text stringlengths 0 188k |
|---|
নিকোলাছ কপাৰ্নিকাছ (১৪৭৩-১৫৪৩) প্ৰথমজন বিজ্ঞানী আছিল, যিয়ে সূৰ্য্যটোক সৌৰজগতৰ কেন্দ্ৰ বুলি ধৰিছিল আৰু কৈছিল যে পৃথিৱীৰ লগতে আন গ্ৰহসমূহো ইয়াক কেন্দ্ৰ কৰিহে ঘূৰে। ই এক পৃথিৱী কঁপাই যোৱা মতামত আছিল, কিয়নো ইমানদিনে মানুহে পৃথিৱীকে বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি ভাবি আহিছিল। ষোল্ল শতিকাত ইটালীৰ দাৰ্শনিক জিঅ’ৰ্ডানো ব্ৰুনোৱেও... |
বহিঃগ্ৰহ আৱিষ্কাৰ কৰিবলৈ ইমান সময় লগাৰ কাৰণ: |
১৯৯৫ চনত মেয়ৰ আৰু কেলজে প্ৰথমটো বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছিল, যাৰ নাম আছিল ‘৫১ পেগাছি বি’। শক্তিশালী দূৰৱীণ আৰু উপযুক্ত পদ্ধতিৰ অভাৱৰ বাবে ইয়াক আৱিষ্কাৰ কৰাত কিছু পলম হৈছিল। অন্য পদ্ধতিত “দ্বৈত তৰা” (Binary Stars) আৰু অকলশৰীয়া তৰাৰ (Isolated star) উজ্জ্বলতাৰ সামান্য পৰিৱৰ্তন পৰ্য্যৱেক্ষণ কৰা হৈছিল যদিও কোনেও ইয়াক ভালদৰে প্... |
এইক্ষেত্ৰত ভাৰতীয়ৰ অৱদান কি? |
প্ৰথমটো “ভুল সংকেত” অন্য কোনো ঠাইৰ পৰা অহা নাছিল, আহিছিল মাত্ৰ মাদ্ৰাজৰ পৰা (এতিয়াৰ চেন্নাই)। ১৮৪৯ চনৰ পৰা ১৮৫৮ চনলৈ কাৰ্য্যভাৰ পালন কৰা কেপ্টেইন উইলিয়াম ষ্টিফেন জেকব মাদ্ৰাজ বীক্ষণাগাৰৰ (মাদ্ৰাজস্থিত “দ্য ইষ্ট ইণ্ডিয়া অৱজাৰ্ভেটৰী”) প্ৰথমজন সঞ্চালক আছিল। ইয়াৰ মাজতে ১৮৫৫ চনত এই সংকেতটো পাবলৈ সক্ষম হৈছিল, যি সংকেতে এক বি... |
তেখেতে “৭০ অপিউচ্ছি” নামৰ দ্বৈত তৰাৰ ওপৰত অধ্যয়ন কৰি আছিল আৰু এই অধ্যয়নকালত দুয়োটা তৰাৰ কক্ষীয় গতিপথত কিছু পাৰ্থক্য দেখিছিল। তেওঁ তৰাটোৰ চৌদিশে ঘূৰি থকা গ্ৰহৰ বাবে এনে হোৱা বুলি কৈছিল আৰু এই সিদ্ধান্তটো “ৰয়েল এষ্ট্ৰ’ন’মিকেল চ’ছাইটি”ৰ মাহেকীয়া জাননীত প্ৰকাশ কৰিছিল। |
তেখেতৰ আৱিষ্কাৰক জ্যোতিৰ্বিদ থমাছ জেফাৰছন জেকচন ছীয়েও মানি লৈছিল। তেওঁ নিজে আনকি প্ৰমাণো কৰিলে যে এই গ্ৰহটোক তৰাৰ চাৰিওকাষে পৰিভ্ৰমণ কৰিবলৈ ৩৬ বছৰ লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ গণনাসমূহ ভুল বুলি প্ৰমাণিত হয়। “ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু”ৰ অধ্যাপক সুজন সেনগুপ্তৰ “World beyond our own” কিতাপখ... |
‘৫১ পেগাছি বি’ কেনেধৰণৰ গ্ৰহ? ই বসবাসৰ উপযোগী নে? |
‘৫১ পেগাছি বি’ হৈছে ‘পেগাছাছ’ তাৰকামণ্ডলৰ অন্তৰ্গত এটা গ্ৰহ যাৰ পৃথিৱীৰ পৰা দূৰত্ব ৫০ আলোকবৰ্ষ। ১৯৯৫ চনৰ ৬ অক্টোবৰ তাৰিখে গ্ৰহটো আৱিষ্কাৰ হোৱাৰ পিছত জ্যোতিৰ্বিজ্ঞানৰ নিয়ম অনুসাৰে ইয়াৰ নাম ‘৫১ পেগাছি বি’ ৰখা হৈছিল। গ্ৰহটোৰ আকাৰ বৃহস্পতি গ্ৰহৰ আধা হোৱা বাবে ইয়াৰ নাম ‘Dimidium’ও (ইয়াৰ অৰ্থ দুইভাগৰ এভাগ) ৰখা হৈছিল। গ্ৰহটো ... |
