text
stringlengths
0
188k
আজি বিয়লি প্ৰায় ২ বজাত নেমকেয়াৰ হস্পিতালত উপস্থিত হৈ মুখ্য মন্ত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
জুবিনক সাক্ষাৎ কৰি আহি সংবাদমাধ্যমৰ জৰিয়তে জুবিনৰ আশু আৰোগ্য কামনা কৰে সোণোৱালে।
“অসমবাসীৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিলো। তেওঁ পুনৰ সুস্থ হৈ উঠি সাংস্কৃতিক জগতত তেওঁৰ অৱদান আগবঢ়াই যাওক তাৰে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো,”-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত এইদৰে কয়।
মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়েও জুবিনৰ স্বাস্থ্যৰ বুজ লয়।
চিকিৎসক ডাঃ হিতেশ বৰুৱাই জনোৱা অনুসৰি এতিয়া ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই বুলিও তেওঁ জানিবলৈ দিয়ে।
জানিব পৰা মতে জুবিনে আহাৰ গ্ৰহণ কৰিছে আৰু লাহে লাহে খোজ কাঢ়িব পাৰিছে।
চিকিৎসালয়খনত ১২ গৰাকী চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিনৰ। কিছু পৰিমাণে জুবিন সুস্থ হৈ উঠিছে যদিও পৰীক্ষা-নিৰীক্ষাৰ বাবে দুদিন চিকিৎসালয়ত ৰখা হ’ব।
ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীকে ধৰি ভিন্ন জনে আহি চিকিৎসালয়ত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰে।
উল্লেখযোগ্য যে, কালি টাউন ক্লাৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি অচেতন হৈ পৰিছিল জুবিন গাৰ্গ।
Recent News
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বিহু বিষয়ক দুটামান প্রশ্ন
ভাৰতবৰ্ষৰ সামাজিক তথা ৰাজনৈতিক জীৱনত বিগত প্রায় ছয়-সাতটা বছৰত কিছুমান চকুত লগা পৰিৱৰ্তন সংঘটিত হ’বলৈ ধৰিছে আৰু এনে পৰিবৰ্তনসমূহৰ জৰিয়তে...
প্রতিশ্ৰুতিৰ বানপানী আৰু গৰাখহনীয়া
ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে বিগত বৰ্ষত চৰকাৰ গঠন কৰাৰ পাছতে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে কিছু প্রতিশ্রুতি প্রদান...
জুবিনক দোষ নিদিব
বিবিচি (BBC)ত ষ্টিফেন ছাকাৰ নামৰ এগৰাকী সাংবাদিক-বিশ্লেষকে নিয়মীয়াকৈ 'হাৰ্ড টক '(Hard Talk) নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে।বিশ্বজুৰি সমাদৃত এই আলোচনাৰ...
সৰ্বভাৰতীয় ভূমি অধিকাৰৰ আন্দোলন
২০১৩ বৰ্ষত যেতিয়া কংগ্ৰেছ চৰকাৰৰ আমোলত পূৰ্বৰ ভূমি অধিগ্ৰহণ আইনখনৰ ঠাইত নকৈ ভূমি অধিগ্ৰহণ আইনখন প্ৰণয়ন কৰা হৈছিল তেতিয়া সৰ্বস্তৰত...
চাহ শ্ৰমিকৰ আশাবোৰ পূৰ্ণ হ’লনে?
আজি কিছুদিন আগতে শিৱসাগৰৰ ফালৰ বন্ধু এজনে আক্ষেপেৰে কৈছিল যে আমি যিসকলে বাতৰিকাকতত বিভিন্ন বিষয়েআলোচনা কৰি থাকোঁ সেইসকলৰ মানুহৰ লগত...
অসম চুক্তি ৰূপায়ণ কৰিব কোনে?
১৯৮৩ চনৰ মাজডোখৰত ভাৰত চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়া তথা আমোলা আৰ কে পাটিলে অসমৰ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধান তথা বিদেশী...
