text stringlengths 0 188k |
|---|
ৰাজস্থানী আহাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে মাখন আৰু ঘিঁউৰে কৰা ৰন্ধা-বঢ়া। দক্ষিণ ভাৰতত যিদৰে নাৰিকল তেলেৰে খাদ্যদ্ৰব্য ৰন্ধা হয়, ইয়াত ঠিক প্ৰত্যেকবিধ খাদ্য ঘিঁউৰে ৰন্ধা হয়। ঘিঁউৰ উপৰিও গাখীৰ, বিশেষকৈ ‘কেশৰীয়া দুধ’ আৰু গাখীৰৰ পৰা উৎপাদিত দৈ, পনিৰ, মাখন আদি সামগ্ৰীৰ প্ৰচলন বেছি। ইয়াৰ মানুহবোৰ যেনে- ওখ-পাখ, শকত-আৱত, গৰু-... |
নৃত্য-গীতসম্পাদনা কৰক |
সংগীত-নৃত্য কৰি ফুৰা দলবোৰ ৰাজস্থানী সংস্কৃতিৰ অন্যতম অংগ। পৰম্পৰাগত সাজ-পোছাকেৰে চাৰি-পাঁচজনীয়া মানুহৰ দল একোটাই হাতে হাতে থলুৱা বাদ্যযন্ত্ৰ, যেনে- সাৰাংগী, চেহনাই, সুৰনাই, ঢোলক, ঘণ্টা, ডমৰু, নাদ, খৰতাল লৈ ঠায়ে ঠায়ে বহি থাকে। সেই বাদ্যযন্ত্ৰত তেওঁলোকে ৰাজস্থানী লোকসংগীতৰ সুৰ তোলে। কেতিয়াবা সেই দলত পৰম্পৰাগত সাজ আৰ... |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ The Territories and States of India By Tara Boland-Crewe, David Lea, pg 208 |
↑ Rai, Vinay; William L. Simon (2007). Think India: the rise of the world's next superpower and what it means for every American. Dutton. পৃষ্ঠা. 194. ISBN 0-525-95020-6. http://books.google.com/books?id=JCx8OtS2ADIC&pg=PA194&dq=Hawa+Mahal&ei=7UYbS9ahA5nUkgS80fXiCw#v=onepage&q=Hawa%20Mahal&f=false। আহৰণ কৰা হৈছে: 2009-... |
↑ "Hawa Mahal". http://www.iloveindia.com/indian-monuments/hawa-mahal.html। আহৰণ কৰা হৈছে: 2009-12-06. |
↑ "Japiur, the Pink City". http://www.jaipur.org.uk/forts-monuments/hawa-mahal.html। আহৰণ কৰা হৈছে: 2009-12-06. |
↑ "Jantar Mantar, Jaipur". UNESCO. http://whc.unesco.org/en/list/1338। আহৰণ কৰা হৈছে: 2010-10-07. |
↑ "Jantar Mantar, Jaipur" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf। আহৰণ কৰা হৈছে: 2010-10-07. |
↑ "Jaipur City (or Jainagar)". The Imperial Gazetteer of India. 1909. পৃষ্ঠাসমূহ: 402. http://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V13_408.gif. |
↑ "ৰাজস্থান:ঐতিহ্য,শিল্প আৰু সংস্কৃতি" লেখক- তৰালি দেৱী চক্ৰৱতী। প্ৰান্তিক- (৩২শ বছৰ ১৫শ সংখ্যা। ১-১৫ জুলাই ২০১৩)<eot>ফৰাচী বিপ্লৱ (ফৰাচী: Révolution française) হৈছে ফ্ৰান্স আৰু ইয়াৰ উপনিবেশসমূহত ১৭৮৯ চনত আৰম্ভ হৈ দশকজুৰি চলা সুদূৰপ্ৰসাৰী সামাজিক তথা ৰাজনৈতিক উত্থানৰ সময়। এই বিপ্লৱৰ সময়ত ফ্ৰান্সত নিৰঙ্কুশ ৰাজতন্ত্ৰ ... |
ফৰাচী বিপ্লৱ |
আটলাণ্টিক বিপ্লৱৰ অংশ |
বাস্তিলৰ বিক্ষোভ, ১৪ জুলাই ১৭৮৯ |
তাৰিখ |
৫ মে' ১৭৮৯ (1789-05-05) – ৯ নৱেম্বৰ ১৭৯৯ (1799-11-09) |
(১০ বছৰ, ৬ মাহ, ৪ দিন) |
স্থান |
ফ্ৰান্স সাম্ৰাজ্য |
পৰৰ্ৱতী প্ৰভাৱ |
এক সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু তাৰপাছত ফৰাচী ৰাজতন্ত্ৰক বিলুপ্তি কৰা আৰু প্ৰাণদণ্ড দিয়া |
ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু ক্ৰমশঃ কৰ্তৃত্বপন্থী আৰু সামৰিকবাদী হৈ উঠা |
উদাৰতাবাদ আৰু অন্যান্য আলোকায়ন নীতিৰ ওপৰত ভিত্তি কৰি মূল সামাজিক পৰিবৰ্তন ঘটোৱা |
নেপোলিয়ন বোনাপাৰ্ট উত্থান |
ইউৰোপৰ অন্যান্য দেশৰ সৈতে সশস্ত্ৰ সংগ্ৰাম |
ফৰাচী বিপ্লৱৰ মূলনীতি আছিল "Liberté, égalité, fraternité, ou la mort!" অৰ্থাৎ "স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব, অথবা মৃত্যু"। এই শ্লোগানটো বিপ্লৱটোৰ চালিকাশক্তিত পৰিণত হৈছিল যাৰ মাধ্যমেৰে সামৰিক আৰু অহিংসা উভয়বিধ পদ্ধতি অনুসৰণ কৰি পশ্চিমীয়া বিশ্বত গণতন্ত্ৰ প্ৰতিষ্ঠিত কৰা হৈছিল। এই শ্লোগানটো সকলো কৰ্মীৰ মূলমন্ত্ৰত পৰিণত হৈ... |
পৃষ্ঠভূমিসম্পাদনা কৰক |
ইতিহাসবিদসকলে বিপ্লৱৰ আৰম্ভ হোৱাৰ ক্ষেত্ৰত পূৰ্ববৰ্তী সময়ৰ বহুতো ঘটনাই ইন্ধন যোগাইছে বুলি মন্তব্য কৰে। সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ বৃদ্ধি,[4][5] আলোকায়ন (Age of Enlightenment)-ৰ পাছত উদ্ভূত নতুন ৰাজনৈতিক ধাৰণা,[6] অৰ্থনৈতিক অব্যৱস্থাপনা, পৰিবেশজনীত কাৰণৰ ফলত কৃষিৰ ব্যৰ্থতা, নিয়ন্ত্ৰণহীন ৰাষ্ট্ৰীয় ঋণ,[7] ৰজা ষোড়শ... |
১৭৮৯ চনৰ ১৪ জুলাই ফ্ৰান্সৰ পেৰিছত কুখ্যাত "বাস্তিলৰ বিক্ষোভ" (ফৰাচী: Prise de la Bastille) হৈছিল। বাস্তিল দুৰ্গৰ পতনৰ পৰাই ফৰাচী বিপ্লৱ সংঘটিত হয়। এই বিপ্লৱ আছিল তদানীন্তন ফ্ৰান্সৰ শ শ বছৰ ধৰি নিৰ্যাতিত আৰু বঞ্চিত "থাৰ্ড ষ্টেট" বা সাধাৰণ মানুহৰ পুঞ্জীভূত ক্ষোভৰ বহিৰ্প্ৰকাশ। এই বিপ্লৱৰ আগত সমগ্ৰ ফ্ৰান্সৰ ৯৫ শতাংশ সম্পত... |
বৰ্তমানে এই ঘটনাৰ দিনটোক (১৪ জুলাই) ফ্ৰান্সত ৰাষ্ট্ৰীয় দিৱসৰ দিন ৰূপে পালন কৰা হয়। |
প্ৰভাৱসম্পাদনা কৰক |
ফৰাচী বিপ্লৱে ইউৰোপ আৰু নতুন বিশ্বৰ ওপৰত এক বৃহৎ প্ৰভাৱ পেলাইছিল, মানৱ ইতিহাসৰ গতিপথ পৰিবৰ্তনৰ নিৰ্ণায়ক ভূমিকায় অৱতীৰ্ণ হৈছিল।[12][13] ই সামন্তবাদৰ অৱসান ঘটায় আৰু পৃথকভাবে সংজ্ঞায়িত ব্যক্তিগত মুক্তিৰ ক্ষেত্ৰত ভৱিষ্যতৰ অগ্ৰগতিৰ পথ প্ৰশস্ত কৰিছিল।[1][2][3] |
তথ্যসূত্ৰসম্পাদনা কৰক |
↑ 1.0 1.1 Linda S. Frey and Marsha L. Frey, The French Revolution (2004), Foreword. |
↑ 2.0 2.1 R.R. Palmer and Joel Colton, A History of the Modern World (5th ed. 1978), p. 341 |
↑ 3.0 3.1 Ferenc Fehér, The French Revolution and the Birth of Modernity, (1990) pp. 117–30 |
↑ Marshall, Thomas H. Citizenship and social class. Vol. 11. Cambridge, 1950. |
↑ Lichbach, Mark Irving. "An evaluation of 'does economic inequality breed political conflict?' studies". World Politics 41.04 (1989): 431–70. |
↑ Gordon, Daniel. Citizens without Sovereignty: Equality and sociability in French thought, 1670–1789. Princeton: Princeton University Press, 1994. |