বৰ্তমানলৈ কিমান বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে? |
নাছাৰ বহিঃগ্ৰহ সম্পৰ্কীয় লেখাগাৰৰ মতে, ২০১৯ চনৰ ১০ অক্টোবৰলৈ ৪০৭৩টা বহিঃগ্ৰহ আৱিষ্কাৰ কৰা হৈছে। বৰ্তমান সময়ত এই বহিঃগ্ৰহসমূহ ভূ-স্থিত দূৰৱীণৰ উপৰি কেপলাৰ মহাকাশ দূৰৱীণেও সন্ধান কৰি আছে। |
জেমছ্ পিবলছৰ আৱিষ্কাৰ: |
মহানাদ বিস্ফোৰণৰ সময়ত, অৰ্থাৎ আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন কেনেকুৱাধৰণৰ আছিল, সেয়া কোনেও ভালদৰে নাজানে। কেৱল তত্ত্বসমূহৰ বিশ্লেষণৰ পৰা গম পোৱা হৈছে যে আগতে ই অতি উষ্ণ আৰু অস্বচ্ছ কণিকাৰ এটা সংমিশ্ৰণ আছিল। মহানাদৰ ৪,০০,০০০ বছৰ পিছত বিশ্বব্ৰহ্মাণ্ডখন কালক্ৰমত ঠাণ্ডা হ’বলৈ ধৰে আৰু ক্ৰমান্বয়ে বাঢ়ি য... |
সূক্ষ্মতৰংগৰ (Microwave) তৰংগদৈৰ্ঘ্য মিলিমিটাৰ পৰিসৰৰ, যিটো দৃশ্যমান পোহৰৰ তুলনাত বেছি। মহাকাশীয় পশ্চাদভূমিৰ পোহৰ এইটো পৰিসৰত থকাৰ কাৰণ হৈছে – ব্ৰহ্মাণ্ডখন ক্ৰমান্বয়ে প্ৰসাৰণ ঘটাৰ লগে লগে পোহৰৰ তৰংগদৈৰ্ঘ্যৰো প্ৰসাৰণ ঘটিছিল। সূক্ষ্মতৰংগ বিকিৰণ অদৃশ্য পোহৰ। ১৯৬৪ চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰ্ন’ পেনজিয়াছ আৰু ৰবাৰ্ট উইল... |
পিবলছে উপলব্ধি কৰিছিল যে মহাকাশীয় সূক্ষ্মতৰংগ পশ্চাদভূমিৰ (CMB) উষ্ণতাৰ পৰিৱৰ্তনৰ পৰা পোৱা তথ্যসমূহৰ পৰা কিমান পদাৰ্থ এতিয়ালৈকে মহানাদত সৃষ্টি হৈছে, তাক নিৰ্ণয় কৰিব পৰা যাব। তেখেতে দেখিছে যে পোহৰে পদাৰ্থসমূহ সৃষ্টি কৰাত এক বিশেষ ভূমিকা পালন কৰিছে, যাক আমি বৰ্তমান তাৰকাপুঞ্জৰূপে দেখোঁ। এইটো অতি মহত্বপূৰ্ণ আৱিষ্কাৰ আছিল। |
পিবলছৰ এই আৱিষ্কাৰটোৱে বিশ্বতত্ত্বৰ (cosmology) এটা নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল। বহুতো প্ৰশ্ন যেনে – বিশ্বব্ৰহ্মাণ্ডখনৰ বয়স কিমান? ইয়াৰ ভৱিষ্যৎ কি? কিমান পদাৰ্থ আৰু শক্তি ইয়াত নিহিত হৈ আছে? এই সকলোবোৰৰ উত্তৰ আমি “মহাকাশীয় সূক্ষ্মতৰংগ পশ্চাদভূমি”ৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰি জানিব পাৰোঁ। |
কৃষ্ণ পদাৰ্থ আৰু জন পিবলছ্: |
তাৰকাপুঞ্জসমূহৰ ঘূৰ্ণন গতি জুখি বিজ্ঞানীসকলে এইটো গম পাইছিল যে মাধ্যাকৰ্ষণিক আকৰ্ষণী বলৰ শক্তিত এই তাৰকাপুঞ্জসমূহ একেলগে থাকিবলৈ হ’লে আৰু কিছু ভৰৰ প্ৰয়োজন আছে। পিবলছৰ হস্তক্ষেপ নথকালৈকে এই হেৰুৱা ভৰৰ একমাত্ৰ কাৰণ নিউট্ৰিন’ কণা বুলিহে ভবা হৈছিল। কিন্তু পিবলছে এটা অজ্ঞাত কৃষ্ণ পদাৰ্থ কণিকাৰ বাবেহে এনে হোৱা বুলি কৈছিল। আম... |
কৃষ্ণশক্তি কি? |
