৰক |
হাৱামহল |
যি বিখ্যাত ৰাজপুত স্থাপত্যৰ শিল্পখ্যাতি আজি দেশে দেশে বিয়পি পৰিছে, সেয়া হ'ল হাৱামহল (The palace of Winds)। ১৭৯৯ চনত মহাৰাজ চাৱাই প্ৰতাপ সিঙে এই হাৱামহল সজাইছিল। পাঁচ মহলীয়া অষ্টকোণীয়া এই মহলটোত ১৫২খন খিৰিকী আছে। খিৰিকী মানে বেৰত কিছুমান সৰু সৰু বিন্ধা, কুন্দ্ৰাক্ষ। সেই কুন্দ্ৰাক্ষইদি বাহিৰৰ বতাহ অনবৰতে (সকলো ঋতুতে)... |
যন্তৰ-মন্তৰসম্পাদনা কৰক |
যন্তৰ-মন্তৰ |
ওঠৰ শতিকাত মহাৰাজ চাৱাই জয় সিং দ্বিতীয়ই পাঁচোটা মান মন্দিৰ (Astronomical observatory) দিল্লী (১৭২৪ চন),জয়পুৰ (১৭২৮ চন), উজ্জয়িনী (১৭৩৪ চন), বাৰানসী (১৭৩৭ চন) আৰু মথুৰাত (১৭৩৮ চন) সজাইছিল। স্থানীয় সময়, সূৰ্য আৰু অন্য নক্ষত্ৰৰ অৱনতি, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আদি নিৰূপণ কৰিবলৈ এই মান মন্দিৰবোৰ সজোৱা হৈছিল। এই মান মন্... |
এলবাৰ্ট হল সংগ্ৰহালয়সম্পাদনা কৰক |
এলবাৰ্ট হল সংগ্ৰাহলয় |
গৱৰ্নমেণ্ট চেণ্ট্ৰেল মিউজিয়ামটো ৰাজস্থানী শিল্প-সংস্কৃতিৰ সংগ্ৰহেৰে বিখ্যাত। ১৮৬৩ চনত ৰাজকুমাৰ এলবাৰ্টে উদ্বোধন কৰিছিল বাবে ইয়াক “এলবাৰ্ট হল” বুলিও কয়।[7] পুৰাতাত্ত্বিক আৰু হস্তশিল্পৰ সামগ্ৰীৰ বৃহৎ সংগ্ৰহ ইয়াত আছে। সংগ্ৰহালয়ৰ বিভিন্ন অংশত যুদ্ধৰ জাখৰ, কবচ, ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ, ৰাজকীয় পোছাক, অলংকাৰ, দলিচা, পে... |
আমেৰসম্পাদনা কৰক |
জয়পুৰ নগৰৰপৰা ১১ কিলোমিটাৰ উত্তৰ-পূবে আৰাৱলী পৰ্বতৰ ঢালত আমিৰ অৱস্থিত। পূৰ্বতে আমিৰ মিনা জনজাতীয় লোকসকলৰ অধিকৃত অঞ্চল আছিল। পাছত ৰজা ধোলাৰাজে নিজৰ দখললৈ নিছিল। জয়পুৰ নিৰ্মাণৰ পূৰ্বে প্ৰায় ছশ বছৰ আমিৰত ৰাজধানী আছিল। আজিও আমিৰ নগৰে অতীতৰ শৌৰ্য-বীৰ্যৰ কথা ঘোষনা কৰি আছে। আমিৰ নগৰ ইয়াৰ ধুনীয়া কাৰেংবোৰ আৰু তাৰ চাৰিওফাল... |
চিচ মহলসম্পাদনা কৰক |
কাচৰ টুকুৰাৰে নিৰ্মিত চিচ মহল আজিও পৃথিৱীৰ উৎকৃষ্ট “Chamber of Mirrors” বিবেচিত। ঘৰৰ মূধাৱৰণ,বেৰ,মজিয়া-এই সকলোতে নিশ্ছিদ্ৰকৈ বিভিন্ন আকৃতিৰ কাচৰ টুকুৰা লগোৱা আছে। তাত এডাল দিয়াচলাইৰ কাঠী জ্বলাই ওপৰলৈ চালে অপৰূপ দৃশ্য দেখা যায়। হাজাৰ হাজাৰ জুইৰ শিখা মূধাৱৰণৰ আইনাৰ টুকুৰাবোৰত প্ৰতিফলিত হোৱা দেখা যায়। তলৰ মজিয়া আৰু স... |
গণেশ পোল দৰৱাজাসম্পাদনা কৰক |
