text stringlengths 0 188k |
|---|
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আমেৰিকাৰ ট্ৰেজাৰ ক’ষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছে বুলি চিনেমাখন নিৰ্মাতাৰ ফালৰ পৰা জনোৱা হৈছে। সূত্রটোৰ মতে, ‘শৈশৱতে ধেমালিতে’ই আন কেইবাটাও শিতানত মনোনয়ন লাভ কৰিছিল। |
উল্লেখযোগ্য যে এই ছবিখনে ইতিপূৰ্বে লছ এঞ্জেলছৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা বঁটা লাভ কৰিছিল। আমেৰিকাত বাণিজ্যিকভাৱে মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া ছবি হিচাপেও পৰিগণিত হৈছিল চিনেমাখন। শেহতীয়াকৈ অহা আন এটা সফলতাই আনন্দিত আৰু উৎসাহিত কৰিছে অসমীয়া চিনেমাজগতক। |
ছবিখনৰ মূল বিষয় হ’ল হিংসাজৰ্জৰ পৰিৱেশ-পৰিস্থিতিয়ে প্ৰভাৱ পেলোৱা শিশুৰ শৈশৱ। ইয়াৰ পৃষ্ঠভূমি অসম আন্দোলন। আন্দোলনৰ সময়ত নেলীত হোৱা গণহত্যা আৰু ব্যাপক হিংসাক কাহিনীৰ পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে চিনেমাখনত। আন্দোলনৰ অগ্নিময় পৰিৱেশত শিশু-কিশোৰৰ মানসিক জগতখন কেনেকৈ আলোড়িত হৈছিল তাক উপস্থাপন কৰা হৈছে ছবিখনৰ মাজেৰে। ইতিমধ্যে... |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Flood in Assam: ষষ্ঠ দিনাও অপৰিবৰ্তিত নগাঁৱৰ বান পৰিস্থিতি। কপিলী, বৰপানী, নিশাৰী নৈৰ পাছত এতিয়া বাগৰিছে কলং নৈৰ পানী |
কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰৰ প্ৰায় ১৬হেজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত। বন্যাৰ্তৰ কাষত বিধায়ক ৰূপক শৰ্মা। |
কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰৰ প্ৰায় ১৬হেজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত। বন্যাৰ্তৰ কাষত বিধায়ক ৰূপক শৰ্মা। |
News18 Assam |
Last Updated : May 19, 2022, 23:13 IST |
Share this: |
Bhaskar Jyoti Saikia |
ষষ্ঠ দিনাও অপৰিবৰ্তিত অৱস্থাত আছে নগাঁৱৰ বান পৰিস্থিতি। কপিলী, বৰপানী আৰু নিশাৰী নদীৰ বাঢ়নী পানীয়ে এতিয়া সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে কামপুৰ, ৰহা, জুমৰমুৰ, ৰাঙলু, ননৈ দক্ষিণ পাট, বৰক'লা, তুলসীমুখ আদি বিভিন্ন অঞ্চলত। নিতৌ প্লাবিত হৈছে ন ন অঞ্চল। যেনিয়ে চোৱা যাই কেৱল পানী আৰু পানী। |
শেহতীয়াকৈ হাৰিয়া নৈৰ বানে ৰাতিটোৰ ভিতৰতে প্লাৱিত কৰিলে বৰক'লা, দক্ষিণ পাট, তুলসীমুখৰ বিভিন্ন অঞ্চল। তুলীসমুখৰ ঘাগৰিয়াল গাঁৱত চম্পাৱতী নৈৰ পানীয়ে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নৈৰ পানীয়ে ঘাগৰিয়াল গাঁৱৰ পথটো ডুবাই পেলাইছে। ছিঙো ছিঙো অৱস্থাত থকা পথটো ছিঙিলেই কেইবাখনো গাঁও জলমগ্ন হৈ পৰিব। আতংকিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ। |
একেদৰে দক্ষিণপাট-বৰক’লা-কামপুৰ পথতো কেইবা ঠাইতো বাঢ়নী পানীয়ে বুৰাই পেলোৱাত পথটোৰে যাতায়ত বিপদ সংকুল হৈ পৰিছে ৷ বুধবাৰে নিশা পৰ্যন্ত জিলা খনৰ কামপুৰ ৰাজহ চক্ৰৰ শতাধিক ৰাজহ গাঁও, ৰহা ৰাজহ চক্ৰৰ অৰ্ধ শতাধিক গাঁও আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ দহখনৰো অধিক গাঁৱৰ পাঁচ লাখ ৫০ হেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে। |