Recent News
ভীমা কোৰেগাঁও গোচৰ: অৱশেষত কাৰামুক্ত হ’ল আনন্দ টেলটুম্বডে
গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ
পন্নিয়িন চেলভান-১
ব্ৰাজিলৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; ৩ জন নিহত, আহত ১১ জন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
গুৱাহাটী, ২৩ নৱেম্বৰ: অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী মুক্ৰ’ত মঙলবাৰে সংঘটিত হৈছিল হিংসাত্মক ঘটনা(Assam Meghalaya conflict) ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে(Bhartiya Janta Party reactions on Assam Meghalaya conflict) । অসম সীমান্তত বন মাফিয়াই অসমৰ ভূমিত চলোৱা লুণ্ঠন আৰু বন ধ্বংস ৰোধ...
দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলঙৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই থকা অবাধ লুণ্ঠনক বাধা দিবলৈ যাওঁতেই বিষম পৰিস্থিতিৰ উদ্ভৱ হৈ অনাকাংক্ষিত ভাবে হোৱা ভয়ংকৰ সংঘৰ্ষত কৰুণ মৃত্যুক সাৱটিব লগীয়া হোৱা বন কৰ্মী ,সুৰক্ষা কৰ্মী আৰু স্থানীয় আবাসীকে ধৰি মুঠ ছজন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এনে ঘটনাৰ উচিত তদন্তৰ আহ্বা...
উলেখযোগ্য যে ইতিমধ্যে অসম চৰকাৰে উচ্চস্তৰীয় ন্যায়িক তদন্ত আয়োগ গঠন কৰা আৰু চি বি আই তদন্তৰ লগতে মৃতকৰ পৰিয়াললৈ পাচঁ লাখকৈ আৰ্থিক সাহাৰ্যৰ ঘোষণাক দলে আদৰণি জনাইছে । লগতে অসম প্ৰদেশ বিজেপিয়ে অসমৰ বনাঞ্চলত বিচৰণ কৰি মেঘালয়ৰ দুৰ্বৃত্তই সংঘটিত কৰা এনে কূটাঘাটমূলক কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে(BJP reaction on Assam Meghal...
সীমান্তৱৰ্তী ৰাইজক সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা আঁতৰত থাকি আইন শৃংখলা পৰিস্থিতি বাহাল ৰাখিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে(BJP reaction on Mukro incident) ।
লগতে পঢ়ক: Mukro firing incident: সীমা সমস্যা সমাধানৰ নামত ফটো উঠি চমক দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ<eot>নিশ্চয় আল্লাহ তা’লাই বিচাৰিছিল যে আৰবত ইছলামৰ পোহৰ পৰক আৰু কোনোবা এজনে আহি তেওঁলোকক ইছলামৰ প্ৰতি দাৱাত দিয়ক আৰু ইছলামৰ নিতী-নিয়ম, আদেশবোৰ যেন ভাল কৈ আয়ত্ত কৰাই দিব পাৰে সেইবাবে তেওঁৰ দূত মুহাম্মদ (ছাঃ)ক আৰবলৈ প...
প্ৰধান কথাটো হল যে, ইমান বছৰ ধৰি আৰবত কোনো নবীক পঠোৱা হোৱা নাছিল বা কোনো কিতাপ পঠোৱা হোৱা নাছিল যাৰ দ্বাৰা তেওঁলোকে শুদ্ধ পথ আৰু ভাল কামলৈ আহিব পাৰিব। আৰবত নবী (ছাঃ) অহাৰ আগত কোনো কিতাপ নাজিল (অৱতিৰ্ণ) নহাৰ আগলৈকে আৰব আছিল একদম অন্ধকাৰত আৰু সেই সময় খিনীক কোৱা হয় অন্ধকাৰ কাল ( period of ignorance)।
অন্ধকাৰৰ কাল বুলি কিয় কোৱা হৈছিল? নবী (ছাঃ) অহাৰ আগত আৰবৰ সেই যুগক অন্ধকাৰৰ কাল বুলি কোৱা হৈছিল কাৰণ, তেওঁলোক (আৰবৰ মানুহ সকল) ইমান মূৰ্খ আছিল যে সৰু বা সাধাৰণ এটা কাৰণৰ বাবে তেওঁলোকে হাজাৰ হাজাৰ বছৰ কাজিয়া বা যুদ্ধত লিপ্ত হৈছিল আৰু কোনোবা ঘৰত যদি ছোৱালী জন্ম হৈছিল, তেতিয়া তেওঁলোকে সেই ছোৱালী নৱজাতক জীৱন্তে পুতি থৈছিল,...