সূক্ষ্মকৈ ফুল কটা কাঠৰ প্ৰকাণ্ড দুৱাৰ গণেশ পোল দৰৱাজাত(বিভিন্ন কাৰুকাৰ্য কৰা সেই দুৱাৰত)গণেশৰ ছবি অঁকা আছে। তাত ব্যৱহাৰ কৰা বিভিন্ন ৰং হেনো পালেং শাককে ধৰি বিভিন্ন তৰু-তৃণৰপৰা আহৰণ কৰা উদ্ভিজ ৰং। |
যোধপুৰসম্পাদনা কৰক |
১৪৫৯ চনত ৰথোড়সকলৰ প্ৰধান ৰাও যোধা সিঙে যো্ধপুৰ নগৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ নামেৰে এই নগৰৰ নাম ‘যোধপুৰ’ হয়। যোধপুৰ নগৰৰ উল্লেখযোগ্য স্থাপত্য দুটা হ'ল উমেদ ভৱন পেলেচ আৰু মেহেৰানগড় দুৰ্গ। |
উমেদ ভৱন পেলেচসম্পাদনা কৰক |
বিংশ শতিকাৰ প্ৰথমাৰ্ধত মহাৰাজ উমেদ সিঙে বিখ্যাত প্ৰাসাদ ‘উমেদ ভৱন পেলেচ’ সজাইছিল। প্ৰকাণ্ড প্ৰাসাদোটোৰ সোঁফালে পঁয়ত্ৰিছটা আৰু বাঁওফালে পঞ্চাছটা কোঠা আছে। এটা কোঠাৰ বেৰত ঐতিহাসিক যুদ্ধ-বিগ্ৰহৰ বহু ছবি অঁকা আছে। একোটা জাতীয় সামগ্ৰীৰ বাবে একোটা কোঠা যেনে- ‘ঘড়িয়ো কা কমৰা’, ‘কাচ কা ফাৰ্নিচাৰ’, ‘চায় ৱ ডিনাৰ ছেট’, ‘বেলজি... |
মেহেৰানগড় দুৰ্গসম্পাদনা কৰক |
৪৯০ ফুট ওখ পাহাৰৰ ওপৰত অৱস্থিত ‘মেহেৰানগড়’ দুৰ্গ। মেহেৰানগড় মানে ৰাজকীয় বেষ্টন (Majestic and regal fort)। ১৪৫৯ চনত ৰাও যোধা সিঙে ৰাজস্থানী কলা-সংস্কৃতিক প্ৰধান্য দি এই প্ৰকাণ্ড দুৰ্গটো সজাইছিল। পাহাৰৰ বহু ওপৰলৈ ক্ৰমশঃ উঠি যোৱা যথেষ্ট বহল এঢলীয়া পকী ৰাস্তাটোত একাদিক্ৰমে তিনিখন প্ৰবেশদ্বাৰ আছে। সেইকেইখন হৈছে-জয়পোল,ল... |
জয়শালমেৰ নগৰসম্পাদনা কৰক |
১৯৫৬ চনত ৰাও জয়শালে এই নগৰ প্ৰতিষ্ঠা কৰে। সেয়ে তেওঁৰ নামেৰে এই নগৰৰ নাম জয়শালমেৰ হয়। দুৰ্গ, হাউলীৰে ভৰা জয়শালমেৰ নগৰক থৰ মৰুভূমিৰ সোণালী নগৰ বুলি কোৱা হয়। কিয়নো এই নগৰ থৰ মৰুভূমিৰ সোঁমাজত অৱস্থিত আৰু এই সকলো কিল্লা (দুৰ্গ), হাভেলী (হাউলী), প্ৰাসাদ-কাৰেং সোণালী ৰঙৰ। জয়শালমেৰ নগৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল- মন্... |
মন্দিৰ পেলেচসম্পাদনা কৰক |
২০০ বছৰ আগেয়ে মহাৰাজ মুলৰাজ সিঙে ‘মন্দিৰ পেলেছ’ সজাইছিল। বৰ্তমান ইয়াত পূৰ্বৰ ৰাজপৰিয়ালৰ বংশধৰসকল থাকে। সোণালী ৰঙৰ কাৰেংটোৰ সন্মুখভাগ অতি সূক্ষ্মকৈ ফুল কটা। ওপৰমহলাৰ ভোজন কোঠাৰ কাৰুকাৰ্য্য বৰ্তমানৰ অভিজাত ৰেস্তোৰাঁৰ দৰে। চ'ৰাঘৰত এই ৰাজপৰিয়ালৰ পূৰ্বসুৰী ৰজাসকলৰ ছবি বন্ধাই থোৱা আছে। |
সোণৰ কিল্লাসম্পাদনা কৰক |
