text
stringlengths
0
188k
ব্যৱসায়
Hindi
English
Monday, November 28, 2022
sangbad365.com
প্ৰথম পৃষ্ঠা
সম্পাদকৰ বাছনিত
ৰাজ্য
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্ৰীড়াংগন
তথ্য-সঁফুৰা
কলা-সংস্কৃতি
ব্যৱসায়
Hindi
English
গোৱালপাৰাৰ লক্ষীপুৰৰ গোসাইডুবিত দেশী জনগোষ্ঠী যুৱ ছাত্র মঞ্চৰ প্ৰথম সংখ্যক কেন্দ্ৰীয় অধিবেশন
In ৰাজ্য
লক্ষীপুৰ
২২ ছেপ্টেম্বৰ
গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ গোসাঁইডুবিত মঙলবাৰে দিনজোৰা কার্যসূচীৰে উদযাপিত হয় দেশী জনগোষ্ঠীয় যুৱ ছাত্র মঞ্চ, অসমৰ প্ৰথম সংখ্যক কেন্দ্ৰীয় অধিবেশন। অধিবেশনত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।
অধিবেশনৰ শুভাৰম্ভনিতে দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বেখ হেদাউত উল্লাই পতাকা উত্তোলন কৰাৰ লগতে সভাপতি গৰাকীৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয়। সভাত সভাপতি হেদাউত উল্লাই তিনিটা দাবীৰ সমৰ্থনত নৱ গঠিত যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰীয় সমিতিখনে সংগ্ৰামৰ গতিধাৰা চলাই নিব বুলি মন্তব্য প্ৰকাশ কৰে। বিশেষকৈ ছেটেলাইট জৰিপৰ...
ইপিনে দেশী জনগোষ্ঠী যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰীয় কমিটীৰ দায়িত্বভাৰ গ্ৰহন কৰা সভাপতি ছাফি আলম আৰু সাধাৰণ সম্পাদক মোজাহাদুল ইছলামে জাতিটোৰ স্বাৰ্থত অনাগত দিনত সংগ্ৰাম চলাই যাব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 7 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো
Read More...
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ
November 27, 2022 20 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ
Read More...
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন
November 26, 2022 13 0 CommentsBy: Sangbad 365
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে অভিযান। ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে দক্ষিণ কামৰূপৰ সোণতলীবাসী ৰাইজ৷ এইবাৰ সোণতলীবাসী ৰাইজৰ তৎপৰতাত জব্দ ১০ কাৰ্টুন নিষিদ্ধ কফ ছিৰাপ ৷
ছয়গাঁও আৰু বকো সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এচাম ড্ৰাগছ ব্যৱসায়ীয়ে দিনে-নিশাই ড্ৰাগছৰ মুকলি বেহা চলাই থকাৰ মাজতে একাংশ সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছে৷ সোণতলীত একাংশ সচেতন ৰাইজে ড্ৰাগছ বিৰোধী অভিযান চলাই খেদি খেদি আটক কৰিলে ড্ৰাগছ ব্যৱসায়ীক৷ সোণতলীৰ পৰা বহৰিলৈ যোৱা পাৰঘাটৰ পৰা ৰাইজে ১০ কা...
প্ৰাপ্ত তথ্য মতে নিষিদ্ধ কফ ছিৰাপখিনি বৰপেটাৰ পৰা যন্ত্ৰচালিত নাৱেৰে বকোৰ সোণতলী অঞ্চললৈ সৰবৰাহ কৰিবলৈ লওঁতেই সোণতলীৰ একাংশ সচেতন ৰাইজে নিষিদ্ধ কফ ছিৰাপখিনি চিনাক্ত কৰি কফ চিৰাপখিনি জব্দ কৰাৰ উপৰিও ব্যৱসায়ী আমিনুল আলমক আটক কৰি সোণতলী আৰক্ষীক চমজাই দিয়ে৷ উল্লেখ্য যে বিগত সময়ছোৱাত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 7 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো
Read More...
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ
November 27, 2022 20 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ
Read More...
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন
November 26, 2022 13 0 CommentsBy: Sangbad 365
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>বিটিচিৰ শিক্ষা সঞ্চালকক এবিএমছুৰ স্মাৰক-পত্ৰ প্ৰদান Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
News
আঞ্চলিক
বিটিচিৰ শিক্ষা সঞ্চালকক এবিএমছুৰ স্মাৰক-পত্ৰ প্ৰদান
আঞ্চলিক
Image Credit: Internet
Sep 10, 2021 | Deleted
কোকৰাঝাৰঃ কৰ’না মহামাৰীৰ বাবে ৰাজ্যত বিকল্প মূল্যায়ন পদ্বতিৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। উত্তীৰ্ণৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিত চৰম আহুকালৰ সৃষ্টি কৰাত উদ্বিগ্ন হৈ পৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ‘এবিএমছু’৷ ছাত্ৰ সংগঠন এবিএমছুৰ এ...
নামভৰ্তিক লৈ তীব্ৰ মানসিক চাপত পৰা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ‌প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজৰ মহকুমা নাইবা জিলাত শিক্ষাগ্ৰহণৰ সুযোগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইচন হুছেইনে সংখ্যা...
চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদান কৰা শৈক্ষিক জলপানিৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বিষয়ে সদৰী কৰি জলপানিৰ ব্যৱস্থা গ্ৰহণ কৰা, বিটিচিত সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা, বিটিচিত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু বিদ্যালয় পৰিচালনা সম...
Share :
Sponsor Ad
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>যোৱা ৮ অক্টোবৰ, মংগলবাৰে ৰয়েল চুইডিছ অকাডেমী অৱ্ চায়েন্সে ঘোষণা কৰে যে এইবাৰৰ ...
বহিঃগ্ৰহ (exoplanet) মানে কি?
গ্ৰহ বুলিলে আমি সাধাৰণতে মহাকাশৰ সেইসমূহ বস্তুক বুজাওঁ, যিয়ে কোনো এটা তৰাৰ চৌদিশে পৰিভ্ৰমণ কৰে। কিন্তু এনে কিছুমান গ্ৰহো আছে, যিয়ে কোনো তৰাৰ চাৰিওকাষে পৰিভ্ৰমণ নকৰে। এই শ্ৰেণীৰ গ্ৰহক ‘ৰগ্ প্লেনেট’ (Rogue planet) বুলি জনা যায়। আমাৰ সৌৰজগতৰ বাহিৰৰ গ্ৰহসমূহকে ‘বহিঃগ্ৰহ’ বুলি কোৱা হয়।