text stringlengths 0 188k |
|---|
কাতিকা কান্দে কাতিকা কান্দে |
হাতে ধনু লয়া, |
আৰ বাৰ তোৰ বিয়া হ’ব |
চ’টো বইনক দিয়া |
অ’ কাতিকা এইবাৰো নাহইল তোৰ বিয়া। |
কাতি মাহৰ সংক্ৰান্তিৰ বাহিৰে অন্য সময়ত কৰা কাৰ্তিকা পূজাক বা নৃত্য গীতক পঙা কাৰ্তিকা বুলি কোৱা হয়।এই পঙা কাৰ্তিক পূজাত মাণ্ডৱ, পূজাৰ জাবতীয় সামগ্ৰী খিনি একে, কিণ্তু কাৰ্তিক মূৰ্ত্তিৰ ঠাইত খলাল ডাঙৰ ময়্নাগছৰ ঠাল ৰুই দিয়া হয়।পৰিবেষন কৰা নৃত্য গীত বোৰ একে। |
গোৱালিনী নৃত্য |
গোৱালিনী নৃত্য হ’ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ।প্ৰাচীন কালৰে পৰা কৃষি জীবি কোচ ৰাজবংশী মহিলা সকলে আঘন-পুহ মাহত শালিখেতি চপোৱা সময়ত আনন্দত বিভিন্ন নৃত্য ভংগীমাৰে গোৱালিনী নৃত্য কৰে। এই নৃত্য গীত বা উৎসৱটি বৰ আনন্দ আৰু মনগ্ৰাহি। গোৱাল শব্দটো কৃষ্ণ আৰু গোৱালিনী শব্দটো গোপী সকলোক সুচায়। সেয়েহে এই নৃত্যত ম... |
কুষান নৃত্য |
কুষান নৃত্য হ’ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ।এই নৃত্য বৰ মনগ্ৰাহী আৰু নান্দনিক। প্ৰাচীন কালৰে পৰা কোচ ৰাজবংশী সকল এই গআনৰ ধাৰাৰ বাহক হিচাপে পৰিচিত। সেয়ে কোচ গান কুষান বুলি কৱা হয়। এই গান ৰামায়ন কেন্দ্ৰিক। লৱ আৰু কুচক বাল্মিকী মুনিয়ে তেওৰ আশ্ৰমত ৰামৰ জন্মৰ পৰা শেষলৈকে বৰ্ননা কৰি গীত, সুৰ, লয়, তাল সিকাইছ... |
সোণাৰায় পূজা– |
সোণাৰায় পূজা বা বাঘ পূজা কোচ ৰাজবংশী সমাজত দীৰ্ঘদিন ধৰি পালন হৈ অহা পৰম্পৰাগত লোক উৎসৱ। কথিত আছে যে পূৰ্বতে হাবি-জংগল যেতিয়া বেছি আছিল তেতিয়া বাঘবোৰে হাবিৰ পৰা ওলাই আহি গৰু-ম’হৰ লগতে মানুহৰো বিস্তাৰ ক্ষতি কৰিছিল আৰু এনে বিপদৰ পৰা হাত সাৰিবলৈয়ে মানুহে বাঘ পূজা বা সোণাৰায় পূজা কৰিছিল। সোণাৰায় হ’ল বাঘৰ ভয়ত সৃষ্টি হ... |
দাদা বলোৰাম হে হাসিয়া কাথা কয় |
দুঃশাসনী বাঘ লয়া নামিল সোণাৰায়, |
বাঘ নামিলৰে অৰে চিতিয়া-পাখেৰা |
ভোৰ বিহানে নামিল বাঘ মানুষ কামেৰা। |
সত্য ঠাকুৰ সোণাৰায় গাইৰস্তক দে তুই বৰ |
ধানে ধানে বাঢ়ক গিৰি চন্দ্ৰ দিবাকৰ |
গোইলে বাঢ়ুক গৰু গাই,গোলাত বাঢ়ুক ধান |
সমাজে দৰবাৰে বাঢ়ুক বাটা ভৰা পান। |
গোইলে বাঢ়ুক গৰু গাই,জাঙালে বাঢ়ুক লাউ |
গিৰিঘৰেৰ শক্তি দুচমন বাঘে ধৰিয়া খায়। |
গাৰ্জা পূজা– |
গাৰ্জা পূজা মূলতঃ গাঁওৰ ৰাইজে সমূহীয়াভাৱে পালন কৰে। এই পূজাত বিভিন্ন দেৱ-দেৱীক একেলগে পূজা কৰা হয়। এই পূজা আকৌ দুই প্ৰকাৰৰ গো-পূজা আৰু ভাসানি পূজা ক্ৰমে আঘোণ আৰু জেঠ মাহত পতা হয়। এই পূজাত বিশেষকৈ ৰাইজৰ অপায়-অমংগল আৰু বেমাৰ আজাৰ আদি নাশ কৰিবলৈ পতা হয়। |