১১৫৬ চনত ৰাও জয়শালে ৭৬ মিটাৰ ওখ ত্ৰিকুট পাহাৰৰ ওপৰত এই কিল্লা সজাইছিল। এই দুৰ্গৰ নিৰ্মাণত কোনো ছিমেণ্ট, চূণ অথবা পানী ব্যৱহাৰ হোৱা নাই। ইটো-সিটো জোৰা লগা পদ্ধতিৰে (Interlocked System) এই দুৰ্গ নিৰ্মাণ কৰা হৈছে। জয়পুৰৰ আমিৰ ফ'ৰ্ট, যোধপুৰৰ মেহেৰানগড় ফ'ৰ্টৰ নিচিনাকৈ ইয়াত প্ৰকাণ্ড চাৰিখন প্ৰবেশদ্বাৰ আছে- গণেশপোল (Eleph... |
পাট্টন কী হাভেলীসম্পাদনা কৰক |
জয়শালমেৰ হাভেলীৰ নগৰ। এই হাভেলীবোৰে জয়শালমেৰৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে। বিখ্যাত ‘পাট্টন কী হাভেলী’ অৰ্থাৎ পাটোৱাসকলৰ হাউলী। ধনী সদাগৰ গুমন চান্দ পাটোৱাৰ পাঁচজন পুত্ৰই এই পাঁচমহলীয়া প্ৰকাণ্ড হাভেলীটো সজাইছিল। ১৮০০ চনত আৰম্ভ কৰা এই হাভেলীটো সম্পূৰ্ণ কৰিবলৈ পঞ্চাছ বছৰ লাগিছিল। ৰাজপুতনা স্থাপত্যৰ ই এটা বিশুদ্ধ উদ... |
ৰাজস্থানী শিল্প আৰু কলাসম্পাদনা কৰক |
ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয়। |
গহনা আৰু অলংকাৰ শিল্পসম্পাদনা কৰক |
ৰাজস্থানী জুৱেলাৰী সৰ্বখ্যাত। জয়পুৰ হেনো ‘হীৰা কটা’ত (Cutting of small diamonds) পৃথিৱীৰ ভিতৰতে অন্যতম ঠাই। মুন ষ্ট'ন, প্ৰবাল আদি বিভিন্ন ধৰণৰ পাথৰৰ ব্যৱসায়ৰ বাবে ৰাজস্থান বিখ্যাত। পান্না, হীৰা, মুকুতা, ডালিমা বাখৰ (Garnet), Lapis lazuli, Agate (উজ্জ্বল নীলা পাথৰ) আদি খটুৱাই জয়পুৰ আৰু যোধপুৰত ধুনীয়া অলংকাৰ তৈয়াৰ ক... |
বস্ত্ৰ কলা আৰু চিলাই কামসম্পাদনা কৰক |
ৰাজস্থানৰ বান্ধনী নক্সা (tie edge fabrics,tie and dye fabrics) আৰু কুণ্ড ছাপৰ (Block printed) শাৰী, ছেলোৱাৰ, কামিজ, ঘাগৰ-কাঞ্চলি, ওৰণা আৰু বিছনা চাদৰ ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। অৱ্শ্যে এই শৈলীত কেঁচা ৰং ব্যৱহাৰ কৰা হয় বাবে ৰংবোৰ স্থায়ী নহয়। উৎকৃষ্ট বান্ধনীৰ কাম হয় যোধপুৰত। আনহাতে এই ভূমিত উৎপাদিত অতিকে পাতল ওজনৰ কো... |
চিত্ৰকলাসম্পাদনা কৰক |
ৰাজস্থানী হস্থশিল্পবোৰৰ ভিতৰত চিত্ৰকৰ্ম অন্যতম। এবিধ বিশেষ ধৰণৰ ক'লা কাপোৰত অঁকা চিত্ৰবোৰে মূলতঃ ৰাজস্থানী ঐতিহ্য আৰু সংস্কৃতিকে আলোকিত কৰিছে। এই চিত্ৰবোৰৰ ভিতৰত হাতী আৰু গণেশৰ উপৰিও উট, ঘোঁৰা, শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু বিভিন্ন ভংগী, ৰজা-ৰাণী, মটকা লোৱা ৰাজস্থানী মহিলা, বিয়াৰ দোলাভাৰী, যুঁজৰ সৈনিক, বীৰ আদিৰ প্ৰাধান্য বেছ... |