সেইবাবে আল্লাহ তাআলাই আৰবক অন্ধকাৰৰ পৰা পোহৰলৈ, বেয়া কাম, বেয়া স্বভাৱ আৰু লেতেৰা সংস্কৃতিবোৰৰ পৰা আতৰ কৰিবলৈ তেওঁৰ দূত নবী (ছাঃ) ক আৰবলৈ পঠাইছিল। নবী (ছাঃ) অহাৰ পিছত আৰবৰ মানুহৰ মাজত প্ৰচলিত হৈ থকা বেয়া কাম, বেয়া স্বভাৱ আদি সকলো দূৰ হৈ গৈছিল। নবী (ছাঃ)মে আহি তেওঁলোকক অন্ধকাৰ যূগৰ পৰা পোহৰলৈ আনিলে আৰু তেওঁলোকৰ সংস্কৃতিক...
নবী ইব্ৰহিম (আঃ) আৰু ইছমাইল (আঃ) এই দুয়োজনে আৰবৰ মক্কাত কাবা শ্বৰিফ সাজি উলিয়াইছিল। এই ঠাইক ইছলাম ধৰ্মৰ কেন্দ্ৰ হিচাপে গন্য় কৰা হৈছিল, সেইবাবে এই ঠাইতে নবী (ছাঃ)মক পঠাইছিল, যাতে ইছলামৰ কেন্দ্ৰৰ পৰাই ইছলামৰ দাৱাত কৰে আৰু মানুহক যেন শুদ্ধ পথলৈ ৰূপান্তৰিত কৰে। এইয়া আছিল দ্বিতীয় কাৰণ, যাৰ বাবে মুহাম্মদ (ছাঃ)মক আৰবলৈ পঠোৱা ...
লেখকঃ- হালিমুজ জামান
You May Also Like
Current Affairs, Education, History, Prophet, Sharia October 8, 2022
হজৰত মোহাম্মদ(ছাঃ) পৃথিৱীৰ শ্ৰেষ্ঠ মানৱগৰাকী
Current Affairs, Education, History September 5, 2022
আমি শিক্ষক দিৱস কিয় পালন কৰোঁ ?
Show CommentsClose Comments
Leave a comment Cancel reply
Your Name *
Your Email *
Save my name, email, and website in this browser for the next time I comment.
Comment *
I agree that my submitted data is being collected and stored. For further details on handling user data, see our Privacy Policy<eot>Kushan Gan is a kind of vibrant Folk drama, a dramatic presentation which involves singing, recitation of dialogue, acting and dancing in the accompaniment of Folk Music. It is one of the ...
Kartika Nritya:
Kartika Nritya is a kind of folk traditions of the Koch-Rajbongshis basically practised by the women of this community and performed during the worship of Kartka Thakure (a folk deity) aspiring for offspring in the month of Kartika (October /November). The songs of this dance are generally long ballads describing the w...
Goalini Nritya:
Goalini Nritya is the most popular form of folk dance among the people of western Assam basically warmed up by the Koch-Rajbongshis. This particular folk dance originated at a place Gauripur in Assam, the cultural centre of Koch-Rajbongshis from the myth (Folk Tale) of a couple of Goal and Goalini (Milkman and Milkwoma...
Hudum Pujar Gan/Nritya:
Hudum Deo (deity) is regarded as the folk deity of rain among the Koch-Rajbongshis. The rituals of Hudum Puja is completely confined to the woman. This deity is basically worshipped by the women of the tribe in order to carry water to the earth when there is draught . It’s generally celebrated on any Tuesday or Saturda...