১৯৩০ৰ দশকতে এডৱিন হাবলে আৱিষ্কাৰ কৰিছিল যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন ক্ৰমাগতভাৱে প্ৰসাৰণ হৈ গৈ আছে। যোৱা ১৯৯৮ চনত আন এটা কথা জানিব পৰা গ’ল। বিশ্বব্ৰহ্মাণ্ডখন কেৱল এনেয়ে প্ৰসাৰণ হোৱা নাই, ই ত্বৰিতগতিৰে প্ৰসাৰণ হৈ গৈছে। গতিকে নিশ্চয় এক অদৃশ্য শক্তিয়ে ইয়াক ত্বৰিৎগতিৰে প্ৰসাৰণ ঘটাই আছে। গণনাৰ পৰা দেখা গৈছে যে ইয়ে কৃষ্ণশক্তি, ... |
(“দ্য হিন্দু” কাকতত প্ৰকাশিত এটা লেখাৰ আলমত৷) |
হৃদয় ৰঞ্জন শৰ্মা |
পদাৰ্থ-বিজ্ঞান বিভাগ, পূব কামৰূপ মহাবিদ্যালয়৷ |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
নোবেল বঁটা, পদাৰ্থ-বিজ্ঞান |
4 Comments |
Hrishikesh |
Posted at 08:58h, 26 November Reply |
Informative |
Hrishikesh |
Posted at 08:59h, 26 November Reply |
Tooo much informative |
Bhitali Kalita |
Posted at 22:45h, 15 January Reply |
জানিব লগীয়া কথা,পঢ়ি কিছু নজনা কথা জানিব পাৰিলো।। |
Nikumoni Deka |
Posted at 21:33h, 21 June Reply |
নজনা কথা শিকিলোঁ। ভাল লাগিল। |
Post A Comment |
Cancel Reply |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. |
Please submit your article by email to : [email protected] |
বিনামূলীয়া ই-বুক |
More » |
আৰ্কাইভ |
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ... |
শিতানসমূহ |
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ |
https://www.facebook.com/http://gonitsora |
Recent Posts |
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ |
গণিত কুইজ – ২ |
গণিত কুইজ – ১ |
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা |
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str... |
নিৰ্দেশনাৱলী অনুযায়ী জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে যোগ্য হিতাধিকাৰীৰ তালিকাখন কোঠোৰভাবে প্ৰস্তুত কৰিবলৈ পদ্ধতিসমূহ নিৰ্ধাৰণ কৰিব পাৰে। হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্যতা চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত কৰা হ’ব। |
গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা যোগ্যতা বা অযোগ্যতা চৰ্ত সমূহৰ চুক্তিনামা সহ নিৰীক্ষণ তালিকাখন পৰিশিষ্ট “A” ত সংলগ্ন কৰা হৈছে। প্ৰত্যেকটো প্ৰস্তাৱিত হিতাধিকাৰীৰ পৰিয়াল বিপৰীতে এনেধৰণৰ এখন চুক্তিনামা সহ নিৰীক্ষণ তালিকা প্ৰস্তুত কৰা উচিত। |
গুৰুত্বপূৰ্ণ বিষয় |
আঁচনিখনৰ দ্বাৰা ১৯.১০ লাখ অৰ্থনৈতিকভাৱে বঞ্চিত পৰিয়াল লাভাম্বিত |
প্ৰতিমাহে ১০০০ টকাৰ আৰ্থিক সাহায্য |
পুষ্টি আৰু স্বাস্থ্যৰ বাবে আটাইতকৈ দৰিদ্ৰ লোকক নূন্যতম নিশ্চয়তা |