চামৰা শিল্পসম্পাদনা কৰক |
উটৰ চামৰাৰে সজা মোনা, জোতা, পেটি, টুপী আৰু হাড়েৰে তৈয়াৰ কৰা বুতাম, গহনা থোৱা বাকচ আদিয়ে পৰ্যটকসকলক হাত বাউলি মাতে। উটৰ চামৰাৰে তৈয়াৰ কৰা আগজোঙা জোতাবোৰে (জুটি) সগৌৰৱে ৰজা-মহাৰজাৰ কথা ঘোষণা কৰি আছে। |
টেৰাকোটাসম্পাদনা কৰক |
ৰং-বিৰঙৰ অকণি অকণি সেন্দূৰৰ টেমা,চাবিৰ ঘেৰত (Key ring) ওলমোৱা হাতী, ঘোঁৰা, উট আদি ৰাজস্থানী টেৰাকোটাৰ নব্য উল্লেখযোগ্য সামগ্ৰী। টেৰাকোটা শিল্পৰ এই সামগ্ৰীবোৰত সোণত সুৱগা চৰাইছে সেইবোৰৰ গাত লগোৱা সৰু সৰু বগা পাথৰবোৰে। সূক্ষ্ম কলাই অদ্বিতীয় কৰি তুলিছে ৰাজস্থানী শিল্পক। অৱশ্যে পূৰ্বতে বেৰত লগাবলৈ প্ৰভু গণেশ বা বীৰ মহাৰাজ... |
পুতলা শিল্পসম্পাদনা কৰক |
কাপোৰৰ পুতলা তৈয়াৰ কৰাত ৰাজস্থানী মহিলা নিপুণা। কাপোৰেৰে তৈয়াৰ কৰা হাতী, ঘোঁৰা, উট, ৰজা ৰাণীৰ পুতলা লৈ বেচিবলৈ বহি থকা ৰাজস্থানী মহিলা ৰাজস্থানৰ য'তে-ত'তে দেখা যায়। |
মৃৎশিল্পসম্পাদনা কৰক |
ৰাজস্থানী মৃৎশিল্পত উৎপাদিত ‘মটকা’ৰ সমগ্ৰ ভাৰতত বিশেষ স্থান আছে। পাৰস্যৰপৰা আমদানিকৃত নীলা মৃৎশিল্পই জয়পুৰত ১৭ শতিকাত মহাৰাজ ৰামসিংহৰ ৰাজত্বকালত উৎকৃষ্টতা অৰ্জন কৰিছিল। আনহাতে চিত্ৰ অংকিত মৃৎশিল্পই বিকানিৰত প্ৰসাৰ লাভ কৰিছিল। |
ধাতৱ শিল্পসম্পাদনা কৰক |
পিতলৰ বাচনত ফুল কটা, নক্সা কটা আৰু মীনা কৰা শিল্পত জয়পুৰ বিখ্যাত। পৰম্পৰাগত ৰূপৰ বাচন, যেনে- ‘হুণ্ডাচ’ (Water container) মছলাৰ টেমা, থাল (Tray), গহনা থোৱা বাকচ আদি অতিকে আকৰ্ষণীয়। ৰাজস্থানী হোৱাইত মেটেলৰ সমগ্ৰীবোৰ বাহিৰলৈ ৰপ্তানিও হয়। |
শিলত কটা ভাস্কৰ্যসম্পাদনা কৰক |
‘ৰাজস্থান কলা মন্দিৰ’ত বগা মাৰ্বল পাথৰত কটা মূৰ্তি আৰু অন্যান্য সামগ্ৰীৰ ভাস্কৰ্য শিল্প দেখা যায়। |
সংস্কৃতিসম্পাদনা কৰক |
সাজ-পোছাকসম্পাদনা কৰক |
ৰাজস্থানী পুৰুষ-মহিলাৰ আকৰ্ষণীয় পোছাক আৰু ৰাজকীয় খাদ্য হয় ৷এই কথাৰ উমান দিয়ে। ঘৰুৱাভাৱে ৰাজস্থানী পুৰুষে ধুতি আৰু আংগাৰখা পিন্ধে। আনুষ্ঠানিকভাৱে চুৰিদাৰ-পায়জামা আৰু কুৰ্তা পিন্ধে। মহিলাসকলে কঁকালত ঘাগৰা, বুকুত কাঞ্চালি (a half sleeved bodice) তাৰ ওপৰত পেটলৈকে পৰা হাত চুটি চোলা (sleeveless top) আৰু মূৰত ‘চুনৰী’ লয়... |
আহাৰসম্পাদনা কৰক |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.