↑ Sargent, Thomas J., and Francois R. Velde. "Macroeconomic features of the French Revolution." Journal of Political Economy (1995): 474–518. |
↑ Hardman, John. French politics 1774–1789: from the accession of Louis XVI to the fall of the Bastille. Addison-Wesley, 1995. |
↑ Baker, Keith Michael. "French political thought at the accession of Louis XVI". The Journal of Modern History (1978): 279–303. |
↑ David P. Jordan (2004). The King's Trial: The French Revolution Vs. Louis XVI. University of California Press. পৃষ্ঠা. 11–. ISBN 978-0-520-23697-4. https://books.google.com/books?id=s__iS_KF8jwC&pg=PR11. |
↑ Campbell, Peter Robert, ed. The origins of the French revolution. Palgrave Macmillan, 2006. |
↑ R.R. Palmer, The Age of the Democratic Revolution: The Struggle, Volume II: The Struggle (1970) |
↑ Klaits, Joseph; Haltzel, Michael H.; Haltzel, Michael (2002). Global Ramifications of the French Revolution. Cambridge UP. ISBN 978-0-521-52447-6. https://books.google.com/books?id=vVilfUkW5usC.<eot>এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি ... |
ৰেচন তন্ত্ৰ (ইংৰাজী: Excretory system) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে। পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ... |
ৰেচন তন্ত্ৰ |
1. মানুহৰ ৰেচন তন্ত্ৰ: 2. বৃক্ক, 3. ৰেনেল পেলভিছ, 4. বৃক্ক নলী, 5. মুত্ৰ থলী, 6. মুত্ৰ নলী, |
7. এড্ৰেনেল গ্ৰন্থী (বিৱচ্ছেদত) |
ৰক্তবাহিকা: 8. ৰেচন ধমনী আৰু ৰেচন সিৰা, 9. পূৰ্ব মহাসিৰা, 10. উদৰীয় সিৰা, 11. সাধাৰণ ইলিয়াক ধমনী আৰু সাধাৰণ ইলিয়াক সিৰা |
পৃষ্ঠীয় দৃশ্যত: 12. যকৃৎ, 13. বৃহদীন্ত্ৰ, 14. পেলভিছ |
লেটিন |
ছিষ্টেমা ইউৰিনেৰিয়াম |
বৃক্কত তেজৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীয়েদি দেহৰ বাহিৰ হৈ যায়। |
এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়। |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ C. Dugdale, David (16 September 2011). "Female urinary tract". MedLine Plus Medical Encyclopedia. http://www.nlm.nih.gov/medlineplus/ency/imagepages/1122.htm.<eot>চেলফিৰ বাবে বিহু মেলালৈ যাবলৈ ভয় কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ মাৰ্ঘেৰিটাৰ এখন বিহু মঞ্চত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ সৈতে নৃত্যানুষ্ঠানত অংশ... |
মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহি অভিনেত্ৰী বৰষাই উজনি অসমত ৰাসত অংশগ্ৰহণ কৰিবলৈ আহি চেলফিৰ উৎপাতত কি পৰিস্থিতিৰ সন্মুখীন হ’ল তাকো ব্যক্ত কৰিলে নাটকীয় ভংগিমাৰে৷ |