প্ৰাথমিক অংশীদাৰ সকললৈ পোনপটীয়াকৈ ধন হস্তান্তৰ |
আঁচনিগত সুবিধা ৮৩০/-ৰ পৰা ১০০০/ টকালৈ বৃদ্ধি |
অৰুণোদয় আঁচনিৰ অধীনত প্রস্তুত কৰা নিৰ্বাচনী সূচী |
অৰুণোদয় আঁচনিৰ বাবে প্ৰয়োজনীয় নিৰ্বাচনী সূচীখন ২০২০ চনৰ ১৭ আগষ্ট তাৰিখে অসম চৰকাৰে মুকলি কৰে। যিসকল আবেদনকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকে পৰিয়ালৰ মোনোনীত মহিলাগৰাকীৰ বেংক একাউন্টত প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে ধন লাভ কৰিব। |
অৰুণোদয় আঁচনিৰ সুবিধা : |
অসম চৰকাৰে যোগ্য হিতাধিকাৰীক ঔষধ, দাইল আৰু চেনী ক্ৰয় কৰিবলৈ মাহিলি বিত্তীয় অনুদান প্ৰদান কৰিব, য’ত প্ৰতি মাহে ৪০০ টকাকৈ প্ৰত্যেক পৰিয়াল তথা হিতাধিকাৰীক তেওঁলোকৰ স্বাস্থ্যকেন্দ্ৰীক যত্ন ল’বলৈ ঔষধ ক্ৰয় কৰিবলৈ প্ৰত্যেক পৰিয়ালক ২০০ টকাকৈ প্ৰদান কৰা হ’ব। মাহেকত ৪ কিলোগ্ৰাম দাইলৰ বাবদ ৫০% অনুদানৰ বাবে মাহেকৰ ৰাজসাহায্য ... |
নগাঁৱৰ পুৰণিগুদামৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ উপলক্ষে উলিওৱা হয় এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা। |
অসমৰ বিভিন্ন লোক-সংস্কৃতি আৰু গ্ৰামাঞ্চলৰ জীৱন ধাৰাৰ জীৱন্ত প্ৰতিচ্ছবি, অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগতে কাৰ্বি আংলঙত মৃত্যু হোৱা অভিজিৎ-নিলোৎপলৰ মৃত্যুৰ ঘটনা উপস্থাপন কৰা এই শোভাযাত্ৰাই পুৰণিগুদামবাসীক মন্ত্ৰমূগ্ধ কৰি তোলে। |
ৰাজ্যখনৰ জটিল সন্ধিক্ষণৰ লগতে পৰীক্ষাৰ মাজতে আয়োজন কৰা মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত সদল বলে সহযোগ কৰে শিক্ষাৰ্থীসকলে। |
আনহাতে মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাত গ্ৰাম্য পৰিবেশৰ লগতে বিভিন্ন বিষয় উপস্থাপনেৰে অনুষ্ঠিত হোৱাত সাংস্কৃতিক শোভাযাত্ৰাত মনোবিজ্ঞান বিভাগে প্ৰথম স্থান, অসমীয়া বিভাগে দ্বিতীয় স্থান আৰু ভূগোল বিভাগে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মুখ্যমন্ত্ৰী ড০ শৰ্মাই খহনীয়াত প্ৰভাৱিত মথাউৰি পৰিদৰ্শন কৰাৰ লগতে মথাউৰি মেৰামতিৰ বুজ লয়। এই ভ্ৰমণৰ সময়ত তেওঁ ভগ্ন মথাউৰিটোৰ গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে। |
ইয়াৰ উপৰিও তেওঁ সংশ্লিষ্ট সকলোকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ পাৰৰ মথাউৰিসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰোঁ। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বড়াই। |