আগ আনা : |
আগ আনা কোচ ৰাজবংশী সমাজৰ কৃষিৰ লগত জড়িত থকা উৎসৱ। এই আগ আনাৰ পৰাই পথাৰৰ সোণগুটি ঘৰলৈ অনাৰ পৰ্ব আৰম্ভ হয়। এই উৎসৱ আঘোণ মাহৰ ভাল দিন-বাৰ এটা চাই পতা হয়। এই পূজাৰ দিনা গৃহস্থই ঘৰখন সাৰি-মটি শুদ্ধ কৰাৰ পিছত এটা পাত্ৰত পূজাৰ বাবে বিভিন্ন সামগ্ৰী যেনে তামোল-পাণ, চাউলৰ গুৰি, সেন্দূৰ, থুৰি কলৰ পাত, কাঁচি আদি সামগ্ৰী পথাৰলৈ ... |
লাখোল ঠাকুৰ : |
লাখোল ঠাকুৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক উল্লেখনীয়া লোক কৃষ্টি। লাখোল ঠাকুৰ হ’ল গৰখীয়াসকলৰ ৰজা। এই উৎসৱ মূলতঃ ঘৰৰ গাইজনীৰ পোৱালি জাগিলে আয়োজন কৰা হয়। নৱজাত পোৱালিটোৱে মাকৰ প্ৰথম দুগ্ধপান কৰাৰ পিচত গৃহস্হই গাখীৰ খীৰাই সেইখিনি পগাই ‘ফেচু’ নামৰ এবিধ খাদ্য প্ৰস্তুত কৰে। ফেচু আকৌ আন ধৰণেৰেও প্ৰস্তুত কৰা হয়। চূঙাত ভৰাই।... |
ইয়াৰ বাহিৰেও বুঢ়া-বুঢ়ী ফেলা, পাহাৰ পূজা, আখা পূজা, কঢ়া-কঢ়ি পূজা, কুশান নৃত্য, ভাৱাইগীত, নয়ানশ্বৰী গীত, নৱান্ন, গোৱালিনী নৃত্য, বাশী পুৰাণ, কাতি গাছা, ধুৱানি, ৰাখাল ভাত আদিয়েও কোচ ৰাজবংশীৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰখাৰ লগতে সেই সম্পদৰাজিয়ে জাতিটোৰ সংস্কৃতিৰ ভিন্নতা প্ৰদান কৰিছে। |
Advertisement |
Share this: |
Twitter |
Facebook |
Like this: |
Like Loading... |
2 Responses to Humble Presentations |
koch David Roy says: |
July 8, 2015 at 1:19 pm |
Good |
LikeLiked by 1 person |
Reply |
Abhijit Das says: |
October 17, 2017 at 5:07 am |
It is so important to study the cultural ethics of koch rajbongshi as a person belong to. |
LikeLike |
Reply |
Leave a Reply Cancel reply |
Enter your comment here... |
Fill in your details below or click an icon to log in: |
Email (required) (Address never made public) |
Name (required) |
Website |
You are commenting using your WordPress.com account. ( Log Out / Change ) |
You are commenting using your Twitter account. ( Log Out / Change ) |
You are commenting using your Facebook account. ( Log Out / Change ) |
Cancel |
Connecting to %s |
Notify me of new comments via email. |
Notify me of new posts via email. |
Δ |
Like us on Facebook |
Like us on Facebook |