সন্মিলনখনত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ লগতে বৰষাৰাণীয়ে নৃত্য পৰিৱেশন কৰি সকলো দৰ্শককে মুগ্ধ কৰি তোলে৷ |
দুদিনীয়া কাৰ্য্যসূচীৰে নিজমাকুম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনখনি সোমবাৰে পুৱা সামৰণি পৰে৷ |
প্ৰথম দিনা পুৱা বিহুৱান উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে৷ স্মৃতি তৰ্পণ কৰে কাৰ্য্যকৰী সভাপতি জিতু সন্দিকৈয়ে৷ |
সন্মিলন উপলক্ষে বিহু গীত, বিহু নাচ, মৌ-কুঁৱৰী, বিহুৱতী, হুঁচৰি আদি প্ৰতিযোগিতা অন্তিম দিনালৈকে অনুষ্ঠিত হয়৷ |
জেং বিহুত প্ৰথম স্থান লাভ কৰে বঢ়মথুৰী তিনিচুকীয়াই৷ হুঁচৰিত প্ৰথম স্থান লাভ কৰে চৰাইদেউ (সোণাৰি), দ্বিতীয় স্থান লাভ কৰে পচোৱা (ডিগবৈ) দলে। |
বিহুৱতী সন্মান লাভ কৰে ৰিতুপৰ্ণা দাসে (ডিব্ৰুগড়), মৌ কুঁৱৰী হয় বাৰ্বী সোণোৱাল (তিনিচুকীয়া)৷ |
সন্ধিয়া অনুষ্ঠিত মুকলি সভা ও বঁটা বিতৰণী সভাত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব তথা অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে পৌৰোহিত্য কৰে৷ অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মানস প্ৰতিম গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ লিম্বু, ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ সভাপতি সুমন খালেন, সমাজকৰ্মী অংগুন চাউচেন, ৰাজ... |
আঁত ধৰে মুখ্য সম্পাদক দিলীপ কোঁৱৰ আৰু কৰ্ণধাৰ সমিতিৰ অন্যতম আহ্বায়ক বিচিত্ৰ কোঁৱৰে৷ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী ৰাকেশ ৰিয়ান আৰু দীপশিখা বৰাই সংগীত পৰিৱেশন কৰে৷ |
Recent News |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
লক্ষ্ণৌ আৰক্ষীয়ে এগৰাকী মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত অপৰাধীগৰাকীয়ে ১৪ গৰাকী যুৱতী চৌদি আৰৱলৈ সৰবৰাহ কৰা বুলি দিয়া স্বীকাৰোক্তিৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। |
ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ জৰিয়তে সৰবৰাহ কৰি বিক্ৰী কৰি দিয়া ১৪ গৰাকী যুৱতীৰ ভিতৰত ৭ গৰাকী ছোৱালী ত্ৰিপুৰাৰ। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মানৱ সৰবৰাহকাৰীগৰাকী ৰুমানা বেগম বুলি চিনাক্ত কৰা হৈছে। ৰুমানাই উত্তৰ-পূব আৰু দেশৰ ভিতৰত ভালেসংখ্যক যুৱতীক বিভিন্ন ঠাইত ইতিমধ্যে বিক্ৰী কৰি আহিছে। |
উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযাত ৰাষ্ট্ৰজুৰি চলি থকা ভয়ানক মানৱ সৰবৰাহকাৰী চক্ৰটোৰ কথা পোহৰলৈ আহে। প্ৰদেশ আৰক্ষীৰ অভিযানত ত্ৰিপুৰাৰ পৰা ডুবাইলৈ লৈ গৈ থকা অৱস্থাত এগৰাকী যুৱতীও চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰে। |
উদ্ধাৰ হোৱা যুৱতীগৰাকীক চাকৰিৰ প্ৰলোভন দি ডুবাইলৈ লৈ যোৱা হৈছিল আৰু লৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে ৰুমানা বেগমক আটক কৰে। |