Baas Nritya:
Baas puja is celebrated basically in Assam and North Bengal by the Koch-Rajbongshi people in the month of Baishag(April-May) and
https://youtu.be/31LPoAxYjEc Aghon(Nov-Dec) intending good health, fortune and welfare of the villagers. Baas puja, songs and dances are performed in a slight different manner in different region. The different perspectives of Baas puja are Madankam and Kamdeva , Chatali etc. Actually these are the same performances of...
Padmapuran Gan:
Padmapuran Gan is one of the important folk dramas of Assam and West Bengal. It is performed during the time of worshipping Manosha (the deity of snake) and among the Koch-Rajbongshis it’s popular as Bishohari, Padya, Bhashan Jatra, Ajangar or Maroi. Maroi is the household deity of Koch-Rajbongshis and holds a special ...
Bashi Puran Gan:
Bashi Puran Gan is the combination of Sunya Puran and Padma Puran. Though exceptional, but the practice of Bashi Puran Gan is still available in some parts of Assam and West Bengal. The chief musical instrument used here is Mukha Bashi and creation of the universe is the dominating theme of Bashi Puran. The songs of Ba...
।। কোচ ৰাজবংশী লোক কৃষ্টি ।।
বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ ভাষা-সংস্কৃতি, সাহিত্য আদিৰ গঠন, বিকাশ, প্ৰসাৰত ৰাজ্যখনৰ অন্যান্য জনগোষ্ঠীসমূহৰ দৰে কোচ ৰাজবংশীসকলোৰো আছে গুৰুত্বপূৰ্ণ অৱদান। অপৰিসীম অৰিহণা। বিশেষকে পশ্চিম অসমত বসবাস কৰা কোচৰাজবংশীসকলৰ লোক-সংস্কৃতিৰ ভঁৰাল ইমানেই সমৃদ্ধিশালী যে সৰু পৰিসৰৰ প্ৰৱন্ধ এটাত সেই বিষয়ে আলোচনা কৰি শেষ কৰিব নোৱ...
বিষুৱা :-
বিষুৱা হৈছে কোচ ৰাজবংশীৰ জাতীয় উৎসৱ। চ’ত মাহৰ সংক্ৰান্তিৰ পৰা এই উৎসৱ আৰম্ভ হয় আৰু ছয় ব’হাগলৈ চলে। সম্পূৰ্ণ সাতদিন ধৰি চলা বাবেই ইয়াৰ আন এটা নাম হ’ল সাত বিষুৱা। চ’তৰ সংক্ৰান্তিৰ দিনা গৃহস্থই পুৱাতে উঠি মুখ-হাত নোধোৱাকৈ আগদিনাই আনি থোৱা বেতৰ পাত, বিষকুটুলিৰ পাত(বিহলঙনি),কাতুৰিৰ ফুল, দীঘলতিৰ পাত, কানসিচাৰ পাত (দ্ৰোণ)...
লাউ খা বাইগন খা
বছৰে বছৰে বাঢ়িয়া যা
বাপ বৰো মাৱ বৰো
তুই হইছ মোটা তাজো।
ঠিক সেইদৰে এই বিষুৱাতে কোচ ৰাজবংশী সমাজত সাতশাকী অৰ্থাৎ সাতবিধ শাক একেলগে ৰান্ধি খোৱাৰ নিয়ম আছে। ইয়াৰ বাবে মহিলাসকলে সমূহীয়াভাৱে ওচৰৰ পাহাৰ বা হাবিত শাক তুলিবলৈ যায় আৰু কুলাঢাকি (মাটিপিচা), ঢেঁকীয়া, বেতৰ গাজ, জঙা, তিনপাতিয়া, নিমপাত,আমৰ মল, পুণ্ডীৰ গাজ, দেৱীটোকন, ডিংডিঙাৰ আগ আদি তুলি আনে। লোকবিশ্বাস মতে সাতশাক ৰান...