Blog at WordPress.com. |
Privacy & Cookies: This site uses cookies. By continuing to use this website, you agree to their use.<eot>এজন চৰকাৰী বিষয়াৰ গাড়ীৰ কাষত কুকুৰৰ দৰে ভৌ ভৌ কৰিলে এজন সাধাৰণ লোকে ৷ অনৰ্গলভাৱে ভুকি ভুকি নিজৰ দাবী গ্ৰহণৰ বাবে মান্তি কৰালে বিষয়াজনক (WB man barks in front of govt official) ৷ কিন্তু তেওঁৰ দাবী কি ? কিয় এইদৰে ভৌ... |
নিউজ ডেস্ক, 20 নৱেম্বৰ: পশ্চিম বংগৰ বাংকুৰা জিলাত সংঘটিত হয় এক অদ্ভুত ঘটনা ৷ শনিবাৰে এজন লোকে ৰেচন কাৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰাৰ উদ্দেশ্যে চৰকাৰী বিষয়াৰ বাহনৰ সন্মুখত কুকুৰৰ দৰে ভুকিবলৈ আৰম্ভ কৰে (WB man barks in front of govt official)। জিলাখনৰ কেশিকোল গাঁৱৰ বাসিন্দা শ্ৰীকান্তি দত্ত নামৰ ব্যক্তিজনে দৃঢ়তাৰে কয় যে, ... |
Dutta ক চৰকাৰে বনালে Kutta |
তেওঁ কয়, "তৃতীয়বাৰৰ বাবে মোৰ নাম শ্ৰীকান্তি দত্তৰ সলনি শ্ৰীকান্তি কুট্টা (হিন্দীত 'কুকুৰ') বুলি লিখা হৈছে । ইয়াৰ বাবে মই মানসিকভাৱে ভাগি পৰিছিলোঁ ।" পৰৱৰ্তী সময়ত তেওঁ বিষয়টো নিজে সমাধা কৰাৰ বাবে সিদ্ধান্ত লয় । সেই অনুসৰি যুটীয়া খণ্ড উন্নয়ন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ দত্তই ল’লে একে আচহুৱা উপায় ৷ দত্তৰ গাঁৱলৈ খণ্... |
ভাইৰেল হোৱা ভিডিঅ’টোত বাংকুৰা ব্লক-২ৰ যুটীয়া খণ্ড উন্নয়ন বিষয়াৰ বাহনৰ কাষত থিয় হৈ দত্তই ভুকি থকা দেখা গৈছে । উপায়ন্তৰ হৈ চালকৰ কাষত বহি থকা বিষয়াজনে গাড়ীখন ৰখাই আন এজন বিষয়াক কাগজখন গতাই দিয়ে । বিষয়াজনক কিবা এটা নিৰ্দেশ দিয়া দেখাও গ’ল ভিডিঅ’টোত । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোৱে চৰকাৰক লজ্জানত কৰি তুল... |
দত্তই কয়, "মই এবছৰ ধৰি মোৰ ৰেচন কাৰ্ডত মোৰ নামটো শুধৰণি কৰিবলৈ চেষ্টা কৰি আহিছো কিন্তু প্ৰতিবাৰেই মোৰ নামটো ভুলকৈ লিখা হৈছিল । মই হতাশ হৈ পৰিছিলো আৰু তেওঁলোকে মোক যিদৰে চিত্ৰিত কৰিছিল তাৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিলো ।’’ |
উল্লেখ্য যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাধাৰণ জনতাক চৰকাৰী মৌলিক সা-সুবিধা প্ৰদান কৰিবলৈ ‘দুৱাৰে চৰকাৰ’ আঁচনি আৰম্ভ কৰিছিল । প্ৰথম অৱস্থাত ৰেচন কাৰ্ডত লোকজনৰ নামটো ‘শ্ৰীকান্ত মণ্ডল’ বুলি লিখা হৈছিল ৷ তাৰ পিছত তেওঁ দুৱাৰে চৰকাৰ শিবিৰলৈ গৈ পৰিৱৰ্তনৰ বাবে আবেদন কৰিছিল (Bengal man spelling mistake in name ration card) ... |