আনহাতে, বেগমে বিক্ৰী কৰিব নিয়া যুৱতীবোৰক মধ্য প্ৰাশ্চ্যত ২০,০০০ টকা দৰমহাৰ চাকৰি দিম বুলি প্ৰলোভন দিয়া কথা আৰক্ষীৰ জেৰাত পোহৰলৈ আহে। |
উল্লেখযোগ্য যে, এনেদৰে উত্তৰ-পূবৰ যুৱতীবোৰক আৰবীয় দেশসমূহত নাৰ্চৰ চাকৰি দিম বুলি প্ৰলোভন দি লৈ যোৱা হয় আৰু দেশখনত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ পাচপোৰ্ট জব্দ কৰি মানসিক আৰু শাৰীৰিক ভাবে নিৰ্যাতন চলাই বিক্ৰী কৰি দিয়া হয়। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
একাংশই আনকি দাবী কৰিছে যে কপিলৰ সৈতে ছনিৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ঠিক যেনেদৰে কালাৰ্ছৰ সৈতে ঘটিছিল। সেইকাৰণে অনুষ্ঠানটো কমেডি কিং কপিলৰ হাতৰ পৰা আঁতৰি গৈছে! |
লগতে পঢ়ক: কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কিম জং উনৰ |
কিন্তু প্ৰকৃত সত্যটো কি? ‘দ্য কপিল শৰ্মা শ্ব’ বন্ধ হ’ব সেই বাতৰিটো সম্পূৰ্ণ সত্য। কিন্তু বন্ধ হোৱা বুলি কোৱাতকৈ সাময়িক বিৰতি বুলিহে ক’ব পাৰি। কিয়নো ই বন্ধ হোৱা নাই। অহা ১২ জুনত এই চিজনৰ অন্তিম সম্প্ৰচাৰ হ’ব। তাৰ পিছত, ছনিয়ে ইয়াৰ ঠাইত ‘ইণ্ডিয়ান লাফটাৰ চেম্পিয়ন’ নামৰ আন এটা অনুষ্ঠান সম্প্ৰচাৰ কৰিব। |
পিচে, এই সিদ্ধান্তটো কিয় লোৱা হ’ল! কপিল শৰ্মাই প্ৰায় এমাহৰ বাবে আমেৰিকালৈ যোৱাৰ কথা আছে। তেওঁ তাত কেইটামান অনুষ্ঠান কৰিব। নন্দিতা দাসৰ সৈতে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বিষয়েও আলোচনা চলিছে। ইয়াৰ বাবে কপিলে একেবাৰে সময় নাপাব। সেয়ে ‘দ্য কপিল শৰ্মা শ্ব’ বন্ধ কৰা হৈছে যদিও বছৰটোৰ শেষভাগত কপিল পুনৰ ঘূৰি আহিব। |
উল্লেখ্য যে কপিলে ইয়াৰ আগতেও যোৱা বছৰ তেওঁৰ কন্যা সন্তান জন্ম হোৱাৰ সময়ত বিৰতিত আছিল। কপিলে তেওঁৰ পত্নী গিনি, কন্যা আনাইৰা আৰু পুত্ৰ তৃষাণক সময় দিয়াৰ সিদ্ধান্ত লৈছিল। |
লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ দাম চৰা, সেয়ে বিয়া কৰাবলৈ ম’হৰ গাড়ীতে উঠি আহিল দৰা! |
ইপিনে বাতৰি অনুসৰি, ‘ইণ্ডিয়ান লাফটাৰ চেম্পিয়ন’ৰ দৃশ্যগ্ৰহণ অহা ২৬ মে’ৰ পৰা আৰম্ভ হ’ব। জুনত ইয়াৰ সম্প্ৰচাৰ কৰা হ’ব। ইয়াতো অৰ্চনা পূৰ্ণ সিং বিচাৰকৰ আসনত থাকিব। অৰ্চনাৰ সৈতে থাকিব শেখৰ সুমন। অৱশ্যে, দৰ্শকসকলক হাঁহিৰ খোৰাক যোগাবলৈ অনুষ্ঠানটোত কোনে অংশগ্ৰহণ কৰিব সেয়া নিৰ্মাতাসকলে সদৰী কৰা নাই। |
Recent News |
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ |
ধৰ্মৰ ওপৰত কপিৰাইট আছে বিজেপিৰ! মন্তব্য বিজেপি নেতা ৰাজ্যবৰ্ধন ৰাথোড়ৰ |
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰিকাকতসমূহত (মঙলবাৰ,১৩ নৱেম্বৰ) প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছে যে ‘’স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ অসমবাসীৰ হৈ আজি তেখেতৰ জন্মদিৱসত জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম’’। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.