হুদুম দেওৰ পূজা :-
হুদুম দেওৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক লোককৃষ্টি। যেতিয়া খৰাং হয় পথাৰে চিৰাল ফাঁট দিয়ে তেতিয়া বৰষুণ কামনা কৰি মহিলাসকলে সেই পূজাৰ আয়োজন কৰে। হুদুম পূজা মহিলাসকলৰ, পুৰুষসকলৰ অংশগ্ৰহণ নিষেধ। এই পূজাৰ বাবে এটা হুদুম চৰাই বা কল গছৰ পুলি অনা হয়। আঁউসীৰ নিশা পথাৰৰ মাজত বা নৈৰ পাৰত এডাল খুঁটিত বান্ধি মহিলাসকলে সম্পূৰ্ণ...
হুদুম দেও হুদুম দেও
আমাক ফটিক পানী দেও
আমাৰ দেশত নাই পানী
জীৱন লয়া টানা-টানি।
হুদুম দেও হুদুম দেও
এক চলকা পানী দেও
ছুৱায় আছি নাই পানী
ছুৱায় ছুতি বাৰা বানি।
কালা মেঘ ধলা মেঘ মেঘ সোদৰ ভাই
একঝাক পানী দেও গাও ধুবা চাই
কালা মেঘ ধলা মেঘ ডাকেয়া আন ঝৰি
আন্ধাৰ কৰিয়া দেওয়া আইসে দাবাৰি।
সচৰাচৰ আহাৰ আৰু শাৱন মাহত খৰাং বতৰ বা বৰষুণৰ অভাবত ধান খেতিৰ কাম স্তব্ধ হলে হুদুম পূজা কৰা হয়। পূজাথলিত মাটিৰ বেদি সাজি এডাল কলগছ ৰুই দিয়া হয়, এই কলগছ ডাল কনোবা বাপেকৰ একমাত্ৰ পূত্ৰৰ হাতেৰে ৰুৱা কোচ ৰাজবংশী লোক সমাজৰ প্ৰাচীন পৰম্পৰা।পূজাৰ বেদীত হুদুম চৰাই উপস্থাপন কৰি বৰষুণৰ দেবতা ইন্দ্ৰক ধুপ, ধুনা, চাকি, বন্তি, প্ৰাসা...
বাঁশ পূজা :-
বাঁশ পূজা হ’ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ মদন চতুদৰ্শী তিথিৰ দিনা পতা হয়। বাঁশ পূজাত মদন আৰু গোপালৰ প্ৰতীকৰূপে তিনিডাল বাঁহ চাফ চিকুণ কৰি প্ৰথমডালত বগা কাপোৰ আৰু দ্বিতীয় ডালত ৰঙা কাপোৰ মেৰিয়াই, বাঁহ দুডালৰ আগলিত দুটা চোঁৱাৰ বান্ধি ওচৰা-ওচৰিকৈ পোতা হয়। আনহাতে, তৃতীয়টো ডালত জাকৈ,খ...
কাৰ্তিকা পূজা:–
কাৰ্তিকা পূজা বা কাতিকা পূজা কোচ ৰাজবংশী সকলৰ অন্যতম লোক উৎসৱ। এই উৎসৱ কাতি মাহৰ সংক্ৰান্তি দিনা অনুষ্ঠিত কৰাতো কোচ ৰাজবংশী সকলোৰ পৰম্পৰা। কাৰ্তিকা পূজাও মহিলাসকলৰ পূজা আৰু পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ। আদবয়সীয়া মহিলাসকলে এই পূজা বিভিন্ন নিয়মেৰে অনুষ্ঠিত কৰে। মহিলাসকলে কাৰ্তিক দেৱতাৰ মূৰ্তি বেদি বনাই স্থাপন কৰে, চাৰি ক...
কাতিকা কান্দে কাতিকা কান্দে
হাতে ধনু লয়া।
অ’ কাতিকা এইবাৰো নাহইল তোৰ বিয়া,
এইবাৰ উঠিব ডেঙৰা অমুকক দিয়া,