উল্লেখ্য যে মাইজানত বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী খহনীয়াত জাহ গৈছে৷ ৪৭ৰো অধিক পৰিয়ালে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। মাইজানত ব্ৰহ্মপুত্ৰৰ প্ৰায় ৭৫০ মিটাৰ মথাউৰি ছিগাৰ ফলত ডিব্ৰুগড় চহৰখনলৈয়ে বিপদ কঢ়িয়াই আনিছে। কেৱল জিঅ' বেগত ৰঙা মাটি ভৰাই ছিগা মথাউৰি মেৰামতি কৰিবলৈ চেষ্টা অব্যাহত ৰখাহে পৰিলক্ষিত হৈছিল। |
এনে পৰিস্থিতিত বহু লোকেই ডিব্ৰুগড়ক ৰক্ষা কৰাৰ স্বাৰ্থত মথাউৰি নিৰ্মাণ তথা মেৰামতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈও দাবী উত্থাপন কৰিছে। ইফালে খহনীয়াত সৰ্বস্ব হেৰুৱাই পথৰ বাসিন্দা হোৱা পৰিয়াল সমূহৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা৷ |
সন্থাই গৃহহীন পৰিয়ালকেইটাৰ পুনৰ সংস্থাপন, তেওঁলোকক সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ লগতে খহনীয়া ৰোধৰ বাবে ক্ষীপ্ৰ ব্য়ৱস্থা গ্ৰহণৰ দাবী জনাইছে।<eot>Good News: এতিয়া দুগ্ধপাম খোলক আৰু লাখ লাখ টকা উপাৰ্জন কৰক ! চৰকাৰে নতুন সুবিধা আৰম্ভ কৰিছে, আপুনি পাব বহুতো লাভালাভ... |
Good News: এতিয়া দুগ্ধপাম খোলক আৰু লাখ লাখ টকা উপাৰ্জন কৰক ! চৰকাৰে নতুন সুবিধা আৰম্ভ কৰিছে, আপুনি পাব বহুতো লাভালাভ... |
যদি আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে (Start Own Business), আপুনি দুগ্ধ পামৰ ব্যৱসায় কৰিব পাৰে (Start Dairy Farm Business)। |
যদি আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে (Start Own Business), আপুনি দুগ্ধ পামৰ ব্যৱসায় কৰিব পাৰে (Start Dairy Farm Business)। |
News18 Assam |
Last Updated : July 20, 2021, 10:26 IST |
Share this: |
Kokil Sarma |
যদি আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে (Start Own Business), আপুনি দুগ্ধ পামৰ ব্যৱসায় কৰিব পাৰে (Start Dairy Farm Business)। ভাৰত হৈছে সৰ্ববৃহৎ গাখীৰ উৎপাদক (India is the largest milk producer country) দেশ। এনে পৰিস্থিতিত, ই আপোনাৰ বাবে এক অত্যন্ত লাভজনক ব্যৱসায় হিচাপে প্ৰমাণিত হ'ব পাৰে (Earn Money)। এতিয়া চৰকা... |
চৰকাৰৰ পৰিকল্পনা কি শিকক? |
চৰকাৰে এক বিবৃতিত কৈছিল যে দুগ্ধ বিনিয়োগ ত্বৰক মন্ত্ৰালয়ৰ বিনিয়োগ সুবিধা কোষৰ অংশ হ'ব। এইটোৱে কয় যে বিনিয়োগকাৰীসকলৰ সৈতে আন্তঃপৃষ্ঠ হিচাপে কাম কৰিবলৈ এইটো বিভিন্ন ধৰণৰ কামত নিয়োজিত মানুহৰ এটা দল।ই বিনিয়োগ চক্ৰত সহায় আগবঢ়াব যেনে বিনিয়োগৰ সুযোগ মূল্যাঙ্কনৰ বাবে নিৰ্দিষ্ট তথ্য আগবঢ়োৱা, চৰকাৰী আঁচনিৰ বাবে আৱেদনৰ... |
চৰকাৰৰ ১৫ হাজাৰ কোটি টকাৰ আঁচনি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.