এইবাৰৰ বানত জিলাখনৰ কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰৰ প্ৰায় ১৬ হেজাৰ হেক্টৰ কৃষি ভূমি আক্ৰান্ত হৈছে। কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ কেবাটাও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মথাউৰি, অসংখ্য পথ বানত বিধ্বস্ত হৈছে। ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। কঠিয়াতলী-কামপুৰ পথৰ এটা অংশ ভগাত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে। এই পৰ্যন্ত কাম... |
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি বৰক'লা, তুলসীমুখ দেউৰী পঞ্চায়তৰ কুৰৱাবাহী , পাখিমৰীয়া পঞ্চায়তৰ বেবেজীয়া আদি বানক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা লগতে আশ্ৰয় শিৱিৰত উপস্থিত হৈ বন্যাৰ্তৰ অৱস্থাৰ বুজ লয়। |
ইফালে বেবেজীয়াৰ সমীপৰ ঘাঁহি আৰু জাগিয়ালত কলং নৈৰ পানী ক্ৰমাত বৃদ্ধি পোৱাত ঘাঁহী, নিজ জাগিয়াল , জাগিয়াল, পেটবঢ়া আদি ঠাইৰ লোক সকল আতংকিত হৈ পৰিছে ৷ ঘাঁহীত বহুকেইঘৰ লোকৰ ঘৰৰ বাৰীত পানী সোমাইছে ৷ কলঙৰ পানী ঠায়ে ঠায়ে বাগৰি পথৰ কাষৰ খাল- দোঙ বুৰাই পেলাইছে। এনেদৰে পানী বাঢ়ি থাকিলে নিশা এইবোৰ অঞ্চলটো বান পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ... |
Published by:Manjumoni Borah |
First published: May 19, 2022, 23:13 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
Assam FloodKampurNagaon |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
Rangghar National Drama Festival : বৰপেটাত ৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ, মাৰ্কাণ্ড দেশপাণ্ডেৰ 'ছাৰ ছাৰ চৰলা'ই মুহিলে দৰ্শকক |
JAFA ৰ উদ্যোগত অনুষ্ঠিত Achievers Award 2022, নিউজ-18 ৰ সাংবাদিক ৰাজু বৰুৱা আৰু ৰিপুঞ্জয় নাথকো এই বঁটা প্ৰদান |
Paddy Mill Inaugurates in Nalbari : নলবাৰীৰ টিহুত ধান কল উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ, |
NAGAON : দিল্লীৱালা কোম্পানীক ৰঙাদলিচা পাৰি দিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ জনতাৰ |
Silchar : শিলচৰত ব্যৱসায়ী অপহৰণ, ১০ লাখ টকা মুক্তিপণ বিচাৰি ফোন পৰিয়ালক |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
সদৌ অসম হোমিঅ’প্যেথিক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম হোমিঅ’প্যেথিক কনিষ্ঠ চিকিৎসক সন্থা তথা সদৌ অসম হোমিঅ’প্যেথিক চিকিৎসক সন্থাৰ সহযোগত উক্ত ধৰ্ণা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। |
প্ৰতিবাদত অংশগ্ৰহণ কৰা নগাওঁ হোমিঅ’প্যেথিক চিকিৎসা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আমিৰ চুহেইল আলমে কয়, ‘আন্দোলন নকৰাকৈ আমি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা একো সুবিধা আদায় কৰিব পৰা নাই। আমাৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ অধীনত ১৯৯৭ চনৰ পৰা কোনোধৰণৰ নিযুক্তি পোৱা নাই।’ |
তদুপৰি তেওঁ স্পষ্ট ভাষাৰে উল্লেখ কৰে যে এই আন্দোলন কাৰ্য্যসূচীৰ পিছতো স্বাস্থ্য বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্য্যায়ত জংগী আন্দোলন গ্ৰহণ কৰা হ’ব। |
আনহাতে হোমিঅ’প্যেথিক চিকিৎসাৰ বিপৰীতে আযুৰ্বেদিক চিকিৎসা পদ্ধতিকহে চৰকাৰে বেছি গুৰুত্ব দিছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে। |
এই সন্দৰ্ভত মহিদুৰ ইছলাম নামৰ এগৰাকী প্ৰতিবাদকাৰী কয়, ”আয়ুস’ৰ অধীনত থকা স্বত্বেও আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাক গুৰুত্ব দিয়াৰ বিপৰীতে হোমিঅ’প্যেথিকক গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনতিপলমে হোমিঅ’প্যেথিককো সম গুৰুত্ব প্ৰদান কৰি নিযুক্তি দিবৰ বাবে... |