পিছৰবাৰ ‘শ্ৰীকান্ত দত্ত’ নামেৰে ছপা হৈছিল । পিচে হ’ব লাগিছিল শ্ৰীকান্তিহে, শ্ৰীকান্ত নহয় ৷ সেয়ে আকৌ পৰিৱৰ্তনৰ বাবে আবেদন কৰে লোকজনে ৷ এইবাৰ ‘শ্ৰীকান্তি কুট্টা’ হিচাপে আহিল । |
দত্তই কয়, ‘‘এইটো হাস্যকৰ বিষয় । এই মানুহবোৰৰ পিছে পিছে কিমানবাৰ দৌৰিম ? মই যেতিয়া খণ্ড উন্নয়ন বিষয়াৰ ওচৰলৈ গ’লোঁ, তেতিয়া তেওঁ মোৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিলে । এই চৰকাৰী বিষয়াসকলে ৰাইজৰ বাবে কাম কৰাৰ কথা কয়, কিন্তু তেওঁলোকে এনেকুৱা আচৰণ কৰে যেন আমি তেওঁলোকৰ পৰা অনুগ্ৰহ বিচাৰিছো । গতিকে মই এইদৰে প্ৰতিবাদ কৰাৰ সিদ্... |
যদিও জিলা প্ৰশাসনিক বিষয়াসকলৰ পৰা কোনো মন্তব্য লাভ কৰা নাই, তথাপিও দত্তই কয় যে, তেওঁলোকে দুদিনমানৰ ভিতৰত ভুলটো শুধৰণি কৰাৰ প্ৰতিশ্ৰুতি দিছে । এইবাৰ হয়তো শ্ৰীকান্তি দত্তই শুদ্ধভাৱে নিজৰ ৰেচন কাৰ্ডখন পাব ৷<eot>আপোনালোকক এই লেখাৰ জৰিয়তে জনাম যে ছালখন কিদৰে প্ৰাকৃতিক ভাবে উজ্জ্বলাই তুলিব পাৰি । এই সকলো উপায় অতি সহজ। এই... |
এতিয়া আহিছোঁ প্ৰথমটো উপায়ৰ বিষয়ে – সৌ |
১/”Start Consuming Omega 3 ” |
Micro nutrients আৰু macro nutrients আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়। ঠিক সেইদৰে ‘Omega 3 ‘ আমাৰ ছালখনৰ বাবে বহুত জৰুৰী হয়। ই আমাৰ শৰীৰত পৰিষ্কাৰ ৰক্ত সঞ্চালন কৰাত সহায় কৰে যাৰ বাবে আমাৰ স্বাস্থ্য ভাল হৈ থাকে আৰু ইয়াৰ বাবে আমাৰ শৰীৰত এক প্ৰাকৃতিক উজ্জ্বলতা আহে। |
‘Omega 3’ ৰ ফলত আমাৰ চুলি সৰা সমস্যা নাইকিয়া হয়। Omega 3 সাধাৰণতে আমি ঘিউ, মাখন ,বাদাম ইত্যাদিবোৰত পাওঁ। কিন্তু ইয়াৰ উপৰিও ইয়াক নিতৌ পাবলৈ হলে এটা উজু উপায়ৰ দৰকাৰ হব। ইয়াৰ বাবে আপুনি ‘ Nveda’ৰ omega টেবলেট সেৱন কৰিব পাৰে। ই সম্পূৰ্ণৰূপে প্ৰাকৃতিক ভাবে তৈয়াৰ হয়। ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত নিতৌ এটা টেবলেট খালে আপ... |
২/ দ্বিতীয়টো উপায় হৈছে- “Drink water As Soon As you Wake Up” |
আপুনি ৰাতিপুৱা শুই উঠিয়েই পানী সেৱন কৰক। কিয়নো আমাৰ শৰীৰতোক পানীৰ খুব প্ৰয়োজন হয়। আপুনি ৰাতিপুৱা যেতিয়াই শুই উঠিব তেতিয়াই গৰম পানী ২ গিলাচ গ্ৰহণ কৰক। কিয়নো গোটেই ৰাতি আমাৰ শুই থকাৰ ফলত শৰীৰটোৱে পৰ্যাপ্ত পৰিমাণৰ পানী নাপায় । সেইবাবে পোৱা শুই উঠি পোনে পোনে অলপ কুহুমীয়া পানী গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত আমাৰ শৰীৰৰ ... |
৩/ তৃতীয়তো উপায় হৈছে- |
“Start Consuming Turmeric ” হালধি খাবলৈ আৰম্ভ কৰক। |
সুস্বাস্থ্য আৰু এখন সুন্দৰ ছালৰ বাবে বতৰ অনুযায়ী সকলো সেইজিয়া শাক পাচলি খাব লাগে। আমি সকলোৱে সহজেই ইয়াক গ্ৰহণ কৰোঁ। ইয়াৰ লগতে আপুনি কেঁচা হালধি গ্ৰহণ কৰাও আৰম্ভ কৰিব লাগে। কিয়নো হালধিত ” Anti Oxidant আৰু Anti Inflammatory” ৰ গুণ থাকে যিয়ে আপোনাৰ ছালখন পুনৰ উজ্জ্বল কৰি তোলে প্ৰাকৃতিক ভাবে। ইয়াৰ সঠিক ৰূপত সুফল পাব... |
৪/ “Wash your Face 2 Times A Day ” |
দিনত দুবাৰকৈ মুখখন পৰিষ্কাৰকৈ ধুৱক। এখন পৰিষ্কাৰ ছালৰ বাবে মুখখন ভালদৰে ধুই থকাটো খুবেই প্ৰয়োজনীয়। নিতৌ ২ বাৰ মুখখন ধুৱাৰ ফলত আপোনাৰ মুখমণ্ডলৰ পৰা অতিৰিক্ত তেলীয় পদাৰ্থ আৰু ধূলি বালিবোৰ নাইকিয়া কৰে। এই অভ্যাসটো কৰিলে আপুনি ছাল সম্পৰ্কীয় আৰু কোনোধৰণৰ সমস্যাত ভুগিব লগা নহয় আৰু দ্বিতীয়তে উজ্জ্বলতা বাঢ়ি থাকে। |
৫/ ” Start Consuming Beetroot” |
কেচা বিত চালাড বনাই বা অন্যপ্ৰকাৰে গ্ৰহণ কৰক। ই ছালখনক সুস্থ আৰু উজ্জ্বল কৰাৰ বাবে বহুত সহায়ক হয়। বিতে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰে যাৰ ফলত আমাৰ ছালৰ প্ৰাকৃতিক উজ্জ্বলতাৰ ওপৰত বহুত প্ৰভাৱ পৰে। বিতত ভিটামিন চি থকাৰ ফলত ই আমাৰ শৰীৰৰ তেজৰ লেতেৰা বোৰ ভালদৰে পৰিষ্কাৰ কৰে । আপুনি নিতৌ ৫০ ৰ পৰা ৭০ গ্ৰাম বিত গ্ৰহণ কৰক। আপুনি ... |
৬/ “Never Compromise With your Sleep” |
যদি আপুনি ভালদৰে টোপনি নাযায় তেন্তে ই আপোনাৰ শৰীৰৰ বহুত ক্ষতি কৰিব লগতে ছালখনৰো। আপোনাৰ চকুৰ গুৰিবোৰ ক’লা পৰি যাব আৰু আপোনাৰ মানসিক চাপৰ হ’ৰমন বৃদ্ধি হব।ইয়াৰ ফলত আপোনাৰ ছালৰ উজ্জ্বলতা কমি আহিব। গতিকে কেতিয়াও নিজৰ টোপনি কম নকৰিব। |
এতিয়া আহিছোঁ শেষৰটো উপায়লৈ । |
আপুনি এমুঠি চাউল লৈ এটা বাটিত চাউলৰ দুগুণ জোখত পানী দি তিয়াই থৈ দিয়ক ৩/৪ ঘণ্টাৰ বাবে। তাৰ পাছত চাউলখিনি তাৰ পৰা উলিয়াই যিখিনি পানী তাত ৰৈ গৈছে সেইখিনি অলপ কপাহ লৈ নিজৰ মুখত লগাই দিয়ক। এই পানীখিনি প্ৰায় ৩০ মিনিট লগাই থৈ দিয়ক। তাৰ পাছত মুখখন চাফা পানীৰে ধুই দিয়ক। এই উপায়টো ক’ৰিয়ান লোকসকলে ব্যৱহাৰ কৰে আৰু আমি সকল... |
GTM Desk |
See author's posts |
Like this: |
Like Loading... |
Related |
Check out our other content |
নিজতকৈ বয়সত ডাঙৰ মহিলাৰ প্ৰেমত পৰিছে নেকি ? এনেদৰে কৰক নিয়ন্ত্ৰণ |
November 29, 2022 |
Aamir Khan’s daughter Ira shares engagement pics |
November 29, 2022 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.