ইয়াৰোপৰি, প্ৰত্যেক বছৰে প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হোমিঅ’প্যেথিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ নিজৰ ৰাজ্যত চাকৰি নাপাই মেঘালয় তথা অন্যান্য ৰাজ্যত চাকৰি কৰিবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে। |
লক্ষণীয় যে প্ৰতিবাদকাৰীসকলে অসমৰ যোৰহাট, নগাওঁ তথা গুৱাহাটীত থকা হোমিঅ’প্যেথিক মেডিকেল কলেজৰ আন্তঃগাথনিৰ অবস্থা প্ৰাথমিক বিদ্যালয় সমূহতকৈ বেয়া বুলি উল্লেখ কৰি অনতিপলমে উক্ত কলেজসমূহৰ আন্তঃগাঁথনি উন্নত কৰিবৰ বাবে সংশ্লিষ্ট কতৃপক্ষই দাবী জনায়। |
Recent News |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ইউক্ৰেইনত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ সপক্ষে তথা ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে দেশখনক তিৰস্কাৰ কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ইজৰাইলে ১৯৬৭ চনৰ পৰা দখল কৰি অহা পেলেষ্টাইনৰ ভূখণ্ড স্বীকৃতি দিবলৈ আহ্বান জনাই আহিছিল। |
ইজৰাইলৰ উক্ত আবেদনক আইনী মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মজিয়াত সদস্য ৰাষ্ট্ৰসমূহৰ পৰা মতামত বিচৰা হয়। যোৱা শুকুৰবাৰে ইয়াৰ ভোটদান সম্পন্ন হৈ যায় আৰু উক্ত ভোটদানত ইউক্ৰেইনে শত্ৰু ৰাষ্ট্ৰ ৰাছিয়াৰ লগতে ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰে। |
ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰাৰ পাছতে ইউক্ৰেইনস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূতে দেশখনৰ এই ভূমিকাত অনুসন্তুষ্ট হোৱাই নহয় তীব্ৰ ভাষাৰে তিৰস্কাৰো কৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰদূত মাইকেল ব্ৰডস্কিয়ে এই সন্দৰ্ভত টুইট কৰি কয় যে ৰাষ্ট্ৰসংঘত ইউক্ৰেইনে ইজৰাইল বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত আস্থা গঢ়ি তোলাটো কঠিন হ’ব। |
উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱৰ সপক্ষে ৯৮ খন আৰু বিপক্ষে মাত্ৰ ১৭ ৰাষ্ট্ৰইহে ভোটদান কৰে। বিপক্ষে ভোটদান কৰাৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে ইজৰাইলৰ বন্ধু ৰাষ্ট্ৰ ক্ৰমে আমেৰিকা, অষ্ট্ৰেলিয়া. কানাডা, জাৰ্মানী, অষ্ট্ৰীয়া আদি দেশ আছে। আনহাতে ভাৰতসহ নেডাৰলেণ্ড, নিউজিলেণ্ড, জাপান, আইচলেণ্ড, ডেনমাৰ্ক, স্পেইন আদি সদস্য ৰাষ্ট্ৰই ভ... |
আন ৫১ খন ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকিলেও নিজকে বিশ্বগুৰুৰূপে প্ৰক্ষেপ কৰা ভাৰতে ভোটদানৰ বিৰত থকা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। বিশেষকৈ অধিকাংশ সদস্য ৰাষ্ট্ৰই ইজৰাইলৰ বিপক্ষে ভোটদান কৰাৰ পাছত ভাৰতৰ ভূমিকা অতি লক্ষণীয় হৈ পৰিছে। ইজৰাইলৰ সৈতে ভাৰতৰ সম্পৰ্ক মধুৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰি কেই... |
ভাৰতে ইজৰাইলৰ সপক্ষে ভোটদান নকৰি কূটনৈতিকভাৱে চতুৰ স্থিতি গ্ৰহণ কৰিলে যদিও ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ চতুৰালি ধৰা পৰিছে আৰু ভাৰতে বিশ্বগুৰু হোৱাৰ সপোনটোক এই প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে থকা দুয়োপক্ষৰ সদস্য ৰাষ্ট্ৰই ভাৰতক সহজভাৱে গ্ৰহণ নকৰিব বুলিয়েই ধাৰণা কৰা হৈছে। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.